Chupa Chupi: EPISODE 8 | Atlas Creation | Pranab Bharali | Hrisikeesh Patggiri | Assamese Web Series
ฝัง
- เผยแพร่เมื่อ 10 มิ.ย. 2024
- In a world where words were born to connect us, the evolution of language and the creation of letters eventually gave rise to mobile phones. But with this technological leap, relationships faced a paradox: they became both simpler and more complex, revealing hidden gaps that had long been obscured. "Chupa Chupi" explores how the advent of mobile phones has reshaped the way we connect, and the unseen rifts it has exposed in our relationships.
Cast:
Himanshu Prasad Das
Snigdha Gogoi
Kaushik Bharadwaj
Jit Kalita
Saptarshi Gogoi
Boibhabi Goswami
Jintu Kumar Kashyap
Bedabrat Borah
Ragini Kaushik
Meenakshi Borah
Kishor Tahbildar
Written & Directed by: Pranab Bharali
Produced By: Hrisikeesh Patggiri
Chief Assistant Director:Jyotishman Sharma
Director of Photography: Raktim Hazarika & Gyan Gautam
Assistant Cinematographer: Supranta Hazarika
Editing and Color Grading: Uddipta Kumar Bhattacharyya
Aerial Cinematography: Nilim Bay
Backgrund Score: Arnab Bashistha
Sound Design: Hirakjyoti Nath
Patch DOP: Chandra Kumar Das
Assistant Director: Snigdha Baruah
Production Manager: Mrinal Haloi
Production Team: Rupom Patgiri, Tridip Roy and Tirtha Mazumdar
Recordis: Dibyajyoti Kaushik
Makeup Artist: Nirmali Kashyap
Costume: Hiemakshi Borah
Calligraphy: Amlan D
Special Thanks: Kawoimari Gaon
Editing, Sound Design and Recording Studio: Blue Raaga Audio Visual
[Social]
Atlas Creation
Facebook: / @atlas-creation-100064...
Instagram: / atlas_creation
© ℗ Atlas Creation. All Rights Reserved.
NOTE: Any illegal reproduction or reupload of this content in any form will result in immediate action against the person concerned.
Digitally Powered by Eikhon Axom Hoi Bhai Media
Web: eahbmedia.in/
___________________________________
Enjoy & stay connected with us! - บันเทิง
সময় নাছিল বাবে ইমান দিনে চোৱা নাছিলো । আজি একে বহাতে চাই শেষ কৰিলো । সুন্দৰ উপস্থাপন । শৈশৱক আকৌ এবাৰ উপভোগ কৰিলো ।
মইও
মইও salu
Hsai deiiii ❤ from golaghat assam
Moi o salo
কাহিনী সুন্দৰ কিন্তু সময় খিনি!! মহাভাৰতৰ দিনত CD ওলোৱা নাছিল। সময় ইমান আগবাঢ়ি গ'ল মোবাইল আহি পালেহি কিন্তু নায়ক কেইজন দশম শ্ৰেণীতে থাকিলে। অ BR Choopra মমহাভাৰতৰ দিনত ভিদিঅ কেছেট প্লেয়াৰ (VCP) আছিল। এই খিনি হজম কৰিব নোৱাৰিলো। বাকী সকলো সুন্দৰ।
বৰ্বাদৰ আন এটা নাম সঁচা ভালপোৱা 🙂
Right 👍
Yes
Thik🤝
অপ্ৰিয় হলেও সত্য 🥺
😢😢😢😢😢😢
Kun kun sangitak val lage like kora
Maamok besi vl lge ...piece eta ❤
Kune kune school r Prem napala like ata maridya 🥹💔
Napalu 😢
@@loknathneog4138napalu de😢
Moi napalu😢😂
Moiu
Moi😢
দীপক বৰ মৰম লগা কিন্তু দেই 🤍
Xosai 🥰
Hosai❤
Khosa
umm hoi
Class X t kun kun single asila😂😂
😊😊
Moi 😂 ako aaaa Mila nai Aibilak mor lgt
Mur tu ata u kotha mila ny iyaar logot
@@junmonihazarika4890 tumar lgt ooo Mila nai neki 😁 Aibilak
Moi atiyau single😅
মানুহৰ মন সদায় চঞ্চল। আজি কাৰোবাক ভাল লাগে আৰু অহাকালি আন কাৰোবাক।
Right
Sodai nhoi neki
Russian ❌ Urmila ✅
😂
Yes bro
😂
😂
Kukuror lgt😂
সংগীতাক দেখি মোৰ দীপকলৈ হে ভয় লাগিছে😔😔😔😔সঁচা ভাল পোৱাৰ মাজত যেতিয়া আনজন ব্যক্তি সুমাই তেনেকুৱাই হৈ,কিন্তু যিমান যি হ'লেও আন ব্যক্তিক আপোনলোকৰ মাজত সুমীয়াবলৈ নিদিব,অনুগ্ৰহ কৰি কৈছো
Dukani Jan he lagise😅😅
উৰমিলা এতিয়া ৰাইজৰ পত্নি হ'ল গৈ😂😂🤣
Sorkari mall😂
তিনিবাৰ শিৱৰ নাম ল।। নাপাই নহয়😄
😢😢
এদিনত এ গোটে খন্ধঃ চালো। অপেক্ষা থাকিল ইয়াৰ পিছৰ Season অতি সোনকালে পাম বুলি। মই পাঠশালা চহৰৰ পৰা কৈছোঁ।
Same bro
এটো web series চাই বুজিলো ছোৱালী বোৰ কেনেকৈ সলনি হৈ যায়,, আৰু বৰ্তমান এইবোৰ হৈ আছে 😢
সকলোৰে মনত এইবোৰ আছে বুজিব পৰাকৈ,,
এই social media যি বোৰ হৈ আছে এই series টো এটা বহুত ভাল উদাহৰণ দেখাই দিলে ❤
Sb suwali kintu holoni hoi najai kisuman lorau hoi jai...😌🙂
এই ছবিখন চাই এটা ভাল লাগিল, অতিতৰ গাঁৱলীয়া সমাজৰ সকলো স্মৃতি ফুটি উঠিছে
ল'ৰাৰ ভালপোৱা আৰু ছোৱালীৰ ভালপোৱা মাজত কিমান পাৰ্থক্য আছে web series খনে ভালকৈয়ে বুজাইছে।
Yes brother❤suwali nimikhote holoni hoi jai notunr mat huni 😂
Lorau change huwa dekhisu 🙂
😮😮😮😮😮😮😮😮😮😮
Dipak e gf thakutei akoi buwari ejoni r logot sex koribo khep di asil... Xi u kom nhoi.
শৈশৱ ghurai nepale o শৈশৱৰ এক অনুভৱ পাইচো😊💓💥
অভাৱ...
অভাৱত যে মানুহে কি কি নকৰে হত্যা , আত্মহত্যা , গিৰিয়েকৰ অভাৱত এজন পৰপুৰুষৰ লগত সম্পৰ্ক , পত্নী অভাৱত আন এজনী মহিলাৰ লগত আজিকালি পৰকীয়া প্ৰেম ইমানে বাঢ়িল নিজৰ গিৰিয়েক কাষত থকা পিছতো পৰপুৰুষৰ লগত সম্পৰ্ক গঢ়ে । আচলতে সকলোবোৰৰ কাৰণ এটাই অভাৱ ।
Nijor character val hole hazar ovab a o ako krba nore
Abhabe sabhab nasto kore Bhai....
@@AnanayaMishra2006 Bortoman timet tene hombhob nohoi . Dinok dine aru beya fale goti korise . Manuhor swabhav nohoi montu holoni koribo lagibo kio Mon too aa ha aibur bikhoye sinta kore . Mon too control rakhibo parile eku naii kintu ami praii aa belegok kiba kora , lua dekhile mon tote bhabi aa lou amiu pua hole , moiu lom rohh enekoi . Aibur too abhavor karon .
উৰ্মিলা বৌ ৰ বহুত লেটি-পেটি দেই😮
ল'ৰাৰ প্রেম আৰু ছোৱালী প্রেমৰ জলন্ত উদাহৰণ
Sbo swli akiii nohiiii 🥲
Sbo swli akiii nohiiii 🥲
Sbo swli akiii nohiiii 🥲
Hmmm
Aibur karonote suwali burok biswas krib bea paw
শৈশৱৰ সকলো স্মৃতি ভাহি আহিছে।❤
Xoixovot ai he kori asli porhiba ari
@@Gohay19😅😂
Hoi sir... ❤❤
সংগীতা সলনি হোৱা বাবে সঁচাই দুখ লাগিলে😞😞প্ৰেমৰ ওপৰত একেবাৰেই বিশ্বাস নোহোৱা কৰি দিলে।।বৰ্তমান হে এনেকুৱা হৈছে প্ৰেম ,ভাল পোৱা বোৰৰ।। ১৯ শতিকাত এনে নাছিলে।।
তেতিয়াৰ প্ৰেম এনেকুৱা নাছিল।
Hoi o😢😢
@@sangeetamayur7375 হয়।।১৯ শতিকাত টু চিঠি আছিলে,গিটিং কাৰ্ড আছিলে।। কিন্তু দেখুৱালে কিবা বেলেগ একদম
Asil badhyo hoi jai..kom porimane asil
Xosaii ki dhunia acting xokoluree..... pranab da apunak selute....xokoluke ki dhunia ke uposthapon korise.... assamese industry t apunar ei khini obodan xodai monot rakhibo xokolue....xosai ki xundor uposthapon....❤
Atleast, I don't wanna see sangita changed 😢 ,, all relationship getting negetive 😢
Moi o seito a vbiso tai jate change nhy
I also
কিন্তু মোৰ বাবে সেইটো ৰিয়েল
Chng tu Mobil e korile,, Mobil nthakote amr o life blk anekuwai asil😢
Sangita namor suali bor change hoye thake
ল'ৰা আৰু ছোৱালীৰ প্ৰেমৰ পাৰ্থক্য ইয়াতেই।
Class 11 students attandance here😅😂❤
Yahhh😅
Yeah@@KrishnaSutradhar-lx5ug
সুন্দৰ কাহিনী আৰু এনেকুৱা web series pam buli আশা থাকিল
গোটেই কেইটা episod চালো বহুত ধুনীয়া লাগিল কিন্তু lastot Sangita, mem , ru xei Val পোৱা লৰাজন আৰু ছোৱালী জনিৰ কি হল অলপ দেখাব লাগিছিলে।। বাকী Episode gute কেইটা বহুত ধুনীয়া একদম ৯০s লৈ গল ❤❤
Season 2 ahibo..wait korok
Kar-kar 3rd personr krna breakup hl 😭💔
Mee😢
বহুত ভাল লাগিল চাই । যোৱাকালি 7 Ep চাই সমাপ্ত কৰি দিলো
Bki jie nhouk mur kintu dipak k bhtt morom lgil❤
ইমান ধুনীয়া হৈছে ৱেব series খন আগৰ দিনলৈ মনত পৰি গল
umm hoi❤❤❤
Series to sai ata kotha bojile je val powa emn khoj nhoi and lora jonr ki obsta hoise tq anekowa akhn se... Diyr babe ❤❤❤
schooliya din bur akoao mant porise 😢 mojja
Himanushu da you are a genuis man.. gem of Assamese film industry
There is a আকাশ পাতাল different between boys feelings and women's feelings 😢
Akdm 🙌
nope it's more like how technology ruined innocent mind and simple life of everyone
Right 👍
Nah it's right women can love any one but men can't it's Hormonnal...
More like bring out their true nature.. because of too much independence@@SangskarKalita25
The role played by a phone in creating a space between people is nicely presented here ❤
Background music ইমান ধুনীয়া সঁচাকৈ 😌👌❤
18:50 Headmaster r wildcard entry was epic 😂
😂
😂😂
😂😂😂😂😂
😂
৪ঃ২৭ তাইকো মোৰ পৰা মাক দেউতাকে পুলিচ লগাই লৈ গৈছিল।মইও এনেকেই এজুপা গছৰ তলত ৰৈ গছ জুপলৈ চাই আছিলো।তাৰ পাছত ৩ পেকেত চিগাৰেট শেষ কৰিছিলো সেই গছ জুপাৰ তলতে।গছ জুপা এইবাৰ কাটিলে।লগতে হয়তো জীৱনৰ বহু স্মৃতিও সেই গছ জুপাই লৈ গুছি গ'ল।
😢
Goosebumps 😢❤
Continuasly episode 8 bohut vhal episode mind blowing 👍👍
Hodai hodai Sam buli vabi thaku ..aji salu eman Val lagil gutai episode kaitai sai dilu agor school r din bur loi mon ot pori gol
Bohut bohut dhunia hoise.....xokolue dhunia korise ....monot pori goise smriti bur ... Snigdha acting mur favourite ❤❤❤❤
Ai series tu laahe laahe bujai ase ki mobile'e kiman tu lukhe manuu donkhoo kori asile 🥹
প্ৰণৱ ভৰালী দাদাৰ প্ৰতিটো কামেই বহুত সুন্দৰ। আকৌ এবাৰ শৈশৱলৈ ঘূৰি গ'লো ❤❤❤
আগলৈ মনত পৰিল,, বোৰ সুন্দৰ হৈছে😮😮😮
মোবাইলে দূৰত্ব বোৰ নোহোৱা কৰিলে সঁচা কিন্তু অন্তৰৰ সেই সঁচা ভালপোৱবোৰ নিমিষতে নাইকিয়াও কৰি পেলালে।
Acting ❎ reality ✅
Seriesতু চাই ভাল লাগিলে ।
So beautiful series ❤
ইমান সুন্দৰ উপস্থাপন as like real
ক'লা ফোটৰ মেচেজ এটাই হৃদয়খনত বাহ ল'লে 🤔
Moi e dsilo mssg tu
সঁচা ভালপোৱাই এনেকৈ বিচিন্ন হয়😭
@@ankurmusicclubs3746 হয়। মানুহৰ মনটো বিচিত্ৰ। পুৰণি সম্পৰ্কও এনেকৈয়ে হঠাতে শেষ হৈ যায়। নতুন সম্পৰ্ক গজালি মেলে।
@@DEVAR270 বেলেগৰ ভালপোৱা কাঢ়ি নিলা। নাপাই দেই!
Seme condition ai dinbur bohut Miss koru
Urmila character🔥❤waaaaaooooooo..iman dhuniya obhinoy❤
ফুলে যদি টাৰ ধুনীয়া খিনি দেখিলে হয়, সি কেতিয়াও মৰহি নগল হয়❤️😍
খুব সুন্দৰ হৈছে অভিনয় বোৰ।। সকলোকে উৎসা জনাইছো।।
akebare 8 ta episode sai dilu aaru sam ❤ love it 😊🌼
At the end, all is needed is "ATTENTION". It can change anyone of any kind 😢
সকলোৰে অভিনয় বহুত সুন্দৰ হৈছে।❤ভাল লাগিল চাই।চুপা চুপি
Nice❤❤❤
ৰাতি ১২:০২ বজাত চাইছো ৮নম্বৰ খণ্ডটো।। 🎉
That "Gojal dal gusa" was personal 😂
😅😅😅
Panjabi mane😂
😂😂😂 Gojal
Aji gute episode salu 2 ba koi tar pisot he buri palu 😊 vl lagise ❤
Ataikaita episode ekdine ses korlu mjaaaa lagil❤
dutaman funny video dekhi prem pahari gol waahhh ki prem
Head sir rocked students shocked 😂
Wi kela custom khelbi naki 1v1
Web series bilak eneke dibo lge kisuman ase aji 1ta episode 10 din pisot 1ta …Thanks Himanshu da mojja lgil sai
Aai vedeo bur dekhi amar agaor 10 or class or romantic kotha bur monot Pori gol ❤❤ love from golaghat ❤❤❤🎉
লৰাৰ ভালপোৱা আৰু ছোৱালীৰ ভালপোৱাৰ মাজৰ পাৰ্থক্য। 💔🙂
Punjabi jonny sins 😂😂😂😂
12:50 - এইটো কোন জান নে নাই 😂#jhony sins...
আটাইতকৈ ভাল লাগিল এইটো episode..❤
সৰুকালত হেৰি video ভৰোৱাৰ কথা মনত পৰি গ'ল..😐
Oh xsa vai😂
Kihr he
This web series is best it show how people can change and about teenage life
Buhute bise val lage sai____😍
This series proves that efforts really matters 😢
মানুহৰ জীৱনটো স্কুলত পঢ়ি থকা সময়খিনিৰ দৰে কেতিয়াও,
কাহানিয়ো সুখৰ হব নোৱাৰে।। মোৰো তেতিয়া এগৰাকী প্ৰেয়হী আছিলে,ভাল পোৱাৰ কলিটো প্ৰথমবাৰৰ বাবে তাইজনীৰ বাবেই অংকুৰিত হৈছিল।।আমাৰ ভাল পোৱাৰ বাতৰি তাইৰ ঘৰত আৰু স্কুলৰ ছাৰসকলে গম পোৱা, সেইবোৰ একো একোটা ৰোমাঞ্চকৰ
পৰিঘটনা আজিও মোৰ বাবে।।তাইৰ বাবে লিখিছিলো ময়ো চিঠি, লিখিছিলোঁ কবিতা,দেখিছিলোঁ সপোন তাইৰ নামত।।এছ এম এছ আছিল সেইটো সময়ৰ পৰম মিত্ৰ,১০০ এচ এম এছ আজিৰ দিনত ব্যৱহাৰ প্ৰায় নহই বুলি কলেও মিছা কোৱা নহব কিন্তু তেতিয়া সেইকেইটা এছ এম এছ ১ঘণ্টাত শেষ হৈ গৈছিল।।মনত পৰে দিনবোৰলে মন যায় আকৌ পঢ়িবলৈ মন যায় আকৌ জীয়াবলে শৈষবৰ সেই সুমধুৰ দিনবোৰ।। মৰমবোৰ মৰহি গল মানুহবোৰ সলনি হৈ গল থাকি গল স্মৃতিবোৰ কিন্তু বুলি কৈ থমকি গল ভাল পোৱাৰ আৱেগবোৰ।।
It will bring back your memories ❤
এটা relationship brackup হ'লে এনে কোৱাই হয়, ছোৱালী জনিয়েটো অলপ দিনৰ পিছতেই moveon হৈ যায় কিন্তু ল'ৰা জনে........... ল'ৰা জনে সেই গেলা সোপা খায় খায় পাগলৰ দৰে হয়!! আৰু কৰিবনো কি...... তাৰ টো ছোৱালী জনিৰ মাক দেউতাকক দেখাই কিবা এটা কৰিবলে না কিবা job আছে না কিবা buisness কৰিব টকা আছে??? না সি moneon কৰিব পাৰিব না সি কিবা এটা কৰিব পাৰিব 😢😢😢
মাত্ৰ এটা ল'ৰাৰ জীৱন ধ্বংস 🙂🙂
সংগীতাক দেখি মোৰ হে কিবা ভয় ভয় যেন লাগিছে,
হেৰুৱাৰ ভয় 😢
Atak loi hukhi nathake aji Kali sualia polai jabo sabo ako 😂
Bohut val lagil.... Mont pri gol school r kothabilak
Best episode 😂bedo da kobitai mur premot Polai dile o❤
Director(Dimbe daa) Always jui and ❤
Bf is emotion 😂😂
😂😂😂😂 bf
😂😂😂😂
😂😂🤣🤣 Mp4 tetiya
biju fukon
😂
Hosakoi dei Mont pori gol kisu......❤😂😂😂❤❤
Salu bht val lagil.agr ktha bor mnt pri goise.amio ane dre time bor par krisilu.atya bht miss kru sai ktha bor.....
ৰাতি ১২তা বজালৈ ৭ নম্বৰ খণ্ড চালোঁ। এতিয়া আকৌ ৮ নম্বৰ খণ্ড চাবলৈ আৰম্ভ কৰিছোঁ। আশা কৰোঁ ভাল লাগিব।❤
আগৰ খণ্ড কেইটা সুন্দৰ হৈছে। আৰু সকলোৰে অভিনয় ধুনীয়া হৈছে।❤
Moi u dei rati 12 ta loike 6 episode salu....akw morning sabo loisu
@@rouseeborah2919 ১০ নম্বৰ খণ্ড চাবলৈ অতি আগ্ৰহেৰে বাত চাই আছো। এইবাৰ আকৌ কমল দা অধমৰ কাহিনী।
Love struggle became in laugh in one time...very nice presentation
So... Interesting Story...aru bohut jomoni
Bedo da never disappoint us😂
😅
এই series তু চাই এটাই কথা গম পালো প্ৰেম কৰিলে বোৱাৰিক কৰিব লাগে ইহঁতে ধকা কম মকা বেছি দিয়ে❤
😂😂
Took me back to those good old days...moja kla
Moi atiya Bcom 4sem atiya loike single asu😢😢
Bhai moi 2020 graduation complete kori single asu...sinta nkribaaa ami asu log pam diya😂😂
Bsi dngr ny hua de toi
Tate ki bl hol.. 7yr hol graduation cmplt hua buwari bad di suali ajoniu potbo nuwarilu aji tarikhot 😅
Tohoti guti kita khasi kori lo
Burha hua nai diya
Urmila bou guli😆 Abey head sir r lgr scene 2 ultimate, tamam hahilu bey😂😂😂😂
18:58 head sir rocked students shocked 💥🤣
😂😂
😂😂😂😂
😂
আমাৰ যুগৰ দিন বোৰৰ নিছিনা মধুৰ দিন বৰ্তমান পাবলৈ নাই।ইমান চৰিত্ৰ ঢিলা মানুহ নাছিল সেই সময়ত। উৰ্মিলা চৰিত্ৰতো সচাকৈ অপচন্দৰ।😕
বহুত ভাল লাগিছে❤
Urmila bou r acting 🔥❤
Moi jdi pco malik tu hlu heten mojhai mojha 😂
Aji mur computer centre or dipok daloi monot pori gol 😂😂😂😂 so memorable 🎉
@ 13:38 সুন্দৰ পৰিবেশ 😅😅🤣🤣
If your mind doesn't put in efforts then another man will 😂
Xosakoi bahot nastalojik hoi golo...bahut val hoise.agot Ari oha dinbor monot pori gol....
Heei halla nkr...derei hoi thkil dekhn ...dui hboi nrlle.😂😂.best comedian pradip dutta
Uff agor kotha bur mnt pori gol ❤
Bondhu hole anekua hobo lage ❤
Ooiiii krishnachura doboka sunn dembe daii❤
Hei bf di diok this epic 😂