Bhagwat Path || Riju Pathak || Video-14 (প্ৰথম স্কন্ধ)

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.พ. 2025

ความคิดเห็น • 395

  • @KanuramNath
    @KanuramNath วันที่ผ่านมา

    Krisna prabhu

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว +1

    🙏 bap 🙏 krishna 🙏 satwa🙏kowti🙏 pranam 🙏 janalo 🙏 pravu 🙏 ohari 🙏 oram 🙏

  • @PromilaRoy-b7d
    @PromilaRoy-b7d 4 หลายเดือนก่อน

    হে মহান আপানাকভগৱানে মংগল কৰক কৃষ্ণ 🙏🙏

  • @renupathak8348
    @renupathak8348 5 หลายเดือนก่อน +1

    ভাগৱত শুনি ভাল লাগিছে । ❤❤

  • @LipikalipikaDeka
    @LipikalipikaDeka 4 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম বাপ প্ৰণাম। আপোনাৰ ভক্তি ৰসৰ গীত,পাঠ শুনি জীৱনত জীয়াই থাকিবলৈ নতুনকৈ শক্তি পাইছোঁ প্ৰভু।

  • @LakhimiGohain
    @LakhimiGohain หลายเดือนก่อน

    Krishna Krishna Ram Ram ❤❤❤❤

  • @PutulPathori
    @PutulPathori 22 วันที่ผ่านมา +1

    Godisgood

  • @ranudas4561
    @ranudas4561 5 หลายเดือนก่อน

    কৃষ্ণ প্ৰভু গুৰু জনাৰ দুখানি শ্ৰীচৰণত‌ কৌটি কৌটি প্ৰণাম জনালো। আপোনাৰ কণ্ঠেৰে সত্য‌ তত্ত্বৰ অমৃত আমাৰ দৰে মুঢ়মতি সকলক শ্ৰৱণ কৰাই যি কৃপা কৰিছে ধন্য ধন্য প্ৰভু 🙏🙏🙏

  • @Sarala24
    @Sarala24 5 หลายเดือนก่อน

    প্ৰভু আপোনাৰ আশিৰ্বাদত কুশলে আছো 🙏🙏🙏🙏🙏🙏🙏🙏

  • @name5041
    @name5041 10 หลายเดือนก่อน +1

    Krishna provu kripat hukhi deii

  • @nilimachoudhury5019
    @nilimachoudhury5019 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ 🙏🙏🙏🙏🙏

  • @orponadas6754
    @orponadas6754 3 ปีที่แล้ว +1

    Kr8shna🙏Krishna🙏Krishna🙏

  • @harekrishnakalita434
    @harekrishnakalita434 2 ปีที่แล้ว

    হে কৃষ্ণ বনমালিদেৱ আপোনাৰ সু মধুৰ কন্ঠৰ দ্বাৰা ভাগবতৰ শ্ৰবন কৰাৰ যি সুবিধা আমাৰ মাজত বিলাই দিলে আমি অধমে আপোনাৰ ওচৰত চিৰ কৃতাৰ্থ হৈ ৰম ।প্ৰভু ভগৱন্তই আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘ আয়ুস কামনাৰে তেৰাৰ ওচৰত কৰযোৰে প্ৰাৰ্থনা জনায়ছো কৃষ্ণ কৃষ্ণ

  • @manjurajkonwar2807
    @manjurajkonwar2807 2 ปีที่แล้ว

    হে প্ৰভু ঈশ্বৰ আপোনাৰ ভাগৱত পাঠ বাখ্যা শুনি অতি আনন্দ মনেৰে থাকিব পাৰিছো । আপোনাৰ কৃপাত আমিও ভগবানৰ কৃপা পাইছোঁ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম ।🙏

  • @madhabidas6553
    @madhabidas6553 2 ปีที่แล้ว

    কৃষ্ণ শঙকৰগুৰু মাধৱ সশ্ৰদ্ধাৰ সেৱা জনাইছো প্ৰভূ আপোনাক আৰু ধন্যবাদ থাকিল আমাক এনে জ্ঞান বাট দেখুৱাই লৈ যোৱাত । বহুত ভাল লাগিছে আপোনাৰ শ্ৰী মূখৰ অমৃত পাঠ শুনি। কৃষ্ণ

  • @bholaramkalita7023
    @bholaramkalita7023 5 หลายเดือนก่อน

    প্ৰভূ ঈশ্বৰৰ শ্ৰীচৰণত সেৱা জনালো !আপোনাৰ আশিৰ্বাদ তথা ভগৱন্ত পুৰুষৰ কৃপাত আমাৰ মঙ্গল !

  • @mainabordoloi2479
    @mainabordoloi2479 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ ঈশ্বৰ🙏🙏🙏

  • @bharatisharma2967
    @bharatisharma2967 3 ปีที่แล้ว +1

    এনে সুন্দৰ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ দ্বাৰা অতি উপকৃত হৈছোঁ ।🙏🙏

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 ปีที่แล้ว

    Krishna Hori Ram Oum santi santi santi 🙏🙏🙏🙏

  • @bhabanideka4610
    @bhabanideka4610 3 ปีที่แล้ว +1

    Apunar atiya niymiya srota ami bap,apunar kripat vale aso pravu,krisna krisna

  • @dulumonitalukdar6313
    @dulumonitalukdar6313 ปีที่แล้ว

    Krishna prabhu bohut val lage apunar path huni moi hudaya hunu krishan krishan 🙏🙏🙏🙏🎂

  • @rinachutia3723
    @rinachutia3723 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাক ভগৱানে কুশলে ৰাখক প্ৰভু ।

  • @aaimonisingha4881
    @aaimonisingha4881 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🤲

  • @Pradiptoislive
    @Pradiptoislive 3 ปีที่แล้ว +1

    হে বাপ। আপোনাৰ কণ্ঠেৰে নামঘোষাৰ এজোনা ঘোষা শ্ৰৱন কৰাৰ আশাৰে আমি অতি আগ্ৰহেৰে বাটচাই ৰলো । কৃষ্ণ বাপ। জয় গুৰু শংকৰ।

  • @kolpochitra3869
    @kolpochitra3869 ปีที่แล้ว +1

    কৃষ্ণ,বাপ প্ৰভু আপোনাৰ ব্যাখ্যা আৰু কণ্ঠই আমাক আহ্লিদিত কৰিছে। আপোনাৰ চৰণলৈ শত কোটি সেৱা ধৰিছোঁ।
    🙏🙏🙏🙏🙏🙏🙏

  • @lipikapatowary4053
    @lipikapatowary4053 ปีที่แล้ว

    Krishno....🙏🙏🙏 Mur ai gorbhabostat ai amrit rox paan koribo pai santi onuvob korisu...krishno

  • @RatulDeka-ve8ih
    @RatulDeka-ve8ih 8 หลายเดือนก่อน

    Krishno Prabhu Gurujona

  • @DipakChutia-z5w
    @DipakChutia-z5w 2 ปีที่แล้ว

    প্ৰভূ আপোনাৰ ভাগৱত ব্যাখ্যা শুনি কৃতাৰ্থ হৈছো ।ভগৱানে আপোনাক দীৰ্ঘায়ু প্ৰদান কৰক:কলিকালৰ মলমতি মানৱক কৃষ্ণৰ ভক্ত সৃষ্টি কৰাত আপুনি সক্ষম হৈছে ।কৃষ্ণ ।

  • @tutumonidas8999
    @tutumonidas8999 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @manoromaborah9024
    @manoromaborah9024 3 ปีที่แล้ว

    Krishna🙏 probhu bap aami nije dhanya haiso kushale mangle probhu bhagawantai rakhak🙏🙏🙏

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 2 ปีที่แล้ว

    Krishna Hori Ram 🙏🙏🙏🙏

  • @rajibpatar2445
    @rajibpatar2445 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱাৰ গ্ৰহণ কৰিব।আপোনাৰ অশীবাদত কুশলে আছোঁ।প্ৰভু দুখানী অভয় চৰ নত ঠাই লৈছোঁ।লক্ষীকান্ত পাটৰ।

  • @TarulataTalukdar-tn4sv
    @TarulataTalukdar-tn4sv 4 หลายเดือนก่อน

    হে কৃষ্ণবাপ আপোনাৰ কৃপাৰ কাৰনে আমি আটায়ে ভালে কূশলে আছো।

  • @pompiborah1684
    @pompiborah1684 7 หลายเดือนก่อน

    Porom kritarh hoisu probhujona . Apunak guru manilu 🙏🙏🙏

  • @entonideka5891
    @entonideka5891 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভু বাপ আপুনাৰ মুখেৰে ভাগৱত শুনি আমাৰ জিৱন ধয়ন হইছে আৰু আপুনাকু ভগৱান ধয়ন কৰক,🙏🙏

  • @ganeshkoch561
    @ganeshkoch561 3 ปีที่แล้ว +1

    Krishna'ram Ram Ram xewa jonalu apunak bap 🙏🙏🙏

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 ปีที่แล้ว

    Krishna Krishna Krishna prabhudev pronam to you.

  • @debajitdas7708
    @debajitdas7708 3 ปีที่แล้ว

    Krishar kripat Ami hokolue kukhale asu prabhu 🙏...apunak o krishnai kukhale rakhe jen 🙏🙏🙏

  • @subhalakshmibaruah6762
    @subhalakshmibaruah6762 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @manoromaborah9024
    @manoromaborah9024 3 ปีที่แล้ว

    Krishna krishna krishna🙏🙏🙏 bap aponar bhagowaet path aami niyamiya shrota aami kushale asio krishna probho abhay charan chintiso krishna🙏🙏🙏

  • @mamonidas1659
    @mamonidas1659 3 ปีที่แล้ว

    Mur provu 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @bitupangogoi2618
    @bitupangogoi2618 3 ปีที่แล้ว

    🙏🙏 সেৱা গ্ৰহণ কৰিব প্ৰভু।

  • @KarunaKalita-en6gh
    @KarunaKalita-en6gh หลายเดือนก่อน

    Iswara amak kushala rakhisha apunakak iswara kushala rakhak krishna.

  • @Satyasree-jy7qr
    @Satyasree-jy7qr ปีที่แล้ว

    কৃষ্ণ বাপ🙏 আপোনাৰ চৰণত প্ৰণিপাত জনাইছো । মই এগৰাকী গৰ্ভৱতী মহিলা , মই আপোনাৰ পৰা ভাগৱতৰ বাখ্যা শুনি পৰম সন্তুষ্টি লাভ কৰিছো। আশীৰ্বাদ কৰিব যাতে মোৰ গৰ্ভত থকা সন্তানটি কুশলে থাকে আৰু তেওঁ ভৱিষ্যতে এজন সৎ আৰু সুসন্তান হয়🙏

  • @subantiburagohain9151
    @subantiburagohain9151 ปีที่แล้ว +1

    প্ৰভু জনা আপোনাৰ আশীৰ্বাদত আছোঁ আৰু আপোনাৰ কন্ঠৰ ভাগৱত শুনি থাকিবৰ মন যায় কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @mridulasonowal7096
    @mridulasonowal7096 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্রভু সেৱা গ্রহণ কৰিব

  • @rinachutia3723
    @rinachutia3723 2 ปีที่แล้ว

    আমাৰ বাবে আপুনি য়ে ভগৱান প্ৰভু ।
    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাক সেৱা জনাইছো।

  • @pradiphandique7872
    @pradiphandique7872 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ৷৷

  • @manisankardasmanisankar1485
    @manisankardasmanisankar1485 4 ปีที่แล้ว +1

    কৃষ্ণ ৰাম কৃষ্ণ মাধৱ গুৰু

  • @deepanajlidas4523
    @deepanajlidas4523 3 ปีที่แล้ว

    Bap vogowanor kripat ru aponer kripat Ami xokoloe vale kuxole asu🙏🙏🙏

  • @manashidevi9262
    @manashidevi9262 3 ปีที่แล้ว

    Joi guru Sankar 🙏🙏🙏🙏

  • @ratuldeka3368
    @ratuldeka3368 4 ปีที่แล้ว +1

    Krishno Prabhu apunar shrimukhe Ami bahut monot khokti paisu

  • @binaborah8218
    @binaborah8218 ปีที่แล้ว

    বাপ জন আপুনি কৰা ভাগবত বাখ্যা স্মৰণ কৰিবলৈ পায় ধন্য হৈছোঁ।

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 11 หลายเดือนก่อน

    প্ৰভু, মোৰ ভক্তিভৰা সেৱা গ্ৰহণ কৰিব ৷ প্ৰকৃততে মই বাল্যকালৰে পৰা কৃষ্ণ ভকতিত বিস্বাস ৰখা এগৰাকী লোক ৷ বাল্যকালত কিতাপ পঢ়োতে কৃষ্ণৰ ফটো এখন কিতাপৰ মাজত ৰাখি তেওক আৰাধনা কৰিহে পঢ়া আৰাম্ভ কৰিছিলো ৷ মই বুধিয়ক ছাত্ৰ নাছিলো ৷ কিন্তু একমাত্ৰ কৃষ্ণ ভক্তিত অটল থকা বাবে আৰু মোক প্ৰথম বিভাগত উত্তীৰ্ণ কৰি দিবৰ বাবে তেৰাক সকলো সময়তে মাগি থকা বাবে ভগৱন্তই মোক সচাকৈ প্ৰথম বিভাগত মেট্ৰিক পাচ কৰাইছিল ৷ তাৰ পিছত এটাৰ পিছতএটা কৈ মই তেওক সাফল্য বিচাৰি আছিলো আৰু তেও ও মোক সেইমতে আগবঢ়াই নি থাকিল ৷ ভগৱন্তৰ কৃপাত মই চৰকাৰী চাকৰি পালো, চৰকাৰী চাকৰী কৰা ভাৰ্যা বিয়া পাতিলো মুঠতে এখন সুখৰ সংসাৰ তেও মোক দিলে ৷
    কিন্তু মই তেওক ভক্তি কৰিলেও মোৰ গাত আছিল কিছুমান বেয়া অভ্যাস ৷ মই কেতিয়াও আনলোক মোতকৈ আগবাঢ়ি যোৱিটো মনেৰে সহিব পৰা নাছিলো ৷ তেওলোক মোতকৈ তলৰ পৰ্যায়তে থাকক মোৰহে আৰু ভাল হওক এই ভাবনাই মোক বেৰি ৰাখিছিল ৷ কিন্তু মই সকলো কথা তেওতে অৰ্পণ কৰিহে কামত আগবাঢ়িছলো ৷ মই বিচৰা মতে ভগৱন্তই মোক প্ৰথমতে এটা ল’ৰা সন্তান দিলে আৰু পিছত দিলে এজনী কণ্যা সন্তান ৷ তাৰ পিছত মই ল’ৰা ছোৱালীৰ মঙ্গলৰ বাবে ভগৱন্তৰ প্ৰাৰ্থনা কৰিবলৈ ললো ৷ ভগৱন্তইও মোৰ ল’ৰা ছোৱালীহালক উচ্চ শিক্ষাৰ স্থান IIT Guwahati ত পঢ়াৰ সুবিধা কৰি দিলে ৷ ল’ৰাই এতিয়া বেংলোৰত চাকৰী কৰে আৰু ছোৱালীজনীয়ে বৰ্তমান IIT Guwahati ত PG কৰি আছে ৷ মোৰ এই বেয়া স্বভাবটোৰ বাবে মোৰ বিভাগৰ কলিগ সকলে মোক ককৰ্থনা কৰিছিল ৷ অবশ্যে মই ভগৱানৰ ওপৰত সদায় বিস্বাস ৰাখি গৈছিলো ৷
    প্ৰভু, এতিয়া মোৰএটা ডাঙৰ বিকাৰ হৈছে যিটো মই মোৰ বেয়া অভ্যাসটোৰ বাবে বিশ বছৰমান কাল ভুগি আছো ৷ সেইটো হৈছে আনে মোক কৰা ককৰ্থনাৰ শুনি শুনি মই Dipression ত ভুগিছো ৷ মনটো সদায় নাৰ্ভাচ হৈ থাকে ৷ অথচ মোৰ এখন সুখৰ সংসাৰ ৷ ল’ৰাই ভাল দৰমহাৰ চাকৰী কৰে আমি দুয়ো স্বামী স্ত্ৰী চাকৰী কৰো ৷ ছোৱালী IIT ত পঢ়ি আছে ৷ চাবলৈ গ’লে কোনো tension নাই ৷ তথাপি মোৰ দেখোন আজিকালি মনটো সদায় নাৰ্ভাচ হৈ থাকে ৷ চাইক্ৰেটিক ডাক্তৰৰ ঔষধ বিশ বছৰ ধৰি সেৱন কৰি আছো ৷ আজিকালি ঔষধবোৰেও বেচিকৈ কাম নিদিয়া হৈছে ৷ আগৰদৰে ভগৱন্তক স্মৰণ কৰিব বিচাৰো কিন্তু ধ্যানস্থ হ’ব নোৱাৰা হৈছো ৷ সেইবুিল ভগৱন্তৰ ওপৰত মোৰ এতিয়াও অটল বিস্বাস তেও মোক সুস্থ কৰি তুলিব আৰু মই পুৰ্বৰ দৰে তেওৰ চৰণত সেৱা কৰি আনন্দ লভি লভি সংসাৰ ত্যাগ কৰিব পাৰিম ৷
    আজি কেইদিনমান আগতে আপোনাৰ কথা গম পাই ইউটিউবট চাৰ্চ কৰি আপুনি যে দ্বাদশ স্কন্ধ মহা ভাগৱত খণ্ড খণ্ড কৈ Video কৰি কৃষ্ণ ভক্তিক মানুহৰ মাজত প্ৰচাৰ কৰি আছে তাক জানিব পাৰি পৰম আনন্দিত হলো আৰু প্ৰতিদিনে সন্ধিয়া মই আপোনাৰ চেনেলৰ পৰা ভাগৱত শ্ৰৱন কৰি আছো ৷ বৰ্তমান আজি মই প্ৰথম স্কন্ধৰ ভীষ্ম নিৰ্যান শুনিলো ৷
    কিযে ভাগ্য মোৰ মনত সদায় ভাবিছিলো ভাগৱত মই শেষ কৰি পঢ়িম বা আনৰ পৰা শুনিম ৷ আপোনাৰ কৃপাত মোৰ সেই আশা হয়তো পুৰণ হ’ব ৷ কিন্তু বৰ্তমান মোৰ মানসিক ভাৰসাম্য আগৰদৰে নহয় বাবে মোৰ আশা মই সুস্থ হৈ থাকি পুৰণ কৰিব পাৰিম নে তাকে লৈ এক অজান আশংকাত দিন পাৰ কৰি আছো ৷ মনত আনন্দ বোলা বস্তুটো যেন নাইকিয়া হৈ গৈছে ৷
    তথাপি আপুনি সকলোৰে মংগলৰ বাবে যুগুতাই দিয়া এই মহাভাগৱত শ্ৰৱন কৰি প্ৰভু ভগৱন্তৰ কৃপা লাভ কৰি ভুগি থকা মানসিক বিকাৰটোৰ পৰা নিৰাময় হ’ব পাৰিম বুলি মনতে বল বান্ধিছো ৷
    আপোনাক ক’বলগা বহুকথা আছিল যদিও এনেদৰে হয়তো সম্ভৱ নহয় ৷
    মোৰ মূল কথাটো হ’ল আপোনাক পাই মই যেন ভগৱন্তক পুণৰ পাইছো মোৰ তেনে অনুমান হৈছে ৷ ভগৱন্ত প্ৰভুৱে আপোনাক সুস্বাস্থ্যসহকাৰে দীৰ্ঘায়ু কৰি ৰাখক তাকে তেৰাৰ চৰণত সেৱা নিবেদিলো ৷
    সুবিধা হ’লে আপোনাৰ লগত মই এষাৰ হ’লেও কথা পাতিবৰ মন গৈছে ৷ আপোনাৰ ফোন নম্বৰটো মই নাজানো ৷ মোৰ নম্বৰটো ইয়াত উল্লেষ কৰিলো ভগৱন্তৰ কৃপা হ’লে হয়তো আমাৰ মাজত কথা বতৰা হ’ব ৷ মোৰ Contact No. 7086290602
    কৃষ্ণ ৷ সেৱা গ্ৰহণ কৰিব ৷

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 2 ปีที่แล้ว

    প্ৰভু সেৱা ল’ব ৷ ভগৱন্তপুৰুষৰ কৃপাত আমি কুশলে আছো ৷

  • @kiranneog6051
    @kiranneog6051 2 ปีที่แล้ว

    কৃষ্ণ বাপ সেৱা জনাইছো, আপোনাৰ পাঠ ব্যাখ্যাৰ স্মৰণে কুশলে ৰাখিছে।

  • @DiLi-fh8tu
    @DiLi-fh8tu 7 หลายเดือนก่อน

    Krishna Krishna sewahe pravu

  • @ganeshkoch561
    @ganeshkoch561 3 ปีที่แล้ว +1

    Krishna Ram Ram 🙏🙏🙏

  • @subornaroy9303
    @subornaroy9303 4 ปีที่แล้ว +1

    Krishna prabhu heawahe janalu,

  • @bulbulisarma8578
    @bulbulisarma8578 3 ปีที่แล้ว

    🙏🙏 কৃষ্ণ কৃষ্ণ

  • @madhurjyaborah2131
    @madhurjyaborah2131 2 ปีที่แล้ว

    বাপ কৃষ্ণ ভগৱানে আমাক কুশলে ৰাখিছে।আপোনাৰ কুশল কামনা কৰি ভগৱন্ত প্ৰভু ওচৰত প্ৰাৰ্থনা কৰিছো। এনেদৰে আপুনি আমাক অমৃত ৰস শুনাই থাকিব।

  • @bishwanath8654
    @bishwanath8654 2 ปีที่แล้ว

    শতকৌটি প্ৰনাম জনালো প্ৰভূজন

  • @dipakborah1152
    @dipakborah1152 3 ปีที่แล้ว

    🙏🌺Krishna❤Ram🌺🙏

  • @mohonsaikia1433
    @mohonsaikia1433 4 ปีที่แล้ว

    Jai shri krishna 🙏🙏🙏

  • @dilip6pesrabha759
    @dilip6pesrabha759 ปีที่แล้ว

    🙏🙏 Pranam jnalo 🙏🙏

  • @pk6452
    @pk6452 4 ปีที่แล้ว

    ঔঁম নমঃ ভগৱতে বাসুদেৱায়।।

  • @mantuvallagilkalita1969
    @mantuvallagilkalita1969 4 ปีที่แล้ว +2

    Krishna krishna krishna

  • @achyutmedhi9100
    @achyutmedhi9100 ปีที่แล้ว

    prabhu iswar pranam,Krishna

  • @MantuKonch
    @MantuKonch ปีที่แล้ว

    Apunar mukhot amritmoi bhagobot huni dhoino holu❤🙏🙏🙏

  • @nialifestyle2482
    @nialifestyle2482 ปีที่แล้ว

    কৃষ্ণ আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি জীৱন ধন্য হৈছো প্ৰভু সেৱাহে ।

  • @AjoyPatar-st9bs
    @AjoyPatar-st9bs ปีที่แล้ว

    মহাভাৰতত উল্লেখ থকা সঞ্জয়ৰ বিষয়ে সবিশেষ জনালে কৃতাথ´ ,হম

  • @jadavchandradas7395
    @jadavchandradas7395 3 ปีที่แล้ว

    কৃষ্ণ। পভু। তোমাৰ।চলতে।শৰণ।লৈয়ো।নেৰিবা।মুৰাৰি

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 ปีที่แล้ว +2

    হৰি ৰাম কৃষ্ণ

  • @hrishikeshvlogs5512
    @hrishikeshvlogs5512 4 ปีที่แล้ว +2

    Krishna bhagabane kukhale rakhise bapa

  • @rinalahkar8437
    @rinalahkar8437 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏

  • @mrinalmedhi8346
    @mrinalmedhi8346 3 ปีที่แล้ว +1

    প্ৰভূ ভগৱন্তৰ কৃপাত আপোনাৰ শ্ৰী মুখেৰে ভাগৱত কথা শুনি ধন্য হৈছোঁ

  • @suntihazarika1927
    @suntihazarika1927 2 ปีที่แล้ว

    পাঠক বাপ আপোনাৰ ভাগৱত পাঠ ধাৰাবাহিক ভাৱে শুনি আছোঁ আৰু পাছলৈ শুনি থাকিম।

  • @Jk70000
    @Jk70000 4 ปีที่แล้ว +2

    ।।কৃষ্ণ।।🙏🙏🙏🙏

  • @haridaskalita7893
    @haridaskalita7893 4 ปีที่แล้ว

    Baap ati sunder Bhagavad katha. Krishna Krishna.

  • @maramidas2993
    @maramidas2993 4 ปีที่แล้ว

    Krishna bap🙏

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 3 ปีที่แล้ว

    আপোনাৰ ব্যাখ্যা শুনিবলৈ পাই সুখ অনুভৱ কৰিছো। আপোনাৰ আশীৰ্বাদত কুশলে আছো প্ৰভু।

  • @mantuvallagilkalita1969
    @mantuvallagilkalita1969 4 ปีที่แล้ว +1

    Bap jetiyar pora apunar bhagawat path mononibek krilu tetiyar pora bhut xukh santire asu.moi bhut dutyr majere bhagawat xuni thaku .nxunake thakib nowaru.bap bhagawane vale rakhok sobke krishna krishna krishna.

  • @nirusaikia7631
    @nirusaikia7631 3 ปีที่แล้ว

    হয় বাপ ঈশ্বৰৰ কৃপাত ভালে আছো । ভগৱানে আপোনাকো কুশলে ৰাখে যেন ।

  • @krishnakantadas7497
    @krishnakantadas7497 4 ปีที่แล้ว +1

    Aapunar kripat bhale aasu bap, prabhu aapunako bhagabantai bhale kukhle rakhak dirghayu houk ,,,,,,

  • @MantuKonch
    @MantuKonch ปีที่แล้ว

    Krishan❤❤❤

  • @kadambagogoi8689
    @kadambagogoi8689 4 ปีที่แล้ว

    Krishna krishna prabhu namaskar. Very much glad to hear krishna Katha from your end.

  • @Ji_ti_video
    @Ji_ti_video 4 ปีที่แล้ว +1

    Amak vaLe Rakhisae PRAVUR ARkhibadae,,,,, PRAVU,

  • @aairumidutta3711
    @aairumidutta3711 4 ปีที่แล้ว

    Krishn krishn

  • @junupravasaikia1816
    @junupravasaikia1816 3 ปีที่แล้ว

    আমি দুয়ো আপোনাৰ ভাগৱতৰ বাখ্যা শুনি থাকো ।বৰ ভাল লাগে ।প্ৰণাম জনালো প্ৰভূ ।

  • @basisthabaishya7731
    @basisthabaishya7731 4 ปีที่แล้ว

    God bless you Krishna pravu

  • @alliswellilovemyindia9257
    @alliswellilovemyindia9257 4 ปีที่แล้ว +1

    মোৰ বিনা ভকতে নিচিন্তে কিছু জ্ঞান, ভকতক পৰে মই নিচিন্তোহো আন। কৃষ্ণ, সকলো ভালে থাকক।

  • @ACHYUTKAKATI-l2e
    @ACHYUTKAKATI-l2e 5 หลายเดือนก่อน

    হে বাপ আমি আপোনাৰ video যোগেদি সম্প্ৰচাৰিত ভাগৱত পাঠৰ পৰা ইমানেই আপ্লুত ভাষা বা শব্দৰে বৰ্ণাবলৈ অক্ষম। আশীষ বিচাৰিছো এই ভাগৱত প্ৰেম মোৰ অক্ষুন্ন থাকক । ওম নমো ভাগৱতে বাসুদেৱায়। ❤️❤️🙏

  • @lattumoni6341
    @lattumoni6341 2 ปีที่แล้ว

    কুশলে আছো আপোনাৰ শ্ৰীমুখে বৈ থকা অমৃত ধৰা শুনি বাপজন

  • @pronabsaikia394
    @pronabsaikia394 7 หลายเดือนก่อน

    প্ৰণাম গুৰুদেৱ

  • @rupadutta9005
    @rupadutta9005 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ👏

  • @daisyrabha2343
    @daisyrabha2343 4 ปีที่แล้ว +1

    Krishna Krishna bap aaponar kripat bhale asu krishna

  • @hemalatasaikia8965
    @hemalatasaikia8965 4 ปีที่แล้ว

    কৃষ্ণ।
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ।
    পাঠক দেৱলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিলো।

  • @sabitrideka7802
    @sabitrideka7802 8 หลายเดือนก่อน

    সচাই আপোনাৰ ভাগবট শুনি মোৰ মন ভৰি গল আগলৈ আশা থাকিল

  • @umeshbasumatary1196
    @umeshbasumatary1196 ปีที่แล้ว

    Aahi aahi video 14 palu.
    Bor hundor lagis.
    Krishna

  • @maniksonowal5791
    @maniksonowal5791 4 ปีที่แล้ว +3

    Krishna Prabhu.