হিমন্ত বিশ্ব শৰ্মাক মুকলি বিতৰ্কত বহিবলৈ আহ্বান সন্দিকৈ কলেজৰ ছাত্ৰীৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 1.4K

  • @nitumonic7798
    @nitumonic7798 4 ปีที่แล้ว +15

    নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ওপৰত সুন্দৰ বিশ্লেষণ, যুক্তিপূৰ্ণ বাখ্যা, সাহসী, স্পষ্টতা আৰু বলিষ্ঠ কণ্ঠৰ অধিকাৰী কস্তুৰী তোমাৰ যুক্তিত সম্পূৰ্ণ দম আছে, সহজে উলাই কৰিব নোৱাৰা তোমাৰ যুক্তিসংগত বাখ্যা চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হওক, সকলোৱে কথাবিলাক ভালদৰে বুজি পাওক, তীব্ৰ প্ৰতিবাদ জাগ্ৰত হওক আৰু এই জাতিদ্ৰোহী আইনখন প্ৰত্যাহাৰ হোৱাত প্ৰত্যেক জন অসমীয়াই পূৰ্ণোদ্যমে একত্ৰিত হৈ সুচিন্তাৰে, সুস্থ পৰিকল্পনাৰে মাৰ বান্ধি ঠিয় হৈ যুঁজ দিব লাগে।
    তোমাৰ এনে ধৰণৰ সাহসীকতা, স্পষ্টবাদিতা আৰু জনজাগৰণ মুখী ব্যাখ্যা অবিৰতভাৱে চলি থাকক,, শুভেচ্ছা জ্ঞাপন কৰিলো।

  • @dwijenkhanikar7582
    @dwijenkhanikar7582 7 หลายเดือนก่อน +21

    অতি সুন্দৰ। তুমি মহান ভন্টী । তুমি আগ বাঢ়ি যোৱা ।

  • @lota340
    @lota340 7 หลายเดือนก่อน +9

    ভাল দৰে এবাৰ শুনকচোন মন্ত্ৰী নামৰ বহিৰজা কেইজনে। বহুত বহুত ধন্যবাদ মাজনী তোমালৈ।
    ফুল কুমলীয়া ছোৱালীজনীৰ চিন্তা ধাৰা ইমান সুন্দৰ আৰু দক্ষ।এইসকল দেশৰ প্ৰকৃত ধৰনী।চেলুত জনাইছোঁ।

  • @dilipkrbora1132
    @dilipkrbora1132 6 หลายเดือนก่อน +5

    আজিৰ তাৰিখত তোমাৰ দৰে ছাত্ৰীৰ পয়োজন । ভগৱানে তোমাক শক্তি দিয়ক ।

  • @diptidevi4055
    @diptidevi4055 4 ปีที่แล้ว +3

    বহুত যুক্তিপূৰ্ণ প্ৰশ্ন চৰকাৰলৈ ৷ সাহসী ছোৱালী ৷

  • @hedayatullah2273
    @hedayatullah2273 4 ปีที่แล้ว +168

    ধুনীয়া দিছা ভনী তুমাৰ ভাষন শুনি' অসমবাসী হিদ্ৰয় চুই গৈছে ধন্যবাদ

    • @basisthaacharya6590
      @basisthaacharya6590 4 ปีที่แล้ว +3

      অসমীয়া ভাষাই নে এয়া ?

    • @hedayatullah2273
      @hedayatullah2273 4 ปีที่แล้ว +2

      @@basisthaacharya6590 কি হল মানে

    • @caacaa5442
      @caacaa5442 4 ปีที่แล้ว +2

      @@basisthaacharya6590 tor mote sage joi aai bangla
      😊

    • @biplobphukan2162
      @biplobphukan2162 4 ปีที่แล้ว +1

      @@basisthaacharya6590 তই বাংলাদেশত জন্ম হোৱা অসমীয়া কত জানিবি

    • @chenakarabha4076
      @chenakarabha4076 4 ปีที่แล้ว

      Anekuwa sahkiya suwali lage amak

  • @binodgogoi2978
    @binodgogoi2978 4 ปีที่แล้ว +40

    একদম সঁচা কথা । ধন্যবাদ আপোনালৈ জয় আই অসম। বিজেপি গ' বেক ।

  • @Barpeta-js7jb
    @Barpeta-js7jb 6 หลายเดือนก่อน +3

    সুন্দৰ প্ৰশ্ন ৷সুন্দৰ চিন্তাধাৰা

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 7 หลายเดือนก่อน +3

    হিমন্তক প্ৰত্যাহ্বান জনাব লাগিব নিৰ্বাচনী ৰণক্ষেত্ৰত।বেলত পেপাৰ বা ই ভি এমৰ জৰিয়তে এনেকৈ ধৰাশায়ী কৰিব লাগিব যাতে কোনো দিন ককাল পোনাব নোৱাৰে ।

  • @sumitdeka7717
    @sumitdeka7717 4 ปีที่แล้ว +35

    জয় আই অসম caa আমাক নালাগে।

  • @rabikisku9860
    @rabikisku9860 4 ปีที่แล้ว +11

    জয আই অসম

  • @mahediofficial1947
    @mahediofficial1947 4 ปีที่แล้ว +15

    ছাত্ৰ সমাজ জিন্দাবাদ।

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 4 ปีที่แล้ว +230

    অসমৰ মা জনীক ভালপোৱা সকলো ওলাই আহক,,,,,,
    জয় আই অসম, জয় আই অসম, জয় আই অসম।

  • @lakshyajitkonwar9647
    @lakshyajitkonwar9647 4 ปีที่แล้ว +17

    CAA আমি নামানো ।। 👍👍👍👍👍। জয় আই অসম।

    • @narenchutia7298
      @narenchutia7298 3 ปีที่แล้ว +1

      Narenchutia.. Assam. Tumr.. Video.. Nice... Ok

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 4 ปีที่แล้ว +162

    শ্ৰদ্ধেয় কস্তৰী চুতীয়া,, আপোনালৈ বহুতো ধন্যবাদ থাকিল,,
    100% সত্য,,,, অসমীয়া জাতিটোক সহজ সৰল পাই দিল্লীৱালাই থগি আছে।
    জয় আই অসম,,,,,, জয় আই অসম,,

  • @gobindabordoloi9653
    @gobindabordoloi9653 4 ปีที่แล้ว +61

    অতি সুন্দৰ।এই সাহসী কামৰ বাবে মোৰ ফালৰ পৰা আদৰণি জনালো।আপুনি আগবাঢ়ক।সফল হওক।জয় আই অসম।

  • @MotivationDuniya8839
    @MotivationDuniya8839 4 ปีที่แล้ว +22

    সন্দিকৈ কলেজৰ ছোৱালী বহুত ধুনীয়া বুলি শুনি আহিছোঁ দে।।।।এইটো সঁচা বুলি তুমি প্ৰমাণ কৰি দিলা

  • @jatinbaruah6356
    @jatinbaruah6356 6 หลายเดือนก่อน +5

    এনেধৰণৰ শিক্ষামূলক কথাবিলাকে আমাক একলগ হবলৈ সহায় কৰিব !

  • @abhijitrajbonshi1026
    @abhijitrajbonshi1026 4 ปีที่แล้ว +236

    অলেখ ধন্যবাদ কস্তুৰী বা অসমৰ জনতাৰ প্ৰতিবাদী কণ্ঠৰ প্ৰতিনিধি ৰুপে মাত মতাৰ বাবে... অসমৰ প্ৰতিটো সংগ্ৰামী সত্তাই উপলদ্ধি কৰক আইৰ মূখৰ মাতষাৰ হেৰোৱাৰ বেদনা... ছদ্মবেশী জাতিপ্ৰেম বৰ্জন কৰি সকলোৱে আগবাঢ়ি আহক স্বদেশীৰ হকে, স্বজাতিৰ হকে...জয় আই অসম❤

    • @jitulgogoi2354
      @jitulgogoi2354 4 ปีที่แล้ว +2

      ghanta..nijok nije 24 ghonta victim play kori thakile baltu hbo.. government neta ei burok gali d thakile eku unnoti nohoi...akhomia jati iman durbol nki..j ekjon bill hadharon bill pass hole..khotom hoi jai..ei bur sob..tukra tukra gang..nijor dukan bondho. huar voit manuhok rediclaisation korise...moiu akhomia..24 ghonta akhomia akhomia buli hala kori nethaku..nation come first...Mur jati dhormo sob Indian..Jai Bharat

    • @horishdas3942
      @horishdas3942 4 ปีที่แล้ว +3

      Rit.. Jitul gogoi

    • @BeAndi
      @BeAndi 4 ปีที่แล้ว +5

      @@jitulgogoi2354 tumi iman bhaldore kuwar piso2 buja ni.. mane tumi jatidruhi

    • @abhijitrajbonshi1026
      @abhijitrajbonshi1026 4 ปีที่แล้ว +5

      @@jitulgogoi2354 আনৰ গালৈ আঙুলি তোলাৰ আগত অসমীয়া হিচাপে জাতিটোৰ বাবে আপুনি কি কৰিব পাৰিছে তাত গুৰুত্ব দিয়ক মহাশয়।ইমান সুন্দৰকৈ কোৱাৰ পাছতো আপুনি এনে উত্তৰ দি নিজৰ মানসিক দৈন্যতাৰ পৰিচয় দিয়াৰ বাহিৰে আন একো কৰা নাই।ইতিবাচকতাক গ্ৰহণ কৰিবলৈ শিকক।যদি আপুনি স্বাভিমানী অসমীয়া, স্বেচ্ছাই জাতিৰ কাৰণে আগবাঢ়ি অহাৰ আত্মপ্ৰত্যয় আপোনাৰ নিশ্চয় আছে।পৰচৰ্চা পৰনিন্দাৰ সলনি আত্মসমালোচনাত গুৰুত্ব দিয়ক।অসমীয়া সমাজত থকা এনে বিকৃত মানসিকতা আমাৰ সাৰ্থকতাৰ দিশত এক প্ৰধান প্ৰত্যাহ্বান।

    • @jitulgogoi2354
      @jitulgogoi2354 4 ปีที่แล้ว +1

      lukok..manokhik donyo phonyo...bonai thakutei jabo apunalukor. worldr developed country burok ebar sok... apunalukor nisna rediclaisation hua manuh tat thoka hole.. developed ketiau hbo nuarile heten. religion..jati ei bur erok..aru desh developed hua kamot mon diyok... aru koribo mon goise jodi..hei jon manuhor karone korok g jone dubela dumuti khua karone hongram kori ase. rajyot iman crime rate barhise..tak loi jujok. hei joni makok alop hantona diyok ji joni makor ghort etai lora aru teu border ot deshor karone din rat ek kori duty kori ase. apnar aru mur nisna manuhor karone..

  • @jaychankarboro4439
    @jaychankarboro4439 4 ปีที่แล้ว +30

    I salute this brave girl. I consider her statement as big lecture of the year 2020. Go ahead dear Sister. Your future is very bright.

  • @BabuDas26455
    @BabuDas26455 4 ปีที่แล้ว +53

    সুন্দৰ,,, CAA আমাক নালাগে,,,জয় আই অসম।।।

  • @rajanath4201
    @rajanath4201 4 ปีที่แล้ว +59

    মজা হিমন্তৰ যদি দম আছে উওৰ দিয়ক

  • @surajgogoi1879
    @surajgogoi1879 4 ปีที่แล้ว +163

    ডিচলাইক মৰা কেইটা হিমন্তৰ পকৰ ধোৱা হয় আৰু কবলৈ ভাষা নাই।😡😡😡

  • @Rohman189
    @Rohman189 4 ปีที่แล้ว +128

    হিমু আৰু সৰ্বা কাই বাংলাদেশী মাল বিয়া কৰিব সেই কাৰনে উঠি পৰি লাগিছে। অসমীয়া জাতীৰ তেজ খোৱা কেইতা ।

    • @bubulalung6616
      @bubulalung6616 4 ปีที่แล้ว

      Right aigita axomor kolongko

  • @buddinrabbani2548
    @buddinrabbani2548 4 ปีที่แล้ว +8

    Great Speech... Nice
    জয় আই অসম...

  • @mayamohan4440
    @mayamohan4440 7 หลายเดือนก่อน +1

    100% Right তোমাক ধন্যবাদ দিছোঁ

  • @hariprashadsarma987
    @hariprashadsarma987 4 ปีที่แล้ว +198

    ৰজাঘৰীয়াক কা সম্পর্কে বুজাই দিয়া বাবে ধন্যবাদ। হিমন্তবিশ্বৰ যদি সাহস আছে প্ৰশ্ন কেইটাৰ উত্তৰ দিয়ক।

    • @arjinabegum7763
      @arjinabegum7763 4 ปีที่แล้ว +6

      Good

    • @izajulhoque8642
      @izajulhoque8642 4 ปีที่แล้ว +2

      Salute brother

    • @mdays6045
      @mdays6045 4 ปีที่แล้ว +2

      Hohokh nai ..hoitu police logai Misa case t fosab ..tat k eku korib nuare

    • @ganeshsharma9663
      @ganeshsharma9663 4 ปีที่แล้ว

      Aya fesion xo dekhuboloi ahise.😂😂🤣🤣congressor manuh keita valdore xun😂🤣

    • @mdays6045
      @mdays6045 4 ปีที่แล้ว +2

      @@ganeshsharma9663 Congress manuh jadi axomia hoi kunu kotha nai... BJP e o jadi axomia k bhal Pai BJP e ahok ako power t eku apotti nai...kintu kune Bangladeshi r suwa seleka arombho korise..heibur k Bangladesh t pothab lage

  • @tulsirampanging6610
    @tulsirampanging6610 6 หลายเดือนก่อน +2

    কৰ্ম‌ই হৈছে দেশ তথা জাতিৰ উন্নতিৰ লক্ষণ।

  • @haijonanchari2491
    @haijonanchari2491 4 ปีที่แล้ว +65

    ধন্যবাদ বাইদেউ ,, ইয়াকে কয় খাটি অসমীয়া 💪
    জয় অসমীয়াৰ জীয়ৰী জয় ।।

  • @dekaisdeka43
    @dekaisdeka43 4 ปีที่แล้ว +1

    Excellent dd! Thank you dd for your valuable speach.
    We are proud to you and we wish your bright future and God bless you!

  • @arifulislam8425
    @arifulislam8425 4 ปีที่แล้ว +32

    জয় আই অসম যিখিনি কলে 100%সচা আকৌ এবাৰ জয় আই অসম

  • @ruparani1493
    @ruparani1493 4 ปีที่แล้ว +6

    সুন্দৰ প্ৰশ্ন ,হিমন্ত দাদা পাৰিবনে দিব ইয়াৰ সঠিক উত্তৰ,,,,
    কা আমি নামানো
    জয় আই অসম

  • @dimbeasworbarman9719
    @dimbeasworbarman9719 4 ปีที่แล้ว +6

    সাহসী অসমীয়া বিৰংগনা ছোৱালী । জয় আই অসম ।

  • @tarundas8552
    @tarundas8552 7 หลายเดือนก่อน

    ভাল লাগিল। সাহসী ছোৱালী । সাৱধানতাৰে আগ বাঢ়ি যোৱা। তোমাৰ ভবিষ্যত উজ্বল কামনা কৰিছোঁ। ধন্যবাদ।

  • @mridusmitasaikia83
    @mridusmitasaikia83 6 หลายเดือนก่อน +3

    হীমন্ত মামা ই নিজৰ মৰন নিজে কিয় মাতি আনিলে বাৰু,,,এই CAA খন ৰ বাবে কিমান এ যে তেওঁ ক বেয়া পাবলৈ ললে,,,কিমান বিৰোধী হৈ উঠিল,,,BJP ৰে বহুত মানুহ তেওঁ ক দেখিব নোৱাৰা হৈ পৰিছে,,বিশেষ ke এই যুৱ প্ৰজন্ম,,,তেওঁ লোকক টকা বা অন্য একো ৰে লোভ দি কিনিব নোৱাৰে,,, খাটি অসমীয়া তেজ আছে তেওঁ লোকৰ গাত,,জাতি k উলঙ্ঘন কৰা কাম কৰিলে অপ্ৰিয় হব এ মামা,,,😊😊😢

  • @sarathazarika6161
    @sarathazarika6161 4 ปีที่แล้ว

    বহুত ধুনীয়া কথা ক'লা শুনি ভাল লাগিল । তুমাক বহুত ধন্যবাদ দিছোঁ

  • @rajuphukan6981
    @rajuphukan6981 4 ปีที่แล้ว +75

    উদাত্ত ভাষণ,,,ভাল লাগিল শুনি ।।👍👍👍👍👍

  • @DipaBegum-g6q
    @DipaBegum-g6q 6 หลายเดือนก่อน

    Bhal lagil tumar kotha bur khub sundor kotha koisa joi ai ahom

  • @rummanlaskar6452
    @rummanlaskar6452 4 ปีที่แล้ว +16

    Thank you so much my dear sweet elder sister🙏🙏🤲🤲

  • @rimpachoudhury770
    @rimpachoudhury770 4 ปีที่แล้ว +22

    পথভ্ৰস্ত হৈছে এইখন চৰকাৰ...বঢ়িয়া কস্তুৰী বা এই পদক্ষেপ লৈ আগুৱাই অহা বাবে😘😘

  • @moinadarji4045
    @moinadarji4045 4 ปีที่แล้ว +61

    ধুনীয়ৰৰ মূখত ধুনীয়া কথা, জয় আই জয় অসম

  • @KrishnaBhuyan-qk3bd
    @KrishnaBhuyan-qk3bd 6 หลายเดือนก่อน

    I like your speech your rationality, I expect you will become a good orator in future , God bless you.

  • @drrahul2115
    @drrahul2115 4 ปีที่แล้ว +7

    This is the signs of an educated person ,India needs more people like her ,try to learn ,try to fight against the wrong ,MAKE A BETTER INDIA GIVE VOTE TO AN WELL EDUCATED PERSON NOT NONSENSE .
    JAI AAI AXOM .

  • @manabjyotidas6756
    @manabjyotidas6756 7 หลายเดือนก่อน +1

    Thank you God bless you 🙏 from Hyderabad good Answer

  • @utpalutpal5297
    @utpalutpal5297 4 ปีที่แล้ว +180

    কা হিমন্ততৰ বাবে লাভজনক কাৰণ কা আহিলে বিজেপি আৰু ৩০ বছৰৰ বাবে থাকিব পাৰিব ২০২১ ত বি জে পিক০০০

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 4 ปีที่แล้ว +1

    কস্তুৰী লৈ অশেষ মৰম , শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল।

  • @hirokgogoi8393
    @hirokgogoi8393 4 ปีที่แล้ว +27

    Eiahe Akhomor suali 👍👍👍🤘👌👌👌 Bangladeshi ru amr Akhomia Bangladeshi keitai laj paise dislike korise news tu

  • @amarjoytidas8141
    @amarjoytidas8141 6 หลายเดือนก่อน +1

    ভাল কথা

  • @babugogoi8413
    @babugogoi8413 4 ปีที่แล้ว +37

    গিয়ানী মানুহৰ গিয়ানি কথা,,

  • @banajituzir5197
    @banajituzir5197 6 หลายเดือนก่อน

    YOu are actually Brilliant With cragious.God bless you.. Tumaar Babe Gouri Chodon Khulaa Rakhiboloi anurodh korim.,

  • @susmitapritam2492
    @susmitapritam2492 4 ปีที่แล้ว +44

    বহুত গুৰুত্ত্ব পূৰৰ্ণ কথা কৈছা তুমি ।

  • @amalchandramedhi9115
    @amalchandramedhi9115 4 ปีที่แล้ว +1

    .......
    .
    .
    বহুত ভাল লাগিল..
    //
    কবলৈ একো নাই....
    #একমত.👍👍👍

  • @bantibora2889
    @bantibora2889 4 ปีที่แล้ว +133

    সচাই ভাল কৈছা আমাক কা নালাগে নালাগে
    জয় আই অসম

  • @safikulislam2998
    @safikulislam2998 4 ปีที่แล้ว +26

    এয়াই অসমীয়াৰ দক্ষ নাৰী কণ্ঠ। ৰজাঘৰীয়া আপোনালোকে শুনক আৰু বুজক ।✊✊ জয় আই অসম ✊✊

  • @mousumbora8122
    @mousumbora8122 4 ปีที่แล้ว +4

    অতি সুন্দৰ ,,,জয় আই অসম,,,,

  • @DipamoniGogoi_0_1
    @DipamoniGogoi_0_1 7 หลายเดือนก่อน

    ধন্যবাদ জনালো তোমাৰ দৰেই বহুত নতুন প্ৰজন্মৰ ওলাই আহক এই দৰেই ❤❤

    • @acharyyamohanborah9371
      @acharyyamohanborah9371 7 หลายเดือนก่อน

      ধন্যবাদ জ্ঞাপন কৰিলো তোমাৰ লগত নতুন প্ৰজন্ম উলাই আহক ।

  • @ankurpegu1406
    @ankurpegu1406 4 ปีที่แล้ว +8

    সঠিক যুক্তি.....কা আমি নামানো আৰু ভৱিষ্যতো নামানো চিধা কথা । জয় আই অসম .........

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 7 หลายเดือนก่อน

    Thanks your video,I agree with you,

  • @mridulbora2861
    @mridulbora2861 4 ปีที่แล้ว +8

    ভাল লাগিল তোমাৰ কথা শুনি৷জয় আই অসম৷

  • @dipankarnarah77
    @dipankarnarah77 4 ปีที่แล้ว +7

    I salute the brave girl with my heart👍

  • @ratulsaikiaassamboy8106
    @ratulsaikiaassamboy8106 4 ปีที่แล้ว +100

    ভাল লাগিল তোমাৰ কথাখিনি

    • @bhanudaskalita1684
      @bhanudaskalita1684 4 ปีที่แล้ว +2

      aponr katha nukhune kala aro boba hoiese bjp sarkar

  • @rajudas8568
    @rajudas8568 4 ปีที่แล้ว

    ধুনীয়া দিছা
    জয় আই অসম
    জয় আই অসম
    জয় আই অসম

  • @AxomKnowledge
    @AxomKnowledge 4 ปีที่แล้ว +56

    ধুনীয়া কথা 💞

  • @himakshikalita310
    @himakshikalita310 4 ปีที่แล้ว +5

    Well done sis.. I feel its a best ever set of question we have in our mind at the present time. If the govt is able to put their ans clearly in front of public it's well and good. Otherwise the situation will turn as they have never expected. We oppose caa...as we think it's a curse on our assamese culture and tradition... The govt instead of org those peace ✌ rally should instead ans our questions clearly...

  • @jayantahazarika1343
    @jayantahazarika1343 4 ปีที่แล้ว +22

    Excellent reply to HBS

  • @subalkalita6726
    @subalkalita6726 4 ปีที่แล้ว +33

    Boys and girl hit for like

  • @papulkhanikar5704
    @papulkhanikar5704 4 ปีที่แล้ว +5

    মন্ত্ৰ শৰ্মাৰ তন্ত্ৰ মন্ত্ৰত সৰ্বনাশ সোনোৱাল পথভ্ৰষ্ট হৈছে
    জয় আই অসম

  • @awalkazi1588
    @awalkazi1588 4 ปีที่แล้ว +2

    Great speech sister.... Joi aai axom..

  • @khogenborah9145
    @khogenborah9145 4 ปีที่แล้ว +7

    What a talented girl ! May God bless you ! Wishing you a very bright future.

  • @basantachetia6639
    @basantachetia6639 4 ปีที่แล้ว +2

    বহুত ভাল লাগিল।জয় আই অসম✊✊✊

  • @budheswardas5163
    @budheswardas5163 4 ปีที่แล้ว +6

    ভাল কথা কৈছা....এই কথা মই এক মত....জয় আই অসম

  • @animalogoon1786
    @animalogoon1786 4 ปีที่แล้ว

    Bohut dhunia kotha kola kasturi. Thank you and God bless you

  • @debamonilaskar6969
    @debamonilaskar6969 4 ปีที่แล้ว +36

    আৰু কোনো অফিচট অসমীয়া লৰা কাম কৰিব নোবাৰা হল, বিহাৰি মাৰুৱাৰীয়ে অসমীয়া লৰাকেইটাক বেয়াকৈ বেবহাৰ কৰে. কি কৰিম একো ভাবিব নোৱাৰা হলো.

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc 6 หลายเดือนก่อน +2

    নিজৰ নিজৰ জাতিৰ নেতা নিজৰ জাতিৰ শত্ৰু।

  • @niranjanengleng4187
    @niranjanengleng4187 4 ปีที่แล้ว +8

    অপেক্ষা কৰিম ৰজাঘৰীয়া হিমন্ত বিশ্বশৰ্মা আৰু সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই সঠিক উত্তৰ দিব পাৰিব নে নাই ।।

  • @hashemali382
    @hashemali382 4 ปีที่แล้ว +1

    Thank you very much.

  • @bisjitpadi6193
    @bisjitpadi6193 4 ปีที่แล้ว +20

    Salute Didi apunak jai ai akhom

  • @TarunHandique-o1j
    @TarunHandique-o1j 7 หลายเดือนก่อน

    বহুত বহুত ধন্যবাদ ❤❤❤

  • @binuddeka7799
    @binuddeka7799 4 ปีที่แล้ว +16

    কস্তুৰী ভাল লাগিল তোমাৰ কথাবোৰ
    পোনপটীয়া কথা
    পোনপটীয়া মন্তব্য
    🔥

  • @punjatokbi1229
    @punjatokbi1229 4 ปีที่แล้ว +1

    You are talking right..

  • @simpleboy2772
    @simpleboy2772 4 ปีที่แล้ว +139

    Boys and girls hit for like

    • @siddharthboro4584
      @siddharthboro4584 4 ปีที่แล้ว +2

      Pagol nki toi kukur r puali..ami mori asu nijor jati tuk bosabo.aru toi pagol nijor sarthot comments maribo ahisa like r karone..like pai ki ghenta dal koribi.

    • @simpleboy2772
      @simpleboy2772 4 ปีที่แล้ว

      Oi Randi puali tui ki kra kor

    • @AssameseKnowledgeTV
      @AssameseKnowledgeTV 4 ปีที่แล้ว

      Mobile2 ki electionor voting machine neki?

    • @simpleboy2772
      @simpleboy2772 4 ปีที่แล้ว

      Tui ji kowa

  • @jayantahazarika2721
    @jayantahazarika2721 4 ปีที่แล้ว

    সুন্দৰ মন্তব্য জয় আই অসম

  • @digantagohain8860
    @digantagohain8860 4 ปีที่แล้ว +7

    Emn hundor jukti emn hundor motamat selute baideu..

  • @PKAssamTech
    @PKAssamTech 4 ปีที่แล้ว

    Well done.val lagil kotha bur.

  • @mrdk7577
    @mrdk7577 4 ปีที่แล้ว +6

    বাইদেউ লগত আপুনি যদি একমত like ata kori jabo🔥🔥

  • @SirajulIslam-il2hr
    @SirajulIslam-il2hr 4 ปีที่แล้ว

    Thanku Bounte bhauat ball lagesa Thanks 👌👌👍👍🙏🙏Jai aai Axom 🇮🇳

  • @tubowangsang5533
    @tubowangsang5533 4 ปีที่แล้ว +12

    Be careful BJP in 2021 just knowing at the door...great salute dear sister keep it up....

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc 7 หลายเดือนก่อน

    তোমাৰ কথাত যুকতি আছে। ধন্যবাদ জনালো

  • @dhanborah9511
    @dhanborah9511 4 ปีที่แล้ว +47

    Very good...
    Hosa kotha.

  • @fojlayanam5714
    @fojlayanam5714 4 ปีที่แล้ว +1

    Right question sister thanks

  • @russelchrist
    @russelchrist 4 ปีที่แล้ว +23

    বলিষ্ঠ আৰু সাহসী কণ্ঠ | জয় আই অসম |

  • @skearmahammad6153
    @skearmahammad6153 4 ปีที่แล้ว

    You have delivered logical speech .thank you.

  • @satyanarayandas4547
    @satyanarayandas4547 4 ปีที่แล้ว +12

    Thank you Moina

  • @lalitbordoloi7422
    @lalitbordoloi7422 3 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ থাকিল

  • @jitengogoi7490
    @jitengogoi7490 4 ปีที่แล้ว +6

    অসমত এনেকোৱা নাৰি আৰু লাগে বহুত ভাল লাগিল বাইদেউ আগবাহি জাওক

  • @amalsaikia6525
    @amalsaikia6525 7 หลายเดือนก่อน

    Thank you for your good explanation

  • @chanmamudbhuyan3188
    @chanmamudbhuyan3188 4 ปีที่แล้ว +8

    Thank you sister

    • @bipulbez2308
      @bipulbez2308 4 ปีที่แล้ว

      ধ্যন্যবাদ তোমাৰ লগত আমিও আছো । তেওঁ লোক দুজনৰ হালধীয়া কম আছে । তেওঁ লোকে মাতৃভূমি ক চিনি নাপালে

  • @abrujpegu6531
    @abrujpegu6531 4 ปีที่แล้ว

    Nice sister. Keep continuing

  • @hafijurrahman677
    @hafijurrahman677 4 ปีที่แล้ว +16

    আপোনাৰ এই শাৰদীয় বক্তব্যই অসমৰ জনগনক কিচু পৰিমানে হলেৱো সাহস যোগাৱ

  • @assamproboy1202
    @assamproboy1202 7 หลายเดือนก่อน

    Thanks for the Advice. Jai aai Assam