মুখ্য অতিথি ড০ পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰ মাজুলী অসম || সোণালী জয়ন্তী

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.พ. 2024
  • মুখ্য অতিথি ড০ পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰ মাজুলী অসম
    বৈদিক সনাতন সমাজ
    চাউলধোৱা লেগাচুং বালিগাঁও শাখা নামঘৰ
    সোণালী জয়ন্তী
    নামঘৰৰ সংখ্যা বৃদ্ধি কৰিলেই আমাৰ মানসিকতাৰ উন্নতি হ'ব নে
    #nitumoni saikia
    rontu saikia
    rontu saikia bhagawat path
    #rontu saikia bhagawat path
    rontusaikia
    #mondira bhorali
    bhagawat path
    pranjit gogoi
    pranjit gogoi bhagawat path
    bhagawat
    ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ
    স্থান খুটিকটীয়া নামঘৰ হাৱাজান
    pranjit gogoibhagawat ptha
    pranjit gogoi
    ভাগৱত পাঠ
    #ভক্তিৰ সাগৰ
    #voktir sagor
    bhaktir sagor
    #bhakti Sagar
    #pranjit gogoi bhagawat path
    Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

ความคิดเห็น • 36

  • @apranakalita4586
    @apranakalita4586 4 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ প্ৰভু সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ 🙏🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 หลายเดือนก่อน +4

    অতি সুন্দৰ আৰু সময়োপযোগী বক্তৃতা প্ৰদান কৰি আমাৰ সকলোৰে উপকৃত কৰিলে।এক জ্ঞান গৰ্ভ বক্তৃতা আমাৰ উঠি অহা প্ৰজন্মক এক সুন্দৰ পথৰ সন্ধান দিব। তেওঁৰ সৰলতাই মহানতাৰ পৰিচয় ।

  • @jayantaborsaikia6311
    @jayantaborsaikia6311 5 หลายเดือนก่อน +2

    Jay guru shankar...prabhu

  • @nitaligogoi6161
    @nitaligogoi6161 4 หลายเดือนก่อน +2

    কৃষ্ণ প্ৰভু ঈশ্বৰ

  • @gautambora403
    @gautambora403 4 หลายเดือนก่อน +2

    কৃষ্ণ।।🙏🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 4 หลายเดือนก่อน +2

    Ramkrishna

  • @manasdeka6801
    @manasdeka6801 5 หลายเดือนก่อน +2

    Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari

  • @nikunjoSonowal
    @nikunjoSonowal 5 หลายเดือนก่อน +2

    কৃষ্ণ বাপ ঈশ্বৰ প্ৰনামহে জনাইছো ।

  • @daisyrabha2343
    @daisyrabha2343 4 หลายเดือนก่อน +1

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏

  • @gitikakalita5413
    @gitikakalita5413 5 หลายเดือนก่อน +2

    Krishna. 🙏. Krishna

  • @JanokiDevi
    @JanokiDevi 3 หลายเดือนก่อน +1

    Krishna krishna

  • @junumech7558
    @junumech7558 5 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ প্ৰভু জনা শ্ৰী চৰণ কমল ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ

  • @aparajitatamuli7273
    @aparajitatamuli7273 5 หลายเดือนก่อน +2

    ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ নাৰায়ন বিষ্ণু গোবিন্দ ❤কৃষ্ণ❤

  • @jayasaharia5055
    @jayasaharia5055 13 วันที่ผ่านมา +1

    পুজ্যপাদ প্ৰভুক ভকত প্ৰাণ ৰাইজ সৱাৰে চৰণ কমলত সেৱা জনালোঁ। কৃষ্ণ🙏🙏

  • @bharatiborah8630
    @bharatiborah8630 4 หลายเดือนก่อน +1

    দূৰৰ পৰাই প্ৰভূ জনাক সেৱা জনাইছোঁ গ্ৰ্হন কৰে যেন সো শৰীৰৰে সন্মুখৰ পৰা তেখেতৰ মূখৰ মধুৰ বাণী শুনিবলৈ পোৱাতোও ভাগ্যৰ কথা।

  • @sanahigogoi381
    @sanahigogoi381 5 หลายเดือนก่อน +3

    জয় আই অসম আপুনিইমাই সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে ভগৱানে কুশলে ৰাখক

  • @bipulkalita6116
    @bipulkalita6116 5 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আপোনাৰ দীৰ্ঘাউ কামনা কৰিছোঁ 🙏🙏🙏🙏

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 5 หลายเดือนก่อน +3

    Krishna Krishna Krishna prabhudev pronam and huprovat to you all.

  • @nilimarajbongshi6157
    @nilimarajbongshi6157 5 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ হৰি হৰি। ৰাম ৰাম

  • @rinakalita927
    @rinakalita927 5 หลายเดือนก่อน +2

    অতি হৃদয়স্পৰ্শী মননশীল ব্যাখ্যা প্ৰভু আপোনাৰ শ্ৰী চৰণত কৌটি কৌটি প্ৰণাম জনাইছোঁ ৷

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 4 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ গোবিন্দ প্ৰভু গুৰুদেৱ প্ৰনাম গ্ৰহণ কৰিব।।

  • @muninoza4944
    @muninoza4944 5 หลายเดือนก่อน +3

    সকলোকে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ উপদেশ দিয়ক ভকতৰ সঙগত থাকি ভাগৱতত পোৱা কথা বিলাক পালন কৰিবলৈ উপদেশ দিয়ক । জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ।

  • @ranjitsaikia4582
    @ranjitsaikia4582 5 หลายเดือนก่อน +2

    কৃষ্ণ সুন্দৰ

  • @bijayaborgohain3807
    @bijayaborgohain3807 5 หลายเดือนก่อน +2

    কৃষ্ণ, কৃষ্ণ প্ৰভু ঈশ্বৰ, ভক্তি ভৰা সেৱা জনালোঁ।

  • @urmilabordoloi5725
    @urmilabordoloi5725 5 หลายเดือนก่อน +2

    কৃষ্ণ, 🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 หลายเดือนก่อน +2

    ❤❤❤ কৃষ্ণ, কৃষ্ণ , কৃষ্ণ। সএৰাধিকাৰ গৰাকীয়ে দিয়া আধ্যাত্মিক ভাষনত তেওঁৰ গভীৰ অধ্যয়নশীল আৰু জ্ঞানপিপাসু মনৰ উমান পোৱা যায়।

  • @kothalbaripodumonichetiaga7758
    @kothalbaripodumonichetiaga7758 5 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক ❤❤❤❤❤ Tarulata Bhuyan

  • @parulborgohain8511
    @parulborgohain8511 5 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ সেৱ জনালোঁ

  • @lunashreehazarika
    @lunashreehazarika 5 หลายเดือนก่อน +2

  • @keshabbora7742
    @keshabbora7742 5 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ইশ্বৰ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @user-mt1fd6hu6e
    @user-mt1fd6hu6e 5 หลายเดือนก่อน +2

    Krishna

  • @rupalibora170
    @rupalibora170 5 หลายเดือนก่อน +2

    Krishna probhu

  • @rekhamonigogoi5063
    @rekhamonigogoi5063 5 หลายเดือนก่อน +3

    Mahapravu Deva goswami Shree soranot xota kowti pranam jonaisu

  • @mainabordoloi2479
    @mainabordoloi2479 5 หลายเดือนก่อน +2

    কৃষ্ণ প্ৰভু ঈশ্বৰৰ শ্ৰী চৰণত ভক্তিভৰা সেৱা জনালো🙏

  • @pallabikagohain5720
    @pallabikagohain5720 5 หลายเดือนก่อน +2

    Jagat Guru Sankar Ananta Eswar Parbhu Krishna or Mahan Dharat Broti Thoka Boishnab Habar Saron Pankoja Huwa Nibadisu 🙏 Krishna Krishna Krishna 🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 หลายเดือนก่อน +2

    অতি সুন্দৰ আৰু সময়োপযোগী বক্তৃতা প্ৰদান কৰি আমাৰ সকলোৰে উপকৃত কৰিলে।এক জ্ঞান গৰ্ভ বক্তৃতা আমাৰ উঠি অহা প্ৰজন্মক এক সুন্দৰ পথৰ সন্ধান দিব। তেওঁৰ সৰলতাই মহানতাৰ পৰিচয় ।