'মুছলমানে গঢ়িব অসমীয়া জাতি'

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 พ.ย. 2024

ความคิดเห็น • 849

  • @amdadrock6261
    @amdadrock6261 3 ปีที่แล้ว +100

    প্ৰকৃত অসমীয়াৰ কথা এনেকুৱাই সুন্দৰ হয়।
    আপোনাক ধন্যবাদ।

  • @assambasanta1120
    @assambasanta1120 3 ปีที่แล้ว +42

    কৌটি কৌটি প্ৰণাম , অতি সুন্দৰ কথা কৈছে ।🙏🙏🙏

  • @nirupoma5935
    @nirupoma5935 3 ปีที่แล้ว +173

    বৰ সুন্দৰ । ধন্যবাদ আপোনাক।আমি সকলোৱে এক হৈ আগবাঢ়ি যাব বিচাৰোঁ 🙏

  • @jagatsaikia7451
    @jagatsaikia7451 3 ปีที่แล้ว +133

    আমি অসমীয়া খিলঞ্জীয়া সকলো এক হৈ আগবাঢ়ি গলেহে অসম উন্নতি হব। আপোনী যুক্তিসংগত কথা কৈছে । আপোনাক ধন্যবাদ জনালো । জয় আই অসম।

    • @bhargavswargiary5460
      @bhargavswargiary5460 ปีที่แล้ว

      মই মুছলমান সকলৰ মাজত নিৰ্গুণ ভকতি দেখা নেপাও দেখোন,সকলো সমান বুলি বিচাৰ কৰা দেখা নেপাও দেখোন,আহক বহুতো ঠাইৰ প্ৰমাণ লোৱা যাওক!

    • @muktadikhan1556
      @muktadikhan1556 2 หลายเดือนก่อน

      যিটো খিলঞ্জীয়া শব্দ কৈছে। সেই শব্দটোৰ সংজ্ঞাই নাই।

  • @mohommodalikhan4310
    @mohommodalikhan4310 3 ปีที่แล้ว +125

    এইটো বাস্তৱ সত্য। অতি সুন্দৰ কথা ইয়াক বাস্তৱায়িত্ব দিব লাগে। দেশৰ লগত সচাঁ প্ৰেম থাকিলে নিশ্চয় হব।

    • @missileworld1829
      @missileworld1829 3 ปีที่แล้ว +6

      Kun muslim a asomia jati bonai kela

    • @hujintao990
      @hujintao990 3 ปีที่แล้ว +4

      @@missileworld1829 Ajmol sahab aru Akhiluddin

    • @nilakumarsarma1726
      @nilakumarsarma1726 3 ปีที่แล้ว

      ইমান বছৰে যিমান মুখ্যমন্ত্ৰী হৈছে ৮০% তেই উজনিৰ,তেওলোকক কোনে নেগলেক্ট কৰিলে??অসমত ৰজাঘৰীয়া কোচ ৰাজবংশীওতো আছে??আহোম আৰু কোচ ৰাজবংশী দুয়ো জন গোষ্ঠী ঐক্যবদ্ধ আৰু শক্তিশালী হব লাগিব। দুয়োতা ৰজাৰ তেজ বাহক জাতি।

    • @djaxom955
      @djaxom955 3 ปีที่แล้ว

      @@nilakumarsarma1726 Koch Rajbonshir basi bhag thai bortomanor Koch Biharot pore.. Koch Bihar khon Asomor logot log lobo janu???

    • @nilakumarsarma1726
      @nilakumarsarma1726 3 ปีที่แล้ว

      @@djaxom955 যদি ভাষাৰ মিল থাইলেন্ড,ম্যানমাৰৰ লগত থকা বাবে টাই আহোম ভাষা পঢ়িব লাগে আৰু এশ বছৰ পিছত উজনি আৰু পূৱৰ দেশ বোৰ এখন হবলৈ বিছাৰে?নামনিত থকা জিলা কেইখনৰ কোচ ৰাজবংশী অৱগ্য়া কৰিব পৰা বিধৰ নহয় ।

  • @SAIFULISLAM-hc1iw
    @SAIFULISLAM-hc1iw 3 ปีที่แล้ว +26

    অশেষ ধন্যবাদ ছাৰ বহুত মূল্লবান কথা কোৱাৰ কাৰণে আমি সকলোৱে মিলিজুলি থকাটোৱে বিচাৰো জয় আই অসম জয় হিন্দ।

    • @NEBOY7
      @NEBOY7 3 ปีที่แล้ว

      তই মানে অসমীয়া মুছলিম ?

  • @puspadharborah8508
    @puspadharborah8508 3 ปีที่แล้ว +62

    সচাই সচা কথা । অসমৰ মানুহ বোৰে বুজি পালেই অসম অসমীয়াৰ হৈ থাকিব

  • @basisthaacharya6590
    @basisthaacharya6590 3 ปีที่แล้ว +35

    বহুত মূল্যবান কথা কৈছে। তথ্য সমৃদ্ধ আৰু অধ্যয়ন পুষ্ট কথা। অসমীয়া বৃহৎ জাতি গঠনত এই কথা খিনিয়ে বহুত সহায় কৰিব। 🙏🙏🙏

  • @abhijitkanda3584
    @abhijitkanda3584 3 ปีที่แล้ว +9

    অতি সুন্দৰ কথা। জয় আই অসম।

  • @JakirHussain-z6z
    @JakirHussain-z6z 2 หลายเดือนก่อน +4

    এনেকুৱা বহল মনৰ মানুহ থাকি লেহে অসম আগুৱাই যাব

  • @md.mubaddirulislam3730
    @md.mubaddirulislam3730 3 ปีที่แล้ว +42

    Sir
    আপোনাৰ নিচিনা যদি cm sir ভাবিলে হয় তেন্তে কেতিয়াই ‍ আমি সকলোৱে এক অসমীয়া জাতি হিচাপে বহুখিনি আগুৱাই গলো হয়।।

    • @loveandpeace2761
      @loveandpeace2761 3 ปีที่แล้ว +1

      Tohotk sini pao tohot bangali koh

    • @utpalbaruah6968
      @utpalbaruah6968 3 ปีที่แล้ว +2

      বহুত সুন্দৰ বক্তব্য, বহুত নজনা কথা জানিলো, এখেতে বহুত উচ্চ আসন পাব লাগে, তেখেতৰ নামটো সোনকালে প্রকাশ কৰক, এখেতৰ পৰা বহুত কথা জানিব পৰা যাব । যি কি নহ ওক এই সময়ত সকলো একগোট হোৱা আৰু টাই ভাষা শিকাটো অতি প্রয়োজনীয়, নহলে অসমীয়া জাতি হেৰাই যোৱাৰ পথত ।

    • @djaxom955
      @djaxom955 3 ปีที่แล้ว +1

      @@utpalbaruah6968 teu Dayananda Borgohain ex-chairman of AHSEC

    • @b2klite689
      @b2klite689 3 ปีที่แล้ว

      @@loveandpeace2761 ami Bengali

  • @pronabadhyapak7312
    @pronabadhyapak7312 3 ปีที่แล้ว +14

    বৰ অসমৰ ভেটি স্থাপন কৰা আহোম ৰাজত্বৰ কথা খিনি সকলোৱে উপলব্ধি কৰি জাতিটোক এতিয়াও আপোনালোকে আগবাঢ়ি নিযাত সবল নেতৃত্ব লব বুলি আশা কৰিলো ।

  • @hiteswarkachari6886
    @hiteswarkachari6886 3 ปีที่แล้ว +17

    সুন্দৰ। ধন্যবাদ ছাৰ👍

  • @munindoley5195
    @munindoley5195 3 ปีที่แล้ว +26

    ,অতি সুন্দৰ আহ্বান অতি গুৰুত্বপূৰ্ণ বক্তব্য
    অভিনন্দন জ্ঞাপন কৰিছো ।

  • @abdulhasim8943
    @abdulhasim8943 2 หลายเดือนก่อน +1

    চাৰৰ বক্তব্যই মনত হিৰে হিমজুৱে লাগীছে । চাৰে কুৱা দৰে আমি অসমীয়া জাতিতু যদি অনাগত দিনত সংকতৰ পৰা বাছিবলৈ হলে জাতি ধৰ্ম বৰ্ণ এক হৈ চলিলেহে পূণৰ বৰ অসম গড়িব পৰা জাব ।চাৰলৈ অশেষ ধন্যবাদ থাকিল ।

  • @leemabegum4093
    @leemabegum4093 3 ปีที่แล้ว +11

    উজনিয়া বুলি নিজকে গৌৰৱ কৰো, জয় আই অসম‌।

    • @Danirojasfc6
      @Danirojasfc6 3 ปีที่แล้ว +1

      কৰিবই লাগিব।

    • @abhijitborgohain8318
      @abhijitborgohain8318 3 ปีที่แล้ว +1

      JOI SRI RAM BULI GOUROB KORU.

    • @NEBOY7
      @NEBOY7 3 ปีที่แล้ว +2

      হয় উজনিৰ মুছলিম সকলৰ অসমীয়া
      নামনিৰ সোপা বাংলাদেশী মিয়া ।

    • @asmitgogoi8739
      @asmitgogoi8739 10 หลายเดือนก่อน

      @@abhijitborgohain8318 ram r case nahe axomot....axomot joi aai axom sole....amr kunu connection nai ram r lgt

  • @nilakanthanath4521
    @nilakanthanath4521 3 ปีที่แล้ว +8

    সুন্দৰ বক্তব্য ।ধন্যবাদ ।

  • @lohitsaikiaofficial482
    @lohitsaikiaofficial482 3 ปีที่แล้ว +12

    " জয় আই অসম " । আহোম নোহোৱা হলে আজি অসম, অসম হৈ নাথাকিলে হয় । মোগল ৰাজ্য হল হেঁতেন। আহোমৰ পৰাই প্ৰথমতে অহম তাৰ পিছত ' অসম 'হল।

  • @user-mb1vi4np4v
    @user-mb1vi4np4v 3 ปีที่แล้ว +1

    বৰ ভাল লাগিল ছাৰ আপোনাৰ কথাবোৰ..আমাৰ সকলোৰে আপোনাৰ দৰে বহল দৃষ্টিভংগী থাকিলে অসমখন আগবাঢ়ি যাব বুলি আশা কৰিব পাৰি..অসমীয়া জাতিটো এটা বৃহত্তম জাতি.. সকলোৱে মিলি অসমীয়া জাতিটো ৰক্ষা কৰা আমাৰ নৈতিক দায়িত্ব..বৈচিত্র্যতাৰ মাজত ঐক্য সৃষ্টি কৰি অসম খনক বিশ্ব দৰবাৰত জিলিকাই তোলাটো আমি অসমীয়া হিচাপে কামনা কৰো. জয় আই অসম🙏

  • @kulendrabora58
    @kulendrabora58 3 ปีที่แล้ว +7

    একালত সকলো মানুহেই অসমীয়া হবলৈ হেপাহ কৰিছিল । কিন্তু নিজকে উচ্চ আৰু উৎকৃষ্ট বুলি ভবা এচাম অসমীয়াৰ কাৰণে সেইটো হৈ নুঠিল । এতিয়া সেই সকলক অসমীয়া হবলৈ আহ্বান জনোৱা কথাটোৱে তেওঁলোকৰ ওচৰত কিমান গুৰুত্ব পাব অনুমান কৰিব নোৱাৰি । এতিয়া অসমীয়া হবলৈ দুৰ্বাৰ হেপাহ আছে কেৱল মিঞাৰ । কিন্তু এই হেপাহ জীন যাবলৈ নহয় - অসমীয়াক খুলি খুলি খাবলৈ । গতিকে আন্তৰ্জাতিক ভাৱে স্বীকৃত খিলঞ্জীয়াৰ সংজ্ঞা অনুসৰি যি জাতি জনগোষ্ঠী সমূহ অসমৰ খিলঞ্জীয়া হয় তেওঁলোকক তেওঁলোকৰ এলেকা সমূহত অসমীয়াৰ সতে ভাতৃত্ববোধেৰে সহ অৱস্থান কৰি আত্মীয়তা গঢ়িবলৈ আহবান জনাব লাগে । উদাহৰণ স্বৰূপে কাৰ্বি আংলঙত অসমীয়াতকৈ বাঙালীৰ সংখ্যা অধিক । কিন্তু অনুমান হয় কাৰ্বি সকলে বাঙালীক শত্ৰু জ্ঞান নকৰে কিন্তু অসমীয়াক কৰে । এজন অ'ট' চালকে ভাড়াৰ বাবদ খুচুৰা পইচা নিদিয়াৰ বাবে কেনেকৈ এজন লোকক নিৰ্মমভাৱে হত্যা কৰিছিল আৰু আক্ৰমণ কৰাৰ সময়ত কেনেদৰে অসমীয়াক গালি পাৰিছিল সকলোৰে ছাগৈ মনত আছে । অভী নীল হত্যাৰ সময়তো একেই দৃশ্য । গতিকে এক জাতি গঠন কৰাৰ ধাৰণাটো বাদ দি খিলঞ্জীয়া জনগোষ্ঠীৰ সমূহৰ মাজত থকা বৈৰিতা দুৰ কৰি আত্মীয়তা বৃদ্ধিৰ বাবেহে যত্নপৰ হব লাগে।

    • @GT-dm8pw
      @GT-dm8pw 2 หลายเดือนก่อน

      Apuni kuwa protitu kotha hotyo

  • @BaharulIslam-xs7zg
    @BaharulIslam-xs7zg 3 ปีที่แล้ว +36

    Well done Sir. Thank you very much

    • @abhijitborgohain8318
      @abhijitborgohain8318 3 ปีที่แล้ว +1

      POKOR DONE.

    • @gameisover934
      @gameisover934 3 ปีที่แล้ว

      @@abhijitborgohain8318 tor makor bus

    • @abhijitborgohain8318
      @abhijitborgohain8318 3 ปีที่แล้ว

      @@gameisover934 tur maror busor ball.

    • @gameisover934
      @gameisover934 3 ปีที่แล้ว +1

      @@abhijitborgohain8318 muslim nohole Assam joi koribo nuyarili hoi muslim nohole hagi dili hoi gahorir bal khuwa manu

    • @abhijitborgohain8318
      @abhijitborgohain8318 3 ปีที่แล้ว +2

      @@gameisover934 aibur tur akhiludinok hunabi amak nohoi.

  • @tazhazarika5195
    @tazhazarika5195 3 ปีที่แล้ว

    আপোনাৰ দৰে মানসিকতাৰ মানুহৰ অভাৱ ঘটিছে ।।বিভিন্ন অশুভ শক্তিৰ দ্বাৰা অসমীয়া জাতিতোক ভাগ ভাগ কৰিব খোজা হৈছে।।গতিকে বৰ অসমৰ অসমীয়া জাতিতোক এক কৰি ৰখাৰ ক্ষেত্ৰত আপোনাৰ দৰে মানসিকতাৰ মানুহৰ প্ৰয়োজন আহিছে।।ধন্যবাদ ।।

  • @Shahid_Khan268
    @Shahid_Khan268 3 ปีที่แล้ว +22

    Thanks sir, apuni dirgojibi houk. Kotha bilak vhal lagise.

  • @eyasinali3283
    @eyasinali3283 3 ปีที่แล้ว +7

    আপুনি ঠিক কথা কৈছে। আমি অসমীয়া আৰু অসমৰ হৈ মাত মাতিম। মই আপোনাৰ কথাত একমত। জয় আই অসম।

  • @MridulHussain-o3l
    @MridulHussain-o3l 2 หลายเดือนก่อน +3

    অসমত আহোম আৰু মুছলমান যেতিয়ালৈ থাকিব তেতিয়া লৈ অসমীয়া জাতি থাকিব

  • @afzarulislam4444
    @afzarulislam4444 3 ปีที่แล้ว +13

    I don't know him, but his words indicate that he is so wise ......
    Respect for gentlemen.

  • @assamtinisukia4126
    @assamtinisukia4126 3 ปีที่แล้ว +1

    অতি যুক্তিপূৰ্ণ ;সাৰুৱা ও সুন্দৰ বক্তব্য।

  • @pinkudeka9510
    @pinkudeka9510 3 ปีที่แล้ว +11

    আমিতো সকলোৱে এক হৈ থকাটোৱেই বিচাৰো । কি উজনি কি নামনি আমি সকলো একেলগ হৈ বৰ অসম হৈ থাকিব বিচাৰোঁ।

  • @prabindeka5498
    @prabindeka5498 3 ปีที่แล้ว +8

    বহুত বহুত ধন্যবাদ

  • @anantabaishya7017
    @anantabaishya7017 2 หลายเดือนก่อน

    ধন্যবাদ আপোনাক |আপোনাৰ চিন্তাধাৰাক মই সমৰ্থন কৰো |বিভাজিত জাতিতুক আকৌ এবাৰ একেলগ কৰি আইমাতৃৰ সেৱা কৰিৱলৈ আগ্রহী

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 6 หลายเดือนก่อน +4

    নিঃচাৰ্থভাবে অসমীয়াৰ সংগা আগবঢ়োৱা চাৰজনলৈ অশেষ ধন্যবাদ আগবঢ়ালো!!

  • @hindulukjeluviyatareiudaho7737
    @hindulukjeluviyatareiudaho7737 2 หลายเดือนก่อน +2

    অসমীয়াক এক তিত কৰিবলে আহোম জনগোষ্ঠীয়ে পাৰিব । লাচিত সেনাই অসমক দ্বিখণ্ডিত হে কৰিব পাৰিব ।কাৰণ অসমক আহোম নেতৃত্বত এক তীৰত কৰিছিল ।

  • @chayanikakonwar3247
    @chayanikakonwar3247 3 ปีที่แล้ว +1

    আপোনাক প্ৰণাম জনাইছো।বহুত ভাল কথা কৈছে

  • @DewanShajahan-j2w
    @DewanShajahan-j2w 2 หลายเดือนก่อน

    ছাৰ বহু মূল্যৱান তথ্য ক'লে আপোনালৈ আন্তৰিক শুভেচ্ছা থাকিল। জয় আই অসম

  • @muktadikhan1556
    @muktadikhan1556 2 หลายเดือนก่อน

    ১০০% শুদ্ধ কৈছে। হয় অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত অসমীয়া জাতি গঠন হৈছে।

  • @bhubanchandranath6424
    @bhubanchandranath6424 3 ปีที่แล้ว +9

    অতি সুন্দৰ চিন্তা ডাঙৰীয়া ।আমিও ইয়াকে বিছাৰো।

  • @pranabjyotibezbaruah7005
    @pranabjyotibezbaruah7005 3 ปีที่แล้ว +1

    আগতে চৰকাৰে একো নকৰে আৰু অসমীয়া মানুহকো আাইন হাতত তুলি ল’ব নিদিয়ে নহ’লে আজি এই পৰিবেশৰ সৃষ্টিয়ে ন’হলহেতেন ৷ স্বাধীনতাৰ নামত হিন্দুয়ে একো নাপালে কিন্ত মুছলমানে দুখনকৈ দেশ লাভ কৰিলে ৷ এনেকুৱা মহানতা আমি জানো বিছাৰিছিলো য’ত আমাৰ মহানতা আৰু মানৱীয়তাৰ কোনো সন্মানে নাথাকে ৷

  • @krishnadeka9587
    @krishnadeka9587 3 ปีที่แล้ว +2

    Bhal lagil apunar kotha khini...thank u sir.

  • @himusgamingvlogs2082
    @himusgamingvlogs2082 2 หลายเดือนก่อน

    সঁচা কথা । তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

  • @TarpanPhukan
    @TarpanPhukan หลายเดือนก่อน

    সুন্দৰ উপস্থাপন।

  • @SaifulIslam-pc5tj
    @SaifulIslam-pc5tj 3 ปีที่แล้ว

    এই বহুমুলীয়া কথাখিনি অসমৰ সকলো মানুহে আন্তৰিকতাৰে মানি অসমখনক আগবঢ়োৱা টো কামনা কৰিব লাগে,আমাৰ মাজত বিভেদ স্ৰৃষ্টি কৰা ভাইৰাছ বোৰক উপযুক্ত ভেকচিন দি অসমখনক মুক্ত কৰি অসমৰ উন্নতি কৰো আহক,জয় আই অসম

  • @azizahmed4092
    @azizahmed4092 3 ปีที่แล้ว +19

    Khub val lgil sir ..apunar dore manuh thoka loike axom khon jiliki thkibo

    • @gkd4932
      @gkd4932 3 ปีที่แล้ว +1

      Hmm aru Bangladeshi u kheda hobo

    • @azizahmed4092
      @azizahmed4092 3 ปีที่แล้ว +1

      @@gkd4932 hmm..bangladeshi kheda khabo lge,hindu howk ba muslim/

    • @hujintao990
      @hujintao990 3 ปีที่แล้ว +1

      @@azizahmed4092 Aru miya

    • @gkd4932
      @gkd4932 3 ปีที่แล้ว +1

      @@hujintao990 yes , kheda tu last option, nije jabogoi lage

    • @azizahmed4092
      @azizahmed4092 3 ปีที่แล้ว +1

      @@gkd4932 beleg dekhor manuh thakibo dibo nlge muthote,nijei najai hihoti,Piti piti khedibo lgibo

  • @popular321
    @popular321 3 ปีที่แล้ว +6

    আপুনি সচা কথাই কৈছে বৰ ভাল পালো

  • @uttambhuyan6635
    @uttambhuyan6635 ปีที่แล้ว

    হয় সৎ সত্য সনাতন মন আত্মা প্ৰকৃতি হৃদয়ৰ সচা কথা ( বৰ্তমান সময়ত সুন্দৰ যুক্তি কথা কৈছে )

  • @AbyanNafi5672
    @AbyanNafi5672 3 ปีที่แล้ว +1

    Yes 100/~ Right

  • @rupjyotimili7093
    @rupjyotimili7093 3 ปีที่แล้ว +1

    বওত ভাল কথা জানিব পাৰিলো‌ তাৰপৰা। ধন্যবাদ থাকিল আপোনালৈ।

  • @krishnagogoi1657
    @krishnagogoi1657 3 ปีที่แล้ว

    বহুত সুন্দৰ কথা কলে আপোনি | ধন্যবাদ থাকিল |

  • @medinitalukdar4873
    @medinitalukdar4873 ปีที่แล้ว

    সুন্দৰ 👌 কথা এয়া,ই সত্য...

  • @abdulhamid5144
    @abdulhamid5144 3 ปีที่แล้ว +5

    মহাশয় অতি সুন্দৰ উপস্থাপন।এনেকুৱা লাগিছে যেন আপোনাক এটা প্ৰনাম কৰিব পাৰিলে মোৰ জীবনটো সাৰ্থক হলে হয়।জয় আই অসম এইটোৱেই অসমৰ ইতিহাস।

    • @NEBOY7
      @NEBOY7 3 ปีที่แล้ว

      অসমৰ ইতিহাসত বাংলাদেশীক বৰপিৰা পাৰি দিয়াৰ দৃষ্টান্ত নাই , বঙালক কচু কটা দিয়াৰ হে আছে
      জয় আই অসম

  • @Kuldeep-d1l
    @Kuldeep-d1l 2 หลายเดือนก่อน

    সুন্দৰ মন্তব্য

  • @sofiqurrahman1420
    @sofiqurrahman1420 3 ปีที่แล้ว +2

    You are a wise and broad minded person. Thanks to you for your valuable oration

  • @helendeka1566
    @helendeka1566 3 ปีที่แล้ว +8

    Xundor.lot of thnx.

  • @dipankargogoi3332
    @dipankargogoi3332 3 ปีที่แล้ว

    সকলোৱে নিজ নিজ ভাষা সংস্কৃতি ৰক্ষা কৰিলে কিন্তু আমি আহোমে ভাষা সংস্কৃতি কত বেছিলো আমাক টাই ভাষা ঘূৰাই লাগে। আৰু সকলো আহোম একত্ৰিত হওক । চুকাফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্য শেষ হ'ল কি আমাৰ ধৰ্ম আৰু কৃষ্টি সংস্কৃতি নিজা এটা ভাষা আছে নহয়। সকলো আহোম একত্ৰিত হওক

  • @kushalsaikia3561
    @kushalsaikia3561 3 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ চাৰ।

  • @loanproducts
    @loanproducts 3 ปีที่แล้ว +6

    Great, সকলোৱে মিলিজুলি অসমখন কেনেকৈ উন্নত কৰিব পাৰি তাৰে চিন্তা চৰ্চা কৰিব লাগে৷

  • @unitedagricultureandfarmin4634
    @unitedagricultureandfarmin4634 3 ปีที่แล้ว +1

    বৰ সুন্দৰ কথা কৈছে।
    আপুনাৰ মনোবৃত্তি বহুত সৎ

  • @najminsultana6496
    @najminsultana6496 3 ปีที่แล้ว

    আপুনাৰ দৰেও যদি এই একেখিনি কথা সকলোৱে বুজিলে হয় thank you so much sir

  • @AnwarHussain-il6if
    @AnwarHussain-il6if 3 ปีที่แล้ว

    বহুত ধোনীয়া কথা কৈছে আপুনি অতি সুন্দৰ নিদৰ্শন 👌

  • @bipinch.thakuria2368
    @bipinch.thakuria2368 3 ปีที่แล้ว +2

    Very very good message to the indegenious people of Assam. Borgohai sir many many thanks All the Bjp leaders should accept such type of lesson from learned people.

  • @hafizurrahmansarkar3368
    @hafizurrahmansarkar3368 3 ปีที่แล้ว +2

    You are the real Man Sir. Thank u so much

  • @phanidharrabha8057
    @phanidharrabha8057 3 ปีที่แล้ว +1

    বৰগোহাঁই ছাৰ ধন্যবাদ

  • @balenkalita7061
    @balenkalita7061 3 ปีที่แล้ว

    প্ৰাগ্যোতিষপুৰ হৈ থাকিব লাগিছিল বুৰঞ্জী মতে , অসম নাম ৰখা কাৰণে আজি মিয়া ও অসমীয়া হৈছে যাৰ বাবে শান্তি ৰ প্ৰাগ্যোতিষপুৰ গৈ সাত ভঙা হল, সেহে আকৌ প্ৰাগ্যোতিষপুৰ নাম ৰাখি গোটে পৰিবৰ্তন কৰিব লাগে। জয় প্ৰাগ্যোতিষপুৰ

  • @juwenaahmed3137
    @juwenaahmed3137 3 ปีที่แล้ว +2

    Thnx.. Good process👍 sir

  • @hemangapatowary7397
    @hemangapatowary7397 หลายเดือนก่อน

    Khub hundor dada val lagil

  • @subratashome6393
    @subratashome6393 2 หลายเดือนก่อน

    Dr. D. Borgohain Thank You so much. Wise and intellectual.

  • @hayuvlog
    @hayuvlog หลายเดือนก่อน

    Khub soondar kotha koise... Sir you are very knowledgeable men... Good Speech

  • @K.G-z-I6b
    @K.G-z-I6b 2 หลายเดือนก่อน +2

    লাচিতৰ দিনো নাই আৰু মোছলমান সকলৰ অসমীয়াৰ প্ৰতি আগৰ মৰমো নাই । মোল্লাই আহি বেয়া শিক্ষা দিলে ক'ত আগৰ মৰম থাকিব ।

  • @abdullotif6496
    @abdullotif6496 หลายเดือนก่อน

    Aponi 100% Right kotha koyse thenks

  • @ratulgowala6988
    @ratulgowala6988 2 หลายเดือนก่อน

    ধন্যবাদ ছাৰ।

  • @lohitrabha9422
    @lohitrabha9422 2 หลายเดือนก่อน

    ভাৰত স্বাধীনতাৰ অন্দোলনত মোছলমান সকলৰ অবদান আছে

  • @mr___x4281
    @mr___x4281 3 ปีที่แล้ว +10

    Respect for you sir

  • @fborah8053
    @fborah8053 2 หลายเดือนก่อน

    অতুলনীয় ❤

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 ปีที่แล้ว

    Thankyou, Borgohain sir .

  • @shobrajgiri1895
    @shobrajgiri1895 3 ปีที่แล้ว +1

    সুন্দৰ ধেমালি কৰি দিলে দে এই জনে
    নিজৰ দেশত বোৰো লোক শৰনাৰ্থী হৈ কেবা বছৰ থাকিব লগা হ ল
    মাদকদ্ৰব্য সৰবৰাহ কৰি আমাৰ যুৱক যুৱতীসকলক শাৰীৰিক আৰু মানসিক ভাৱে ধংস কৰিবলৈ উঠি পৰি লাগিছে
    অনিয়ন্ত্ৰিত ভাবে জনসংখ্যা বৃদ্ধি কৰি ৰাজ্যৰ ভাৰসাম্য নস্ট কৰা এক কুটিল ষড়যন্ত্ৰত লিপ্ত আছে আজি বহু বছৰ আগৰ পৰা
    অথছ কি আশা কৰে কিছুমান লোকে ময় বুজিব পৰা নাই।।।।।

  • @rukeyaali9530
    @rukeyaali9530 3 ปีที่แล้ว +6

    অতি সুন্দৰ কথাবিলাক ।

  • @mthuborgohain1956
    @mthuborgohain1956 2 หลายเดือนก่อน

    This is the real Assamese spirit. Thank you sir

  • @Just_villagethings
    @Just_villagethings 3 ปีที่แล้ว

    বহুতে আহোম সকলক হাঁহে নিজৰ ধৰ্ম,ভাষা ৰক্ষা কৰিব নোৱাৰিলে বুলি । কিন্তু আহোম সকলে বিচৰা হলে সকলোৰে ওপৰত নিজৰ ধৰ্ম,ভাষা জাপি দিব পাৰিলে হয় , কিন্তু তেনে নকৰি সকলোকে একেলগ কৰি এক অসমীয়া জাতিৰ জন্ম দিলে,ই আহোমৰ উদাৰতাৰ পৰিচয় । আহোম সকল অহাৰ আগতে অসমত কোনেও এনে পদক্ষেপ লোৱা নাছিল। আহোম হিচাপে মই গৌৰৱ অনুভৱ কৰো । জয় আই অসম ।

  • @dhanti1890
    @dhanti1890 3 ปีที่แล้ว +1

    সুন্দৰ বক্তব্য

  • @TamenNarzary
    @TamenNarzary 2 หลายเดือนก่อน

    ছাৰ বৰ সুন্দৰ, ধন্যবাদ

  • @bhabendas2719
    @bhabendas2719 หลายเดือนก่อน

    ক্ষমা কৰিব!ৰাজ্যৰ জ্ঞানী ব্যক্তি সকলে অসমীয়াৰ ভৰিৰ তলৰ মাটিৰ বৰ্তমানক লৈ চিন্তিত নহৈ সস্তীয়া ৰাজনীতিৰ প্ৰতিহে বেছি আগ্ৰহী হৈ থকা যেন লাগে!যদি প্ৰাক ঐতিহাসিক যুগৰ জ্ঞানী সকলৰ দৰে হাবিত লঘোনে থাকি গছৰ তলতে বিশ্বৰ উন্নতিৰ বাবে গৱেষণা কৰাৰ পৰিবৰ্তে আজি বহনতো শীত তাপ নিয়ন্ত্ৰিত ব্যৱস্থা লাভ কৰাৰ বাবেই এনে হল নেকি! এটা পৰীক্ষা পাতিব নোৱাৰি আগতেই প্ৰশ্ন লৰাৰ হাতলৈ আহে ...............!!!!!!!

  • @The_rklogy
    @The_rklogy 3 ปีที่แล้ว

    বহুত বহুত মূল্যবান কথা কলে

  • @bhargabsfitnessbeautylifes2700
    @bhargabsfitnessbeautylifes2700 3 ปีที่แล้ว +1

    এজন আহোম আৰু অসমীয়া হিচাপে গৰ্ব অনুভৱ কৰিছো। 💪

  • @bhargabsfitnessbeautylifes2700
    @bhargabsfitnessbeautylifes2700 3 ปีที่แล้ว

    সম্পূৰ্ণ শুদ্ধ কথা কৈছে। মোৰ মনৰ কথা খিনি আপুনি আজি কলে। আশা কৰোঁ বুজি পাব অসমৰ সকলো ৰাইজে।

  • @majnurali4232
    @majnurali4232 3 ปีที่แล้ว

    ভাল কথা কৈছে আপুনি

  • @ratuldutta2207
    @ratuldutta2207 3 ปีที่แล้ว +11

    যি কৈছে সকলো ঠিকেই কৈছে।

  • @rimakhandakar4305
    @rimakhandakar4305 3 ปีที่แล้ว

    Bhal lagil aponar Juktipurna sintadhara khini.

  • @tarapalia5441
    @tarapalia5441 หลายเดือนก่อน

    Thank you so much 👍

  • @babulgran9874
    @babulgran9874 3 ปีที่แล้ว

    আপোনি সচাঁ কথা কৈছে ধন্যবাদ

  • @MridulHussain-o3l
    @MridulHussain-o3l 2 หลายเดือนก่อน

    অসমত আহোম আৰু মুছলমান থকা লৈ অসমীয়া জাতি থাকিব,

  • @Mr..parbinphangchong7824
    @Mr..parbinphangchong7824 3 ปีที่แล้ว +11

    Hoi xura apuni thike koise ami aru aklog hob lage joi ai aoxm

  • @rinkushivam8759
    @rinkushivam8759 3 ปีที่แล้ว

    Bahut Bahut Thanks

  • @putulgayan648
    @putulgayan648 3 ปีที่แล้ว +1

    কি সুন্দৰ কথা কৈছে ।

  • @galileomissong4031
    @galileomissong4031 3 ปีที่แล้ว +1

    বহু ভাল লাগিল চাৰ,

  • @surensarmah541
    @surensarmah541 3 ปีที่แล้ว +1

    আপোনাক প্ৰনাম জনালোঁ,পুনৰ যাতে তেনে এটা দিনৰ কামনাৰে...

  • @satyajitmoran8206
    @satyajitmoran8206 3 ปีที่แล้ว +2

    আহক আমি সকলোৱে বৰগোহাঁই ছাৰৰ লগত আগবাঢ়ি যাও।

  • @dadulali2185
    @dadulali2185 หลายเดือนก่อน

    মাননীয় দয়ানন্দ বৰ গোঁহাই মহাশয় গৰীয়া সকল আহোম হয়নে নহয় উত্তৰ দিবচোন। আমি কিন্তু গড়গঞা গৰীয়া।

  • @nankubordoloi1436
    @nankubordoloi1436 3 ปีที่แล้ว

    Apunar kotha bur xune mon tu bahut vhal lagil ..moi o bisaru Assam Khan r xakalu asomiya manuh aaglog hoi ayekhan xundor axom gahar ..

  • @bishnuborah6031
    @bishnuborah6031 3 ปีที่แล้ว

    সুন্দৰ কথা উত্থাপন কৰিছে ছাৰ

  • @Bg22224
    @Bg22224 3 ปีที่แล้ว +2

    উজনি অসম স্বায়ত্ত্বশাসন লাগে, Inner line permit লাগিব

    • @djaxom955
      @djaxom955 3 ปีที่แล้ว

      Jorhat 2nd capital kribo lage for Upper Assam.. 🤟

  • @Shua_098
    @Shua_098 2 หลายเดือนก่อน

    Khub hundar kotha koise.