"টকাৰ পাৱাৰ নহয়,শিক্ষাৰ পাৱাৰহে মেইন'
ฝัง
- เผยแพร่เมื่อ 9 ก.พ. 2025
- "টকাৰ পাৱাৰ নহয়,শিক্ষাৰ পাৱাৰহে মেইন।অসমত অসমীয়াই অসমীয়াক মা*ৰি আছে।হিন্দু- মুছলমানৰ ৰাজনীতি কৰি লাভ নাই।অসমত অসমীয়াগিৰি হ'লেহে বৰ অসম গঢ়িব পাৰিম।ই খাটাং।সামাজিক মাধ্যমত মই বেয়াকৈ কোৱাটো মোৰ ব্যক্তিগত ক্ষোভ,তাকেলৈ কোনোবাই কিবা কৈছে সেয়া মোক লৈ টি আৰ পি লৈছে।মই আগলৈ গালি নাপাৰো বুলি প্ৰতিশ্ৰুতি নিদিও'ভিক্টৰ দাসৰ বিস্ফোৰণ।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com...
"শিক্ষিত মানুহে সদায় সত্য কথায় কয়" চৰকাৰে কৰা কিছুমান প্ৰবঞ্চনাৰ বাবে তেওঁ কেতিয়াবা ক্ষোভত অগ্নিশৰ্মা হ'ব পাৰে, কিন্তু তেওঁ সদায় সত্য।
Great Victor Das,
100% Right
ঠিক ৷ মাথাত মাল নথকাবোৰেই সমালোচনা কৰে ৷
tur Brain tu Grow e hua nai sage
@@ultimatecreation.... You need brain treatment bro
মন্ত্রী হব পৰা যোগ্যৰ মানুহ হয়, আৰু এদিন হব।
আপোনাৰো আছে আকৌ
মিছা নহয়। শিক্ষাৰ প্ৰতি নৱ-প্ৰজন্মৰ বৰ বিশেষ আগ্রহ নাই কিছু সংখ্যক বাদে মই চিন্তা কৰো যে ১০০%ই শিক্ষা আৰু খেলৰ প্ৰতি আকৰ্ষিত হওক যাতে ভাৰতবৰ্ষত অসমৰ নাম শিক্ষিত আৰু সংস্থাপনৰ নং ১ হিচাপে পৰিগণিত হওক। জয় আই অসম।
ভিক্তৰৰ কথাবোৰ কিন্তু ভাবিব লগা । মধ্য বিত্ত সকলৰ আৰু ছাত্ৰ ছাত্ৰী সকললৈ কি দিলে বাজেটে ? সমাজৰ জ্যেষ্ঠ নাগৰিকলে কি দিলে ? আমি কিন্তু বাজেটক লৈ হতাশ হ'লো ।
একে বাৰে সত্য কথা
Good Victoria
Right kotha dada
Right 👍👍
100 % right
ধন্যবাদ !!! ডাঙৰীয়া 👌👌👌👍👍👍💯🔥উচিত কথা⭐
Education Main 👈
Gali paribo pare ,,,, But Victor dar mon Tu bohut bhal. Love you❤ Victor Da,,,
একদম সঁচা আৰু কথা কোৱাৰ শৈলীটোয়েই বেলেগ ৷
শিক্ষিত লোকে সত্য কয় আৰু মাথাত মাল নথকা প্ৰায়েই সমালোচনাত বহে ৷
সত্য কথা ককাইদেউ ৷
Ekdom khosa kotha
Borhiya ❤❤first class and neatly replied.
Victor da always top on the table 💯 true 🖤
Next CM candidate ❤❤❤❤
Om
তেওঁৰ কথা আৰু মানুহজনৰ এটা তাৎপৰ্য আছে। বদমাছি বোৰক অখিল,লুৰিণ,বা এওঁ বাৰে২ বুজাই আহিছে।
Right.....
Aji victor Das iman hundor kothabur koise baba enekoi homilmile agbarhi jabo lagibo homilmile jatir babe .
Ek dam tikh koisa
Right dada
RIGHT
Right 👍 ❤
ভিক্টৰ দাশক সত্য কথা কোৱাৰ বাবে ভাল পাওঁ। শিক্ষাৰ জোৰ এইয়া ভূল বিলাক মানিব নোৱাৰি
Apuni honest dada
Absolutely right 👍
Aji Victor das bohut bhal lagil baba .
❤❤dada
Next Akhil Gogoi ❤❤❤
Very good victor da 💓💓
Victor da aaponi bohut bhal kotha koise..
Victor dase right koise
শিক্ষাৰ পাৱাৰ = টকাৰ পাৱাৰ।
ধৰা হল এজন মানুহে আনুষ্ঠানিক শিক্ষা একেবাৰে কৰা নাই।তেওৰ টকা অভাৱ নাই অৰ্থাৎ তেওৰ লাখ লাখ বিঘা মাটি আছে মানে তেও টকাৰে বহু শক্তিশালী।আন এজন যদি বহু দূখীয়া হয় কিন্ত তেওৰ শিক্ষা আছে,বহু ডিগ্ৰী লৈ থৈছে।তেন্তে আপোনালোকে কোন জনক সন্মান দিব???হয়টো শিক্ষা থকাটো সন্মান দিব টকা থকাজনকো সন্মান দিব।মানে কথাটোৰ অৰ্থ হল শিক্ষা আৰু টকাৰ ক্ষমতাক সকলোৱে সন্মান কৰে।।।
Money matters not education
Hundor victor sir
100% ✅
Right kotha koi dada jon .hodai selt
Right 👍👍👍 ..
Victor da 👍👍👍👍🙏
Super ❤❤
Congratulations Victor Da, Very Very Good Suggestion, Always Be Happy, May God Bless You Dada, Jai Bajarong Boli
💯👍
Most welcome Victor
Right
victor da u are right.
Xosha kotha Vitoria Da🎉
Waiting.....Victor da❤
Wright bro
Victor ,,,,, selute,,,,,,kotha kbole voi nokora,,, xsa kotha kua ajon victor da,,,,,,vl lage
You are great Victor da ❤
🔥🔥🔥
100% right 👍 king 👑 victor daa 🤟
King victor is always right
Agree with your 1st line Victor Das
*সকলো মানুহে যদি চাকৰি কৰে খেতি-বাতি কোনে কৰিব? ব্যবসায় কোনে কৰিব? দোকান কোনে দিব? গাৰি কোনে চলাব? ত্ৰাক কোনে চলাব? সমাজ খন কি অকল চাকৰিয়ালেৰে চলে নেকি?*
Nijei eku kribo nai pora aaneu nkra tu bisariso sdrbhai
Business koribole /kheti koribole tax komabo lage na.... Protitu bostur minimum price fix hbo lage......
Ajir dinot sob bostut eman tax logale.....
Amar tea garden ase..... 2014 r agoleke 30% chemical/labour t khoros hoi...... 70% profit hoi....
Aji kali 60% labour chemical t khoros hoi hoi/40 percent thake....
Baki sobore anekua hoise... Kintu amar personally g ase haitu koisu...
Mur deutar supari tamul agari... Bjp dalalok rastat poisa d nujua karone.. Bermis supari hojai.. Seized kori dila... Aru ki bjp val kom
@@nitudekabezpara8678 toi eku njno
Right ❤❤❤❤❤❤
Ummm right victor daa hai kne to val lge
Ri8
🔥
Victor dak sobei support korib lge manuh2 bohut vl teu beya khini sob kisuman manuhe korile ❤
💯 right
Xosa kotha
❤❤❤❤❤❤❤❤
Right 100%
Victor da rock☠️ Govement shocked 🤡
Right victar da apuni hoklu kothai khulake koi .apur dore 10 jon hole aku nalage axomt
Bhut val kotha koi victo dai
Jai Victor Sena
Victor da always 🎉❤
👍 right
Victor dai right kotha koi
Reporter jonk selute disu ❤
❤❤❤❤ victor daa
Right victor daa ❤️
Victor da..❤❤❤❤❤
তুমি এনেই ঠিকে আছা।কিন্তু তোমাৰ মুখ নহয় সেইখন কতি।
Assam raja❤ Dada dom ase kinto
ধুই নিকা নিযুক্তি আমাৰ গাঁৱৰ এজনে পইচা দি সোমাইছে অসমচাকৰি আমি এনে দৌৰি interview দিও
Victor da apuni one men army
Right Sir..
ইয়াৰ কথা বোৰ শুনি মানুহ জন ভাল নে বেয়া একু ধৰিব এ নোৱাৰি কেতিয়বা তাৰ দাল ছিগি যায় নেকি
Khong uthile manuh khai pelab dada eyake koi valot bhut vl beyat jom kal ,,
Victor ❤
Victor Da❤ jindabad❤🔥
Right kotha koisa dada
Politics ahibo jen paisu.....
Thik kotha koise victor dai.
Victor das jindabad....
Very true
Good victor da good
V das best kyuki oh acha admi hai
Mojja
Lv u big brother ❤❤
100@100 Right now victor dada
Victor is my idol he is our Assam davang and brave person
😮
Victor daa apunak bhut vl lge ❤point bilak positive koi
Victor da very good man
Victor daa ❤
Victor dada bhal kotha koise Victor dada Jinda baad
এটা মোৰো একে dilouge, গালিৰে সমস্যা সমাধান নহয়, কিন্তু গালি দি মইও শান্তি পাওঁ !