Lakhimpur News : গোচৰ তৰিবলৈ যোৱা যুৱকক মাৰধৰ কৰি হেনকাফ লগাই আঠু কঢ়াই থ'লে আৰক্ষীয়ে N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 พ.ค. 2024
  • Lakhimpur News : গোচৰ তৰিবলৈ যোৱা যুৱকক মাৰধৰ কৰি হেনকাফ লগাই আঠু কঢ়াই থোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে N18V
    #lakhimpur #news18assamoriginals
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

ความคิดเห็น • 123

  • @bitupanrajkhowa6239
    @bitupanrajkhowa6239 2 หลายเดือนก่อน +59

    এচাম police এ খাকি পোছাক যোৰ পিন্ধি নিজকে কি বুলি ভাৱে জানো। এটা কথা মনত ৰাখিব সকলো সময়তে আপোনালোকৰ পোচাক যোৰ নাথাকে। আপোনালোকৰো পৰীয়াল আছে।ভগবান লৈ এবাৰ ভয় কৰক।

  • @bishwajitkonwar1473
    @bishwajitkonwar1473 2 หลายเดือนก่อน +32

    চিধা কথা, ল'ৰা জনে যিজনৰ ওপৰত এজাহাৰ দাখিল কৰিবলৈ গৈছিল, সেই জনে প্ৰথমে ই দান-বৰঙণি দি থৈ গৈছে। সেই বাবেই ল'ৰা জনক হাতত হেন্দকাপ লগায়। সেই পুলিচ বিষয়া জনে আইনগত ভাবে আইন উলঙ্ঘন কৰিছে। এই পুলিচ বিষয়া জনে পাহৰি গৈছে তেওঁলোকৰ হাতত থকা কিতাপখনত পৃষ্ঠা সংখ্যা.......। এই খাকি এনিফ্ৰম জোৰৰ মান সম্মানৰ কথা। প্ৰথমে পুলিচৰ মান সম্মান ৰাখক 🇮🇳 জয় হিন্দ।

    • @PranjitTaid-nb4de
      @PranjitTaid-nb4de 2 หลายเดือนก่อน +1

      Ai karone oi police gush buli koy.

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 2 หลายเดือนก่อน +26

    ভয়ত পুলিচ পলাই গ'ল 😂😂

  • @bipulborah2193
    @bipulborah2193 2 หลายเดือนก่อน +12

    আচলতে সেই SI জন পুলিছৰ লা‌ইক নহয়। Media দেখিলে পলাই কিয় ? টকাৰ দুখীয়া হ'ব পাৰে,Educated যুৱক। গতিকে ভাবি চিন্তি আগ বাঢ়িব।

  • @cmdaxom7776
    @cmdaxom7776 2 หลายเดือนก่อน +16

    ঘোচ দি চাকৰি লৈছিল ই।। Quality nai .

  • @bontisarmah7541
    @bontisarmah7541 2 หลายเดือนก่อน +12

    এই পুলিচটোৱ ই তোমাৰ লৰা মানুহজনীক নিলে যেন লাগিছে সেই কাৰণে এনেকুৱা কৰিছে এই তোক হে পিটিব লাগে

  • @user-qq6fl8bj2c
    @user-qq6fl8bj2c 2 หลายเดือนก่อน +7

    এনেকুৱা পুলিচবোৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি নি ৰ্দোষী মানুহক হাৰাশাস্ত্ৰী কৰে কিয়?নিজৰ পোচাকযোৰক সন্মান জনায় কাম কৰিলে এনেকৈ অপদস্ত হব লগা নহয় নিশ্চয়।

  • @mantudas3746
    @mantudas3746 หลายเดือนก่อน +3

    এনেকুৱা একাংশ আৰক্ষীৰ বাবে আৰক্ষী বিভাগতো মাজে সময়ে বদনামি হৈ আহিছে, এই অভদ্ৰ বোৰক চিনাক্ত কৰি উচিত শাস্তি দিব লাগে

  • @ranumonibaruah3182
    @ranumonibaruah3182 2 หลายเดือนก่อน +9

    অসমীয়াৰ লৰাৰ ওপৰত অকল অত্যাচাৰ

  • @paragbaruah9580
    @paragbaruah9580 2 หลายเดือนก่อน +9

    CM Sir, parile ai khati khua lorajonok usit todonto kori niiyaii prodan korok.

  • @jayantachoudhury1024
    @jayantachoudhury1024 2 หลายเดือนก่อน +6

    Thanks for the news

  • @birdmencrew8653
    @birdmencrew8653 2 หลายเดือนก่อน +9

    এইজন narayanpur thanat asil ...Bor ovdro এইজন

    • @GlindOpGaming
      @GlindOpGaming 2 หลายเดือนก่อน

      অভদ্ৰামী যাৰে তাৰে লগত কৰিব নোৱাৰে দুখীয়া মানুহক পাৰে 😢 অলপ ভাল মানুহৰ লগত কৰক তাক চৰত গাল ৰঙা কৰি দিব বালৰ এনেকুৱা পুলিচেই মাৰ খাই আৰু পিচত কব পুলিচক অপমান কৰিছে

  • @hemkantaborah7434
    @hemkantaborah7434 2 หลายเดือนก่อน +3

    যিবোৰ পুলিচ কুকুৰ-হায়েনাৰ নিচিনা সেইবোৰৰ ওপৰত গৃহ বিভাগে ব্যৱস্থা লব লাগে।

  • @anjugogoi6536
    @anjugogoi6536 หลายเดือนก่อน +2

    অসম পুলিছৰ বিছাৰ কৰক চৰকাৰে ' নহলে অসম পুলিছক মাৰ ধৰ কৰিলে জনতা দুখি নহব ' কাৰন আৰষী ৰ বাবে সিমন্ত শৰ্মা দুখী হব ' আমি ৰাইজ উলাই যাম ।

  • @RahulGogoi-lu3fr
    @RahulGogoi-lu3fr 2 หลายเดือนก่อน +2

    Val koriesa dada

  • @harenpanging3275
    @harenpanging3275 2 หลายเดือนก่อน +3

    পুলিচ ভক্ষকলৈ পৰিণত হৈছে ৷একো আশা কৰিব নোৱাৰি ৷

  • @PalashGogoi-kr3sh
    @PalashGogoi-kr3sh 2 หลายเดือนก่อน +1

    Yes thanks

  • @kamalkalita338
    @kamalkalita338 2 หลายเดือนก่อน +2

    আৰক্ষীয়ে লৰাজনক সহায় কৰিব লাগে তেওঁৰ নিয়াই আমি বিচাৰোঁ অত্যাচাৰ নহয় আৰু আৰক্ষীৰ অত্যাচাৰ চলোৱা অধিকাৰ নাই আৰক্ষীয়ে জনা ভাল

  • @GlindOpGaming
    @GlindOpGaming 2 หลายเดือนก่อน +2

    Suspend কৰক ইয়াক Dr হিমন্ত বিশ্ব শৰ্মা

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 2 หลายเดือนก่อน +1

    দুষ্ট প্ৰবৃত্তি বোৰ একো একোটা জন্তু, এই জন্তুৰ দ্বাসত্ব কৰি থানাৰ অছি বাবুও লাজত পৰে কিয়নো এই দুষ্ট প্ৰবৃত্তি বোৰ একো একোটা জন্তুহে। কৰুণা ময়ে মানুহৰ লগত কিছুমান দুষ্ট প্ৰবৃত্তি দিছে।এই দুষ্ট প্ৰবৃত্তি বোৰ মানুহৰ শত্ৰু, ইহঁতে মানুহক লাজত পেলায়, বিপদতো পেলায়, মিছা মাত মতায়, ফাকি দিয়ায়, ইত্যাদি বিভিন্ন প্ৰকাৰৰ ক্ষতি সাধন কৰে। এই মানুহেই সৃষ্টিৰ শ্ৰেষ্ঠ আকৌ দুষ্ট প্ৰবৃত্তিৰ দাসত্ব কৰা জন জন্তুৰ দাস ৰূপ প্ৰাপ্ত হয়। সকলো বোৰ প্ৰসঙ্সা তেওঁৰেই।

  • @mohendradohutia-dj5km
    @mohendradohutia-dj5km 26 วันที่ผ่านมา

    এই সকল পুলিচ চিনি থব লাগে। বহুত ভাল,,,,,,, ভবিষ্যতে আকৌ ক'ৰবাত লগ কৰিব পাৰিব।এই কেইজন পুলিচ অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰক।আৰু সংবিধানৰ মৰ্মে লৰাজনে ন্যায় পাওক।।

  • @btcbaksa6180
    @btcbaksa6180 2 หลายเดือนก่อน +5

    Buha police tuk de dudorman kela bisar koribo njane Ulta koi handcrf lgabole kot hahokh ple

  • @pratimgogoi8649
    @pratimgogoi8649 2 หลายเดือนก่อน +1

    মানুহে মনোহৰ বাবে দুখ বুজি পোৱা নাইবা এজন মানু্হৰ মনৰ অনুভূতি বিলাক( feeling )বুজি পোৱা দিন বিলাক ক্ৰমানয়ে লাহে লাহে মানুহৰ মাজৰ পৰা নাইকিয়া হ'ব ধৰিছে , এনে বিলাক লক্ষণ মানৱ সমাজৰ বাবে অতিকৈ বেয়া লক্ষণ, আমি সকলো বিলাক মানুহ হয় নিজৰ নিজৰ কৰ্ম উপৰত ভিত্তি কৰি কোনোবা polich কোনোবা CM নাইবা কোনোবা। সাজিৰা কৰা মানুহ নাম পাই । কিন্তু আমি মানু্হ হয় এজনে আন জনৰ মনৰ অনুভূতি বিলাক বুজি নাপালে হাবিৰ জীৱ-জন্তু বিলাকৰ দৰে অকলে ৰাজত্ব কৰিম অকলে খাম বা দুৰ্বল জনক হাবিৰ পৰা খেদি কাজিয়া লাগি অতৰাই দিয়া আমাৰো লাহে লাহে মনোহৰ মাজতো এনে পৰিস্থিতি বিলাক যিকোনো সঘনাই হ'ব ধৰিছে, এনে হৈ থাকিলে জীৱ জন্তু আৰু আমি মানুহৰ মাজত হয়টো বেছি ক'ন পার্থক্য নাথাকিব গৈ । কৰ্ম যিয়েই নহওঁক কিঅ' দায়িত্ব আৰু নিষ্ঠাৰে পালন কৰিব লাগে এনেদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰাটো উচিত নহয়

  • @somirbhaitipstrick6602
    @somirbhaitipstrick6602 2 หลายเดือนก่อน +3

    Guteikitar Sakori hunkale terminat koribo lage.
    Service diar jugyota nai.ehotor

  • @DEVAR270
    @DEVAR270 2 หลายเดือนก่อน +1

    That's why mama said oi police gush

  • @Lijapopiblog.chanel
    @Lijapopiblog.chanel 2 หลายเดือนก่อน

    Right 👍

  • @johnsurin8865
    @johnsurin8865 2 หลายเดือนก่อน +1

    Mama o ki hoise eibilak ne poriborton ne Ki jonabo.

  • @MonaPaul-wk6bo
    @MonaPaul-wk6bo 2 หลายเดือนก่อน +1

    এই পুলিচৰ নামত হাইকোৰ্ট কৰক, সিহঁতৰ বহুত দাদাগিৰি হৈছে,বিনা কাৰনত বহুত অশান্তি কৰে,এহাজাৰ দিবলৈ গলে গুৰুত্ব নিদিয়ে।

  • @jdray8903
    @jdray8903 หลายเดือนก่อน

    অসম আৰক্ষী ভাই

  • @SADAGARMILI
    @SADAGARMILI หลายเดือนก่อน

    😭😭😭😭😭😭

  • @partharabha7946
    @partharabha7946 2 หลายเดือนก่อน +1

    Suspend kori dibo lage

  • @pandaxyz2891
    @pandaxyz2891 2 หลายเดือนก่อน +3

    Assam police mafia Dore lagi se . HB o Ake. Aikhan sarkare kakoke.nirapotta diba noyare. Dorkar hole

  • @dhirojkonwerdhiroj8146
    @dhirojkonwerdhiroj8146 2 หลายเดือนก่อน +2

    Khub vhal pai nohoi polic ok vhale hoise

  • @jitenhazarika8449
    @jitenhazarika8449 2 หลายเดือนก่อน

    Mama kih korihse

  • @ratulbarman5821
    @ratulbarman5821 2 หลายเดือนก่อน +2

    Bhal korila kinto saba Jon monir nisina nohole hol

  • @indrajitchetri442
    @indrajitchetri442 2 หลายเดือนก่อน +2

    Eman video bonabo loga ki assa this is assam police yaha aisa he hotta hain kinu notun bostu hihota poisa xuwa bade ki jana nu poisa 2000/3000 maan xuwai dila likhil hol

  • @BoichingNarah
    @BoichingNarah 2 หลายเดือนก่อน +1

    Police k ki Bishak koribo

  • @princetravelsassam6092
    @princetravelsassam6092 2 หลายเดือนก่อน

    Hi police

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr หลายเดือนก่อน

    খাকি পোচাক জোৰ পিন্ধি ডাঙৰ বুলি ভবা পুলিচৰ কেতিয়াবা ৰাইজৰ হাতত কিল খোৱা সুবিধা পাই এতিয়া নিজে সজাগ হৱ হ'ল।

  • @namruplegend8654
    @namruplegend8654 2 หลายเดือนก่อน +1

    Police or jiman lebel nathake driver or oko taat tut koi uprt thake 😂

  • @debajitgogoi8411
    @debajitgogoi8411 2 หลายเดือนก่อน +1

    Green colour pindhi thoka driver jon r eman tao police r lgt thaki he jeh ata nirdukhi manuh atak khedi ahise...tar nijor ghoiniyak , Lora-suwali r agot laglngke tha kori khub dhulai dibo lage...🤣

  • @anjugogoi6536
    @anjugogoi6536 หลายเดือนก่อน +1

    জুনমনি ৰাভা দৰে যাতে নহয় । আমি যাম তাত

  • @drijenchandrasarmah9097
    @drijenchandrasarmah9097 หลายเดือนก่อน +1

    DGP sire usit ta

  • @mithilapegu1045
    @mithilapegu1045 2 หลายเดือนก่อน +1

    Ajir. Polic. Jot. Tokha. Pai. Tate. Kam. Kore

  • @hridoygogoi5278
    @hridoygogoi5278 2 หลายเดือนก่อน

    Lakhimpur or SP kun?

  • @dineshdas6401
    @dineshdas6401 2 หลายเดือนก่อน +1

    Ai police bor beya adin moi jalukbari thanat sohay bisari jowat beyakai kaisil amio jano law

  • @healthworld9935
    @healthworld9935 2 หลายเดือนก่อน

    Adhm kisumane sarkari sakari pale anekuwa hy.

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr หลายเดือนก่อน

    কোন আইচি আচিল তোমাক মাৰ পিত কৰা ডিজিপিক জনোৱা চাকৰি খেলিমেলি হৈ জাৱ মুখ্য মন্ত্ৰী জনুৱা মুখ্য মন্ত্ৰী লেচাৰ এতিয়া চাম তোমাক কিমান সহাই কৰিব পাৰে চাম ধন্যবাদ।

  • @birbolgohain3496
    @birbolgohain3496 2 หลายเดือนก่อน

    ভাই তুমি মাকুমত আছিলা নেকি

  • @dipubora3518
    @dipubora3518 2 หลายเดือนก่อน

    ইহতে ইউনিফৰ্ম যোৰ পিন্ধি থাকে বাবে বাচি যায়

  • @PikumoniDoley-cf6wq
    @PikumoniDoley-cf6wq 2 หลายเดือนก่อน

    Moi hole thak ..........

  • @kashyapkalyan2255
    @kashyapkalyan2255 2 หลายเดือนก่อน +1

    পইচা খালে পিতক ইয়াক ইহতৰ কাৰনে আজি আমাৰ এনেকুৱা হৈছে

  • @GlindOpGaming
    @GlindOpGaming 2 หลายเดือนก่อน

    গ্ৰীন T-shirt পিন্ধা চুটমাৰনি তই কেলা ড্ৰাইভাৰ হৈ থাক নহলে তোক চালনি বনাই দিব আচলৰ আগত এই মোচন দেখালে ☝🏻

  • @sharatchetia1263
    @sharatchetia1263 2 หลายเดือนก่อน

    Asam police anakuai o

  • @nurulalam7957
    @nurulalam7957 2 หลายเดือนก่อน

    Pisor khini jonabo

  • @sasankasentertainment482
    @sasankasentertainment482 2 หลายเดือนก่อน

    😅

  • @khagenkakati6380
    @khagenkakati6380 2 หลายเดือนก่อน

    Mamar বহতিয়া এই পুলিচ মখা ৷ দিশ খন মামাই খায়হে যাব৷

  • @bijumalrao5579
    @bijumalrao5579 2 หลายเดือนก่อน +1

    Police kam aru gunda besi lagise

  • @GopalSharma-hn6lv
    @GopalSharma-hn6lv 29 วันที่ผ่านมา

    Police r pappa gari saluwa driver kitar hai besi futoni ek toh civil dress ot thake taropori ki dom

  • @KarnajitRabha-hq4bo
    @KarnajitRabha-hq4bo 2 หลายเดือนก่อน +2

    Bhondami police

  • @technicalgameplay6771
    @technicalgameplay6771 2 หลายเดือนก่อน

    সাংবাদিক আৰু পুলিচ প্ৰশাসন একেই পানীৰ মাছ,,? যেনে বদমাছ,,।

  • @joyahatari675
    @joyahatari675 2 หลายเดือนก่อน

    Ati khunkale bebosta lbo lage aai police jonok DGP and CM Dangoria aaa ...emen val val police manuh paisu ....anekuwa 2/1 jonor karone police jatitur bodnam hoi..joy aai assam.

  • @hodaboys9913
    @hodaboys9913 6 วันที่ผ่านมา

    Not fit for police

  • @bestanjaankahaniyan1984.....
    @bestanjaankahaniyan1984..... 2 หลายเดือนก่อน

    Enekowa police..... Golot hotiyay saakorir pora bahir kori dibo Lage.... Kaanoon sobor karone xoman..... Kanoonor bahirot thakile polico no. 1 oporadhi... Ehotoko jailot salan
    dibo Lage....

  • @sasankasentertainment482
    @sasankasentertainment482 2 หลายเดือนก่อน

    Cm anidibo😂

  • @mukutaboruah7932
    @mukutaboruah7932 2 หลายเดือนก่อน

    Dadagiri buli kobo ne ki kobo

  • @SerenePinkFlamingos-kz1vk
    @SerenePinkFlamingos-kz1vk 15 วันที่ผ่านมา

    Tetia hol a hei police kita oporadhi logot jorito ase, court case kora

  • @karabikarabi606
    @karabikarabi606 2 หลายเดือนก่อน

    Xai karone xadharon manuh police or usorot jabo nukhuje

  • @user-sx7kr6oe2m
    @user-sx7kr6oe2m 2 หลายเดือนก่อน +1

    Poisa lage sage

  • @puspadhardowarah1932
    @puspadhardowarah1932 หลายเดือนก่อน

    বিজেপি চৰকাৰৰ দিনত পুলিচৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গৈছে।পথম জনৰ পৰা বোধহয় মাল আগতেই লৈ থৈছিল;সেয়ে"ধাৰ সুজিবলৈ এনে কাম কৰিলে।

  • @manisharabha7119
    @manisharabha7119 หลายเดือนก่อน

    Police mane hol🦮🦮

  • @dharitritalukdar8690
    @dharitritalukdar8690 2 หลายเดือนก่อน +1

    Dhani jiyai thakok. Good BJP

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 หลายเดือนก่อน +1

      অৰুণাচল,নাগালেণ্ড, মেঘালয়ৰ পুলিশৰ ওচৰত ভিজা মেকুৰী আৰু অসমীয়া দুখীয়া মানুহৰ ওপৰত বৰমতা ।

  • @saytanathtamuli9975
    @saytanathtamuli9975 หลายเดือนก่อน

    এইয়ে চৰকাৰ এইয়ে অসম পুলিচ দুষ লাগে । ভাইটি ভয় নকৰিবা ।

  • @MakhaniBuragohain
    @MakhaniBuragohain 11 วันที่ผ่านมา

    চুৰ পুলিচৰ খেল,চৰকাৰ আৰু পুলিচ একেই

  • @asmigomgaming7960
    @asmigomgaming7960 2 หลายเดือนก่อน

    তোমাক গুলীকৰিব লাগিছল

  • @ashoksharkar1346
    @ashoksharkar1346 2 หลายเดือนก่อน

    Pitibo lage police tuk

  • @user-qx9zh7br1l
    @user-qx9zh7br1l 2 หลายเดือนก่อน

    আমাক মিচাতে পুলিচে মাৰ পিত কৰিব পাৰে আমি jodi nejar gat jagar nai bule vabila ameu petan de pothabo laga policeak

  • @ranjitborpuzari2329
    @ranjitborpuzari2329 2 หลายเดือนก่อน

    Seriously draw attention to the Authority/Authorities concerned to honour/maintain law of the land. Such incident proves/urges there is no law .

  • @user-zs4kg2mi2i
    @user-zs4kg2mi2i 2 หลายเดือนก่อน

    এইগুলা পুলিশের নামে কলঙ্ক।

  • @dulubarman2535
    @dulubarman2535 2 หลายเดือนก่อน

    Police jon laj paise

  • @mithilapegu1045
    @mithilapegu1045 2 หลายเดือนก่อน

    Dom. Tokha. Policbur. Livet. Ulabaloi. Kiyo. Boy. Korise.

  • @ChandanRamchiary-fh3jt
    @ChandanRamchiary-fh3jt 2 หลายเดือนก่อน

    Sot maranak ghosiyai de setdal kori ase

  • @mintuborah1478
    @mintuborah1478 2 หลายเดือนก่อน

    Eituk retirement dibo hol deka lora bhut ase

  • @munugogoi5593
    @munugogoi5593 2 หลายเดือนก่อน

    hay tuya nila naki apunar manujonik😂

  • @nabakantakaman2201
    @nabakantakaman2201 2 หลายเดือนก่อน

    Sudur vai police kela public dulai de naaa 🤬🤬🤬😡😡😡

  • @moneswarbk1305
    @moneswarbk1305 2 หลายเดือนก่อน

    Gunda police keitak lengta kori kuba

  • @prab122
    @prab122 2 หลายเดือนก่อน

    Johora AP

  • @user-rj7nf1fj8z
    @user-rj7nf1fj8z 2 หลายเดือนก่อน

    ইয়াক নিলম্বন কৰিব লাগে

  • @dasmiraj-qd2si
    @dasmiraj-qd2si 2 หลายเดือนก่อน

    Aibur gus khai sakori puwa police

  • @jutikapegudoley1774
    @jutikapegudoley1774 2 หลายเดือนก่อน

    Miya police Jon dekhun

  • @rajibsut5952
    @rajibsut5952 2 หลายเดือนก่อน

    Tar bapekor gari

  • @manujkumarbora8901
    @manujkumarbora8901 2 หลายเดือนก่อน

    manuhe atiya niyai bisari police osort compilan dibo jabo nuware mane

  • @kashyapkalyan2255
    @kashyapkalyan2255 2 หลายเดือนก่อน +1

    পইচা খালে পিতক ইয়াক ইহতৰ কাৰনে আজি আমাৰ এনেকুৱা হৈছে

  • @dulalchandradas715
    @dulalchandradas715 2 หลายเดือนก่อน

    Upor moholor bilaku ekei.