ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মিঞা বুলি হাঁহি থাকোতে পঞ্চম বাৰলৈ বিশ্ববিখ্যাত বিজ্ঞানীজন হল ধুবুৰীৰ এজন মিঞা অসমীয়া ।
অভিজিত শৰ্মা ডাঙৰীয়াই যুক্তিসংগত কথা কৈছে। তেওঁক ধন্যবাদ জনালো।
অসমীয়ালৈ এক সুন্দৰ বাৰ্তা।
সচা কথা কৈছে দাদা,আপোনি কোৱাৰ দৰে ৰাজনীতি বাদদি অসমৰ বাবে ভাল চিন্তা কৰিব লাগে
আপোনাৰ যুক্তিক সন্মান জনাইছোঁ। মিয়া মিয়া কৰি থাকোঁতেই অসমীয়া পিছ পৰি গৈ আছে। Don't Worry মিয়া আগুৱাই যায় thakibo। কোনেও ৰখাব নোৱাৰে। মিয়া এটা কৰ্মী জাতি। যিমানেই কোনো জাতি নিৰ্যতিত হব সিমানেই জাতি আগুৱাই যাব। Be positive and অসমীয়াই কাম কৰা শিকক।
বৰ ভাল কথা অৱতাৰণা কৰিছে।
অসমীয়া ৰ প্ৰতি কাৰো আন্তৰিকতা নাই মাথো ৰাজনীতি সকলোকে টকা লাগে । জনতাই সকলো বুজি পাইছে 26ত উত্তৰ দিব।
উত্তৰ কেনেকৈ দিব মিঞা ৰাজনীতি কৰি আকৌ জিকিব।মিঞাক গালি দি সকলোৱে সুখপায়, শান্তি পায়।
সদায় দুখীয়াৰে মৰণ ভাই 😢😢 ধনীক কোনো আইনে হৰোৱাব নোৱাৰে ।
ৰাইজে মীয়া ৰাজনীতিৰবুজী পালে
Right Abhijit Sharma Da 🙏
Xuni lo bhalke.....e eta anti muslim johora hain
Aponar Kotha bor Val lagil xuni bhut positive ase aponar Kothat
Moja vhal kotha koise❤❤❤❤❤❤❤
Right
ভূপেন দাই এই সকলক ন-অসমীয়া বুলি অভিহিত কৰিছিল । ফাউণ্ডেশ্যনৰ টকা ডাক্তৰ ইঞ্জিনিয়াৰিং বনোৱাত খৰচ কৰিলে মাটি, ৰিজোৰ্ট আৰু চাহ বাগিচা কেনেকৈ কনিব 😋😋😋⁉️⁉️⁉️
মিয়া ৰাজনিতীৰহে এটা শব্দ।আজমলৰ ভাল কাম বিলাকো সংবাদ মাধ্যমে নেদেখে।
ঠিক প্ৰশ্ন
মিয়া মিয়া বুলি চিঞৰি থাকিলে সকলো maf আছে আৰু মিয়া বুলি কৈ থাকিলে বয় বস্তুৰ দাম বাৰিলেও কোনো কথা নাই , স্মাৰ্ট মিটাৰ লগালে কোনো objection নাই , খালি মিয়া মিয়া বুলি চিঞৰি থাকিলে হব ,
Kotha tu bujhila
এতিয়া অসম ৫ নং দূখীয়া ৰাজ্যত অন্তৰ্ভুক্ত ।😢
5 নং নহয় ১ নং
Right bhai Val lagil
হিমন্ত বিশ্ব শৰ্মা ই মিঞাৰ প্ৰেমত পাগল হৈছে
আপোনাৰ কথাবোৰ ভাল লাগিল। অশেষ ধন্যবাদ❤❤❤❤❤❤❤❤❤❤❤
অভিজৎ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী মহোদয়ে দিব বুলি আশা |
CM a prochna uttar Tulunga monttoboy dibo buli akha korilu .
অতি সুন্দৰ ❤❤
Good question
মজা কথা কৈছে দাদাই
ঠিক কথা অসমীয়া ল’ৰাবোৰক খিলঞ্জীয় ৰক্ষাৰ নামত কোনোবা ৰাজনৈতিক দলে পৰোক্ষভাৱে বা প্ৰত্যক্ষ ভাবে ব্যৱহাৰ কৰি অকৰ্মণ্য কৰি তুলিব ৷ৰাজনীতিৰ দালালৰ উদ্দেশ্য ঠিকেই পুৰণ হব কিন্তু নিষ্কৰ্মা হব জাতীয় সংগঠনৰ লৰা বিলাক ৷এতিয়া আমি যাক লেইলেই ছেইছেই কৰি আছো তেওঁলোকে আমাক শাসন কৰিব ৷এইয়াই আমাৰ কৰ্ম বিমুখ অসমীয়াৰ সোণালী ভবিষ্যত ৷
Actual speech .bohut val lagel.
সুন্দৰ কথা কৈছে
আপুনী অসম বাসীৰ বাবে কান্দে thanks
100'/, right sir
কিয় নহ'ব? আজি অতোবছৰে মিয়া মিয়া বুলি চিঞৰিয়াছে আজি লৈ অসমীয়া সকল বহুত আগবাঢ়ি বাঢ়িল, এনেকৈয়ে আগুৱাই থাকিব।
You are Right ❤🎉
Excellent. Salute.
Great
Thanks abijit da i like your thinking
Moi apunar kathat akmot
100% Right
Abhijit Bhai tumak salute,borhia kotha koise apuni, practical houk amar Axom bashi tetiyahe unnati hobo
Bery good
Thik kotha
Very very thanks for your real talks
Apnk moi personally janu you are genius a big thanks to you and pray for your good health this is a motivational speech
World No 1 katha sir
Absolutely right
Dhanyabad. Hoityo kothabilak kuar babe
Right sir
Thanks you ,good speech
You right
Hundor kotha
All rights
একদম সঁচা কথা ! এই মূখ্যমন্ত্ৰী জনে জাতিৰ হৈ কৰিছেনো কি ? অসম চুক্তিৰ নস্যাৎ NRC ক অৱজ্ঞা, ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মনিনলোৱা আদি তেওঁৰ কৃতিত্ব! হিতাধিকাৰী সৃষ্টি কৰি জাতি ৰক্ষা কৰিম বুলি ভাবিছে নেকি?
So nice 🎉🎉🎉🎉
Barhiya dada
Khub khundar kotha... Okhom khunor tetiahe hobo jetia okhomia purnago rupot nijok gorh dibo
VaryGood
Thanks dangoria
সত্য বচন
Thanks Dada
Absolutely Right Right Speech Sir ❤❤❤
Bohut thik kotha koise sarkare khilonjiar permanent solution karone kiba korok...
Right 👍
Right sar
Right kotà koise sir thank you sir
Good advice
আপোনাৰ কথা বহুত ভাল লাগিছে, কিন্তু নেতা পালিনেতা ৰ chamsa বিলক হে বুজি নাপায়।
ডাৰউইনৰ মতবাদৰ মতে,"Survival of the fittest" . মতবাদ টো প্ৰত্যেক জন অসমীয়াই হৃদয়াঙ্গম কৰাটো অতী প্ৰয়োজনীয়,আজিৰ অসমীয়াই কি কৰিছে আৰু মিঞাঁই কি কৰিছে বিচাৰ কৰি চাওক অসমীয়া,মিঞাঁই পকা মিস্ত্ৰীৰ যোগালি কৰে ৰাতি ১টা বজালিকে কিতাপ পঢ়ে,তেনে দৰেই ভালে কইজনমান ল'ৰাই চিত দখল কৰি এতিয়া AMCৰ পৰা Dibrugarh ৰ পৰা ডাক্তৰ হৈ ওলাইছিল/ওলাইছে/ ওলাৱ ,খবৰ কৰিলেই গ'ম পাৱ।আজি মিঞাঁ সকলে সকলো কামকাজ কাঢ়িলৈছে অসমীয়াৰ পৰা,অসমীয়াই ১বহাগৰ পৰা জেঠৰ শেষ লৈকে বিহু function পাতে ৰভা টো সাজি দিয়েহি মিঞাঁই।গতিকে চিকুটি নিজকে চোৱা অসমীয়া,অসমীয়া হৈ অসমৰ বহিৰাগতৰ দোকানত হিন্দী কথা কিয় কোঁৱা অসমীয়া সকল,ভয় লাগে নে ভাষাটোৰ প্ৰতি মৰম নাই,জাতিটোৰ পৰা চৰকাৰি কায্যালয়ৰ কৰ্মচাৰি কেৰানী -মহৰী,বৰবাবু,সৰুবাবু,মণ্ডলসকলে ঘুচ খাৱ নাপালে কাম নকৰে।সেইবোৰহে বীৰ অসমীয়া।
আপোনাৰ কৰাটোও ঠিক আছে
অসমত বাংলা ৰাজনীতি টো আমি বুজি পোৱা নাই।
In CM constituency youths are well Converse with Chanda culture forceably stopping moving vehicles
Good sms
Aluguti. Koribo
Mama hotao Assam Bachao Hindu Muslim Ekta zindabad
Tik
❤👏
100right
Mojja......ekhetor katha bilakor agor porai weight ase......100% jukti di katha koi
Welcome
❤❤
❤
Very good
Nrc korile politics kot koribo.
এৰা দেও ! গোটেইখন দেখোন "জোলৰ লগৰ পাছলি" হ'ল ! পিছে জোলবোৰ খৰ গতিত তিতা হ'ব' ধৰিছে আৰু পাছলিবোৰ তিতা কেৰেলাৰ দ'ৰে হইছে !
Ata Jati nohoi sob Jati Asa Dada. Gothika thakat Jatir karona nohoi sobor karona Dada
👍
অলপ বেছি হল।নেকি
Mia এজনে বিজ্ঞানী হৈ গল ধেই কেলা....
Good news But Toi ata Modahi hoi neki 🤣🤣
Salut abijet da
কেইজন সদস্য ৰ সঙগথন হে
Hi jodi doktor injiniar bonay tetiahole tiritok korpora obhydo hompotti dibo
Right. Mama hataw ASOM ASAMIYA bhasa pls
Moi apunar kathat ek mot
এষাৰ কথা আছে - আগৰ গৰু যেনি যায়, পিছৰ গৰু তেনি যায় ।
আজমলে অকল মিঞাকহে শিক্ষা দিয়া নাই, বহুত হিন্দু লৰা চোৱালীকো শিক্ষা দিছে।
Aji soboke Education di ase kli jtya assam muslim majority hbo tatya kimn hindu k Education dibo dekhim..he is muslim not hindu...time ahele aukad dekhai dibo..hindu hoi Secularism erok
❤❤❤👍👍👌👌🙏🙏
ঐ লেকচাৰ মাৰিব পাৰি কিন্তু মিঞাৰ মাজত থকা হিন্দু ধৰ্মাৱলম্বী সকলৰ খবৰ লবি
আজমলৰ ছুপাৰ ৪০ ত অকল মিঞা ল'ৰা -ছোৱালীয় পঢ়ে নে ? ছুপাৰ ৪০ ত ST, SC আৰু চাহ জনজাতীৰ লগতে সাধাৰণ হিন্দুৰ ল'ৰা -ছোৱালীয়ে পঢ়ি আছে । আনকি যিসকল দুখীয়াক বিনামূলীয়াকৈ পঢ়োৱা হয়, তাত ST, SC আৰু চাহ জনজাতীৰ ল'ৰা -ছোৱালীয়ে থাকে ।
Right koise de . kisuman ondo vokto ase hi hot solihar nisina fal2 ajonr kotha huni jopiyai sae
👍👌👌👌💖
Minority ana অসমীয়া নাইকিয়া হলে খিলঞ্জীয়া ই খিলঞ্জীয়া ক শোষণ কৰিব
অসমীয়া মানুহ এতিয়া মাছৰ বেপাৰী, সবজী বেপাৰী, ইটা ভেটাৰ, শ্ৰমিক, বনুৱা, হ'ব বিচাৰিছে। গতিকে মেয়া সকলোৰ কাম নাই। কি কৰিব সিহতে এতিয়া ডাক্তৰ ইঞ্জিনিয়াৰ , প্ৰফেছাৰ, বিজ্ঞানী , অফিচাৰ হ'ব। 😮😅😢😅😮😢😅😮😢😊😅😮😢😂
মিয়া খেদি আনি হিমান্ত আৰু মোদীৰ নিজস্ব মাটিত জায়গা দিয়ক।
মিঞা বুলি হাঁহি থাকোতে পঞ্চম বাৰলৈ বিশ্ববিখ্যাত বিজ্ঞানীজন হল ধুবুৰীৰ এজন মিঞা অসমীয়া ।
অভিজিত শৰ্মা ডাঙৰীয়াই যুক্তিসংগত কথা কৈছে। তেওঁক ধন্যবাদ জনালো।
অসমীয়ালৈ এক সুন্দৰ বাৰ্তা।
সচা কথা কৈছে দাদা,আপোনি কোৱাৰ দৰে ৰাজনীতি বাদদি অসমৰ বাবে ভাল চিন্তা কৰিব লাগে
আপোনাৰ যুক্তিক সন্মান জনাইছোঁ। মিয়া মিয়া কৰি থাকোঁতেই অসমীয়া পিছ পৰি গৈ আছে। Don't Worry মিয়া আগুৱাই যায় thakibo। কোনেও ৰখাব নোৱাৰে। মিয়া এটা কৰ্মী জাতি। যিমানেই কোনো জাতি নিৰ্যতিত হব সিমানেই জাতি আগুৱাই যাব। Be positive and অসমীয়াই কাম কৰা শিকক।
বৰ ভাল কথা অৱতাৰণা কৰিছে।
অসমীয়া ৰ প্ৰতি কাৰো আন্তৰিকতা নাই মাথো ৰাজনীতি সকলোকে টকা লাগে । জনতাই সকলো বুজি পাইছে 26ত উত্তৰ দিব।
উত্তৰ কেনেকৈ দিব মিঞা ৰাজনীতি কৰি আকৌ জিকিব।মিঞাক গালি দি সকলোৱে সুখপায়, শান্তি পায়।
সদায় দুখীয়াৰে মৰণ ভাই 😢😢 ধনীক কোনো আইনে হৰোৱাব নোৱাৰে ।
ৰাইজে মীয়া ৰাজনীতিৰ
বুজী পালে
Right Abhijit Sharma Da 🙏
Xuni lo bhalke.....e eta anti muslim johora hain
Aponar Kotha bor Val lagil xuni bhut positive ase aponar Kothat
Moja vhal kotha koise❤❤❤❤❤❤❤
Right
ভূপেন দাই এই সকলক ন-অসমীয়া বুলি অভিহিত কৰিছিল ।
ফাউণ্ডেশ্যনৰ টকা ডাক্তৰ ইঞ্জিনিয়াৰিং বনোৱাত খৰচ কৰিলে মাটি, ৰিজোৰ্ট আৰু চাহ বাগিচা কেনেকৈ কনিব 😋😋😋⁉️⁉️⁉️
মিয়া ৰাজনিতীৰহে এটা শব্দ।আজমলৰ ভাল কাম বিলাকো সংবাদ মাধ্যমে নেদেখে।
ঠিক প্ৰশ্ন
মিয়া মিয়া বুলি চিঞৰি থাকিলে সকলো maf আছে আৰু মিয়া বুলি কৈ থাকিলে বয় বস্তুৰ দাম বাৰিলেও কোনো কথা নাই , স্মাৰ্ট মিটাৰ লগালে কোনো objection নাই , খালি মিয়া মিয়া বুলি চিঞৰি থাকিলে হব ,
Kotha tu bujhila
এতিয়া অসম ৫ নং দূখীয়া ৰাজ্যত অন্তৰ্ভুক্ত ।😢
5 নং নহয় ১ নং
Right bhai Val lagil
হিমন্ত বিশ্ব শৰ্মা ই মিঞাৰ প্ৰেমত পাগল হৈছে
আপোনাৰ কথাবোৰ ভাল লাগিল। অশেষ ধন্যবাদ❤❤❤❤❤❤❤❤❤❤❤
অভিজৎ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী মহোদয়ে দিব বুলি আশা |
CM a prochna uttar Tulunga monttoboy dibo buli akha korilu .
অতি সুন্দৰ ❤❤
Good question
মজা কথা কৈছে দাদাই
ঠিক কথা অসমীয়া ল’ৰাবোৰক খিলঞ্জীয় ৰক্ষাৰ নামত কোনোবা ৰাজনৈতিক দলে পৰোক্ষভাৱে বা প্ৰত্যক্ষ ভাবে ব্যৱহাৰ কৰি অকৰ্মণ্য কৰি তুলিব ৷ৰাজনীতিৰ দালালৰ উদ্দেশ্য ঠিকেই পুৰণ হব কিন্তু নিষ্কৰ্মা হব জাতীয় সংগঠনৰ লৰা বিলাক ৷এতিয়া আমি যাক লেইলেই ছেইছেই কৰি আছো তেওঁলোকে আমাক শাসন কৰিব ৷এইয়াই আমাৰ কৰ্ম বিমুখ অসমীয়াৰ সোণালী ভবিষ্যত ৷
Actual speech .bohut val lagel.
সুন্দৰ কথা কৈছে
আপুনী অসম বাসীৰ বাবে কান্দে thanks
100'/, right sir
কিয় নহ'ব? আজি অতোবছৰে মিয়া মিয়া বুলি চিঞৰিয়াছে আজি লৈ অসমীয়া সকল বহুত আগবাঢ়ি বাঢ়িল, এনেকৈয়ে আগুৱাই থাকিব।
You are Right ❤🎉
Excellent. Salute.
Great
Thanks abijit da i like your thinking
Moi apunar kathat akmot
100% Right
Abhijit Bhai tumak salute,borhia kotha koise apuni, practical houk amar Axom bashi tetiyahe unnati hobo
Bery good
Thik kotha
Very very thanks for your real talks
Apnk moi personally janu you are genius a big thanks to you and pray for your good health this is a motivational speech
World No 1 katha sir
Absolutely right
Dhanyabad. Hoityo kothabilak kuar babe
Right sir
Thanks you ,good speech
You right
Hundor kotha
All rights
একদম সঁচা কথা ! এই মূখ্যমন্ত্ৰী জনে জাতিৰ হৈ কৰিছেনো কি ? অসম চুক্তিৰ নস্যাৎ NRC ক অৱজ্ঞা, ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মনিনলোৱা আদি তেওঁৰ কৃতিত্ব! হিতাধিকাৰী সৃষ্টি কৰি জাতি ৰক্ষা কৰিম বুলি ভাবিছে নেকি?
So nice 🎉🎉🎉🎉
Barhiya dada
Khub khundar kotha... Okhom khunor tetiahe hobo jetia okhomia purnago rupot nijok gorh dibo
Vary
Good
Thanks dangoria
সত্য বচন
Thanks Dada
Absolutely Right Right Speech Sir ❤❤❤
Bohut thik kotha koise sarkare khilonjiar permanent solution karone kiba korok...
Right 👍
Right sar
Right kotà koise sir thank you sir
Good advice
আপোনাৰ কথা বহুত ভাল লাগিছে, কিন্তু নেতা পালিনেতা ৰ chamsa বিলক হে বুজি নাপায়।
ডাৰউইনৰ মতবাদৰ মতে,"Survival of the fittest" . মতবাদ টো প্ৰত্যেক জন অসমীয়াই হৃদয়াঙ্গম কৰাটো অতী প্ৰয়োজনীয়,আজিৰ অসমীয়াই কি কৰিছে আৰু মিঞাঁই কি কৰিছে বিচাৰ কৰি চাওক অসমীয়া,মিঞাঁই পকা মিস্ত্ৰীৰ যোগালি কৰে ৰাতি ১টা বজালিকে কিতাপ পঢ়ে,তেনে দৰেই ভালে কইজনমান ল'ৰাই চিত দখল কৰি এতিয়া AMCৰ পৰা Dibrugarh ৰ পৰা ডাক্তৰ হৈ ওলাইছিল/ওলাইছে/ ওলাৱ ,খবৰ কৰিলেই গ'ম পাৱ।আজি মিঞাঁ সকলে সকলো কামকাজ কাঢ়িলৈছে অসমীয়াৰ পৰা,অসমীয়াই ১বহাগৰ পৰা জেঠৰ শেষ লৈকে বিহু function পাতে ৰভা টো সাজি দিয়েহি মিঞাঁই।গতিকে চিকুটি নিজকে চোৱা অসমীয়া,অসমীয়া হৈ অসমৰ বহিৰাগতৰ দোকানত হিন্দী কথা কিয় কোঁৱা অসমীয়া সকল,ভয় লাগে নে ভাষাটোৰ প্ৰতি মৰম নাই,জাতিটোৰ পৰা চৰকাৰি কায্যালয়ৰ কৰ্মচাৰি কেৰানী -মহৰী,বৰবাবু,সৰুবাবু,মণ্ডলসকলে ঘুচ খাৱ নাপালে কাম নকৰে।সেইবোৰহে বীৰ অসমীয়া।
আপোনাৰ কৰাটোও ঠিক আছে
অসমত বাংলা ৰাজনীতি টো আমি বুজি পোৱা নাই।
In CM constituency youths are well Converse with Chanda culture forceably stopping moving vehicles
Good sms
Aluguti. Koribo
Mama hotao Assam Bachao Hindu Muslim Ekta zindabad
Tik
❤👏
100right
Mojja......ekhetor katha bilakor agor porai weight ase......100% jukti di katha koi
Welcome
❤❤
❤
Very good
Nrc korile politics kot koribo.
এৰা দেও ! গোটেইখন দেখোন "জোলৰ লগৰ পাছলি" হ'ল ! পিছে জোলবোৰ খৰ গতিত তিতা হ'ব' ধৰিছে আৰু পাছলিবোৰ তিতা কেৰেলাৰ দ'ৰে হইছে !
Ata Jati nohoi sob Jati Asa Dada. Gothika thakat Jatir karona nohoi sobor karona Dada
👍
অলপ বেছি হল।নেকি
Mia এজনে বিজ্ঞানী হৈ গল ধেই কেলা....
Good news But Toi ata Modahi hoi neki 🤣🤣
Salut abijet da
কেইজন সদস্য ৰ সঙগথন হে
Hi jodi doktor injiniar bonay tetiahole tiritok korpora obhydo hompotti dibo
Right. Mama hataw ASOM ASAMIYA bhasa pls
Moi apunar kathat ek mot
এষাৰ কথা আছে - আগৰ গৰু যেনি যায়, পিছৰ গৰু তেনি যায় ।
আজমলে অকল মিঞাকহে শিক্ষা দিয়া নাই, বহুত হিন্দু লৰা চোৱালীকো শিক্ষা দিছে।
Aji soboke Education di ase kli jtya assam muslim majority hbo tatya kimn hindu k Education dibo dekhim..he is muslim not hindu...time ahele aukad dekhai dibo..hindu hoi Secularism erok
❤❤❤👍👍👌👌🙏🙏
ঐ লেকচাৰ মাৰিব পাৰি কিন্তু মিঞাৰ মাজত থকা হিন্দু ধৰ্মাৱলম্বী সকলৰ খবৰ লবি
আজমলৰ ছুপাৰ ৪০ ত অকল মিঞা ল'ৰা -ছোৱালীয় পঢ়ে নে ? ছুপাৰ ৪০ ত ST, SC আৰু চাহ জনজাতীৰ লগতে সাধাৰণ হিন্দুৰ ল'ৰা -ছোৱালীয়ে পঢ়ি আছে । আনকি যিসকল দুখীয়াক বিনামূলীয়াকৈ পঢ়োৱা হয়, তাত ST, SC আৰু চাহ জনজাতীৰ ল'ৰা -ছোৱালীয়ে থাকে ।
Right koise de . kisuman ondo vokto ase hi hot solihar nisina fal2 ajonr kotha huni jopiyai sae
👍👌👌👌💖
Minority ana অসমীয়া নাইকিয়া হলে খিলঞ্জীয়া ই খিলঞ্জীয়া ক শোষণ কৰিব
অসমীয়া মানুহ এতিয়া মাছৰ বেপাৰী, সবজী বেপাৰী, ইটা ভেটাৰ, শ্ৰমিক, বনুৱা, হ'ব বিচাৰিছে। গতিকে মেয়া সকলোৰ কাম নাই। কি কৰিব সিহতে এতিয়া ডাক্তৰ ইঞ্জিনিয়াৰ , প্ৰফেছাৰ, বিজ্ঞানী , অফিচাৰ হ'ব।
😮😅😢😅😮😢😅😮😢😊😅😮😢😂