- 259
- 87 368
Chandubi News
India
เข้าร่วมเมื่อ 18 พ.ย. 2019
Content includes News, Travel, Entertainement, Vlogging etc.
মিৰ্জা-চানডুবি পথৰ কাষতে মুদুকী বজাৰ ।।
দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমাঞ্চলৰ চানডুবি বিলৰ কাষৰীয়া সাপ্তাহিক শনিবৰীয়া বজাৰ মুদুকী। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এটি বৃহৎ এলেকা এই বজাৰখনৰ ওপৰত নিৰ্ভৰশীল। মেঘালয়ৰ খাছি-গাৰো আদি লোকসকলে খাদ্য, বস্ত্ৰ, জীৱন-দায়িনী ঔষধকে আদিকৰি অত্যাৱশ্যকীয় সা-সামগ্ৰী এই বজাৰখনৰ পৰাই সংগ্ৰহ কৰে।
มุมมอง: 81
วีดีโอ
চানডুবি বিলৰ পাৰত নিৰ্মাণ কৰা বন বিভাগৰ এটি বিক্ৰী কেন্দ্ৰ জহি-খহি গৈছে
มุมมอง 1016 ชั่วโมงที่ผ่านมา
চানডুবি বিলৰ পাৰত নিৰ্মাণ কৰা বন বিভাগৰ এটি বিক্ৰী কেন্দ্ৰ জহি-খহি গৈছে
ৰাণী-মাইৰাং পথেৰে এটি যাত্ৰা
มุมมอง 49วันที่ผ่านมา
ব্ৰিটিছ চাহাব ডেভিদ স্কটে নিৰ্মাণ কৰা সপোনৰ পথটোৰে এদিন
আমকাৰবাই লেক।। AMKYRBAI LAKE
มุมมอง 5วันที่ผ่านมา
মেঘালয়ৰ ৰি-ভয় জিলাৰ জিৰাং এলেকাত অৱস্থিত আমকাৰবাই লেক। আমকাৰবাই খাছি ভাষাৰ শব্দ। আম মানে- পানী, কাৰবাই মানে- বনৰৌ। জুৰি আকাৰৰ ঠাইখন বনৰৌ বাসস্থান আছিল। সেয়ে ঠাইখনক খাছিলোক সকলে আমকাৰবাই বুলিছিল।
২০২৫ বৰ্ষৰ চানডুবি উৎসৱৰ প্ৰস্তুতি চলিছে
มุมมอง 4314 วันที่ผ่านมา
২০২৫ বৰ্ষৰ ১জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূৰ্চীৰে উদযাপন হ'ব চানডুবি উৎসৱ। দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ঐতিহাসিক চানডুবি বিলৰ বাকৰিত চলিছে ২০২৫ বৰ্ষৰ চানডুবি উৎসৱৰ প্ৰস্তুতি
খোপদিয়াত ৰাইজে ধান কাটিলে
มุมมอง 3114 วันที่ผ่านมา
দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকা তথা বৰদুৱাৰ মৌজাৰ খোপদিয়া গাঁৱৰ ৰাইজে সমূহীয়াভাৱে ধান কটা দৃশ্য
ৰাভাসকলৰ ৰজা বংশৰ সমূহীয়া ধান কটা পৰ্ব
มุมมอง 3714 วันที่ผ่านมา
দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ মুদুকীত ৰাভাসকলৰ ৰজা বংশৰ সমূহীয়া ধান কটা পৰ্ব
মাটাইখাৰত স্বাস্থ্য সেৱা উৎসৱ @news
มุมมอง 2321 วันที่ผ่านมา
সমগ্ৰ ৰাজ্যজুৰি ৩ ডিচেম্বৰৰপৰা আৰম্ভ হৈছে ‘স্বাস্থ্য সেৱা উৎসৱ’ৰ তৃতীয়টো সংস্কৰণ। এই উৎসৱ ৫ ডিচেম্বৰলৈকে চলিব। জনসাধাৰণৰ স্বাস্থ্য আৰু স্বাস্থ্যৰ গুণগত মান উন্নত কৰাৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যখনৰ লগতে কামৰূপ জিলাতো পালন কৰা হৈছে স্বাস্থ্য সেৱা উৎসৱ। পশ্চিম গুৱাহাটী সমষ্টিৰ অসম-মেঘালয় সীমাঞ্চলৰ মাটাইখাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো ৪ নৱেম্বৰত উলহ-মালহেৰে পালন কৰা হয় স্বাস্থ্য সেৱা উৎসৱ।
লোহাৰঘাটত চতুৰ্থ বাৰ্ষিক বিপিন ৰাভা সোঁৱৰণি ফুটবল প্ৰতিযোগিতা
มุมมอง 71หลายเดือนก่อน
লোহাৰঘাটত চতুৰ্থ বাৰ্ষিক বিপিন ৰাভা সোঁৱৰণি ফুটবল প্ৰতিযোগিতা
2025 বৰ্ষৰ চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন
มุมมอง 647หลายเดือนก่อน
2025 বৰ্ষৰ চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন
ৰাণীৰ বেলগুৰিত দুৰ্গাপূজা || DURGAPUJA
มุมมอง 1032 หลายเดือนก่อน
ৰাণীৰ বেলগুৰিত দুৰ্গাপূজা || DURGAPUJA
প্ৰথমবাৰ আমৰাঙ্গা-বৰিহাটত শাৰদীয় দুৰ্গাপূজা
มุมมอง 2732 หลายเดือนก่อน
প্ৰথমবাৰ আমৰাঙ্গা-বৰিহাটত শাৰদীয় দুৰ্গাপূজা
ৰাণী পাটহালধীয়াত চোৰাং কাঠৰ গাড়ী জব্দ
มุมมอง 1892 หลายเดือนก่อน
ৰাণী পাটহালধীয়াত চোৰাং কাঠৰ গাড়ী জব্দ
ৰাণীৰ কাৰ্মেল স্কুলত গো-মাংসক কেন্দ্ৰকৰি উত্তাল পৰিস্থিতি
มุมมอง 4.8K3 หลายเดือนก่อน
ৰাণীৰ কাৰ্মেল স্কুলত গো-মাংসক কেন্দ্ৰকৰি উত্তাল পৰিস্থিতি
Ki news ye bal
সুন্দৰ ভাল লাগিল 🎉🎉🎉❤❤❤
নতুন বদ্ধু হলু দাদা খুবেই ধুনীয়া ঠাই ভাল লাগিছে আপোনাৰ ভিদিঅ 🎉🎉🎉🎉❤❤❤❤
Dhuniya hoise ❤️❤️❤️❤️
Laki 🔥🔥🔥🔥🔥
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
👎👎👎👎💩💩💩💩💩💩😡😡😡😡😡😠😠😠😠😠😇😇😇
সুন্দৰ পৰিৱেশ ❤❤❤❤
ধুনীয়া হৈছে । বগেজাৰী নৃত্যটো দিব
Joi maa
আপোনালোকেই কিয় সেই খন স্কুলত শিশুসকলোক দিছা ভুল কাৰ বুজিছা ৰানীবাসা ।
আমৰাঙ্গা বৰিহাটৰ মিনি ষ্টেডিয়াম খেল পথাৰত অনুষ্ঠিত কৰা সাৰ্বজনীন শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ বিদায় বেলাত অশ্ৰু অঞ্জলিৰে ভক্তপ্ৰাণ ৰাইজে দেৱীক অহা বছৰ আকৌ অহাৰ আবাহন জনাই বিসৰ্জন দিয়ে।এই সুমধুৰ আবেলি অজস্ৰ ভক্তই হাঁহি আনন্দেৰে নাচি বাগি লৈ গৈ দেৱীক জগলীয়া নৈ,যি জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামী বাইদেউৰ মৰমৰ নৈ,সেই নৈৰ বুকুত উটুৱাই দিয়ে কান্দি কান্দি। সুন্দৰ হৈছে ভিডিঅ'টো , ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক 🙏🥰
উন্নন খন্দই হওক বা পচ্ঞায়তেই হওক সকলোতে পুনৰ নিদ্ধাৰণ , তথাপি সেইখন চৰকাৰকে তুলি লৈছা এনে হবই
আৰু যে কি কি কৰিব ।
Vl lgil ❤
Nak Kati di principal r
Is bamboo dance a rabha tradition?
No, this bamboo dance is Tiwa (Laloong) Tribes
Nice pic
thanks
Nice video
thanks
Nice
thanks
Good news
Nice
Thanks
Nice vedio
tqs
Nice dance
So much
Nice
moja
Mur chandubi te ghar
ধন্যবাদ। কেতিয়াবা ল'গ কৰিম দে
Nice 🎉🎉
thanks
Mok loi jabo eyaloi
Its not manipuri dance bro😅
They r naga not manipurii
বাওঁখোযেন bodo লাগিছে
তেঁও লোকৰ phone number দিব পাৰিব নেকি
Oti Hundor ❤️👍👍
Mojja love from rani
Vedio salu aponar Val lagil saport kuri jam aaguwai jowa.sascribe kurilu 👍👍👍 mor channel tu sabo dei sascribe kuribo 🙏🙏🙏
subscribe korisu
Vaal lagise....kot!
গুৱাহাটীৰ বশিষ্ঠ মন্দিৰত
মজা
nice moi o goicilu akha koru mor o frind hiba
ঠিক আছে চাবচক্ৰাইব কৰি দিছো
ⁿⁱᶜᵉ🙏
Nice place.