অসমীয়া ভাষাত আৱেদনপত্ৰ লিখাৰ বাবে দলিয়াই দিলে অনা-অসমীয়া অনা অসমীয়া মেনেজাৰে।

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ต.ค. 2024

ความคิดเห็น • 940

  • @prnjlvlogs5949
    @prnjlvlogs5949 3 ปีที่แล้ว +94

    অসমত সদায় অসমীয়া ভাষা চলিব।।
    জয় আই অসম✊✊✊

    • @sristyfarjanalam319
      @sristyfarjanalam319 3 ปีที่แล้ว +11

      English medium school bur bondho kori dibo lage axom t

    • @rajdip2765
      @rajdip2765 3 ปีที่แล้ว +7

      অসমত অসমীয়া গিৰিহে চলিব 👍✊

  • @dipjyotimahanta7386
    @dipjyotimahanta7386 3 ปีที่แล้ว +162

    অসমত অসমীয়াগিৰি চলিব আমি আমাৰ অসমীয়া ভাষাক লৈ গৌৰৱ কৰোঁ অসমীয়া আমাৰ মাতৃ ভাষা অসম আমাৰ জন্মভূমি।
    জয় আই অসম।। ✊✊✊

  • @pankajtamuli8970
    @pankajtamuli8970 3 ปีที่แล้ว +17

    বহুত ধুনীয়া দাদা খকাল , এইয়া হে আমাৰ অসমীয়া গিৰি , সবেই যদি এনেকৈ থাকে তেনেহলে , মাৰোৱাৰী বিহাৰী হতে ইমান লাই নাপালে হৈ , কাৰণ আমাৰ অসমীয়া মানুহৰ এতিয়া বেপাৰ বিছনিছ জনা হৈছে , কৰিব পৰা হৈছে , ধুনীয়া দাদা হত 👌👌👌👌👌💯💯💯💯💯💯

  • @earthexplore7200
    @earthexplore7200 3 ปีที่แล้ว +9

    অসমত অসমীয়াগিৰী চলিবই।
    জয় আই অসম।
    ✊✊✊

  • @parandeka8746
    @parandeka8746 3 ปีที่แล้ว +13

    মোৰ মতে আমাৰ অসমত সকলো বোৰ Application,আনকি বেনাৰ বিলাকো অসমীয়া ভাষাত লিখিব লাগে। আৰু দোকানৰ চিলিপ বোৰতো অসমীয়া ভাষা থাকিব লাগে।

  • @MisingMaster
    @MisingMaster 3 ปีที่แล้ว +17

    এইজন ব্যক্তিৰ বাবে সকলোৱে একমত কৰিব লাগে। অসমীয়া আবেদন পত্ৰ চলিব লাগিব।

  • @mvthengal3876
    @mvthengal3876 3 ปีที่แล้ว +26

    ভাল হৈচে। এইখন অসম হয় ভাই। ইয়াত অসমীয়াগিৰিয়ে চলিব।

    • @onlyhindustani1200
      @onlyhindustani1200 3 ปีที่แล้ว +2

      এই আমাৰ অসমিয়া গিৰিৰ কাৰনে মেঘালয়, অৰুনাচল,ত্রিপুৰা,মিজুৰাম সব আতৰি গুচিগল আৰু আজিৰ অসম বহুত সৰু হই গল

    • @AHOMLAND
      @AHOMLAND 3 ปีที่แล้ว

      @@onlyhindustani1200 তই এটা অনা-অসমীয়া কুকুৰ

  • @taradihingia832
    @taradihingia832 3 ปีที่แล้ว +21

    অসমীয়া ভাষাটো স্বতন্ত্র ।বিশ্বত অসমীয়া ভাষাটো কাৰো তলতীয়া নহয় । অসমৰ মন্ত্ৰীয়ে ভাষাটো গুৰুত্ব নিদিয়াৰ বাবে বহিৰাগতে লাই পাইছে।

    • @santanadeka9123
      @santanadeka9123 3 ปีที่แล้ว +1

      অসমৰ চৰকাৰ খন বহিৰাগতক সুবিধা দিয়া চৰকাৰ । সেইয়ে লাই পাইছে ।

  • @indrajitnath4871
    @indrajitnath4871 3 ปีที่แล้ว +16

    আজিয়েই এই অৱস্হা পিছলৈ কি হʼব ? সজাগ হ্ওক অসমীয়া ।

  • @rajibchamua8490
    @rajibchamua8490 3 ปีที่แล้ว +28

    অসমত এক মাত্ৰ অসমীয়াৰ হে দপ দপনি চলিব

  • @anjuchoudhury2036
    @anjuchoudhury2036 3 ปีที่แล้ว +54

    ফেঞ্চিবজাৰৰ গেলামালৰ দোকানৰ চিলিপবোৰ অসমীয়াত লিখক

    • @rajdip2765
      @rajdip2765 3 ปีที่แล้ว +1

      হয় 👍

    • @santanadeka9123
      @santanadeka9123 3 ปีที่แล้ว +1

      জন জাগৰণ হব লাগে ।

  • @monimalakolita3267
    @monimalakolita3267 3 ปีที่แล้ว +5

    বহুত ভাল কৰিছে নহ'লে অনা অসমীয়া বিলাকৰ আমাৰ অসমীয়া ওপৰত অত্যাচাৰ প্ৰায় দেখি আহিছোঁ। আমাৰ অসমতে থাকি আমাৰ ওপৰতে দাদাগিৰী। আৰু এটা কথা আমাৰ ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক সকলেও নিজৰ সন্তানক অসমীয়া ভাষাৰ ওপৰত ও গুৰুত্ব দিবলৈ শিকাব। হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আদি মহান ব্যক্তিসকলে আমাৰ অসমীয়া ভাষা উন্নতি কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছিল মনট ৰাখিব।

  • @bikashbarman1204
    @bikashbarman1204 3 ปีที่แล้ว +3

    ভাল কাম কৰিছে ৰাইজে খেদিব লাগে এইবিলাক আমাৰ অসমৰ পৰা

  • @babitadas2630
    @babitadas2630 3 ปีที่แล้ว +2

    কেৱল এইয়াই নহয় আৰু আছে আঁৰত বহুত সকলোকে কঠোৰ ভাৱে বুজাই দিয়া উচিত যে অসমত থাকি অসমীয়া ভাষাক অপমান কৰাৰ শাস্তি কি হব পাৰে । যদি ভাষাক লৈ অসন্তুষ্ট তেন্তে ইয়াত সংস্থাপন লৈ থকাটো ও গ্ৰহণ যোগ্য নহয়। আৰু সুবিধা দিয়ক চৰকাৰে বহিৰাগত বনিয়াক অসমত ব্যৱসায়িক প্ৰতিষ্ঠান পতাৰ ! এইয়াই জাতি মাটি ভেটি। জয় আই অসম

  • @rajibali9869
    @rajibali9869 3 ปีที่แล้ว +3

    অসম কি তাৰ বাপেকৰ নেকি ?
    অসম, অসমীয়া জিন্দবাদ❤️

  • @jitenbarhoi5584
    @jitenbarhoi5584 3 ปีที่แล้ว +8

    অসমত অসমীয়া ভাষা চলি বই ইয়াত অনাঅসমীয়া দাদাগিৰি নচলিব
    জয় আই অসম ✊✊

  • @anitadeka7901
    @anitadeka7901 3 ปีที่แล้ว +7

    যিয়ে অসমীয়াক সন্মান কৰিব নোৱাৰে সিহতক অসমৰ পৰা বাহিৰ কৰি দিব লাগে.

  • @bikashdeka4831
    @bikashdeka4831 3 ปีที่แล้ว

    Bahut vl kotha hyse.. aibork bujabo somoi hoise nhle ehtr bahut utpat barhi gyse... Aikhn assam hoi eyt kebol asomia he solibo.. jai aai assam.. aru dada apunalok o dhanybad 🙏🙏

  • @ঋতুৰাজৰঞ্জন
    @ঋতুৰাজৰঞ্জন 3 ปีที่แล้ว +5

    Akhom Manei akhomiya❤️
    Akomt thaki Jodi akhomiya vakha kobo beya Pai heibur manuh akhomot thokar kunu juigya nai😡😡

  • @anuskakids2748
    @anuskakids2748 3 ปีที่แล้ว +25

    বৰিহা কাম কৰিছা, জয় আই অসম

  • @maharshibhrigu4222
    @maharshibhrigu4222 3 ปีที่แล้ว +34

    জাতি,মাতি,ভেতি,বৰাক, ব্ৰহ্মপুত্ৰ,পাহাৰ, ভৈয়াম ৰাম ৰাম কিযে হৈছে.......

  • @AsomiyaYoutube
    @AsomiyaYoutube 3 ปีที่แล้ว +1

    অসমীয়া ভাষাৰ জয়।

  • @krishnabhkaushik4807
    @krishnabhkaushik4807 3 ปีที่แล้ว +30

    We have the full right and authority to speak and write in Assamese. If any stupid person is not liking it then he/she can get out of Assam 😡😡

  • @royalwarrior2079
    @royalwarrior2079 3 ปีที่แล้ว +2

    - অসমীয়া ভাষাক সম্মান নকৰা এনে মানুহক অসমৰ পৰা গতিয়াই বাহিৰ কৰি দিব লাগে।

  • @albrunedas6126
    @albrunedas6126 3 ปีที่แล้ว +57

    Pallabi motors murdabaad🙄😡😡😡☻☠💇🏻‍♂️💇🏻‍♂️💇🏻‍♂️👅👅👅🔪👣👣👣👎👎👎

  • @Prepartionforexam
    @Prepartionforexam 3 ปีที่แล้ว

    Xundor... Axomot thaki axomiya bhaxak apoman kra manuhok.. Enekuwai kribo lge.

  • @Tinkudeka12
    @Tinkudeka12 3 ปีที่แล้ว +22

    অসমত থাকি অসমীয়া ভাষা গ্ৰহন নকৰে | নাম নাজানো তাৰ |বাহিৰ কৰি দিব লাগে

  • @manashmotivation5573
    @manashmotivation5573 3 ปีที่แล้ว

    বহুত বহুত ধৈনবাদ অসমীয়া গিৰী কেইটালৈ

  • @sarmaji92
    @sarmaji92 3 ปีที่แล้ว +5

    অসমীয়া ভাষাত লিখিবই লাগিব 👍

  • @dibyanayanbhattacharya3905
    @dibyanayanbhattacharya3905 3 ปีที่แล้ว +1

    সুন্দৰ নিদৰ্শন ।

  • @Nibarondaa
    @Nibarondaa 3 ปีที่แล้ว +7

    #অনা_অসমীয়া_দাদাগিৰি_নচলিব_জয়_আই_অসম

  • @sudiptachetia8786
    @sudiptachetia8786 3 ปีที่แล้ว +2

    এইজনকো অসমৰ পৰা দলিয়াই দিব‌ লাগে ,
    জয় আই অসম 🙏🙏🙏

  • @MantuDas-fl1cw
    @MantuDas-fl1cw 3 ปีที่แล้ว +7

    Tak Assamor pora immediately khedibo lage,nohole ketiaba moi pale tak অসমীয়া ভাষা শীকাই দিম।জয় আই অসম

  • @becomingunstoppable1144
    @becomingunstoppable1144 3 ปีที่แล้ว +1

    অসমত অসমীয়া হে চলিব।

  • @biswavlogs2973
    @biswavlogs2973 3 ปีที่แล้ว +25

    গৰু পিতন দিৱ লাগে ইয়াক .

  • @rajibsarma503
    @rajibsarma503 3 ปีที่แล้ว +1

    এতিয়াৰ পৰা সকলো বিভাগতে অসমীয়াতে সকলো হব লাগে

  • @BKLBOYS54
    @BKLBOYS54 3 ปีที่แล้ว +4

    আমাৰ ইয়াতো কেইজনমান ইউপিপি এলৰ লিডাৰ আছে অসমীয়া ভাষা বিৰোধিতা কৰা । অসমীয়া ভাষা বিৰোধিতা কৰাৰ আগতে এবাৰ ভালকৈ চাই ল কুকুৰহত ।

  • @GitanjaliDas-pw8ok
    @GitanjaliDas-pw8ok 2 หลายเดือนก่อน +1

    অসমত অসমীয়া ভাষা চলিব লাগিব লগে। কাৰণ অসমীয়া ভাষাৰ লিখা আবেদন খন কিয় দলিয়াব ,আমি অসমীয়া হয় ।

  • @girendas4004
    @girendas4004 3 ปีที่แล้ว +7

    এয়াই হৈছে অসমীয়া
    অসমত অসমীয়া গিৰি চলিব

  • @bipulkonwar2405
    @bipulkonwar2405 3 ปีที่แล้ว +1

    🙏 জয় আই অসম

  • @creativeideasbytapan7693
    @creativeideasbytapan7693 3 ปีที่แล้ว +4

    অসমত অসমীয়া ভাষা চলিব লাগিব

  • @mrabijitgogoi3717
    @mrabijitgogoi3717 3 ปีที่แล้ว

    শুন্দৰ পদক্ষেপ। ইহঁতক এসেকনি নিদিলে নহয়।

  • @kp3497
    @kp3497 3 ปีที่แล้ว +56

    Fultu assam
    অনা অসমীয়া মানুহ ক কিয় অসমত চাকৰি দিব লাগে ?

    • @nipulhazarika1348
      @nipulhazarika1348 3 ปีที่แล้ว +1

      Thike koise

    • @sahjahanali9529
      @sahjahanali9529 3 ปีที่แล้ว

      Thikei koise ohomor lukok nidikini bahira lukok dibo nalage. Ohomor lukok bohirajjyot sakori dibo nalage tenehole he bhal hobo hokolur karone

    • @sristyfarjanalam319
      @sristyfarjanalam319 3 ปีที่แล้ว +2

      Ru suprt kr caa

    • @udbhashjyotinath3775
      @udbhashjyotinath3775 3 ปีที่แล้ว +1

      Okol axomiya nhoi gutai axom r khilonjia jonogusti homuhor manuh k bd di Kaku blg manuh k sakori dibo nalage

    • @muktimukti3206
      @muktimukti3206 3 ปีที่แล้ว

      Thik koise.

  • @isahaqueali4192
    @isahaqueali4192 3 ปีที่แล้ว

    good.অসমত অসমীয়াৰ দপদপনি চলিব

  • @musicallibrary4149
    @musicallibrary4149 3 ปีที่แล้ว +18

    কালিৰ পৰা পল্লবী মটৰ্চ লিখিব লাগিব । ইংৰাজী নহয়

  • @divyajyotibora778
    @divyajyotibora778 3 ปีที่แล้ว

    অতি উত্তম, পাৰিলে চৰ এটা দিব লাগিছিল

  • @SANCHUMIvlogs
    @SANCHUMIvlogs 3 ปีที่แล้ว +23

    তাক কেলা আঁঠু কঢ়াইছ আৰু ডাঙৰীয়া বুলি কিয় লগাইছ বে।এইটো কেলা গৰু suda হয় 4:57

  • @chandanchoudhury4268
    @chandanchoudhury4268 3 ปีที่แล้ว

    ১৫ বছৰ অসমত থাকিও অসমীয়া ভাষাটো নিশিকিলে। অৱশ্যে ইয়াৰ বাবে আমিও দায়ী। কাৰণ আমি সুবিধা পালেই অইন ভাষাত কথা কৈ বাহাদুৰি মাৰো।আকৌ দুজনমান লগ লাগিলে ইংৰাজীত টপটপাই ওচৰত থকা কেইটাক নিজৰ পাণ্ডিত্য জাহিৰ কৰো। অসমৰ বায়ু পানী শেৱন কৰি জীয়াই আছে, গতিকে এইসকলে অসমীয়া ভাষাটো জানিবই লাগিব। অসমীয়াত কথা কওক, কোনোবাই বুজিলে বুজিব নুবুজিলে নাই।

  • @rimadevi8322
    @rimadevi8322 3 ปีที่แล้ว +3

    Ajikali jodi English medium schoolotu jodi Axomiya Subject compulsory hobo pare tente Abedon kio nuare likhibo?
    Axomote Axomiya Vaxar mullyo kio nai?Ona Axomiya bure Beboxay Protisthan buror logote Axomot Khuponi putise.xahox paise.Enekoiye Xikhha nidile nohobo.

  • @hridoydeka2150
    @hridoydeka2150 3 ปีที่แล้ว

    জয় আই অসম..মুঠতে অসমত অসমীয়া ভাষা চলিবই

  • @foodiesvibes151
    @foodiesvibes151 3 ปีที่แล้ว +10

    Aru khubidha dibi khihotok iyat raj koriboloi..

  • @laliachutiaChutialalit
    @laliachutiaChutialalit 2 หลายเดือนก่อน

    Good good good nice ❤❤❤❤❤

  • @rimadevi8322
    @rimadevi8322 3 ปีที่แล้ว +7

    😞

  • @sphukan4234
    @sphukan4234 3 ปีที่แล้ว

    Eak bukut dhori susorai ani raijor aagot duta kantolia sor di athu korai uth boh korabo lagisil.. Axomot Axomiyai solibo... Union k dhanyavad 👍👍👍

  • @axom3143
    @axom3143 3 ปีที่แล้ว +3

    ঐ সুদূৰ্ভাই ইয়াত কেলা অসমীয়া চলিব ।।তই কেলা কাত খোৱা আগতে গুচি যা

  • @imdadulhoquern-273
    @imdadulhoquern-273 3 ปีที่แล้ว

    Thike korise... Enekoai koribo lage..

  • @rintumoran6349
    @rintumoran6349 3 ปีที่แล้ว +7

    Assamot akhomea nelkhe.... Biharot lekhebo lgebo nky sala... Ai belakor pora akhom jbo aru

  • @tinkunath9460
    @tinkunath9460 3 ปีที่แล้ว +2

    মজাহহ ❤️জয় আই অসম ✊

  • @johnabrajmili330
    @johnabrajmili330 3 ปีที่แล้ว +4

    Official language ki najane neki hihote 1st Assamese tar Pasot extra...deep action lobo lage..

  • @hrishikeshborgohain325
    @hrishikeshborgohain325 3 ปีที่แล้ว

    বাৰে বাৰে অসমীয়া আৰু অসমীয়া ভাষাক লৈ কৰা অপমান সহ্য কৰা নহ'ব। অসমীয়া ভাষাক লৈ কৰা অপমানৰ বাবে এইয়াই উচিত শাস্তি।
    জয় আই অসম✊

  • @babusarmah6125
    @babusarmah6125 3 ปีที่แล้ว +5

    Goru piton dibo lage johora tuk

  • @kjphukan4661
    @kjphukan4661 3 ปีที่แล้ว

    বহুত ভাল।

  • @albrunedas6126
    @albrunedas6126 3 ปีที่แล้ว +5

    Kor pora aibilak Ki ahi orhoxikkihito English xikabo ahise😋😂😂🤣🤣🤣🤣🤣😆😆😆.. pagol, Tezpur mental hospital ot pothabo lage tak☹. Tar bapeke janene english.. aru ai vaxar details😆😆😄🤣🤣😂.

  • @merajulhussain6749
    @merajulhussain6749 3 ปีที่แล้ว

    ভাল সিদ্ধান্ত, জয় আই অসম

  • @anuragbora619
    @anuragbora619 3 ปีที่แล้ว +4

    Super

  • @DJ-ul1ml
    @DJ-ul1ml 3 ปีที่แล้ว

    Bahut vl karise.. axomiak apoman karile anekuai karibo lage..Moi GUJARAT ot asu aru aiyat hakolute GUJARATI bhaxat likha thake

  • @lsd4889
    @lsd4889 3 ปีที่แล้ว +3

    Iyate khai iyate hage... 😡😡😡😡

  • @Cricket.Update23
    @Cricket.Update23 3 ปีที่แล้ว +2

    জয়‌ আই‌ অসম .....!!!!

  • @idulali3156
    @idulali3156 3 ปีที่แล้ว +3

    Etiau Assam Sorkaror mogojut kotha bilak humua nai kio...

  • @parandeka8746
    @parandeka8746 3 ปีที่แล้ว +1

    বাহিৰত যেনেকে নিজৰ মাতৃভাষা চলে ঠিক তেনেকৈ আমাৰ অসমতো নিজৰ মাতৃভাষা অসমীয়া ভাষা চলিব লাগে।

  • @gogoimanoj
    @gogoimanoj 3 ปีที่แล้ว +3

    Ai Mather sodk khadi da Assam pora

  • @kumari7442
    @kumari7442 3 ปีที่แล้ว

    very good aibilak manu har lagat aituyei hobo lage. jai aai assam.

  • @rintumoran6349
    @rintumoran6349 3 ปีที่แล้ว +7

    Assamot assamese kiba man ase nky... Sob language international hoi gol amar assames ni.... Balgla ulabo kiba kibe akow english kiba kibe

  • @shyamalbora3880
    @shyamalbora3880 3 ปีที่แล้ว

    অসমত অসমীয়াগিৰীয়ে চলিব ।
    জয় আই অসম ❤

  • @utpalkalita8151
    @utpalkalita8151 3 ปีที่แล้ว +4

    Tak dota man diba hy lagisil lopa thopa

  • @rajurahang4869
    @rajurahang4869 3 ปีที่แล้ว

    ভাল শিক্ষা দিছে গৰুক

  • @ramjanali..3278
    @ramjanali..3278 3 ปีที่แล้ว +3

    😠😠

  • @LakhyaH4x
    @LakhyaH4x 3 ปีที่แล้ว

    এনেকুৱা ব্যক্তি কোনোপধ্যেই ক্ষমাৰ যোগ্য নহয়।☹️☹️জয় আই অসম।

  • @atulbarma835
    @atulbarma835 3 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ

  • @dhrubakakati2989
    @dhrubakakati2989 3 ปีที่แล้ว

    Asomiya giri ...Val lagise...

  • @user-gy2wx4tz6v
    @user-gy2wx4tz6v 3 ปีที่แล้ว

    Very nice

  • @basisthaacharya6590
    @basisthaacharya6590 3 ปีที่แล้ว +1

    অসমীয়া ভাষা বৰ্তমান অসমৰ চৰকাৰী ভাষা। এয়া উলাই কৰা কথা নহয়। চৰকাৰেও এই ক্ষেত্ৰত ব্যবস্থা লব লাগে। ৰাইজেও নেৰিব। এৰি দিলে নিজৰ মাতৃভাষাৰ প্ৰতি অন্যায় কৰা হব।

  • @made4memories979
    @made4memories979 3 ปีที่แล้ว

    🙌Axom'r pori borishkhar koribo lage.

  • @jitumonidas329
    @jitumonidas329 3 ปีที่แล้ว +1

    ক্ষমা খোজাই নহয়,এনে বোৰক চৰ মাৰি কান ফালি দিব লাগে।

  • @kalpanaborah3219
    @kalpanaborah3219 3 ปีที่แล้ว

    মজ্জাঃ , অসমীয়া ভাষা জিন্দাবাদ ।

  • @MINE_Craze_81
    @MINE_Craze_81 2 หลายเดือนก่อน

    Val korise. Good job

  • @megalisaikia6642
    @megalisaikia6642 3 ปีที่แล้ว

    Val korile. Anekuai karibo lage

  • @dipbaruah5003
    @dipbaruah5003 3 ปีที่แล้ว

    Bht val.... Ji anor language k hanman dibo najane he nijor language ku val pabo nuare

  • @rahulsonowal4410
    @rahulsonowal4410 3 ปีที่แล้ว +1

    Pallabi motors...... Zolia🔥 dea........
    Axom ot Axomia thakeboea....
    Joi Aai Axom.......

  • @purnakanta5048
    @purnakanta5048 3 ปีที่แล้ว

    Thik dse..enkua kribo lge

  • @animashbora8507
    @animashbora8507 ปีที่แล้ว

    আমাৰ গোলাঘাটত পঠাই দিয়ক। জয় আই অসম।

  • @princesskairavi17
    @princesskairavi17 3 ปีที่แล้ว

    Moja first time bhal news ata sabo palu

  • @dhungogoi3293
    @dhungogoi3293 3 ปีที่แล้ว

    Good Hoboi Ami nizor Mati-hompoti bur bikri kori kori ..ami nijai korisu Amr ene obosta good

  • @bimalbiswas4029
    @bimalbiswas4029 3 ปีที่แล้ว

    Very good action. 👍👍

  • @limasaikia7059
    @limasaikia7059 3 ปีที่แล้ว

    অসমত কেৱল অসমীয়া ভাষা হে চলিব✊

  • @rupjyotisaikia4074
    @rupjyotisaikia4074 3 ปีที่แล้ว

    💞💞 vhal koresa . Jai aii axom

  • @priyankuborkakati3560
    @priyankuborkakati3560 3 ปีที่แล้ว

    Bohut val hoise

  • @paragjyotiborah339
    @paragjyotiborah339 3 ปีที่แล้ว

    Borhiya... Joi Aai Axom

  • @ঔদাৰ্যাকাশ
    @ঔদাৰ্যাকাশ 3 ปีที่แล้ว +1

    অপ্ৰিয় সত্য

  • @kailyanmachari9593
    @kailyanmachari9593 3 ปีที่แล้ว

    Moza moza, barhiya 👍