শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, ৯৪ সংখ্যক অধিৱেশন, বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ, যোৰহাট

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 พ.ย. 2024

ความคิดเห็น • 36

  • @plabitaboruah3286
    @plabitaboruah3286 2 หลายเดือนก่อน +2

    Krishna Krishna

  • @prodipbora4558
    @prodipbora4558 2 หลายเดือนก่อน +3

    বহুত বহুত ধন্যবাদ বাপজনালৈ। অধিবেশনৰ সকলো বাৰ্ত্তা এনেদৰে পোৱাৰ আশা কৰিলো। ভগৱন্ত প্রভূৱে যোৰহাট বাসী সমুহ ভক্তপ্রাণ বাপ- আইক লক্ষ- লক্ষ ভকতৰ সেৱা ধৰিবলৈ-- সবাৰে সম্প্ৰীতি, সুস্বাস্থ্য আৰু যনোবল অক্ষুন্ন ৰাখক। সফল হওক ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিবেশন। কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏

    • @niranjanboruah4164
      @niranjanboruah4164  2 หลายเดือนก่อน

      @@prodipbora4558 কৃষ্ণ কৃষ্ণ

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 หลายเดือนก่อน +2

    Krishna 🙏 সমস্ত বাপ আৰু আই লৈ সেৱা জনালোঁ আগুৱাই যাওঁক কৃষ্ণ 🙏

  • @subhamjyotiborah5179
    @subhamjyotiborah5179 2 หลายเดือนก่อน +2

    জয় গুৰু শংকৰ 🙏 কৃষ্ণ

  • @bedantaborah2548
    @bedantaborah2548 2 หลายเดือนก่อน +2

    আগবাঢ়ক ।আৰু হব লগা অধিৱেশন খন সফল হওক তাকে কামনা কৰিলো । কৃষ্ণ।

  • @prodipsaikia794
    @prodipsaikia794 2 หลายเดือนก่อน +1

    কৃষ্ণ প্ৰভূৰ কৰুণা হওঁক।🙏

    • @niranjanboruah4164
      @niranjanboruah4164  2 หลายเดือนก่อน

      @@prodipsaikia794 কৃষ্ণ কৃষ্ণ

  • @PadmaKhanikar-nz4qm
    @PadmaKhanikar-nz4qm 2 หลายเดือนก่อน +1

    কৃষ্ণ

  • @BtthFactsFun
    @BtthFactsFun 2 หลายเดือนก่อน +2

    🙏🙏🙏

  • @welcometomyindianhome1578
    @welcometomyindianhome1578 2 หลายเดือนก่อน +1

    প্ৰাণৰ অনুষ্ঠানটিৰ সুন্দৰ আৰু সফলতাৰ কমনা কৰিলো।

    • @niranjanboruah4164
      @niranjanboruah4164  2 หลายเดือนก่อน

      @@welcometomyindianhome1578 কৃষ্ণ কৃষ্ণ সেৱা জনালো

  • @hemalatakoch9204
    @hemalatakoch9204 2 หลายเดือนก่อน +1

    Krishna sundar hoise

  • @PrabhatGogoi-o7b
    @PrabhatGogoi-o7b 2 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ.... গুৰু কৃপাহিঃ কেৱলম ভক্তি আনন্দৰে পৰিপূৰ্ণ হওক সবাৰু কুশল হওক...মুহোৰহু ৰসিকাঃ ভূৱি ভাবুকাঃ । জয় গুৰু শ্ংকৰ ।,(আৰক্ষী চাউনী নামঘৰ ) তিনিচুকীয়া পৰা আকাশবাণীৰে সেৱা সমস্ত বাপ আইমাতৃ সৱলৈ সেৱা জনাইছো... সৌন্দৰ্যম ...বাপজন...মাধৱ কৃষ্ণ l

    • @niranjanboruah4164
      @niranjanboruah4164  2 หลายเดือนก่อน

      @@PrabhatGogoi-o7b কৃষ্ণ কৃষ্ণ

  • @MonjuBora-d3j
    @MonjuBora-d3j 2 หลายเดือนก่อน +2

    Bohut val lagil. 🙏bap

  • @janulahon9911
    @janulahon9911 2 หลายเดือนก่อน +2

    ভাল লাগিল আপোনাৰ ভিডিঅ চাই।নিশ্চয় উপস্থিত থকাৰ আশা কৰিছো।

    • @niranjanboruah4164
      @niranjanboruah4164  2 หลายเดือนก่อน

      @@janulahon9911 কৃষ্ণ কৃষ্ণ আহিব লগ পাম।।

  • @gojenborah4591
    @gojenborah4591 2 หลายเดือนก่อน +2

    কৃষ্ণ বাপ বৰ ভল লাগিল 🙏🙏

    • @niranjanboruah4164
      @niranjanboruah4164  2 หลายเดือนก่อน

      @@gojenborah4591 কৃষ্ণ কৃষ্ণ

  • @ProsantoboraBora
    @ProsantoboraBora หลายเดือนก่อน

    কৃষ্ণ ৰাম. বাপজনা

  • @akhilgogoi1869
    @akhilgogoi1869 2 หลายเดือนก่อน +2

    Krishna Krishna bhal bhal

    • @niranjanboruah4164
      @niranjanboruah4164  2 หลายเดือนก่อน

      @@akhilgogoi1869 কৃষ্ণ কৃষ্ণ

  • @birengogoi4223
    @birengogoi4223 2 หลายเดือนก่อน +1

    বৰুৱা বাপ স্থান সালসলনি হোৱা টো এক প্ৰকাৰৰ ৰাজনীতিৰ সুভাষ আহে। লগতে এক সগবেদনশীল গেছ পাইপৰ ওপৰত।

    • @niranjanboruah4164
      @niranjanboruah4164  2 หลายเดือนก่อน

      @@birengogoi4223 কৃষ্ণ কৃষ্ণ সেৱা জনালো । মই মূৰ্ঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম ।

  • @manashjyotiborah6895
    @manashjyotiborah6895 2 หลายเดือนก่อน +2

    কৃষ্ণ বাপ

  • @dipakkumarray3864
    @dipakkumarray3864 2 หลายเดือนก่อน +2

    Krishna krishna bap jai guru sankardev

  • @HemchandaChutia-l9l
    @HemchandaChutia-l9l 2 หลายเดือนก่อน +2

    ❤❤

  • @birengogoi4223
    @birengogoi4223 2 หลายเดือนก่อน +1

    যি কেইজন বিযয় বিষয়ববীয়াৰ ময়মতালীৰ কৰনে উক্ত বিপদাপন্ন স্থান নিৰ্বাচন কৰিল আজি প্ৰশ্ন কৰিলে উত্তৰ নিদি স্থান ত্যাগ কৰে। এই খন গণতন্ত্ৰ,প্ৰশ্ন সুধিবলৈ সকলোৰে অধিকাৰ আছে। আপোনাসৱ উত্তৰ দিয়ক। আমি অপেক্ষাৰে ৰৈ আছো।

  • @ranjanadas240
    @ranjanadas240 2 หลายเดือนก่อน +4

    বহুত ভাল লাগিল বাপ ।

  • @horengogoi8241
    @horengogoi8241 2 หลายเดือนก่อน +1

    আপুনি দেখুন পুখুৰী, পাইপ লাইন নেদেখালে আচল সত্য কিয় লুকুৱাই ৰাখিছে।

    • @niranjanboruah4164
      @niranjanboruah4164  2 หลายเดือนก่อน

      @@horengogoi8241 সেৱা নিবেদন কৰিলো । আছল সত্য প্ৰভু ভগৱন্তই বিচাৰ কৰিব।। আমি একেবাৰে মূৰ্ঢ়মতি । সিমিত জ্ঞানেৰে মনলৈ অহা কথা বোৰ ভিডিঅটি প্ৰস্তুত কৰি আগবাঢ়াই দিলো।। কিবা ভূল হৈছে যদি মাৰ্জ্জনা কৰিব।।

  • @pronabjyotihazarika6647
    @pronabjyotihazarika6647 2 หลายเดือนก่อน +1

    Kri se hna

  • @DipakGogoi-e2k
    @DipakGogoi-e2k 17 วันที่ผ่านมา

    কৃষ্ণ

  • @UrbashiBhakat
    @UrbashiBhakat 2 หลายเดือนก่อน +2

    ❤❤❤