চিয়া গীত প্রথম শুনিলোঁ। খুউব ভাল লাগিল। আমি আগেয়ে উজনি অসমত এনে গীত শুনা নাছিলোঁ। সচাকৈয়ে আমি অন্য ৰাজ্যৰ তুলনাত লোকসঙ্গীতৰ ক্ষেত্ৰত বহু চহকী। তুলিকা বৰা আপোনাক বহু বহু ধন্যবাদ।
ধন্যবাদ, এক নতুন অভিজ্ঞ তা। প্ৰথম চিয়া গীত শুনিলো। আমাৰ উজনীত এই গীত শুনা পোৱা নাই।অসমৰে এটা প্ৰান্তৰ লোক সঙ্গীত আমাক উপহাৰ দিয়াৰ বাবে সচাঁই পুনৰ ধন্যবাদ।আগবাঢ়ি যাওক ।
Nice 🎉
🎉
Verygood
nice
welcome
দৰঙৰ কলা-কৃষ্টিৰ ওপৰত বহুতো গৱেষণাৰ থল আছে।
বাহিৰা ৰাজ্যৰ তুলনাত অসমত লোকসংগীতৰ আদৰ তেনেই কম যদিও আমাৰ লোকসংগীতৰ মধুৰতা সকলো ৰাজ্যতকৈ ওপৰত । ভাল লাগিল সীমাহীন। তুলিকাই বৰ সুন্দৰ গাইছে ।
চিয়া গীত প্রথম শুনিলোঁ। খুউব ভাল লাগিল। আমি আগেয়ে উজনি অসমত এনে গীত শুনা নাছিলোঁ। সচাকৈয়ে আমি অন্য ৰাজ্যৰ তুলনাত লোকসঙ্গীতৰ ক্ষেত্ৰত বহু চহকী। তুলিকা বৰা আপোনাক বহু বহু ধন্যবাদ।
😊
লোকসংস্কৃতিৰ এনে সম্পদবোৰ ৰাইজৰ মাজলৈ উলিয়াই নিব লাগে ৷
হয়, আমি বোৰেই আগ ভাগ লৱ লাগিব
কি কম ভাষা নাই❤❤❤
বহু দেৰিকৈ দৰং অঞ্চলত প্ৰচলিত শ্ৰাব্যসুন্দৰ চিয়া গীতৰ পৰশত সচাঁকৈ আপ্লুত। অসমীয়া লোককৃষ্টিত নিসন্দেহে ই এক অভিনব সংযোজন। প্ৰচাৰৰ বাবে উদ্যোক্ত সকললৈ ধন্যবাদ জ্ঞাপন কৰিলো।
গুৰুজনাৰ এক উল্লেখযোগ্য। অসমীয়া জাতি জনজাতি একশৰণ প্ৰতি অনুপ্ৰাণিত কৰি জাতি বিভেদ আঁতৰাই আনি কৃষ্ণসংস্কৃতিৰ
বৰখেলীয়া ভক্ত সকলৰ ধৰ্মীয় অনুষ্ঠানৰ সূন্দৰতাৰে সজোৱা মিলন মেলা।
সুপ্ৰভাত জনালোঁ সুভাষ দা,, সুন্দৰ 👌 🙏 🙏 🙏
ধন্যবাদ, শু প্ৰভাত
শুনি থাকিবৰ মন যায়। আগলৈ এনে ধৰনৰ বাস্তৱিক জীৱনৰ কৃষ্ণ সেৱা গীত পৰিৱেশন কৰে যেন। কৃষ্ণ কৃষ্ণ
অতি সুন্দৰ গাইছে। আমাৰ শুভেচ্ছা জনালো । যোৰহাট।
চিয়া গীত আজি হে শুনি পালো।।ভাল লাগিল শুনি।👌
আগলৈ শুনি থাকিব
আপ্চোছ মনত ,৬০বছৰ হৈ পাৰ হৈ গ'ল এনেকুৱা মন পৰশা চিয়াগীত শূনা নাছিলো। মই আৰু কেতিয়াও নেহেৰুয়াও । বা:ইমান মধুৰ ,ম ই বৰ আপ্লুত হৈছো । কৃষ্ণ ।
বৰ সুন্দৰকৈ গাইছে। অভিনন্দন।
আই অতি সুন্দৰ হৈছে। ভৱিষ্যতৰ উজ্বলকামনা কৰিলো টিমুৰ তাৰিখে।
Muk bhut val lagil Dhynabad thakil singarloi .
bhut val lagil dada.
ধন্যবাদ
সুন্দৰ পৰিবেশণ
Geeti xuni bhal lagil dada
বহুত বহুত ধন্যবাদ
I am sorry, because there is no any word which can be used against this song. All beautiful, sweet, everlasting. I heard it several times. Thank U.
Nath baiti tumar bhokti sur bur muk mativation diea like ..........in futeuar go bless you.
Bahut bahut dhanyabad krishna
চিয়া গীতটি শুনি ভাল লাগিল, তেওঁ লোক লৈ অশেষ শুভকামনা থাকিল লগতে সুভাষলৈ শতকোটি প্ৰনাম 🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ
উদ্যোক্তা সকল আৰু গায়িকা সকললৈ ধন্যবাদ থাকিল । চিয়াগীত সমূহৰ আগৰ কেচেটত ৰেকৰ্ডিং হৈ থকা সম্ভৱত প্ৰথম গায়িকা হিৰণ্যপ্ৰভা নাথৰ কণ্ঠত পুনৰ চিয়াগীত এই ধৰণে প্ৰচাৰ কৰা ব্যৱস্থা ৰাখিব । ঔম শান্তি ।।
বহুত ভাল লাগিল দাদা💚
ধন্যবাদ জনালোঁ
@@subhashnathentertainment4595 আপোনাৰ পৰা heart and reply pai মই আনন্দিত হৈছোঁ 💚💚💚
From tangla BTR
Val lagise bahut
Iman dhuniy siya git rati huni val lagi gol subhash da
❤❤❤❤❤🎉🎉🎉🎉
Dhuniya dada
ধন্যবাদ
Dhaniya lagise gan 👌👍❤️
ধন্যবাদ জনালোঁ
ki xundor ❤❤❤
Lyrics tu parile dibo nki
Moi siyageet gaboloi bor issuk
Naam Jyotshna Devi
North ghy
Aeibar aitu gaisilu bihu manchat
Khub bhal paise raije
Pratham suniso bhal lagise
Dhuniya
Thank you
Pl khunjori namoru v d o bonabosun
Nice 1st xunilo
আগলৈ শুনি থাকিবা
সুভাষ নাথ পাৰ যদি চৰণ ধৰাৰ ভদ্ৰকান্ত নাথ আৰু হিৰণ্যপ্ৰভা নাথৰ চিয়া গীতৰ কেচেট এখন আছিল সেইখন দিবচোন। অনুৰোধ থকিল। আৰু তোমাৰ উত্তৰোত্তৰ কামনা কৰিলো। 🙏🙏🙏
ধন্যবাদ জনালোঁ, নিশ্চয় চেষ্টা কৰিম
Majj DADA
Thanks
ধন্যবাদ, এক নতুন অভিজ্ঞ তা। প্ৰথম চিয়া গীত শুনিলো। আমাৰ উজনীত এই গীত শুনা পোৱা নাই।অসমৰে এটা প্ৰান্তৰ লোক সঙ্গীত আমাক উপহাৰ দিয়াৰ বাবে সচাঁই পুনৰ ধন্যবাদ।আগবাঢ়ি যাওক ।
আগলৈ শুনি থাকিব, আৰু নতুন নতুন গীত বোৰ আপোনালোকলৈ আগবঢ়াই থাকিম
Bor sundar geet hriday Sui goise thanks
এটি কোন ভাষার গীত। জানাবেন।
দৰং অসমীয়া লোক সংস্কৃতিৰ আপুৰুগীয়া ভঁৰাল। দৰং অদ্বিতীয়, অনন্য।
👌👌👌👌👌
Yahoo
Hundor
Khub vl lgile xuni__ ❤ 🙏
ধন্যবাদ
সুন্দৰ৷
Maja
সুন্দৰ কন্ঠ নিগৰাইছে। এয়াই প্ৰথম শুনিলো চিয়া গীত। ধন্যবাদ বাইদেউ।
777 2:03 😮
😅😅 3:20 3:20 3:23 jnbbnb
⁸hdt😮😮😅
1st view
Thank you
🙏🙏🙏
Val lagil
PRATHOM BAR SIA GEET XUNILU KHUB VAL LAGIL.. PRONAM SUBHASH BRO TUMAR BABEY NUXUNA GEET XUNIBO PALO ..AGOLOI ARU NUXUNA KIBA XUNABA BULI AXA THAKIL..
ধন্যবাদ জনালোঁ, আগলৈ শুনি থাকিব
Nice
👌👌👌
Arjuna was not a bharat
Good morning Dada
Morning 🌞
অপূৰ্ব
দৰঙৰ অৰঙে দৰঙে কিমান যে লোক কৃষ্টিৰ সমল সিঁচৰতি হৈ আছে! খুলীয়া ভাউৰীয়া, সুকনান্নী আৰু ব্যাসৰ ওজাপালি, নাঙেলী গীত, চিয়া গীত, দেউধনী নৃত্য আৰু যে কত কি! অসমৰ অন্য অঞ্চলতকৈ দৰং বহু আগত। আৰু কি কি মনি মুকুতা আছে দৰঙত দৰঙীয়াসকলে কওকচোন।
Val legal
Thank you
এই গানটি কোন ভাষায়,? জানতে পারলে ভালো হয়। কেউ কি জানাতেন পারবেন।
🙏🙏🙏
নমস্কাৰ জনালোঁ