Pabitra Margherita on BJP Leader Quit Party | বিজেপি এৰি আন দললৈ যোৱাটো হাস্য-ব্যংগ আখ্যা। N18V
ฝัง
- เผยแพร่เมื่อ 21 ต.ค. 2024
- Pabitra Margherita on BJP Leader Quit Party | বিজেপি এৰি আন দললৈ যাব কেইবাগৰাকীও বিধায়ক" - এই বিষয়টো এটা হাস্য-ব্যংগ এটা ইচ্ছু।
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#pabitramargherita #bjp
#news18assamoriginals #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
বি জে পি দল এৰি অন্য দললৈ গৈ মহান কাম কৰিছে l
একো নকৰে মাথো কথাৰ ফুলজাৰি মাৰি যাৱ ?
পবিত্ৰ ডাঙৰীয়া বি জে পি এটা মিছলিয়া মুদিৰ শৰণীয়া বাগৰাৰ দ'লহে নহয়নে ? আগৰ মাননিয় বাজপেয়ীৰ বি জে পিক মিছলিয়া মুদিয়ে শেষ কৰি পেলোৱা নায়নে ? খালি মিছ, খালি মিছা, মটা মানুহ হয়নে নহয় তাতো সন্দেহ নহয়নে ?
যোৰহাট লোকসভা সমষ্টি হৰাৰ বাবে দায়ী মাজুলী সমষ্টি বাদ দি বাকী সমষ্টিৰ বিধায়ক কেইজন হয় । উৎপিলিঙাসূচক মন্তব্য কৰাতকৈ বাস্তৱ কথা কব লাগে । লোক সভা আৰু বিধানসভাৰ নিৰ্বাচনৰ বহু পাৰ্থক্য থাকে পবিত্ৰ গগৈ । সেইটোও নাজানা নি ? সৰ্বাদাক লেং মাৰি হিমন্ত দাক তেল মাৰি কেনেকৈ ৰাজনীতিৰ জখলা বগাই আছা সকলোৱে জানে । ইতিহাস কিন্তু বৰ নিষ্ঠুৰ যিটো প্ৰফুল্ল মহন্তই সৰ্বানন্দক গুৰুত্ব দিয়া নাছিল সেই সৰ্বানন্দই এদিন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিল । স্বাৰ্থলোভী অহংকাৰী সবিধাবাদী নেতাক ৰাইজে ৫ বছৰৰ পাছত ডাষ্টবিনত পেলাই দিব ।😅
Election খেলিলে আপুনি নিজিকিলে হয় ডাঙৰীয়া 😂😂
Bjp bye bye
সময় আছে এতিয়াও। দম্ভালি নামাৰিব।
Apuni kotha kole val nedekhi, apuni elected nohoi selected mp & minister he hoi. Aber election kheli saokxun
Gaurav Gogoi ahi ase dada congress zindabad
যি চৰকাৰেই নহওঁক কিয় ৰাইজৰ বাবে কাম কৰিবই লাগিব। আগৰ চৰকাৰবোৰে কাম কৰা নাই বুলি ৰাজনীতি কৰিব নালাগে বোপাই।
Aijonr Kam nai
কিছুমানৰ কিন্তু কপাল । তৈল মদন
এই ৰস আৰু ফূৰ্তীয়ে এদিন ধংসৰ পথ মোকলা ই দিব ।
বিজেপিনো কি ভাল দল । তুলনামূলক ভাৱে কংগ্ৰেছে দেখুন বহুত ভাল
ই এটা জলমবটা। পলায়ন মনোবৃত্তি উত্তৰ। কেছেট বেপাৰী আহি মন্ত্ৰী ঔ।
আহোম আহোমেই - গৌৰৱ গগৈক লেংমাৰিবলৈ পবিত্ৰক লেংমৰাই চিধাচিধি সংসদ বনাইছে ৷ ভোট খেলিলে ৰিজাল্ট বেয়াই হ’লহেতেন
😢 পবিত্ৰ পজেক্ট পৰিদৰ্শন কৰিবলৈ আহি ভোটগণণাৰ তথ্য দাঙিধৰি সৰু নেওতাহে পঢ়ালাহিচোন। সেই প্ৰকল্পটোৰ ওপৰত তোমাৰ কিবা জ্ঞান আছে যেন লগা নাই।নাটক কৰা যেনহে লাগিল। কাৰোবাৰ অনুগ্ৰহত বিনা ভোটেৰে হোৱা মন্ত্ৰীহে তুমি। ৰাজনীতিৰ আচল সোৱাদ নাপালাই।সদনত তোমাৰ ইংৰাজী ভাষণ টো শুনি ভাল লাগিল।গৌৰৱক ভেটিব পাৰিবা। তুমি চেনেলবোৰত ভাষণ দিবলৈ যাওঁতে গৌৰৱে কোৱা কথায় উদ্ধৃতি দি আৰম্ভ কৰা। কৰিছা যদি শুদ্ধ আৰু ৰাইজৰ হিতৰ কাৰণে ৰাজনীতি কৰা।নহলে সংস্কৃতিৰ ক্ষেত্ৰ সবল কৰা। ভগৱানে সকলোকে ,সৎ বুদ্ধি দিয়ক।
এতিয়া বে বে বে কোন দলত যোগদান কৰিব।
Just stand in election and win at least once.
Gourav Gogoi is coming now
Something I feel bad against BJP I don't know why.
Apuni abar election uthibsun...amaru mon jai apunar result kenekuwa hoy
Aituk dekhi hahi he uthise. Election kheli a pua naisun , ki dhoronor montri 😅
Rajyik montry tu pautei tar fitahi dekho ... Paise taku tel mari.. 😅😅 CD beparie janei ba ki???
Pabitra da apuni aku nokoraki emn khini paisa.....belege emn khati u and loike sikriti napale.....I'll Matt nami kotha kouk..
⁹
Bharatiya jhumla party delhi para solise karan pradhan mantri 15 lakh aru bangladeshi khedim buli bhywa pratissruti disil jitu vajpayee ene faltu kuwa nasil
Aiejon Kun hoi nu? Aiejone ketiya, kot Election khelisil aku gomeai napausun.
Margherita saday side kati kati rply diye
Mamar karneo hahe ne? tumi ajan kapuruh.,
Junbai caset khon kunubai bikibo naki....muk lagisel
Babua sagli, dalalir muk daki noplainu ki upai😃😃😃😃👏👏👏👏👏👏
128 khon man pabo.
Pabitra Gogoi...