Bhagwat Path || Riju Pathak || Video-22 (প্ৰথম স্কন্ধ)

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ม.ค. 2025

ความคิดเห็น • 259

  • @jaduchutia2897
    @jaduchutia2897 2 ปีที่แล้ว +2

    প্ৰভু বহুত ধুনীয়াকৈ আহাৰৰ বিষয়ে বুজাই দিলে 🙏🙏🙏

  • @mrinalmedhi8346
    @mrinalmedhi8346 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ,প্ৰভূ আমাৰ বাবে আপুনি জীৱনৰ প্ৰকৃত ধন আৰ্জন কৰিবলৈ যি জ্ঞানৰ প্ৰয়োজন সেই জ্ঞান কিঞ্চিৎ হ'লেও লাভ কৰিবলৈ সক্ষম হৈছো, সেয়ে প্ৰভূ মোৰ দৰে অধমৰ আপুনি মহা গুৰু প্ৰভূ। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @HirenBorah-l4s
    @HirenBorah-l4s 2 หลายเดือนก่อน

    Om namu narayan🎉om namu narayan🎉om namu narayan🎉jay shri krishna ki jay ho jay, jay ho🎉riju pathak ki jay ho🎉🎉🎉

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 3 ปีที่แล้ว +1

    🙏 Oum santi Oum santi Oum santi 🙏🙏🙏🙏🙏

  • @mridulasonowal7096
    @mridulasonowal7096 2 ปีที่แล้ว +1

    হে প্রভু, অভাজনৰ সেৱা গ্রহণ কৰিব ❤🙏🙏🙏

  • @moonkumardas6611
    @moonkumardas6611 3 ปีที่แล้ว +5

    বাপ এক অমূল্য সম্পদ। বাপক প্ৰশংসাৰ লগতে সহযোগৰ প্ৰয়োজন। অন্তত প্ৰশংসা কৰা সকলে Like কৰক।

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  3 ปีที่แล้ว +1

      বৰ সন্তোষ পালোঁ । ধন্যবাদ

    • @moonkumardas6611
      @moonkumardas6611 3 ปีที่แล้ว +1

      @@RijuPathakSatradhikar এয়া আমাৰ ভাগ্য বাপ। আপোনাৰ এই মহান যাত্ৰা অব্যাহত ৰাখক।

  • @bhupendas1971
    @bhupendas1971 4 ปีที่แล้ว +10

    কৃষ্ণ বাপ !
    অতি বিতোপন আলোচনা | মানসিক প্ৰজ্ঞা জাগ্ৰত হৈছে প্ৰভূ |
    আমি পৰম ভাগ্যৱান প্ৰভূ যে আপোনাৰ শ্ৰীমুখে অনগল প্লাবিত হোৱা মানৱ মনক সংস্কাৰিত কৰিব পৰা অমৰ বাণী তথা উপদেশ সমূহে
    প্ৰতিজন শ্ৰৱণকাৰীৰ মানসিক স্থিতিক নিশ্চিতভাৱে সংস্কাৰ কৰিব পাৰিছ | এনে পৰ্যালোচনাই সকলোকে প্ৰভাৱিত কৰিব আৰু সমাজৰ কল্যাণ সাধন হ'ব | ধন্য হৈছো | শত কৌটি প্ৰণাম জনালোঁ পুনৰ...... | কৃষ্ণ বাপ, কৃষ্ণ |

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 ปีที่แล้ว +3

    কৃষ্ণ প্রভু ঈশ্বৰ আপোনালৈ কৌটি কৌটি প্রণাম যাচিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @basantasaikia5901
    @basantasaikia5901 4 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ অমৃতময় বাণী সদায় শুনিবলৈ পাই নিজকে আনন্দিত অনুভৱ কৰিছো ।ঈশ্বৰে আপোনাক দীঘায়ু কৰক ।সপৰিয়ালে আনন্দৰে থাকক ।ভগৱন্ত প্ৰভৱে আপোনাক কুশল কৰক । আমাৰ কাৰণে আপুনিয়ে ঈশ্বৰ সদৃস । নেদেখা জনৰ ওচৰত প্ৰাথনা জনাইছো এনেদৰে অমিতময় বাণী সদায় শুনিবলৈ পাওঁ ।

  • @orponadas6754
    @orponadas6754 3 ปีที่แล้ว +1

    Kishan🙏kishan🙏kishan🙏

  • @KritanjaliDevi-m7g
    @KritanjaliDevi-m7g ปีที่แล้ว

    ইমান সাৱলীল ব্যাখ্যা শুনিবলৈ পাই ধন্য হলো। বাপ প্ৰভূ জনক ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ।

  • @assmesvideo6000
    @assmesvideo6000 4 ปีที่แล้ว +4

    হে কৃষ্ণ বাপ ইমান সুন্দৰ বাখ্যা শুনি থাকিল লেও হেপা নপালাই তথাপিও কিছূমান লোকৰ মনত ভক্তিৰ আগ্ৰহ নাই। তেওঁ লোকক আশীৰ্বাদ জ্ঞান দিয়ক। কৃষ্ণ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kumudgayan1664
    @kumudgayan1664 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ মুখশ্ৰী হন্তে আহাৰৰ দৰে এটা উল্লেখনীয় দৃষ্টান্ত সহিত বাখ্যাই সকলোৰে অন্তৰত বাৰুকৈ ৰেখাপাত কৰিব,এয়েই ঈশ্বৰৰ ওচৰত প্ৰাথনা। এনেদৰে আগলৈও কৃষ্ণৰ কৃপা লাভৰ সম্ভাৱনা পূৰ্ণ গুৰু দুজনাই প্ৰবৰ্তন কৰা শুদ্ধ সংস্কাৰময় সাধন কৰিবলৈ আমাক সৰ্বশক্তিমান ঈশ্বৰ পুৰুষে কৃপা বৰষাই ভক্তি প্ৰদান কৰিব বুলি ভাবিছো, সেয়ে আপোনালৈ অশেষ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @manjurajkonwar2807
    @manjurajkonwar2807 2 ปีที่แล้ว +1

    প্ৰভু ঈশ্বৰ প্ৰণাম ।আহাৰৰ। বিষয়ে জানিব পাৰি ধন্য হলো 🙏🙏🙏🙏

  • @prasantakoch450
    @prasantakoch450 4 ปีที่แล้ว +15

    হে প্ৰভূজন, কি মধুৰ আপোনাৰ কণ্ঠস্বৰ শুনিলেই মন প্ৰাণ প্ৰফুল্লিত হৈ উঠে।এনেকৈ মধু পান কৰাই থাকিবলৈ আপোনাক ভগৱন্ত পুৰুষে সদায় কুশলে ৰাখক।কৃষ্ণ কৃষ্ণ ৰাম ৰাম।

    • @amiyasaikia8822
      @amiyasaikia8822 3 ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ.....

    • @mainabordoloi2479
      @mainabordoloi2479 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @rumibasumatari1962
    @rumibasumatari1962 2 ปีที่แล้ว +1

    প্ৰভু আপোনাৰ শ্ৰীমুখৰ উত্তম ব্যাখ্যা শুনি বহুত উপকৃত হৈছো শতকোটি প্ৰণাম নিবেদিলো আপোনাৰ চৰণত

  • @lakhiprovakatani3510
    @lakhiprovakatani3510 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বুলি মাতো আদৰি সাদৰি
    চৰণত ধৰি কান্দো বাগৰি বাগৰি ।🙏🙏🙏🙏🙏🙏

  • @munindragogoi2586
    @munindragogoi2586 4 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।ভাগৱতৰ অমৃত পান কৰি কৃত কৃত হৈছো ।ভগৱানে আপোনাক মঙ্গলে ৰাখক ।ধন্যবাদ ।

  • @parineetapari2645
    @parineetapari2645 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো🙏🙏🙏

  • @jibikabasumatary231
    @jibikabasumatary231 3 ปีที่แล้ว +1

    কৃষ্ণ বাপ ভগৱানে আপোনাক কুশলএ ৰাখক 🙏🏻

  • @assamgamer7672
    @assamgamer7672 3 ปีที่แล้ว +1

    হে বাপজন ,আপোনাৰ কণ্ঠ ইমান সুন্দৰ তাক ভাষাৰে বুজাব নোৱাৰি ।ৰাতি ৰাতি সদায় শুনিবলৈ চেষ্টা কৰো ।জয় শ্ৰীকৃষ্ণ ।

  • @jadabmahanta6775
    @jadabmahanta6775 4 ปีที่แล้ว +2

    Bhut Val lage apunar ei bhagawat path khuni.khadai enedre khunai thakib sun.krishna Krishna Krishna.

  • @bipinsaikia5008
    @bipinsaikia5008 4 ปีที่แล้ว +1

    Krishno krishno krishno

  • @parthapratimborah3018
    @parthapratimborah3018 4 ปีที่แล้ว +9

    আপোনাৰ ভাগৱত পাঠ শুনি মনটো শুদ্ধ হৈছে বাপজন কৃষ্ণ

  • @dimbeswari_patar
    @dimbeswari_patar ปีที่แล้ว

    Krishna Krishna. Krishna. Oum. Santi. Oum. Santi. Oum. Santi. 🙏🙏🙏🙏

  • @malobikagogoi7547
    @malobikagogoi7547 4 ปีที่แล้ว +2

    কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ মুখ পদম মাজে যি ভক্তি ৰস আমাকলৈ আগ বঢ়াই লে মই ধন্য হলো । কৄষ্ণ।

  • @Sarala24
    @Sarala24 4 หลายเดือนก่อน

    KRISHNA❤ KRISHNA ❤KRISHNA❤PRAVHU BAP JANA🙏🙏🙏🙏🙏🙏🙏🙏

  • @padmeswaridoley5063
    @padmeswaridoley5063 7 วันที่ผ่านมา

    আজিৰ পৰা প্ৰায় পাঁচ বছৰ কাল চোৱা লৈকে আপোনাৰ ভাগৱত পাঠ শুনি শুনি মোৰ হৃদয়ত সম্পূৰ্ণ আকৃষ্ট হৈছে যেন অনুভৱ হৈছে প্ৰভূ।
    তাৰ বাবে কোটি কোটি প্ৰণিপাত নিবেদন কৰিছোঁ

  • @dipamoniborabora9209
    @dipamoniborabora9209 3 ปีที่แล้ว +1

    He prabhu jona aamar hewa grahan koribo.aapunar sreemukhe bhagawat sraban kori mon pran vori porise.bhagawantoi aapunar poriyal borgok kukhole rakhok.krishna krishna.

  • @atulokalita4134
    @atulokalita4134 4 ปีที่แล้ว +2

    Baap Ati Sunder bakhya. Jai guru Sankar. Krishna Krishna.

  • @bontigogoi6984
    @bontigogoi6984 3 ปีที่แล้ว +2

    আধ্যাত্মিক জ্ঞানৰ কঁঠিয়াতলী খনত ভুমুকি মৰাৰ সুবিধাভাগী দিয়াৰ বাবে প্ৰভূজনাক কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ ।কৃষ্ণ কৃষ্ণ হৰি ৰাম !!!

  • @mohonsaikia1433
    @mohonsaikia1433 4 ปีที่แล้ว +3

    Jai shri krishna 🙏🙏🙏

  • @manishanath3124
    @manishanath3124 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻

  • @birendrahazarika7327
    @birendrahazarika7327 หลายเดือนก่อน

    ভগৱন্তত অৰ্পিত দ্ৰব্য, খাদ্য অমৃত হয়। কৃষ্ণ।

  • @rajjudutta2497
    @rajjudutta2497 หลายเดือนก่อน

    Krishno krishno krishno🙏🙏🙏

  • @kanchanbori2994
    @kanchanbori2994 4 ปีที่แล้ว +5

    কৃষ্ণ বাপ আমি সদায় ভাগৱত ব্যাখ্যা শুনি অতি আনন্দিত হৈছো । এনেদৰে যাতে সদায় আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি থাকিবলৈ পাওঁ তাৰে আমি সদায় ঈশ্বৰৰ চৰণত সেৱা। ভাপ আপোনাৰ জীৱনী বোৰো কবছোন মাজে মাজে বৰ জানিব মন জাই ।

  • @kashmiriscreation6929
    @kashmiriscreation6929 ปีที่แล้ว

    প্ৰভুৰ শ্ৰী চৰণত সেৱা নিবেদিছো।পলমকৈ হলেও আপোনাৰ দ্বাৰা ভাগৱত কথা শুনিবলৈ পায় সৌভাগ্য লাভ কৰিছো।বহুতো নজনা কথা শিকিবলৈ পাৰিছো।আশীৰ্বাদ কৰিব।কৃষ্ণ🙏

  • @pinkudas6167
    @pinkudas6167 ปีที่แล้ว

    Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dipalisonowal2432
    @dipalisonowal2432 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভু তোমাক কৌটি কৌটি প্ৰণাম জনাইছোঁ ।

  • @Gitarthavlog5751
    @Gitarthavlog5751 4 ปีที่แล้ว +2

    সংস্কাৰি মাতৃয়েহে সংস্কাৰিত সন্তানৰ জন্ম দিব পাৰে। আৰু তেনে সন্তানৰ দ্বাৰা এখন সুন্দৰ সমাজ গঠন হ'ব পাৰে। আমি বহু দিনৰ পৰা এই সম্পৰ্কত এটি খণ্ড আগবঢ়োৱাৰ বাবে আপোনাক অনুৰোধ কৰিম বুলি ভাবি আছিলোঁ। আজি সুন্দৰকৈ প্ৰভু আপুনি ব্যাখ্যা কৰিলে,আমি নথৈ আনন্দিত হলো।আই সকলেই নহয় আমি বাপসকলেও সততাৰে জীৱন নিৰ্বাহ কৰিলে সন্তানৰ দৃষ্টিত এজন আদৰ্শ পিতৃ লৈ ৰূপান্তৰিত হ'ব পাৰোঁ আৰু এখন সুন্দৰ সমাজৰ অংশীদাৰ হ'ব পাৰোঁ। তেতিয়াহে আমাৰ ভাগৱত শ্ৰৱণ কীৰ্তন সাৰ্থক হ'ব অন্যথা গালো বালো খোলা কুতিৰ তাল। আগলৈও প্ৰভুৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰোৱাৰ সমান্তৰালকৈ আমাৰ দৰে গজেনদ্ৰ সদৃশ মনৰ অহংকাৰী জীৱক আপুনি প্ৰভু সুন্দৰ জীৱন নিৰ্বাহৰ প্ৰনালীৰ বাস্তৱ শিক্ষা দিয়ে যেন।প্ৰভু আপোনাক শতকৌতি বাৰ প্ৰণাম জনালোঁ।অপৰাধ ক্ষমিবো প্ৰভু, কৃষ্ণ 🙏🙏🙏।

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  4 ปีที่แล้ว +1

      ধন্যবাদ জ্ঞাপন কৰিছোঁ

    • @padmaramdeka1586
      @padmaramdeka1586 4 ปีที่แล้ว +1

      প্ৰভু মহৎ উপদেশ বানী শ্ৰৱণ কৰি আপ্লুত হৈছো ।সেৱা জনালোঁ ।

  • @orponadas6754
    @orponadas6754 3 ปีที่แล้ว

    Krishna🙏Krishna🙏Krishna🙏

  • @annalatasaikia2434
    @annalatasaikia2434 4 ปีที่แล้ว +3

    হে মহানুভৱ আপোনাক ভগৱানে সদায় যেন কুশলে ৰাখে

  • @benudhardeka6896
    @benudhardeka6896 4 ปีที่แล้ว +4

    👏 কৃষ্ণ কৃষ্ণ বাপ | আপ্লুত হ'লো প্ৰভু |

  • @dipaliray5259
    @dipaliray5259 4 ปีที่แล้ว +3

    🙏🙏জয় গুৰু শংকৰ হৰি ৰাম ৰাম ৰাম
    🙏🙏কৃষ্ণ

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @golapidas565
    @golapidas565 3 ปีที่แล้ว +2

    Pranam prabhu

  • @bontiborah5014
    @bontiborah5014 4 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ।প্ৰভুজন।এনেহেন ভাগৱত ৰ মধুৰ অমৃত আপোনাৰ শ্ৰীমুখ ৰ বাণী পান কৰিবলৈ আমাৰ দৰে মহাপাটকী ৰ কেবাজনম ৰ সাধনা হে মহাপুৰুষ ,হে প্ৰভুজন।সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম।

  • @mihir7535
    @mihir7535 4 ปีที่แล้ว +2

    কৃষ্ণ বাপ অতি সুন্দৰ কথা ব্যক্ত কৰিছে। আপুনি প্ৰকৃত মহন্ত কৃষ্ণ চৰণ চিন্তি সদায় সুদৃঢ় বিশ্বাসে ভগৱন্তৰ কৰ্ম কৰিব লাগে কৃষ্ণ। 🙏🙏কৃষ্ণ দাস হুয়া 🙏🙏প্ৰসাদ ভুঞ্জিয়া 🙏🙏🙏 হস্তে কৰা কাম কাৰ্য। 🙏🙏🙏🙏 কৃষ্ণ স্থানক 🙏🙏🙏🙏 যতনে চলিওক🙏🙏🙏 সাচিয়ো পূণ্যৰ দমক।।🙏🙏

  • @daduldas1643
    @daduldas1643 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @daisyrabha2343
    @daisyrabha2343 4 ปีที่แล้ว +1

    Krishna Krishna bap oti xundor krishna sewa janaisu krishna

  • @lakhiborah4897
    @lakhiborah4897 6 หลายเดือนก่อน

    সচাঁই দেই এই অমৃত পান কৰিব পাই ধন্য মানিছো, প্ৰণাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @gopalnath6863
    @gopalnath6863 ปีที่แล้ว

    Krishna Krishna bap pranipat prabhue apunak dirgho aayu pardan korok Krishna Krishna Ram Ram

  • @ganeshkoch561
    @ganeshkoch561 3 ปีที่แล้ว +1

    Krishna Ram Ram Ram 🙏🙏🙏

  • @debajitdas7708
    @debajitdas7708 3 ปีที่แล้ว

    Apunar ei madhur bani xuni dhanna hoi golu prabhu🙏

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 3 ปีที่แล้ว +3

    কৃষ্ণ বাপ ! আপোনাৰ পাঠ তথা আধ্যাত্মিক অৰ্থ সমূহ শ্ৰবণ কৰি অত্যন্ত সুখ অনুভৱ কৰিছো। আপোনালৈ অশেষ ধন্যবাদ জনালো।সেৱা গ্ৰহণ কৰিব।

  • @Sarala24
    @Sarala24 5 หลายเดือนก่อน

    ওঁম শান্তি ❤ ওঁম শান্তি ❤ ওঁম শান্তি❤

  • @bornalibora7797
    @bornalibora7797 4 ปีที่แล้ว +2

    প্ৰথমে আপোনাক সস্রদ্ধ প্ৰনিপাত জনাইছো🙏🙏আপোনাৰ ভাগৱত ব্যাখ্যা শুনি শুনি আমাৰ জীবন ধন্য হইছে।মই মুস্টি দানৰ চাউলকেইতা থই ,ৰাতিপোৱা ঘৰচিকা চৰাই বোৰক খাবলই দিও। ভুল হয়চে নেকি ? জনালে নথয় সুখী হম । 🙏🙏🙏

  • @junmonisaikia3831
    @junmonisaikia3831 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @kingofhearts9294
    @kingofhearts9294 4 ปีที่แล้ว +2

    Bahut Bahut. Dhanyabad atimadhur. Krishna

  • @jinuchawrok5568
    @jinuchawrok5568 4 ปีที่แล้ว +3

    কৃষ্ণ গুৰু ৷ আহাৰৰ বিষয়ে সুজ্ঞান দিয়াৰ বাবে আপোনাক সশ্ৰদ্ধ প্ৰণাম আৰু অশেষ ধন্যবাদ জনালো গুৰুদেউ ৷

  • @hemprovasaikia7205
    @hemprovasaikia7205 2 ปีที่แล้ว

    Krishno krishno kroshno krishno krishno

  • @sewalidas4114
    @sewalidas4114 2 ปีที่แล้ว

    Xosai apunar xulolit kontho . Apunak vogobane kuxole rakhok.🙏🙏🙏

  • @deepanajlidas4523
    @deepanajlidas4523 3 ปีที่แล้ว

    Bap xeuwa jonalo 🙏🙏🙏,..Bap aponar kothakhuni Amar jibonot proyog koribor karone Ami soday jotno korim,...Bap aponar xoronot xeuwa jonai axirbad bisarisu...

  • @jinukakati1589
    @jinukakati1589 4 ปีที่แล้ว +4

    বাপ কৃষ্ণ সুমধুৰ ভাগৱতৰ অমৃত বানী ধন্য গুৰু শঙ্কৰ ধন্য আপুনাৰ সুৰ ধ্বনি কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @manashidevi9262
    @manashidevi9262 3 ปีที่แล้ว

    Joi guru Sankar 🙏🙏🙏🙏

  • @abhijitborah1953
    @abhijitborah1953 4 ปีที่แล้ว +1

    Krishna bap hewa jnalu Krishna.

  • @lombitmoran4759
    @lombitmoran4759 4 ปีที่แล้ว +2

    কৃষ্ণ বাপ আপোনাৰ শ্ৰীমুখে মহাভাৰতৰ ব্যাখ্যা শুনিবলৈ পোৱাতো আমাৰ পৰম শৌভাগ্য বাপ । আজি আপোনাৰ আবেগিক হোৱা মুখখনি দেখি আমিও আবেগিক হৈ পৰিলোঁ বাপ আইৰ প্ৰতি থকা আপোনাৰ এই বহুতো মৰম আমি দেখি বহুত আনন্দিত হলোঁ । আপোনাৰ আইলৈ মই কৌতি কৌতি প্ৰণাম জনাইছোঁ বাপ আপোনাৰ দৰে এজন গুণি জ্ঞানী সন্তানক তেওঁ জন্ম দিছে ।🙏🙏🙏🙏

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  4 ปีที่แล้ว +1

      হয় বাপ,
      আজি মোৰ এই আধ্যাত্মিক যাত্ৰাৰ মূল প্ৰেৰণা মোৰ মা ।

    • @lombitmoran4759
      @lombitmoran4759 4 ปีที่แล้ว

      কৃষ্ণ আপুনি বহুত সৌভাগ্যবান বাপ আপুনি এনেকুৱা এগৰাকী আই পালে 🙏🙏🙏

  • @reenadutta5908
    @reenadutta5908 4 ปีที่แล้ว +2

    Krishna Krishna bap pronipat jonalu ... Bohu dure thakiu apunak kakhota puar dora lagisa

    • @dimbeswarigogoi6683
      @dimbeswarigogoi6683 4 ปีที่แล้ว

      Krishna probhu,hewabhag agborhalu grohon koribo ,Krishna.

  • @digantadas6171
    @digantadas6171 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ আপোনাক বহুত বহুত ধন্যবাদ, থাকিল।

  • @arunpachoni1993
    @arunpachoni1993 4 ปีที่แล้ว +1

    হে কৃষ্ণ প্রভূ প্রনাম

  • @dipakborah1152
    @dipakborah1152 3 ปีที่แล้ว

    🙏🌺Krishna,Krishna🌺🙏

  • @rikadas2664
    @rikadas2664 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম জনালো।

  • @shyambhuyan435
    @shyambhuyan435 3 ปีที่แล้ว

    Krishna bap Jon 🙏🙏🙏

  • @mantuvallagilkalita1969
    @mantuvallagilkalita1969 4 ปีที่แล้ว +2

    Krishna krishna krishna bap

  • @dipsikhaboruah2817
    @dipsikhaboruah2817 4 ปีที่แล้ว +2

    Xundor aru bohu dorkari kotha koise....apunaloi bohut dhanyabad thakil...🙏🏻🙏🏻🙏🏻🙏🏻

  • @pankajboruah3673
    @pankajboruah3673 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ প্রণাম জনালো কৃষ্ণ

  • @karabigogoi629
    @karabigogoi629 4 ปีที่แล้ว +4

    অতি সুন্দৰ। জয় শ্ৰী কৃষ্ণ 🙏

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏🙏

  • @joshodadas1968
    @joshodadas1968 2 ปีที่แล้ว

    Bap kirshna ohari Oram 🙏🙏🙏🙏

  • @digantabarman1177
    @digantabarman1177 4 ปีที่แล้ว +2

    সুন্দৰ ৰিজু দা আহাৰ কথা কোৱাৰ বাবে
    কৃষ্ণ

  • @guneswarpadiguneswarpadi8995
    @guneswarpadiguneswarpadi8995 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ প্ৰভু কৃপা কৰক

  • @baradadas5158
    @baradadas5158 ปีที่แล้ว

    Krishna Bap aponer xoronot xeuwa jonalo 🙏

  • @dipankarmadahi6428
    @dipankarmadahi6428 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভু 🙏

  • @samprity01
    @samprity01 4 ปีที่แล้ว +2

    কৃষ্ণ।আপোনাৰ চৰণলৈ সহশ্ৰ প্ৰণাম ।আজিৰ বাখ্যাত আহাৰ সম্পৰ্কে যি বাখ্যা বৰ্ণনা হ'ল সেইয়া জানি ধন্য হলো।মনত বহুদিনৰ প্ৰশ্ন আছিল।কোলাহল পূৰ্ণ পৰিবেশৰ মাজেৰে মই দ্বিতীয় সন্তানৰ জননী হবলৈ গৈ আছো ।আশীৰ্বাদ কৰিব যাতে ভাগৱতৰ বাণী সমূহে গৰ্ভস্থ সন্তানক ক্ৰিয়া কৰে আৰু সফল মাতৃত্ত্ব ধৰ্ম পা লন কৰিব পাৰো।পুনৰ আপোনাৰ চৰণলৈ সহস্ৰ প্ৰণাম।

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  4 ปีที่แล้ว

      আশীৰ্বাদ কৰিলোঁ

    • @samprity01
      @samprity01 4 ปีที่แล้ว

      ধন্যবাদ।কোটী কোটী প্ৰণাম।আপুনি বৰ্তমান প্ৰজন্মৰ ভক্তি মাৰ্গৰ পথ প্ৰৰ্দশক।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ।কৃষ্ণ।

  • @rinalahkar8437
    @rinalahkar8437 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ঢৰণত সেৱা নিবেদন কৰিলো। কৃষ্ণ🙏

  • @sarajonisardar429
    @sarajonisardar429 3 ปีที่แล้ว

    Krishna Krishna Krishna 🙏🙏

  • @subornaroy9303
    @subornaroy9303 4 ปีที่แล้ว

    Krishna prabhu bahut gyanlav karilu prabhu hewa janalu

  • @boikunthadas3110
    @boikunthadas3110 4 ปีที่แล้ว +4

    শ্ৰী শ্ৰীকৃষ্ণ ই নমো নম. ভগবানে আপোনাক কৃপা কৰক. আমাক শ্ৰবন কৰোৱা বাবে. কৃষ্ণ.

  • @birenadhikary6245
    @birenadhikary6245 4 ปีที่แล้ว +2

    Krishna, Joy guru Sankar, Bap Sewa Loba, Bhagawat path Suni Anandita hoicho

  • @bondanadas1594
    @bondanadas1594 4 ปีที่แล้ว

    কৃষ্ণ বাপ🙏🙏🙏🙏কৃষ্ণ

  • @nirumedhi4703
    @nirumedhi4703 4 ปีที่แล้ว +4

    🙏🙏🙏

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 ปีที่แล้ว +3

    ৰাম কৃষ্ণ হৰি

  • @lalitabaishya477
    @lalitabaishya477 7 หลายเดือนก่อน

    শুনিবলৈ আৰম্ভ কৰিছো প্ৰভু

  • @mahabahu6757
    @mahabahu6757 4 ปีที่แล้ว +1

    ইমান সুন্দৰ বুজনি ।কৃষ্ণ বাপ ।

  • @bulbulisarma8578
    @bulbulisarma8578 3 ปีที่แล้ว +1

    🙏🙏 কৃষ্ণ কৃষ্ণ

  • @pratibhapathak5602
    @pratibhapathak5602 4 ปีที่แล้ว +3

    Ram Hari 🙏 🙏

  • @jadabborah1447
    @jadabborah1447 4 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভু , প্রণিপাত জনালোঁ ।

  • @gangadevi4089
    @gangadevi4089 4 ปีที่แล้ว +3

    Ha krishna dayamai amar bapjanak kushale rakha

  • @RanjanaGogoi-i7f
    @RanjanaGogoi-i7f 5 หลายเดือนก่อน

    Krishna Krishna Krishna ❤❤❤❤

  • @banigayan4963
    @banigayan4963 3 ปีที่แล้ว

    Krishna Krishna 🙏🙏🙏