ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Amazing Content ❤
উফ্!!
Vl lgil
Khub dhunia ...
❤
👍👍
সুন্দৰ।
খুব ধুনীয়া❤️
👍👍👍
Val lagile
বঢ়িয়া হৈছে
ধুনীয়া ককাই !
Aagbahi jaouk hadai huvesya thakibo
Dhunia lagile🌹
সুন্দৰ গল্পৰ প্লট ৷ অভিনয় ভালেই লাগিছে কেউজনৰে ৷
Majjah hoise ....keep it up....
Dhuniya hoise dei
❤❤
আগবাঢ়ি যোৱা
Dhunia dei
A mojja
Keep It Up
Amar nijore lora, nijore Thai khon anke dekhi val lgil. Aguwai jua tumaluk❤
সুন্দৰ, শুভকামনা সকলোলৈ ❤️❤️❤️❤️
ভাল লাগিল
Mojjah hoise...
❤️❤️❤️😘
Family decision is the best decision of world 🥺🥺
Mozza❤
❤🎉Dhunia 🔥🔥
❤ বৰ ধুনীয়া হৈছে অ' ❤😌 ✨ আটাইকেইজনৰে অভিনয় বৰ ধুনীয়া হৈছে। 💐🦋🌻
সুন্দৰ
শুভ কামনা আটাইলৈ 🎉। ধুনীয়া কাম।😊
Very nice 🙏
আত্মহত্যা ! শেষ উপাই হয় জানো ?
একদম নহয়। আত্মহত্যা শেষ উপাই নহয় লগতে আত্মহত্যা এটা শব্দও নহয়। আত্মহত্যা বিতৰ্কৰ বাবেও নহয়। আত্মহত্যা দূৰ্ঘটনাও নহয়। আত্মহত্যা নিজেই এটা প্ৰশ্ন। যি প্ৰশ্নই ভুক্তভোগীজনক কুটি কুটি খাই। সেই প্ৰশ্নটো কেৱল তেওঁহে জানিব যিজন মুখামুখি হৈছে। আত্মহত্যা হৈছে মনে মনে সাংঘাটিককৈ চলি থকা এখন মানসিক যুঁজ। আত্মহত্যা এটা মনস্তাত্ত্বিক সমস্যা আৰু মনস্তত্ত্ববিদসকলৰ মতে ই প্রথমতে হতাশাৰ ৰূপত আহে, লাহে লাহে মানুহজন নিৰুৎসাহী হৈ আহে। তেতিয়াই তেজত ছ'ডিয়ামৰ পৰিমাণ বাঢ়ি যায়। তেজ আৰু প্রস্রাব পৰীক্ষা কৰি মানুহজনৰ আত্মহত্যাৰ প্রৱণতা কিমান সেয়া জানিব পাৰি। আনহাতে মনস্তত্ত্ববিদসকলৰ সকলৰ মতে, 'Manic depressive syndrome' নামৰ মানসিক ৰোগটো ৬০ শতাংশ আত্মহত্যাৰ কাৰণ। যদিহে হতাশা আহিছে নতুবা আত্মহননৰ দৰে ঘৃণনীয় চিন্তা মনলৈ আহিছে, তেনেহ'লে মনস্তত্ববিদৰ ওচৰলৈ যাব। আৰু ২০১৯ চনৰ 'বিশ্ব স্বাস্থ্য সংস্থা'ৰ তথ্য মতে ভাৰত বাকী দেশৰ তুলনাত আত্মহত্যাত ৪১ সংখ্যক স্থানত আছে। তাৰে বেছিভাগ আত্মহত্যাৰ কাৰণ ঘৰুৱা সমস্যা। আন কিছুমান কাৰণ হ'ল- মানসিক সমস্যা, স্বাস্থ্যজনিত সমস্যা, নিঃসংগতা, অর্থনৈতিক সমস্যা, অত্যধিক নিচাসক্ত, শৈক্ষিক সমস্যা, প্রেমজনিত সমস্যা ইত্যাদি। আপুনি সঁচাকৈ বৰ গধুৰ প্ৰশ্ন এটা কৰিলে। ইয়াৰ উত্তৰ দিয়াটো বৰ জটিল কথা। তথাপিটো চেষ্টা কৰিলোঁ যিমানখিনি জানো উত্তৰ দিবলৈ। আশা ৰাখিলো আপুনি আপোনাৰ উত্তৰটো পালে। পুনৰ এবাৰ ধন্যবাদ। ভালে থাকিব।
Rupam borah new song public korok ako❤
Improve korok
Amazing Content ❤
উফ্!!
Vl lgil
Khub dhunia ...
❤
👍👍
সুন্দৰ।
খুব ধুনীয়া❤️
👍👍👍
Val lagile
বঢ়িয়া হৈছে
ধুনীয়া ককাই !
Aagbahi jaouk hadai huvesya thakibo
Dhunia lagile🌹
সুন্দৰ গল্পৰ প্লট ৷ অভিনয় ভালেই লাগিছে কেউজনৰে ৷
Majjah hoise ....keep it up....
Dhuniya hoise dei
❤❤
আগবাঢ়ি যোৱা
Dhunia dei
A mojja
Keep It Up
Amar nijore lora, nijore Thai khon anke dekhi val lgil. Aguwai jua tumaluk❤
সুন্দৰ, শুভকামনা সকলোলৈ ❤️❤️❤️❤️
ভাল লাগিল
Mojjah hoise...
❤️❤️❤️😘
Family decision is the best decision of world 🥺🥺
Mozza❤
❤🎉Dhunia 🔥🔥
❤ বৰ ধুনীয়া হৈছে অ' ❤😌 ✨
আটাইকেইজনৰে অভিনয় বৰ ধুনীয়া হৈছে। 💐
🦋🌻