হাজং নৃত্য ।। Hajong Tribe Dance

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 มิ.ย. 2024
  • হাজং সকল অসমৰ অন্যতম জনগোষ্ঠী। অসমৰ লগতে মেঘালয়, অৰুণাচল আৰু চুবুৰীয়া বৈদেশিক ৰাষ্ট্ৰ বাংলাদেশ হ’ল হাজং জনগোষ্ঠীৰ বসতিস্থল। জনগোষ্ঠীটোৰ গোৱালপাৰা জিলাৰ পৰা অহা সাংস্কৃতিক দলটিয়ে ২০২৩ বৰ্ষৰ চানডুবি উৎসৱত এটি জনপ্ৰিয় নাচ পৰিৱেশন কৰিছিল।
    The Hajongs are one of the largest Ethnic Groups of Assam. Assam, Meghalaya, Arunachal Pradesh and neighbouring foreign country Bangladesh are home to the Hajong people. The Cultural group from Goalpara district of the community performed a popular dance at the Chandubi Festival in 2023.
  • บันเทิง

ความคิดเห็น • 1