Kela . Dami gorikhon policea loi jabo atia ki hobo ki nohobo he2 sinta Kori hui uthi ahise news jua Karone . Papekor ogusorot jiake kot kenekoi iman poica paise nojonake ase neki kela . Honta /histra /moha/ dusto kela .
Bohut dukh lagil deutak’r interview tu sai. Eman kosto korile gutei jibon dangor dighol koribole hekhot goi enekua he hol. Kiman hosa kiman misa moi najanu but hekhot ma deutak dukh diya nisina hoise
Mr. Vishal is a very intelligent person. He knows very well that the Assamese people are very greedy and foolish. Just for getting 8% interest per year, they have given away their hard earned money without any inquiry about the genuineness of the investment.
" Money will make you more of what you already are. If you're not a nice person, money's going to make you a despicable individual. If you're a good person, money's going to make you a better person. " - Bob Proctor
২২ বছৰ বয়সতে ২০০০ কোটি কেনেকৈ সম্ভৱ😢এইৱোৰ হৈছে কলা ধন বগা কৰাৰ উপায়। ছৱ মিলি আছে 😅😅আৰু সহজ মানুহক মূখ্ কিয় বনায় যোৱা ৩ দিন ধৰি চুমি বৰাৰ নিউজ দি আছে যে চুমি বৰা নিৰুদ্শ পুলিচে বিচাৰি আছে কিয় গায়ক জনে আশ্রয় দিছিল উওৰ আছে যদি দিৱা ছোন 😂😂কাৰণ আমি জোনো ছৱ খৱৰ গায়ক / গায়িকা ৰ মেনেজাৰ এ দি থাকে সময়ে সময়ে 😅😅😊😊তেওঁলোকক। ছৱ মিলি আছে 😅😅
Axomiya xomajor biyat haldi, sangeet, drinks bodolikoron ai niyom bur ketiyar pora hongjujon hol 😂😂😂😂😂 moi aajiloike dekha nai karon moyu ajon axomor axomiya…
অ চুমি অ চুমি কত আছা তুমি ,
পুলিচে বিছাৰি খাইছে হাবাথুৰি ।
নভাবিবা তুমি বাছি যাম বুলি,
পুলিচে পালে উঘালিব চুলি।
ৰাইজৰ টকাৰে পাতিলা বিয়া,
এতিয়া আমাক উত্তৰ দিয়া।
মোবাইল টো খুলিলে,
চাব কে নোৱাৰি ।
আগত চুমি পাছত চুমি,
তুমি কিয় হলা চুৰুনি 😂😂
😂😂👏💥
Disa kin2 kiso 😂😂😂
😂😂
Bro selut🙏🙏🙏👋👌👌✌️🕺🕺
😂
অভিনেতা বিলাক যে বহুত লুভিয়া এই কথা টো বিশাল,,চুমি,, ভালকৈ গম পাইছিল,,, সেই কাৰণে সিহতক টুপী পিন্ধাই টকা বিলাক মাৰি খালে,,, ভাল কাম কৰিছে মোৰ মতে,,,
অসমৰ বহুতো জনপ্ৰিয় অভিনেত্ৰি দেখিলো কিন্তু এইগৰাকী উচ্চকাংখী খলনায়িকা এইয়াই প্ৰথম দেখিলো।
Nayak nahi khalanayak hu mai: Sumi
চুমিও মামুলি নহয় দেই!মহিলাও পিচপৰি থকা নাই!
This is called women empowerment 😂
সহজ সৰল দেউতাক কেতিয়াও হব নোঁৱাৰে,ধুৰন্ধৰ বাপেকৰ ধুৰন্ধৰ জীয়েক,বাপেকৰ ওপৰতও তদন্ত হলে পাপৰ টকাৰ ভাগ নোলাব তাৰ কি নিশ্চয়তা আছে,,,,নিজৰ ছোৱালীৰ বিয়াৰ খৰচৰ বিষয়ে দেউতাক মাকে একোৱেই নেজানে নে,,,নিমাষিতৰ অভিনয়েৰে তদন্তৰ পৰা সাৰিব বিচাৰিছে,,,,,
Mak sun recently Bali pora ghuri ahise😂😂😂😂
@@pampymalakar3343 বালি মানে ইন্দোনেচিয়া,৫লাখ মান খৰচ হৈছে ছাগে,,,
দুই নম্বৰী ,মুখা পিন্ধা ভদ্ৰলোক বহুত আচে
Akdom thik kotha koise
Kela . Dami gorikhon policea loi jabo atia ki hobo ki nohobo he2 sinta Kori hui uthi ahise news jua Karone . Papekor ogusorot jiake kot kenekoi iman poica paise nojonake ase neki kela . Honta /histra /moha/ dusto kela .
একো সহজ সৰল নহয়৷এইবোৰ সকলো নাটক৷জীয়েকৰ কৌটিটকীয়া বিয়াত চকু মুদা কুলিৰ ভাও ধৰিছিল৷
Jiyekor bhal beya kunu kothate mon nidia obadh swadhinatai taik bohu tololoi loi gol. Paouk atia hokoluye mojatu. Jiyekjonik iman ghinaise hokoluye bhal lagise mak deutakor. Toka kor pora ahise 5 kuti kharas koriboloi gharar manuhe najanakoi nishai thaka nai.
Exactly ..you nailed it..
😅😅😂
Bapek tuo Sudurbhai eta. Kothate gom pai.
Actually jiyek'r biya kotha usoriya suburik koi hekh hua nasil
সপোন বেচা সদাগৰ Superb dialogue
Smart meter অৰ কথা পাহৰি যোৱাৰ বাবে এই অভিযান চালিয়ে থাকিব। ৰৌ বৰালি গ্রেপ্তাৰ কেতিয়াও নহয়??? চুমি বৰাৰ গ্রেপটাৰ অসম পুলিচৰ ১ চেকেন্দৰ কাম। এইবোৰ ভেকুভাউনা হে।
আমি কিবা এটা কৰিলে জি ,এছ ,টি
ছুমি বৰাৰৰ কিবা কৰিলে একো
নাই ।
Police কি কৰি আছে এজনী ছোৱালীক ধৰিব পৰা নাই 😊😊 উগ্ৰপন্থীক কেনেকৈ ধৰিব
😂😂😂
কাকনো বুলিবি ককা, সকলোৰে দাৰি চুলি পকা। এইয়াই অসম দেশৰ বিখম কথা।
দীক্ষু বেলেগ মাল আছে....ভাল দুটা মান দিলে ওলাই পৰিব সকলো কথা....
এই কেতেঙা টোৱে ধন ঘটাৰ সমানে যদি দুটা মান ভাত খাই মাংস আনিলে হেঁতেন গাত অ। চেৰেং কৈ বাইদেউক হে বিচাৰিব লাগে এতিয়া
সত্ৰভূমিত বাহিৰৰ মানুহে মাটি কিনা নিষিদ্ধ হোৱাৰ পূৰ্বে মাজুলীত ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নীৰ | এইবোৰ বাতৰি কেতিয়া দিব???
Kim Jong'r patnir abhab hoise..
দীক্ষু বুলাটোক ভাল কৈ জেৰা কৰিলে সকলো কথা ওলাবও পাৰে।
১০০,গৰু, মাৰিলে, বাঘৰো মৰন, সুন্দৰ, নিউজ
আজিকালি মানুহৰ ইমান টকা আছে আমাৰহে একাউণ্ট একেবাৰে খালি ।
চুমি নাপাই দেই, আৰু কিমান Famous হবা, তোমাক টো এতিয়া অসমৰ বাহিৰে দেশৰ সকলো মানুহে চিনি পাইছে। আমাৰ অসম খনৰ নাম আৰু উচ্চা 📈 কৰি দিলা বাঃ চুমি বাঃ ।😂😂😂
লোকৰ টকা ই বিয়া পতাৰ লাজ লগা নাই চালা হাৰাম জাতি বনৰী
বিশাল সেই সৰু মাঠাই কিমানযে ডাঙৰ কাম কৰিলে। এক ৰাতিত হোটেলৰ ভাড়া 9 লাখ টকা। আমি কোনোদিন কল্পনাও কৰিব নোৱাৰো। ধন্যবাদ বিশাল তোমাৰ কাৰণে আমি বহু কথাই শিকিলো। হাহিথকা মুখৰ ছোৱালীজনীক তুমি কৌশলেৰে ব্যৱহাৰ কৰিলা। তোমাৰ কুৎবুদ্ধিক শলাগ ল'বই লাগিব।
❤❤❤
একো সহজ সৰল নহয়।। এইবোৰ সকলো নাটক.. জীয়েকৰ কৌটি টকীয়া বিয়াত চকু মুদা কুলিৰ ভাও ধৰিছিল।।অ চুমি অ চুমি ক'ত আছে তুমাক পুলিচে বিছাৰি খাইছে হাবাথুৰি। নভাবিবা তুমি বাছি যাম বুলি, নাভাবি বা চুমি অ কি কৰিলা তুমি চুমি.......😂😂😂😂
সমাজৰ এই তেজপিয়া বোৰৰো প্ৰতিতোপাল তেজ কাঢ়ি লৈ কাটি কাটি নিমখ দিব লাগে
কম টাবিজ নহয় ।শেষ কৰিলি অসম
আপোনালোকে ইমান চতুৰ ছোৱালী জনিৰ চকু কিতা কিয় ধাকি দিয়ে
এইজনীক আমাৰ মিছিং সম্প্ৰদায়ৰ এলবামত ও দেখিছোঁ। জাৰো মাৰাদি সবৰ পৰাই টকা মাৰে তাৰমানে। Very good 👍👍
বৰ ভাগ্য বান ছোৱালী কী খাই জন্ম হৈছিল অসমৰ গৌৰৱ
Crime Is Crime Not Consider
Tarkik r ghrr mnuh straight to sky😂
😊😊
লোকৰ টকা দি বিয়া পাতিব লাজ নালাগে আৰু সাধাৰণ ছোৱালী এজনীক পুলিচে ধৰিব পৰা নাই চোৰ কেনেকৈ ধৰিব হে
সকলো বস্তু ৰে সীমা আছে সীমা চেৰালে য় বিপদ
ভয় নাখাব বাঘ আহিলে CEMENT BLACK TIGER এইবাৰ আহি আছে বুলি গণ্য কৰা হৈছে চুমী বৰাৰ চলচিত্ৰ
Bohut dukh lagil deutak’r interview tu sai. Eman kosto korile gutei jibon dangor dighol koribole hekhot goi enekua he hol. Kiman hosa kiman misa moi najanu but hekhot ma deutak dukh diya nisina hoise
চুমিক এতিয়া অসম ছৰকাৰে
কি কৰিব ।
আমি কিবা কৰিলে জি,এছ,টি ।
এয়া কিয় হৈছে ।
আমি এটা মেছিন কিনিব নোৱাৰো
১৮ শতাং জি,এছ,টি।
একো নাই এ পইচা পালি সব ঠাণ্ডা হব চাবচোন
এইবোৰ কথা আজিহে ওলাইছে যে
আপোনাৰ ঘৰৰ নিৰ্মাণ কাৰ্য্যত ডালমিয়া চিমেন্ট ব্যৱহাৰ কৰিছিলনে? 😂😂
😂😂😂
এই সকল মীয়াতকৈ ভয়ংকৰ
ঠিকেই কৈছে মায়াই কমচে কম কষ্ট কৰি খায়।
আল্লাউদ্দীনৰ চাকিৰ ৰহস্য এইয়াই।দোষ কৰি লাভ নাই।চুমিৰ হাততেই এই চাকি আছিল। এতিয়া প্ৰশ্ন,চাকিগচি ধিমিক ধামাক পোহৰক কোনে উজ্বলাই তুলিলে?😊
Sume bohut dami dai
তাৰ্তিক বৰা Innocent 😮
আটক কৰাত সহায় কৰক আপোনালোকে
দীক্ষু এতিয়া ধোৱা তুলসীৰ পাত ওলাইছে। ইয়াক বোলে বিলাসী গাড়ী উপহাৰ দিছে। দিপলীনা ডেকা আৰু যতীন বৰা ও গৈছিল উদয়পুৰ। সংবাদ মাধ্যমে প্ৰশ্ন কৰক তেওঁলোকক।
Right
চুমি Happy Teachers Day 😂😂 তোমাক দেখি এতিয়া আমাৰ কিছুমান ল'ৰা ছোৱালী বোৰ এই কামত আগ বাঢ়িব এতিয়া। 😂😂
শুনিবলৈ বেয়া যদি ও কওঁ,
মই কিন্তু প্রথমৰ পৰা এ চুমি বৰাক ভাল নাপাওঁ।
তেওঁ থকা এলবাম বা গান মই নাচাওঁ।
টকা।দিয়াগিটা।ধৰক
২০ Corore টকাৰে বিয়া পাতি এতিয়া এনেকৈ পলাই ফুৰিব লাজ লগা নাই তোৰ ,সেই বিয়াত সৰচ কৰা টান খনি যদি বিকলিংগ লৰা ছোৱালী খিনিক যদি সহায় কৰিলা হয় হয়তো ৰাইজে অলপ হ'লেও ভাল বুলি ক'লে হয় , কিন্তু এতিয়া তোক ভগৱানেও মাফ নকৰে , বেলেগৰ টকাৰে বিলাশি জীৱন কটাব লাজ লগা নাছিল তহতৰ ধুনীয়া হ'লে কি হ'ব যদি সংস্কাৰ এ নিশিকিলা ,এতিয়া যে এনেকৈ পলাই ফুৰিচা লাজ লগা নাই,চিহ
Fakhi meli Jai uri jai sumi Bora
😊
Moja ...
সহজ সৰল দেউতাকে সুধিব লাগিছিল ইমান টকা কত পালে বুলি । মা দেউতাক ঘৰৰ পৰিয়াল ভুল । মই যদি প্রতি মাহত দিয়া কৈ 1টকা বেছি দিওঁ সুধে কত পালি বুলিব। কেতিয়াবা নিজৰ খৰছ কম বেছি হয় সেই কম বেছি দিওঁ
জব আদালত বেছিদিন নাৰখে দিয়ক সিহত ওলাই আহিব বৰ বেছিদিন নালাগে ।
আমাৰ কিছুমান মানুহৰ এনেকুৱা মানসিকতা সৃষ্টি হৈছে যে তেওঁলোকে মযুৰক দেখি ঘনচিৰিকাই পেষন ধৰাৰ নিচিনা হৈছে। টকাৰ লোভ আৰু বিলাসী জীৱনতকৈ একোৱেই আগত দেখা পোৱা নাছিল। এই বিলাকক চন্টেল জেললৈ পঠালে হ'ল। তাতেই বিলাসী জীৱন কাতক।
Manish Malhotrai jadi newstu gom pise Manisheu vabise sage wo eijonie lukor poisai sur kora poisai dress bonuale😂
অকাত নাই তাই হাহি তো দেখি!লে থু পেলাব মন যায় ।বিয়া খন চা তাই বাপেকৰ টকা ।অসমিয়াত বাৰেঘ।।।।।।।।।।দ
Kio anekuwa korile e 😢
চুমি মানে বিশাল চুৰ😅😅😅😅😅😅😅😅😅😅
Where is sumi ?
গামোচা খন আকৌ কিয় লৈছা এইবাৰ আকৌ নতুন কৌশল নেকি অসমীয়া মানুহৰ আৱেগৰ লগত খেলা আৰম্ভ কৰিছে আৰু
😂😂😂😂😂😂
Sumigoback 7:25 ❤ 7:42 ok ok
Valka inquiry korok.. Sob ulai poribo.. Sumi😂😂😂
Jay ma lokshmi
আচল কথাটো ৰাইজে বুজিয়ে পোৱা নাই। বৰ্তমান পৰিস্থিতিত উজনি অসমৰ মাটি আৰু চাহ বাগান মামীৰ বাহিৰে কোনেও ক্ৰয় কৰিব নোৱাৰে। বিশাল ফুকনে তাৰকিকৰ নামত বাগান ক্ৰয় কৰাটোৱেই কাল হল। পিছে বিশালৰ ট্টেডিঙত টকা বিনিয়োগ কৰা ৰাইজৰ ভাল হ'ল নে বেয়া হ'ল সেইটো সময়ত হে গম পাব। কাৰণ তেওঁ ধন বিনিয়োগ কৰা ৰাইজক যদি টকা সঠিক ভাবে ঘূৰাই দি আছিল তেন্তে এই পাকচক্ৰত পৰি এতিয়া নিদিলেও হ'ব আৰু শেষত নিৰ্বাচন আগত বিশালৰ লগত বিশাল অঙ্কটৌ কৰি পেলাব।
বাকী স্বপনীল ইত্যাদিৰ লগতো অংক হ'ব। বিনিয়োগ কৰা ৰাইজে একো নাপায় বা পাব লগাটো হেৰুৱালে।
More
চুমি অ চুমি কত আছা তুমি ,
পুলিচে বিচাৰি খাইছে হাবাথুৰি ।
নাভাৱিবা তুমি বাছি যাম বুলি ,
পুলিচে পালে উঘালিব চুলি ।
ৰাইজৰ টকাৰে পাতিলা বিয়া ,
এতিয়া আমাক উত্তৰ দিয়া 😀😀🫣🤭।
ফেচবুকটো খুলিবই নোৱাৰি,
আগলৈ গলেও চুমি পিচলৈ গলেও চুমি
Miss koisa apuni
Jail ot Goleu Jabo Nijor Sokh pura kori lole😅😅😅😅😅
Mr. Vishal is a very intelligent person.
He knows very well that the Assamese people are very greedy and foolish.
Just for getting 8% interest per year, they have given away their hard earned money without any inquiry about the genuineness of the investment.
" Money will make you more of what you already are. If you're not a nice person, money's going to make you a despicable individual. If you're a good person, money's going to make you a better person. "
- Bob Proctor
Dikshu is not a ধোৱা তুলসীৰ পাত 😂
২২ বছৰ বয়সতে ২০০০ কোটি কেনেকৈ সম্ভৱ😢এইৱোৰ হৈছে কলা ধন বগা কৰাৰ উপায়। ছৱ মিলি আছে 😅😅আৰু সহজ মানুহক মূখ্ কিয় বনায় যোৱা ৩ দিন ধৰি চুমি বৰাৰ নিউজ দি আছে যে চুমি বৰা নিৰুদ্শ পুলিচে বিচাৰি আছে কিয় গায়ক জনে আশ্রয় দিছিল উওৰ আছে যদি দিৱা ছোন 😂😂কাৰণ আমি জোনো ছৱ খৱৰ গায়ক / গায়িকা ৰ মেনেজাৰ এ দি থাকে সময়ে সময়ে 😅😅😊😊তেওঁলোকক। ছৱ মিলি আছে 😅😅
Mojato belege loi ase😂
Sab mili ase
Anji sumi Kali sumi sangbadig bhí
আমাৰ মানুহবোৰ বুৰবক😅😅😅😢
😂😂😂😂😂😂😂😂😂😂😂
কোনো কম নহয়।।বাকি আইনে বিছাৰ কৰিব
Newest chenal bur bohut pl2 hoi kisuman dai
Sumi e prothom kholonakia aru Last e houk jate
Jail ketiya haba...jaldi jaldi jailr khabar lage.....
Motivational kori diak sumi 😂
Patilua bhaike eman kharos korise kio
বিয়ালৈ যোৱা অসমৰ অতিথি সকল ধোৱা তুলসীৰ পাত নহয় কিন্ত😂😂
Right kotha koise👍
ৰ আখৰ ৰ উচ্ছাৰণ শুনি বৰ কিবা লাগিছে ইমান নাটকীয় যে
😂
😂
দুদিনৰ enjoy.. চিৰদিনৰ ভিক্ষাৰী ।
পুলিচে কি কৰি থাকে যেতিয়ালৈকে media ত কথা বিলাক নাহে। Information দিয়াৰ পিছত কিয় action নলয় অথবা কি action লয়? নে অপৰাধীৰ লগতহে বুজাবুজি হয়? অলপ দিন পিছত চাব সব ঠাণ্ডা হৈ যাব আৰু হয়তো অপৰাধী সকলে আকৌ Levish Lifestyle কৰি থাকিব ?? আজিকালি চৰকাৰে ইমান নিযুক্তি দিছে পুলিচত, কিন্তু চোৰ, ডকাইত, fraud আদি বাঢ়িছে দেখোন। আজিকালি দৰমহা বেছি, ঘৰ বনাবলৈ loan পায়, চৰকাৰে চাৰিচকীয়া দুচকীয়া বাহন দিছে। ৰাইজে চোৱা উচিত এক বছৰত কিমান case আহিছে পুলিচৰ ওচৰত আৰু কিমান solve হৈছে। আগৰ মন্দিৰ নামঘৰ আদিত যি শাস্তি দিছিল সেইয়া বহুত কামৰ আছিল। আগতে অপৰাধী সকলে ভগৱানক ভয় খাইছিল কিন্তু আজিকালি Justice system ক বুঢ়া আঙুলি দেখুৱাই দিয়ে দেখোন। Justice system লৈ সাধাৰণ মানুহৰহে ভয় লাগে। সাধাৰণ মানুহৰ অবস্থা ফুটবলৰ দৰে হৈছে, অপৰাধ আৰু Justice System দুটাইৰ পৰা দুখ কষ্টহে পায় দেখোন? এতিয়া যিসকলৰ টকা ডুবিল তেওঁলোকে যে টকা ঘূৰাই পাব তাৰ আশা একেবাৰে কম চাগে কিন্তু কিছুমানে হয়তো টকাৰ ভাগ পায় যাব? এতিয়ালৈকে fraud কেইবাটাও ধৰিবই পৰা নাই
বলিদিয়ক
Ehoto kom nohoyde..
Jitu sanbadike interview Loise tekhete ako Poisa demands kore 😹
Lottery lagile sage
2 nonbori maldar r osarat dhan lovi saldare aathu lowa karjya🧐
Where is VICTOR KHAN??? 😂
মূৰ্ষ মানুহ বে সকলো
Sumi r bapaok o enquiry hobo lage
চকুগিটা কিয় ঢাকি দিছে
অসমীয়া মানুহৰ Tallent ৰ অভাৱ নাই
Show off' kor aru pali moja bokaachuddi.....
লাজনাপায়
৯লাখ টোকটো ভাবি আছোঁ🤔
Axomiya xomajor biyat haldi, sangeet, drinks bodolikoron ai niyom bur ketiyar pora hongjujon hol 😂😂😂😂😂 moi aajiloike dekha nai karon moyu ajon axomor axomiya…