AXHA (আশা)-Rupam Bhuyan | Bikash Nath | Anuran Kingkar | Official 3D Animation Video Release 2022

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • #axha #rupambhuyan
    আশা
    (The Hope): Hope is a part of life. Life makes headway in the light of hope. But unfortunately, when the hopes remain in the doldrums under the callous grips of despair and dreams die down due to indecision, then comes the moment when we need to stand on our own feet with utmost courage and prudence. This courage will drive away despair and hold onto the hope.
    ▣ AUDIO CREDITS ▣
    Song : AXHA
    Singer: Rupam Bhuyan
    Lyrics: Bikash Nath
    Composition: Ujjibit Boruah
    Add. Compose: Jagadish Nath
    Music: Anuran Kingkar
    Programing: Alokesh Saikia
    Mix & Mastering: Rakesh Baro
    Guitar: Sunit Rabha
    Bass Guitar: Mayur Hazarika
    Sitar: Subhankar Hazarika
    English Translation: Aditya Ankur Nath
    Music Lebel: Chobi Production
    ▣ VIDEO CREDITS ▣
    ✦ 3D Modeling: Uddipan Bhattacharyya
    ✦ Concept,Design & Animation: Uddipta Kumar Bhattacharyya
    ✦ Gfx: Bhaskar Dhapu
    ✦ Special Thanks✦
    Bhaskar Maunash, Madhumita Devi, Uddipan Nath, Samujjal kalita, Nilim Akash Nath.
    Lyrics: আশা
    অ' আশা তই ৰৈ যা
    নিৰাশা তই বৈ যা...
    স্বপ্নগাঁথাৰ কিঞ্চিত মনে আনে
    অবাঞ্চিত ঢৌ বেথাৰ
    দিকবিদিক চিন্তিত পথিক
    তই কৰিছ হাহাকাৰ
    অ' আশা তই ৰৈ যা
    নিৰাশা তই বৈ যা...
    আখলৰ খালী টোম
    জুহালত নাই উম,
    আঁচলৰ ফাঁকেৰে কোনেনো বিনাই
    জোনাকত নাই জোন
    মৰীচিকাৰ সপোন
    হৃদয়ৰ বাগিচাত কোনে আন্ধাৰ নমাই
    হতাশাত সপোনেও বাগৰ সলায়
    দিঠকত সময়েও কিয় এৰি যায়
    দিকবিদিক চিন্তিত পথিক
    তই কৰিছ হাহাকাৰ
    অ' আশা তই ৰৈ যা
    নিৰাশা তই বৈ যা...
    আঁউসীৰ আন্ধাৰত,
    শেতেলীৰে ভাঁজত
    অশ্ৰুৰ টোপালে এপলক জিৰায়
    জীৱনৰ খৰাঙত,
    আৱেগৰ নিজানত
    বুকুৰ ভাষাও অবাটে ধিয়াই
    নিজৰে মাজতে ভাষাও হেৰাই
    সাহসৰ বাটত কিয় তই মই নাই...
    দিকবিদিক চিন্তিত পথিক
    তই কৰিছ হাহাকাৰ
    অ' আশা তই ৰৈ যা
    নিৰাশা তই বৈ যা...
    Social Media connect:
    Rupam Bhuyan
    ...
    Bikash nath
    ...
    Anuran kingkar
    ...
  • เพลง

ความคิดเห็น • 143

  • @tagarzubeenandshaansharani1803
    @tagarzubeenandshaansharani1803 3 หลายเดือนก่อน +1

    ইমান সুন্দৰ Wow ,

  • @ঘৰচীৰীকা.ghorsirika
    @ঘৰচীৰীকা.ghorsirika 3 หลายเดือนก่อน +1

    দাদা ❤

  • @jslp9dj
    @jslp9dj 2 หลายเดือนก่อน +1

    Beautiful lyrics and singing ❤

  • @Xagarikabora
    @Xagarikabora 2 ปีที่แล้ว +4

    মন চুই গ’ল❤️

  • @montutai6782
    @montutai6782 2 ปีที่แล้ว +5

    বৰ ভাল হৈছে। সুন্দৰ সংগীত। অসমীয়া গানৰ প্ৰথমটো সুন্দৰ এনিমেছন।

  • @kobinhazarika6503
    @kobinhazarika6503 2 ปีที่แล้ว +2

    Wah 💚

  • @jugaldeka3629
    @jugaldeka3629 2 ปีที่แล้ว +2

    You are the underrated legend....
    But dimond for me ❤️

  • @sibanibaruahphukan6818
    @sibanibaruahphukan6818 ปีที่แล้ว +2

    বৰ সুন্দৰ হৈছে আশা👌👌👌👌 ৰূপম❤

  • @PranamikaDeka
    @PranamikaDeka 2 ปีที่แล้ว +2

    বৰ ধুনীয়া ❤️

  • @pranjitdas2519
    @pranjitdas2519 2 ปีที่แล้ว +2

    🤩😍🥰

  • @priyaankadeka743
    @priyaankadeka743 ปีที่แล้ว +2

    Favourite ❤️❤️❤️Always forever

  • @durlavboruah4034
    @durlavboruah4034 2 ปีที่แล้ว +2

    Xundr hoi saaaaa...

  • @arindamlahon
    @arindamlahon 2 ปีที่แล้ว +2

    খুব সুন্দৰ।

  • @JakirHossain-wx2sg
    @JakirHossain-wx2sg 2 ปีที่แล้ว +3

    Rupam daa bohut dhutia hoise.....

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว +3

    ইমান সুন্দৰ -কবলৈ ভাষাই নাই। হৃদয়স্পৰ্শী.. মধুৰ সুবাসেৰ ভৰা....অনুভূৱী সত্ত্বাক জাগ্ৰত কৰা এটি চিৰসেউজ গীত। গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী আটাইকেইজন লৈ সশ্ৰদ্ধ প্ৰমাণ জনাইছোঁ।🙏🙏🙏.

  • @manabendradasmusical2631
    @manabendradasmusical2631 2 ปีที่แล้ว +2

    অতি সুন্দৰ অনুপম 💙দাদা

  • @prasantakumarborahmoon6662
    @prasantakumarborahmoon6662 2 ปีที่แล้ว +2

    Suni vaal lagil Rupam da...

  • @jatraaudioworks6468
    @jatraaudioworks6468 2 ปีที่แล้ว +2

    Magical ❤️

  • @Thehiddenknowledge-vb2om
    @Thehiddenknowledge-vb2om 2 ปีที่แล้ว +2

    বহুত অপেক্ষাৰ অন্তত ভাল লগা এটি গান

  • @jayantakumardas2342
    @jayantakumardas2342 2 ปีที่แล้ว +2

    👌❤️

  • @anupaxomiya1258
    @anupaxomiya1258 2 ปีที่แล้ว +2

    অনন্য নিবেদন

  • @ANYTHINGforyoy
    @ANYTHINGforyoy 2 ปีที่แล้ว +2

    বহুত ধুনীয়া লাগিল

  • @অসমীয়াখূহুতিয়া
    @অসমীয়াখূহুতিয়া 2 ปีที่แล้ว +2

    সুন্দৰ

  • @sumankalita4725
    @sumankalita4725 2 ปีที่แล้ว +2

    World class graphics 😍

  • @srimantaborah3140
    @srimantaborah3140 2 ปีที่แล้ว +2

    বৰ ভাল লাগিল গীতটো ♥️

  • @pankhimahanta8595
    @pankhimahanta8595 2 ปีที่แล้ว +4

    গানটোৱে মন চুই গৈছে।ৰূপম ভূঞা দাদাৰ কণ্ঠত গীতটিয়ে যেন এক অনবদ্য ৰূপ লৈ উঠিছে।গীতৰ কথা খুবেই সুন্দৰ ।গীতটিৰ লগত জড়িত সকলোলৈকে আন্তৰিক অভিনন্দন আৰু লগতে বহুত বহুত ধন্যবাদ ইমান এটা সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে।
    আগলৈও এনে সুন্দৰ সুন্দৰ গীতৰ বাবে বাট চাই ৰ'ম আশাৰে ❤

  • @sisirkumarbaishya
    @sisirkumarbaishya 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল গানটো।

  • @mrigankamedhi2710
    @mrigankamedhi2710 2 ปีที่แล้ว +3

    Apunar gaan bur xodaiii priyo dada❤️

  • @jyotismitabaishya348
    @jyotismitabaishya348 2 ปีที่แล้ว +2

    Deep💙

  • @dhrubajyotiborgohain2843
    @dhrubajyotiborgohain2843 2 ปีที่แล้ว +2

    Nice song and nice 3D videography

  • @jimonidihingia6769
    @jimonidihingia6769 2 ปีที่แล้ว +2

    আপোনাৰ কণ্ঠৰে নিগৰা গানবোৰ বৰ ভাল লাগে । এইটোও তাৰ ব্যতিক্ৰম নহয় । মন চুই গৈছে।

  • @jonamonidevi5493
    @jonamonidevi5493 2 ปีที่แล้ว +2

    সুন্দৰ 🤩

  • @saptarshisibham256
    @saptarshisibham256 2 ปีที่แล้ว +2

    ❤🔥🔥❤

  • @tusharsaikia2311
    @tusharsaikia2311 2 ปีที่แล้ว +2

    Chaalllll hoise dei gaan tu xosake 🤠💞

  • @rosmigogoi5198
    @rosmigogoi5198 2 ปีที่แล้ว +2

    Khub xundor

  • @krishna24Astro
    @krishna24Astro 2 ปีที่แล้ว +3

    ৰূপমদাৰ কণ্ঠত অতি সুন্দৰ গীত এটা শুনা পালোঁ। বহু বাৰ শুনিলো গীতটো , মনটো শান্ত হৈ যায়, মনৰ অশান্তি বোৰ দূৰ হৈ যায় শুনাৰ লগে লগে । আপোনাৰ কণ্ঠত এনেকুৱা গীত আৰু শুনিব পাম বুলি আশা ৰাখিলোঁ। গীতটোৰ লগত জড়িত আপোনাৰ লগতে যি জনে এই গীতটো লিখিছিল, বাদ্যযন্ত্ৰৰ লগত জড়িত আছিল সেইসকলকো অশেষ ধন্যবাদ জনাইছোঁ ইমান এটা সুন্দৰ গীত ৰাইজক উপহাৰ দিয়াৰ বাবে।

  • @pankajjyotitaye8469
    @pankajjyotitaye8469 ปีที่แล้ว +2

    You are gems ❤brother
    Long journey + Rupam da song = uff sukoon ❤

  • @shilpisumuborah8339
    @shilpisumuborah8339 2 ปีที่แล้ว +2

    Xundor ❤️

  • @himangshunath9721
    @himangshunath9721 2 ปีที่แล้ว +2

    🔥❤️

  • @juribordoloi5567
    @juribordoloi5567 ปีที่แล้ว +1

    Mayamoi poribexoloi loi jua tekhetor keibataoo ganor eituoo eta.!

  • @bpmusic123
    @bpmusic123 2 ปีที่แล้ว +2

    Lv u rupam da

  • @manashjyotisaikia3301
    @manashjyotisaikia3301 2 ปีที่แล้ว +2

    বহুত ধুনিয়া ।

  • @assomiyagaan2.0
    @assomiyagaan2.0 2 ปีที่แล้ว +2

    সুন্দৰ দাদাই

  • @nayankumarphukan1536
    @nayankumarphukan1536 2 ปีที่แล้ว +2

    Beautiful.

  • @biplabbaruahtezpur5677
    @biplabbaruahtezpur5677 2 ปีที่แล้ว +4

    Asha kramote ashar fol paisu....so beautiful song❤️❤️❤️bikash r likhoni ru rupam dar kontho ufff mon sui gol..mon2 relax hoi gol 1st xunie❤️❤️❤️

  • @anitabarthakur2246
    @anitabarthakur2246 2 ปีที่แล้ว +2

    No words Rupam da.. very touchy

  • @HimuPapuOfficial
    @HimuPapuOfficial 2 ปีที่แล้ว +2

    Dhuniya hoise ❤️

  • @MituandRinkuVlogs
    @MituandRinkuVlogs 2 ปีที่แล้ว +2

    ❤️❤️❤️❤️❤️❤️

  • @bhaskarnath7646
    @bhaskarnath7646 2 ปีที่แล้ว +2

    সুন্দৰ.. আকৌ শুনা আশাৰে আৰু নতুন নতুন শুনিবলৈ পোৱাৰ আশা কৰিছো

  • @joyshreedas5035
    @joyshreedas5035 2 ปีที่แล้ว +2

    Dhunia ❤️☺️

  • @biswa_tez139
    @biswa_tez139 2 ปีที่แล้ว +2

    এটি মধুৰ গীত..আশায়ে যেন আগন্তুক আশাবোৰ পূৰণ কৰে তাৰেই আশা কৰিছো

  • @bitupannath8403
    @bitupannath8403 2 ปีที่แล้ว +2

    Bikash da❤️
    Love from bihaguri❤️

  • @nibeditadevi1177
    @nibeditadevi1177 2 ปีที่แล้ว +2

    ❤️❤️ swt song....

  • @SCARYFEST_
    @SCARYFEST_ 2 ปีที่แล้ว +4

    Ooh God........GOOSEBUMPS..........

  • @bedantabora4172
    @bedantabora4172 ปีที่แล้ว +1

    You are best🙏

  • @uddipannath4557
    @uddipannath4557 2 ปีที่แล้ว +9

    গানটোৱে মন চুই গৈছে ❤️ প্ৰিয় শিল্পী গৰাকীৰ কন্ঠত গানটোৱে বিশেষ মাত্ৰা পাইছে❤️🔥 প্ৰত্যেকটো দিশৰ পৰা উত্তম হৈছে 🔥 সকলোৰে কষ্টখিনি ফুটি উঠিছে❤️এটি ভাল অসমীয়া গান হৈ সদায় থাকি যাব ❤️ গানৰ লগত জড়িত সকলোলৈ অভিনন্দন থাকিল ❤️❤️❤️

  • @krishnaborah4375
    @krishnaborah4375 2 ปีที่แล้ว +2

    Vl lgisa dada

  • @explorewithmanan1879
    @explorewithmanan1879 2 ปีที่แล้ว +2

    Made my night ❤️ .. Rupam daa 🔥

  • @shabnamalam9540
    @shabnamalam9540 2 ปีที่แล้ว +2

    It's amazing Anu.... Keep it up.... 👍👍

  • @rainbowdiary1724
    @rainbowdiary1724 2 ปีที่แล้ว +5

    Beautiful song, Rupam Da💙✨

  • @khokansarkar1483
    @khokansarkar1483 2 ปีที่แล้ว +1

    ৰূপম দা আপুনি আগুৱাই যাওক।

  • @sanskriti628
    @sanskriti628 2 ปีที่แล้ว +2

    Bohut bohut val lagise Bondhu Bikash aru vaity Anuran ... Antorikh Avinandan jonaisu khofolotar batot aru Aguaai jua...

  • @nabajyotiproduction6876
    @nabajyotiproduction6876 2 ปีที่แล้ว +3

    সুন্দৰ গীত🎶💓
    কথা ,, সুৰ ,, কন্ঠ ,, সম্পাদনা খুবেই মনোমোহা💙

  • @kuladipsarma6847
    @kuladipsarma6847 2 ปีที่แล้ว +2

    Lyrics amazing 💕

  • @dibyajyotinath3285
    @dibyajyotinath3285 2 ปีที่แล้ว +3

    আশা য়ে কঢ়িয়াই আনিলে হৃদয়ৰ নিৰ্ভীক কোণৰ মনৰ বতৰা। সুক্ষ্মভাৱে কৰা সকলোৰে কামে মন চুই গৈছে । কথা আৰু কণ্ঠ এক হৃদয়স্পৰ্শী । জড়িত সকলো লৈ অভিনন্দন, আশা সফল হওঁক , অলেখ শুভেচ্ছা💐

  • @jyotirmoyborkataky4796
    @jyotirmoyborkataky4796 2 ปีที่แล้ว +3

    উফ!!! কি শান্তি গানটোত কন্ঠটোত।। মন চুই গৈছে প্ৰত্যেকটি শব্দই। ৰূপম দা আপুনাৰ বৰ পুৰণি অনুৰাগী, মোৰ অন্য এক প্ৰিয় কন্ঠ।

  • @bitopansaikia7839
    @bitopansaikia7839 2 ปีที่แล้ว +2

    হৃদয়স্পৰ্শী 🖤

  • @bhaskarmounash8432
    @bhaskarmounash8432 2 ปีที่แล้ว +6

    আশা, এটি প্ৰত্যাহ্বান ! গানৰ শব্দৰ প্ৰকৃত অৰ্থ গীতিকাৰৰ বাহিৰে বেলেগে বুজাটো একপ্ৰকাৰ অসম্ভৱ কথা ! উদাহৰণ তুমি বিয়াৰ নিশাৰ শয়ন পাটিৰ এপাহি ৰজনীগন্ধা...
    কিন্তু আশাৰ সফলতা এইখিনিতেই...প্ৰতিজনে নিজকে নিজা ধৰণে বিলীন কৰি দিব পাৰিব গানটোত.....সেইটোৱেই প্ৰয়োজনীয়.....প্ৰতিজনকে চুই যাব পৰা এটা গান আশা..
    বিকাশ আৰু অনুৰণৰ এয়া সফলতা বুলি মই অনুভৱ কৰিছো...কথাটো ভালেই, সংগীত অতি সুন্দৰ আৰু মাৰ্জিত..Thank u Anuran..... মোৰ প্ৰিয় শিল্পী আৰু বন্ধু ৰূপম ভূঞাৰ গায়কী আৰু কণ্ঠৰ মানদণ্ডৰ কথা মই নালাগে....সংগীত জনা..সংগীত বুজা,পৃথিৱীৰ প্ৰতিজনে জানে..বুজে.....Thanks to you all in the team AXHA..... এয়া নতুন আশা ...Definitely

  • @singwithvio
    @singwithvio 2 ปีที่แล้ว +3

    Damn 😭❤️❤️❤️🤌

  • @maramamritentertainment
    @maramamritentertainment 2 ปีที่แล้ว +3

    #আশাক লৈ বহুত আশা কৰিছিলো বন্ধু বিকাশৰ কথা অনুৰন ভাইটিৰ সংগীত ব্যৱস্হাপনা আৰু Studio Auditekৰ বানীবন্ধন অতুলনীয় আৰু ৰুপম দাৰ কণ্ঠত আশাই আকাশ চুব😍🙏ভাল লাগিল

  • @saurav22frets
    @saurav22frets 2 ปีที่แล้ว +2

    So soothing♥️

  • @karishmadevi1347
    @karishmadevi1347 2 ปีที่แล้ว +3

    কথা সুৰ তথা উপস্থাপন বহুত ধুনীয়া হৈছে । সদায় আগবাঢ়ি যাওঁক ... আগন্তক দিন বোৰত যাতে আমি আৰু ভাল ভাল কাম দেখিবলৈ পাওঁ ..... আমি আশাবাদী 💚

  • @digantasarmah8377
    @digantasarmah8377 2 ปีที่แล้ว +2

    সঁচাই বহুত ভাল লাগিছে গান টো দাদা।

  • @utpalborah22
    @utpalborah22 2 ปีที่แล้ว +2

    Awesome... Lots of love, success and more power to u Sum...❤ ❤ ❤

  • @foodygirl-12
    @foodygirl-12 2 ปีที่แล้ว +2

    বহুত ভাল হৈছে ❤️

  • @debasishnath5927
    @debasishnath5927 2 ปีที่แล้ว +2

    Well done brothers
    god level editing 😎❤

  • @Riti_moni_Sut
    @Riti_moni_Sut 2 ปีที่แล้ว +4

    ধুনীয়া🎼💙

  • @rummanmahanta5428
    @rummanmahanta5428 2 ปีที่แล้ว +2

    সুন্দৰ , বিকাশ দা💚

  • @pranabbaro3465
    @pranabbaro3465 2 ปีที่แล้ว +3

    গানটোৰ লগত জড়িত সকলোলৈ আন্তৰিক অভিনন্দন। বৰ সুন্দৰ 🙏🙏👌

  • @nikitaDas..
    @nikitaDas.. 2 ปีที่แล้ว +2

    Dhuniya 🌻❤😊

  • @AnjanSarma5
    @AnjanSarma5 2 ปีที่แล้ว +3

    Soulful 💚

  • @HemantaDasCreation
    @HemantaDasCreation 2 ปีที่แล้ว +1

    Xundor geet

  • @gnbgaming6860
    @gnbgaming6860 2 ปีที่แล้ว +3

    Mojja lyrics bikash da

  • @jyotikamalhazarika3061
    @jyotikamalhazarika3061 2 ปีที่แล้ว +2

    অন্তৰ চুই গল সকলোলৈ শুভেচ্ছা জনালোঁ এটি ভাল গীত আমাক দিয়া বাবে

  • @ujjalsut2626
    @ujjalsut2626 2 ปีที่แล้ว +6

    Very pretty and sweet song, congratulations to the entire team..And special congratulations to dear Bikash and Anuran...Best wishes...💐

  • @biswajitborah5976
    @biswajitborah5976 2 ปีที่แล้ว +2

    All the best to all 👍 very nice song

  • @nishantakumar3185
    @nishantakumar3185 2 ปีที่แล้ว +3

    বহুত আশাৰে ৰৈ আছিলোঁ দাদা।। বহুত সুন্দৰ হৈছে আৰু আগুৱাই যাওঁক 👌👌

  • @rbentertainment4681
    @rbentertainment4681 2 ปีที่แล้ว +2

    মৰমৰ ভাইটি বিকাশৰ গীতৰ কথাৰে ৰূপম দাৰ সুমধুৰ কন্ঠত প্ৰাণ পাই উঠিছে গীতটি।।

  • @nirmalidevi7389
    @nirmalidevi7389 2 ปีที่แล้ว +2

    🔥

  • @madhurimasaikia5331
    @madhurimasaikia5331 2 ปีที่แล้ว +4

    ধুনীয়া কথা,মনপৰশা কন্ঠ...শুভেচ্ছা বিকাশ,আগবাঢ়ি যোৱা।

  • @itsallmaddy
    @itsallmaddy 2 ปีที่แล้ว +3

    Lovely! Really soothing song & visuals. 👍🏼

  • @dhunugogoi2678
    @dhunugogoi2678 2 ปีที่แล้ว +2

    Beautiful song and its lyrics, very soothing!!!

  • @horshitaloyshivam4191
    @horshitaloyshivam4191 2 ปีที่แล้ว +3

    Dada great arrangement ❤️

  • @theSHAYAN1998
    @theSHAYAN1998 2 ปีที่แล้ว +4

    Xobdo aru composition... 🤌❤️ Always fan of you. ❤️ Keep shining always

  • @OneSteptoSuccess765
    @OneSteptoSuccess765 2 ปีที่แล้ว +2

    Mojja brother 👍 Keep it up 💕

  • @kfkidsfunnyvlogscreation3517
    @kfkidsfunnyvlogscreation3517 2 ปีที่แล้ว +3

    Congratulations! The song is very sweet and delicious and lyrics as well. Well done Bikash

  • @minhasp2150
    @minhasp2150 2 ปีที่แล้ว +1

    Lovely song Rupam sir

  • @subarna6388
    @subarna6388 2 ปีที่แล้ว +4

    আশা - হৃদয়স্পৰ্শী কথা 💜...সকলোলৈ শুভেচ্ছা।।

  • @Manash-protim-borah
    @Manash-protim-borah 2 ปีที่แล้ว +2

    Nice

  • @ankurgoswami6454
    @ankurgoswami6454 2 ปีที่แล้ว +2

    💚