আকৰ্ষণীয় নৃত্য পৰিবেশন/৩য়: টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ ২০২৫ আৰু ১ম: আন্তঃৰাষ্ট্ৰীয় টাই মহোৎসৱ
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- Tai Traditional dance/আকৰ্ষণীয় নৃত্য পৰিবেশন/৩য়: টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ ২০২৫ আৰু ১ম: আন্তঃৰাষ্ট্ৰীয় টাই মহোৎসৱ ।
ডিব্ৰুগড় জিলাৰ টেঙাখাতত সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই মহোৎসৱ । লাঙি গদাপানি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই মহোৎসৱত টাই আহোম, টাই ফাকে, টাই খামিয়াং, টাই লাই, টাই টুৰুং, টাই আইটন আদি জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য পৰম্পৰাৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে ।
#taifestival
#taiahom
#festival
#culturalprogramme
#assam
#tengakhat
#tengakhatfestival
@val-loga-itu-hitu
Val lagile dei ❤❤❤❤
👌👌👌
Xundar koi dekhuala....bhal lagil dei....😊
Very nice❤❤❤
👌
Beautiful dance performance 👍 sai val lagile 👍 muru saba dei
Val lagil ❤mur u video sabo deii