ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Thank you everyone🙏🏻
Ufff.... heart touching ❤
Spotify not available 😢
Dhuniya 🎉
Vl pab khuju akow abar
Ohh ki gaise dada ❤❤❤❤❤❤🔥🔥🔥
“মধুৰাগ” বৰ হেপাঁহেৰে গীতটি আপোনালোকলৈ আগবঢ়াইছো, ভাল পালে আমাৰ দিবা-নৈশৰ কষ্টবোৰে সাৰ্থকতা পাব 🍂🌻ধন্যবাদেৰেদিগ দিগন্ত 🌻
Congratulations 🎉
সুন্দৰ দিগন্ত!
💚এটি শুভ সন্ধ্যা আপোনাৰ মনপৰশা গীত "মধুৰাগ"ৰ সৈতে 💚
সুন্দৰ দাদা 👍বহুত ভাল লাগিল ❣️
Dada ❤🎉😊😮
তেজৰ সোঁতত দৌৰি থাকে সুখৰ এজাক পোহৰ..🎉 ভাষা নাই কবলৈ ....আপোনাৰ এই গানটো মই আজিও বিচাৰি ফুৰিছো ...আৰে আৰে অভিমান ভাঙিব খোজে তুমি অহা অনুমান পালে .....
"বুকুত বগাই আহে জোনাকৰ গোন্ধনিবিড় নিৰৱতাত আছেহি কোনতুমিয়েই নহয় জানো মোৰেই নিচেই কাষত,মোৰেই নিচেই কাষত 🩵🕊️
হাজাৰ হাজাৰ গানৰ মাজত সংগীত হৈ বুকুত থিতাপি ল’ব পৰা সৃষ্টি! প্ৰেম পৰিশোধ.আপোনাৰ গীত সছাই বৰ ৰহস্যৰ বজাৰ?
প্ৰিয় দিগ দিগন্ত আৰু প্ৰবীন বৰা দা,আপোনালোকৰ সুন্দৰ গীত "মধুৰাগ"ৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । মোৰ নাম "মধুৰাগ"ৰ সৈতে মিলি পৰাৰ বাবে গীতটিয়ে হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। আপোনালোকৰ উল্লেখযোগ্য প্ৰতিভাৰ বাবে আৰু এনে এক সুন্দৰ গীত সৃষ্টি কৰাৰ বাবে অশেষ ধন্যবাদ।আন্তৰিক শুভেচ্ছাৰে, মই মধুৰাগ 🤗
❤❤
শব্দ বোৰ নিৰ্ভীক আৰু নিৰপেক্ষ হোৱা বাবে ভাল লাগিছে। তোমাৰ উদাৰ্ত্ত কণ্ঠৰে জাতিক জগালেই হল আৰু
আৰে আৰে অভিমান ভাঙিব ধৰে।।।তুমি অহাৰ অনুমান পালে।।।❤❤❤❤❤
Kot pam bhai gantu😢 kua na
@@pahibora5682 release a kora nai gan tu. Bohut dinor pora wait kori asu...
প্ৰিয় কণ্ঠৰ প্ৰিয় সুৰবোৰ সদায় প্ৰিয় ❤🌷✨
বন্ধু দিগ্ দিগন্তৰ কথাৰে প্ৰবীণ দাৰ কণ্ঠত 'মধুৰাগ' শুনি আপ্লুত হলো ৷ সচাকৈ অতুলনীয় হৈছে ৷
❤
আপোনাৰ প্ৰতিটো গীতেই মন জয় কৰে দাদা সুন্দৰ কন্ঠ , লিখনি, মিউজিকৰ সংমিশ্রণ 💕
বৰ ভাল লাগে প্ৰবিন বৰা আপোনাৰ গীত।অশেষ ধন্যবাদ ।
ককাই আপোনাৰ গীতটি শুনি ৰাতিপুৱাটি জীপাল হৈ পৰিল❤
my favorite singr ❤😍thank you bro dhuniya song ata gift Kora babe💐
"তেজৰ সোঁতত দৌৰি থাকেসুখৰ এজাক পোহৰনলৰ কোমল গজালি হৈমৰি মৰি জী উঠে"❤❤❤❤❤❤❤
ধুনীয়া লাগিছে গীত টি শুনি ককাই❤মোৰ ফালৰ পৰা মৰম আৰু আশীৰ্বাদ যাচিলো😘👌
Prabin da song bohut bohut val lage mur love you prabin da ❤❤❤❤😊😊😊😊
Bhout vl hoise moi dint abar Xnu a ❤
Ufff prabin da... Lastor khini...... Adora kohua poranot hauli hauli thoka❤❤Ahupa pronoy Kolijat beopi beopi thoka❤❤
Dada....❤ Protyek baror dorei. Bhaxaheen ... Apurba
Ek hi dil he kitni bar jitoge prabin da❤ just loved it
Deeg Diganta daa. 🔥🔥🔥🔥 Aruu lagee deii enkwaa gaan.....❤❤❤
অৱশেষত হেঁপাহৰ গীতটি তুমি উপহাৰ দিলা প্ৰবীণ দা 🥺🌺💕☺️
Mue babe Tumi borosun dhar akhar haun rrrMur babe Tumi fagun himolur polasor❤️ Best line gantur
Mur vl loga git buror ata modhurag .....bohut vl hoise gantu probin da tumi aru agbahi jua ❤❤
দাদা আপোনাৰ গানৰ শব্দবোৰ অতিকৈ মনোৰম... প্ৰত্যেকটো গানৰ দৰে এইটোও এটা মূল্যবান সম্পদ হৈ ৰব আমাৰ হৃদয়ত ❤️❤️❤️
এই বাবেই টো আপুনি প্ৰিয়😌❤
আপোনাৰ প্ৰতিটো গানতে যেন কিবা এক শান্তি পোৱা যায়।
Jiban niraag bhal lagil ❤ music tu logote deeg da prabin da ❤
Bohut bohut vl lagil dei dada ♥️🤗♥️
“বুকুত বগাই আহে জোনাকৰ গোন্ধ নিবিড় নিৰৱতাত আছেহি কোন? তুমিয়েই নহয় জানো মোৰেই নিচেই কাষত , মোৰেই নিচেই কাষত _____ইমান ধুনীয়া ৰৈ যাওঁ এইখিনিতে 🥺❤️
প্ৰবীণ বৰা ❤🎉গানবোৰ সদায় প্ৰিয়💚🌹
Outstanding, mind blowing..excellent..super duper hit
It's a very great sign when an artist tries different genresIt was awesome ❤️
সুন্দৰ গীত ❤
bohut dhunia hoise.. apunar hokolubur ganei hunisu..bhal lagise huni.. aaguwai jauk dada..
বুকুত বগাই আহে জোনাকৰ গোন্ধ❤
এইবাৰ অলপ বেলেগ চেষ্টা ❤ ধুনীয়া hoise ❤❤
গানটি ভাল লাগিল প্ৰবীণ দা....মনটো জীপাল হৈ পৰিল ❤😊
সদায়েই প্ৰিয় ❤
মজ্জা 😌💗
Oti hundor geet ❤❤❤ huni bohutei val lagile.....👌👌👌💖💖💖
আপোনাৰ কণ্ঠ সদায়ে প্ৰিয়❤তাতে আকৌ আপোন ঠাইখনৰ মানুহ😊
সদায় ৰ নিচিনা প্ৰিয় গীতৰ তালিকাত অন্তৰ্ভূক্ত হল❤
নাজানো দেই প্ৰবীণ দা মোৰ তোমাৰ গান শুনিলে কিয় কৰবাত সোমাই পৰে মোৰ মনটো 😊বহুত ভাল পাওঁ বে তোমাক তোমাৰ কণ্ঠ ❤Love you #Prabin borah #Harish
দেহ মন চুই গৈছে দাদা❤🥰😘
Wawwwwwww imn dhunia gan....aji Frist hunilu..bhut besi val lagil... Instagram r note dibo karone gan bisari asilu...tetia aitu gan palu...note t dilu...tar pasot TH-cam t bisarilu..tar pasor pora aru aituke huni asu....bhut besi a val lagise...♥️😌
Tumar ghr Sivasagar belimukhia nki Baru
জয় আই অসম লাগিলে নিজৰ দেহ দিম দেশ নিদিও আমাৰ স্পস্ত কথা |
Moja Prabin Da Lyrics Hit Diganta da Zibon Music Hit Ultimate Next Level ❤❤❤
Your soothing voice always refreshes us ❤ it's so mind blowing 🌻
Val lagil❤ bohut val lagil❤🎉
What a composition!!! 👍👍
Deeg Diganta Da aru lage anekwa gaann .......❤
Ufff Ultimate bro 💚💚💚
I really addicted to this song what a presentation ❤
জীপাল জীপাল শব্দৰে বৰ সুন্দৰ❤️❤️ গীত ভাল লাগিল শুনি❤️
বৰ বেয়াকৈ চুই গ'ল গানটোৱে❤
সুন্দৰ দাদা শুনি থাকিলেও আমনি নেলাগে ❤❤❤
Boroxun botor+ hat t mod+ prabin da r gan= uff mehfil jibon❤
Melodious and soulful as always
❤❤modhu rag hosai modhur
অতি সুন্দৰ ❤❤️🔥🫶
সুন্দৰ কণ্ঠ ❤
Xub mitha gaisa prabin daa... Music & master mix superb... Awsm composition... Best wishes whole team
Ati hiyaloi xuvo barta dia , mon pulokito kori tula tumar ai madhurag gaan tu u jen xokolure prio hoi pre..tarei kamonare 🎉❤
Congratulations Zibon Nirag🎉
Bohut val hoise... Lyrics mojjaa❤
ভাল লাগিল গীতটি আপোনাৰ গীত সদাই প্ৰিয় ❤
বহুত ধুনীয়া
Bohut weight kore asu prabin da ❤❤
Outstanding voice ❤🎵🎵🎻
মধুৰত কৈ মধুৰতম "মধুৰাগ"❤️❤️
❤❤❤ আপোনাৰ গান বোৰ শুনি ধুনীয়া লাগে
ধুনীয়া গীত মন চুই গল❤️
Gaan2 xuni bahut vaal lagilee... LOVE FROM HYDERABAD ❤❤
অপেক্ষাৰ সফল পৰি সমাপ্তি❤❤
তোমাৰ মিঠা হাঁহিটি হিয়াত সাতুৰি ফুৰে তোমাৰ নীলাভ চাৱনি মনত কবিতা সিঁচে❤❤❤❤❤❤❤
বহু আগৰ পৰা আপোনৰা গান হুনো❤❤❤
Your voice touch my heart❤️
Prabin Borah never disappoint us... 🧡🧡🧡
As always Melodious ✨
বৰ ভাল লাগিল দেই গানটো
Dhunia hoise 🎉 🔥🔥
1st comment❤
সুন্দৰ ❤
Dhuniya ❤
Prabin daa 🥺 or sob gaan bilak bhal ase ❤
Vocal prabin daa always jui 🔥 music bhl hbo lagisile tabla aru flute. Clear aaha hoi❤️❤️❤️
Zubeen Daa nsina lagile ❤
Proti Tu gan ai hit... Dada😊🎉
Wow so beautiful songs 🥰😘👍
Prabin Da apunar nijor album xighre ulaok .... Apunar nijor composition r gaan xunibo hepajere roi asu ❤️🤍
জুবিন দাৰ পিছত ভাল লগা গায়ক জনেই হল আপোনি ❤❤❤ পাৰিলে ৰিপলে এটা দিব বুলি আশা ৰাখিলো পবিন দা । নিদিলেও সদায় আপোনিয়ে প্ৰিয় ।
Khubei dhnya 🎉🎉
ভাল লাগিল শুনি 🤘🤘🤘👌👌👌
Dhuniya lagile🔥❤
Masterpiece ❤🎉 congratulations Bro ❤. God bless you 🙏
Fire 🔥🔥
❤️Zibon Music❤️
This is the first time I have heard your song.Wow superb 👌👌👌
Xundor geet ❤
Thank you everyone🙏🏻
Ufff.... heart touching ❤
Spotify not available 😢
Dhuniya 🎉
Vl pab khuju akow abar
Ohh ki gaise dada ❤❤❤❤❤❤🔥🔥🔥
“মধুৰাগ”
বৰ হেপাঁহেৰে গীতটি আপোনালোকলৈ আগবঢ়াইছো, ভাল পালে আমাৰ দিবা-নৈশৰ কষ্টবোৰে সাৰ্থকতা পাব 🍂🌻
ধন্যবাদেৰে
দিগ দিগন্ত 🌻
Congratulations 🎉
সুন্দৰ দিগন্ত!
💚এটি শুভ সন্ধ্যা আপোনাৰ মনপৰশা গীত "মধুৰাগ"ৰ সৈতে 💚
সুন্দৰ দাদা 👍
বহুত ভাল লাগিল ❣️
Dada ❤🎉😊😮
তেজৰ সোঁতত দৌৰি থাকে সুখৰ এজাক পোহৰ..🎉 ভাষা নাই কবলৈ ....আপোনাৰ এই গানটো মই আজিও বিচাৰি ফুৰিছো ...আৰে আৰে অভিমান ভাঙিব খোজে তুমি অহা অনুমান পালে .....
"বুকুত বগাই আহে
জোনাকৰ গোন্ধ
নিবিড় নিৰৱতাত আছেহি কোন
তুমিয়েই নহয় জানো মোৰেই নিচেই কাষত,
মোৰেই নিচেই কাষত 🩵🕊️
হাজাৰ হাজাৰ গানৰ মাজত সংগীত হৈ বুকুত থিতাপি ল’ব পৰা সৃষ্টি! প্ৰেম পৰিশোধ.আপোনাৰ গীত সছাই বৰ ৰহস্যৰ বজাৰ?
প্ৰিয় দিগ দিগন্ত আৰু প্ৰবীন বৰা দা,
আপোনালোকৰ সুন্দৰ গীত "মধুৰাগ"ৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । মোৰ নাম "মধুৰাগ"ৰ সৈতে মিলি পৰাৰ বাবে গীতটিয়ে হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। আপোনালোকৰ উল্লেখযোগ্য প্ৰতিভাৰ বাবে আৰু এনে এক সুন্দৰ গীত সৃষ্টি কৰাৰ বাবে অশেষ ধন্যবাদ।
আন্তৰিক শুভেচ্ছাৰে,
মই মধুৰাগ 🤗
❤❤
শব্দ বোৰ নিৰ্ভীক আৰু নিৰপেক্ষ হোৱা বাবে ভাল লাগিছে। তোমাৰ উদাৰ্ত্ত কণ্ঠৰে জাতিক জগালেই হল আৰু
আৰে আৰে অভিমান ভাঙিব ধৰে।।।
তুমি অহাৰ অনুমান পালে।।।
❤❤❤❤❤
Kot pam bhai gantu😢 kua na
@@pahibora5682 release a kora nai gan tu. Bohut dinor pora wait kori asu...
প্ৰিয় কণ্ঠৰ প্ৰিয় সুৰবোৰ সদায় প্ৰিয় ❤🌷✨
বন্ধু দিগ্ দিগন্তৰ কথাৰে প্ৰবীণ দাৰ কণ্ঠত 'মধুৰাগ' শুনি আপ্লুত হলো ৷ সচাকৈ অতুলনীয় হৈছে ৷
❤
আপোনাৰ প্ৰতিটো গীতেই মন জয় কৰে দাদা সুন্দৰ কন্ঠ , লিখনি, মিউজিকৰ সংমিশ্রণ 💕
বৰ ভাল লাগে প্ৰবিন বৰা আপোনাৰ গীত।অশেষ ধন্যবাদ ।
ককাই আপোনাৰ গীতটি শুনি ৰাতিপুৱাটি জীপাল হৈ পৰিল❤
my favorite singr ❤😍thank you bro dhuniya song ata gift Kora babe💐
"তেজৰ সোঁতত দৌৰি থাকে
সুখৰ এজাক পোহৰ
নলৰ কোমল গজালি হৈ
মৰি মৰি জী উঠে"❤❤❤❤❤❤❤
ধুনীয়া লাগিছে গীত টি শুনি ককাই❤মোৰ ফালৰ পৰা মৰম আৰু আশীৰ্বাদ যাচিলো😘👌
Prabin da song bohut bohut val lage mur love you prabin da ❤❤❤❤😊😊😊😊
Bhout vl hoise moi dint abar
Xnu a ❤
Ufff prabin da... Lastor khini...... Adora kohua poranot hauli hauli thoka❤❤Ahupa pronoy Kolijat beopi beopi thoka❤❤
Dada....❤
Protyek baror dorei. Bhaxaheen ... Apurba
Ek hi dil he kitni bar jitoge prabin da❤ just loved it
Deeg Diganta daa. 🔥🔥🔥🔥 Aruu lagee deii enkwaa gaan.....❤❤❤
অৱশেষত হেঁপাহৰ গীতটি তুমি উপহাৰ দিলা প্ৰবীণ দা 🥺🌺💕☺️
Mue babe Tumi borosun dhar akhar haun rrr
Mur babe Tumi fagun himolur polasor❤️
Best line gantur
Mur vl loga git buror ata modhurag .....bohut vl hoise gantu probin da tumi aru agbahi jua ❤❤
দাদা আপোনাৰ গানৰ শব্দবোৰ অতিকৈ মনোৰম... প্ৰত্যেকটো গানৰ দৰে এইটোও এটা মূল্যবান সম্পদ হৈ ৰব আমাৰ হৃদয়ত ❤️❤️❤️
এই বাবেই টো আপুনি প্ৰিয়😌❤
আপোনাৰ প্ৰতিটো গানতে যেন কিবা এক শান্তি পোৱা যায়।
Jiban niraag bhal lagil ❤ music tu logote deeg da prabin da ❤
Bohut bohut vl lagil dei dada ♥️🤗♥️
“বুকুত বগাই আহে
জোনাকৰ গোন্ধ
নিবিড় নিৰৱতাত আছেহি কোন?
তুমিয়েই নহয় জানো মোৰেই নিচেই কাষত ,
মোৰেই নিচেই কাষত
_____ইমান ধুনীয়া ৰৈ যাওঁ এইখিনিতে 🥺❤️
প্ৰবীণ বৰা ❤🎉
গানবোৰ সদায় প্ৰিয়💚🌹
Outstanding, mind blowing..excellent..super duper hit
It's a very great sign when an artist tries different genres
It was awesome ❤️
সুন্দৰ গীত ❤
bohut dhunia hoise.. apunar hokolubur ganei hunisu..bhal lagise huni.. aaguwai jauk dada..
বুকুত বগাই আহে জোনাকৰ গোন্ধ❤
এইবাৰ অলপ বেলেগ চেষ্টা ❤ ধুনীয়া hoise ❤❤
গানটি ভাল লাগিল প্ৰবীণ দা....মনটো জীপাল হৈ পৰিল ❤😊
সদায়েই প্ৰিয় ❤
মজ্জা 😌💗
Oti hundor geet ❤❤❤ huni bohutei val lagile.....👌👌👌💖💖💖
আপোনাৰ কণ্ঠ সদায়ে প্ৰিয়❤তাতে আকৌ আপোন ঠাইখনৰ মানুহ😊
সদায় ৰ নিচিনা প্ৰিয় গীতৰ তালিকাত অন্তৰ্ভূক্ত হল❤
নাজানো দেই প্ৰবীণ দা মোৰ তোমাৰ গান শুনিলে কিয় কৰবাত সোমাই পৰে মোৰ মনটো 😊
বহুত ভাল পাওঁ বে তোমাক
তোমাৰ কণ্ঠ ❤
Love you
#Prabin borah
#Harish
দেহ মন চুই গৈছে দাদা❤🥰😘
Wawwwwwww imn dhunia gan....aji Frist hunilu..bhut besi val lagil... Instagram r note dibo karone gan bisari asilu...tetia aitu gan palu...note t dilu...tar pasot TH-cam t bisarilu..tar pasor pora aru aituke huni asu....bhut besi a val lagise...♥️😌
Tumar ghr Sivasagar belimukhia nki Baru
জয় আই অসম
লাগিলে নিজৰ দেহ দিম দেশ নিদিও আমাৰ স্পস্ত কথা |
Moja Prabin Da
Lyrics Hit Diganta da
Zibon Music Hit
Ultimate Next Level
❤❤❤
Your soothing voice always refreshes us ❤ it's so mind blowing 🌻
Val lagil❤ bohut val lagil❤🎉
What a composition!!! 👍👍
Deeg Diganta Da aru lage anekwa gaann .......❤
Ufff Ultimate bro 💚💚💚
I really addicted to this song what a presentation ❤
জীপাল জীপাল শব্দৰে বৰ সুন্দৰ❤️❤️ গীত ভাল লাগিল শুনি❤️
বৰ বেয়াকৈ চুই গ'ল গানটোৱে❤
সুন্দৰ দাদা শুনি থাকিলেও আমনি নেলাগে ❤❤❤
Boroxun botor+ hat t mod+ prabin da r gan= uff mehfil jibon❤
Melodious and soulful as always
❤❤modhu rag hosai modhur
অতি সুন্দৰ ❤❤️🔥🫶
সুন্দৰ কণ্ঠ ❤
Xub mitha gaisa prabin daa... Music & master mix superb... Awsm composition... Best wishes whole team
Ati hiyaloi xuvo barta dia , mon pulokito kori tula tumar ai madhurag gaan tu u jen xokolure prio hoi pre..tarei kamonare 🎉❤
Congratulations Zibon Nirag🎉
Bohut val hoise... Lyrics mojjaa❤
ভাল লাগিল গীতটি আপোনাৰ গীত সদাই প্ৰিয় ❤
বহুত ধুনীয়া
Bohut weight kore asu prabin da ❤❤
Outstanding voice ❤🎵🎵🎻
মধুৰত কৈ মধুৰতম "মধুৰাগ"❤️❤️
❤❤❤ আপোনাৰ গান বোৰ শুনি ধুনীয়া লাগে
ধুনীয়া গীত মন চুই গল❤️
Gaan2 xuni bahut vaal lagilee... LOVE FROM HYDERABAD ❤❤
অপেক্ষাৰ সফল পৰি সমাপ্তি❤❤
তোমাৰ মিঠা হাঁহিটি
হিয়াত সাতুৰি ফুৰে
তোমাৰ নীলাভ চাৱনি
মনত কবিতা সিঁচে❤❤❤❤❤❤❤
বহু আগৰ পৰা আপোনৰা গান হুনো❤❤❤
Your voice touch my heart❤️
Prabin Borah never disappoint us... 🧡🧡🧡
As always
Melodious ✨
বৰ ভাল লাগিল দেই গানটো
Dhunia hoise 🎉 🔥🔥
1st comment❤
সুন্দৰ ❤
Dhuniya ❤
Prabin daa 🥺 or sob gaan bilak bhal ase ❤
Vocal prabin daa always jui 🔥 music bhl hbo lagisile tabla aru flute. Clear aaha hoi❤️❤️❤️
Zubeen Daa nsina lagile ❤
Proti Tu gan ai hit... Dada😊🎉
Wow so beautiful songs 🥰😘👍
Prabin Da apunar nijor album xighre ulaok .... Apunar nijor composition r gaan xunibo hepajere roi asu ❤️🤍
জুবিন দাৰ পিছত ভাল লগা গায়ক জনেই হল আপোনি ❤❤❤ পাৰিলে ৰিপলে এটা দিব বুলি আশা ৰাখিলো পবিন দা । নিদিলেও সদায় আপোনিয়ে প্ৰিয় ।
Khubei dhnya 🎉🎉
ভাল লাগিল শুনি 🤘🤘🤘👌👌👌
Dhuniya lagile🔥❤
Masterpiece ❤🎉 congratulations Bro ❤. God bless you 🙏
Fire 🔥🔥
❤️Zibon Music❤️
This is the first time I have heard your song.
Wow superb 👌👌👌
Xundor geet ❤