ভোট জলকীয়াৰ দুবিধ আচাৰ | Ghost Pepper Chilli Pickle | Tasty Recipes
ฝัง
- เผยแพร่เมื่อ 14 พ.ค. 2021
- In this video I have shown you how to prepare two types of pickle recipe of ghost chilli.
The ingredients are-salt, garlic, turmeric, sweet souf, white and black mustard seeds, white and black jeera seeds, Methi and coriander seeds, red chilli, mustard oil and mango.
#ghostchillipickle #ghostchilli
ভোট জলকীয়া আৰু সানমিহলি জলকীয়াৰ সৈতে দুবিধ আচাৰ ৷ উপকৰনসমূহ--নিমখ, নহৰু, হালধি, মিঠা চফ, বগা আৰু ক’লা সৰিয়হ, বগা আৰু ক’লা জিৰা, মেথি , ধনিয়া, শুকান জলকীয়া, মিঠা তেল আৰু আম ৷
#ভোটজলকীয়াৰআচাৰ #ভোটজলকীয়াআচাৰ #জলকীয়াআচাৰ #অসমগৌৰব #বিহজলকীয়া
১.আমৰ আচাৰ | Mango Pickle Recipe in Less Oil and Insufficient Sunlight | Tasty & Healthy • কম তেলত আমৰ আচাৰ | Man...
২.কঠালৰ আচাৰ | এইদৰে প্ৰস্তুত কৰিলে সোৱাদৰ লগতে কেবাবছৰো ভাল হৈ থাকিব | Jackfruit Pickle Recipe • কঠালৰ আচাৰ | এইদৰে প্ৰ...
৩.জলকীয়া আচাৰ | Red Green Chillies Pickle Recipe in Rainy Season কেঁচা-পকা জলকীয়াৰ আচাৰ বাৰিষাৰ বতৰত • জলকীয়া আচাৰ | Red Gree...
৪.ৰূপহী থেকেৰা আৰু জলকীয়াৰ আচাৰ | Chilli Pickle with Garcinia | Tasty & Healthy • জলকীয়াৰ আচাৰ | ৰূপহী থ...
Facebook / rupanjalironganoi
Instagram / rupanjalironganoi
Store www.amazon.in/shop/rupanjalir...
Thank you for watching my video and hit the like button.
Please subscribe my You Tube channel and share my video with your family friends.
আচাৰ খিনি খাই নিশ্চয় বহুত ভাল লাগিব। অশেষ ধন্যবাদ জনালোঁ।
বৰ ভাল লাগিল।
Bohut val lagil
বহুত ভাল লাগিল বাইদেউ।
Val lagil
লোভনীয় হৈছে
বহুত বহুত ধন্যবাদ বাইদেউ 🙏 ইমান সুন্দৰকৈ আৰু মৰম লগাকৈ কথাখিনি উপস্থাপন কৰে কাৰণে আপোনাক বহুত বেছি ভাল লাগে 🙏
bhal lgile baidu
Bohute dhuniya lagise bhaideo
ধন্যবাদ জনালোঁ 🙏
আপোনাৰ আচাৰৰ ভিডিঅটো চাই ভাল লাগিল মানে এইবাৰ মইও আমৰ ৰসৰ লগত সৰিয়হ আৰু মচলা দি ভোট জলকীয়াৰ আচাৰ বনাইছো ইমান ভাল লাগে খাবলৈ খোৱাতকৈ গোন্ধটোহে বেছি ভাল লাগে
হয় ৷ গোন্ধৰ কোবত খাওঁতে সোনকালে শেষ হয় ৷ 😃
Bohut val lagise aru logote aponar kotha boro val lage
❤️❤️
বহুত ভাল পালোঁ ,লগতে আপোনাৰ কথাখিনি👌❤️❤️❤️❤️
অলপ লৈ আহিবা।বৰ খক লাগিল।
শেষ ❤️
বহুত ভাল লাগিল recipe2 🥰🥰🥰🥰❤❤❤❤❤❤❤❤ abar try কৰিম 🥰🥰🥰❤❤❤❤❤❤❤❤❤❤❤❤❤
Apunar video aru kotha khini bhut bhal lage Baideo... ❤❤❤ bhut jolokiya bojaror pora aanile adinote beya kio hoi jai... Kole bhut bhal palu hoi.. 🥰🥰🥰
মতামতৰ বাবে ধন্যবাদ ৷
ভাল লাগিল ।
বহুত ধুনীয়া হৈছে
আপোনাৰ প্ৰতিটো video চাই আহিছো মই । বহুত ভাল লাগে ।
ভাল লাগিল
বহুত ভাল লাগিল
Val hoise👍
Val lagil sai
Recipe tu val lagil
ভাল লাগিল বা
Thanks for the recipe stay home stay safe
Bhut bhal lagil thanks mam
Very nice
Thank you ❤️
Val lagise❤️👍
ভাল লাগিল বাইদেউ
বহুত ভাল লাগিল সছাকৈ৷ ধন্যবাদ বাইদেউ৷
খুৱেই সুন্দৰ লাগিছে। খাবলৈ ছাগৈ আৰু ভাল লাগিব। আগলৈও দি থাকিব।
Mem duyuta aasaror recipi hosakoi Val lagil😋😋😋😋
Val lagesa baideow
অতুলনিয়!
Nice 👌👌
Khosaye bohut dhuniya hoise val lagil sai trya kri sam baideu
I like your all videos.. Hope always give your valuable informations...
Khub dhuniya hoise.Khaboloi bahut tasty hoba.👌👌
Baideu apunar proti2 vdo moi sau ru bir vl lage.apuni khub dhuniake kotha khini uposthapon kore....ru aguai jauk...
Nice baideu,
Baideu, apunar kothabilak huni mur bohut Vall lage, apuni kothar majot eman dhuniya akhomia habdo prayug kore, bhall lage,♥️
❤️❤️🙏
I love watching all your videos mam❤❤
বহুত ভাল লগিল।লগতে ইমান ধুনীয়া কৈ সকলো কথা ইমান স্পষ্ট ভাবে কলে । নিশ্চয় মই subscribed korim.I hope আগলৈ আৰু ভাল আচাৰৰ ৰেচিপি পাম । কাৰণ এতিয়া বাঁহ গাজৰ চিজন আহিছে।
Ma'am bohut bhal lagil sai the ❤❤
Vaal lagile
Nice video
সুন্দৰ কৈ তৈয়াৰ কৰিলে বাইদেউ
Dhuniya bonale baa 🥰
বৰ সুন্দৰকৈ তৈয়াৰ কৰিলে,, আপোনাৰ প্ৰতিটো পদ্ধতি মোৰ ভাল লাগে,,
Bor dhunia koi aai video dekhai dela baidaw hundor hoise👍❤️🥰🥰❤️👌🏼👌🏼👌🏼👌🏼👌🏼🙏
Nice
ভাল লাগিল বাইদেউ। দুয়োবিধ জলকীয়াৰ আচাৰেই সুন্দৰ আৰু লোভনীয় হৈছে।👌👌👌
আপোনাৰ video বোৰ মই বহুত ভাল পাওঁ বাইদেউ।
মই এবাৰ জলকীয়াৰ আচাৰ বনালো।
খাই শেষ হল।
bahut vl palu l am ahohi nalbaru
Bahut dhunia hoise baideu amer namoni t bhot jolokia powa nejay kintu mur friend ajonie nogaon pora ani dise acher bonaisu bahut taste hoi
Vot jalakiya keneke kore ki xar diye jonaboson baideu video to sai bahut val lagil
Aunty apunar video bur bohut val lage mur...keep it up 👍👍
🥰🥰🥰🥰❤❤❤
ধন্যবাদ 🙏
👍
Bor val lagil baidew...
Amaru vot jolokiya ase ...moi nitsoy bonam baideu ...bohut val lagile sai video tu...
দেখিয়েই গম পাই কিমান লোভনীয় হৈছে
Apunar accar khini dekhi khub jivar pani ulaise 😃😃😃 ..Moi amor Mitha accar aru sukuwai amor suthi kori tholu , logote jolokiya sukuwai tholu..😊
Usorat thoka hole kini loi ahim jen lagise. Muk asar bor bhal lage Baidew.
আমৰ সংযোজনে আচাৰ দুবিধক অধিক লোভনীয় কৰিব। আপোনাক ধন্যবাদ।
Thank you 😊
🌷🌷🙏🙏🙏🙏🙏🌻🌹🌻
জলকীয়াৰ আচাৰ বনাব লাগিব বাইদেউ। আমাৰ ঘৰত বহুত জলকীয়াৰ আচাৰ খাই ভাল পায়।। মই কিন্তু খাব নোৱাৰো।
মই সৰিয়হ দিয়া ভোট জলকীয়াৰ আচাৰ বিৰাট ভাল পাওঁ ৷
Jolokiyar Asher bhl lagil Baa....kisuman manuh ase anok beya koi bhl pai nije ki kori ase haitu nasai ,porok ninda kori bhl pua.....
Eta kotha janibo mon goise...apuni aaina khon kio die salonit...agor aachar r video eta tu dekhisu....just curious...jonale bhaal paam
আইনাখন দিলে কাউৰী, কপৌ অথবা পাৰ চৰায়ে আচাৰ আৰু মছলাত মুখ নিদিয়ে ৷ আইনাখনত নিজক দেখাৰ উপৰিও ৰ’দ দিলে ৰিফ্লেকশ্বন হয় ৷ মানুহ ৰখীয়া হ’ব নেলাগে ৷
@@RupanjaliRonganoi Thank You so much for your reply...Jaani bhaal lagil..Notun kiba eta xikilu
Apunr vdo sai vali lega.
🙏🏻🙏🏻
ভাল হৈচে ।খাও খাও লাগিচে
সঁচাকৈয়ে গোন্ধ টো যদি পালোহেঁতেন
ভাল লাগিল বাইদেউ৷ফ’ন নংটো দিব চোন ৷আপোনাক আগতে মই লগ পাইছো চাগৈ ৷গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰাগৰাকী হয়নে বাৰু?
মতামতৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ ৷
হয় ৷ Rupanjali Morang Facebook messenger ত মেচেজ দিলে ফোন নম্বৰ দিম ৷ ❤️
Kiman bosoroloi rakhibo pari baido
সেইটো খাওঁতাৰ ওপৰত নিৰ্ভৰ কৰিব ৷ এইদৰে প্ৰস্তুত কৰা আচাৰ শেষ নোহোৱালৈকে (কেবাবছৰো) ভালে থাকিব ৷ কেবল আচাৰখিনিত যাতে পানী আৰু ভাপ নেলাগে সেই ক্ষেত্ৰত সাবধান হ’ব লাগিব ৷
Videokeitasai ami opakrita hoisu. Apunak bor val lage. Krmarata. Mahila.
Aina khon kio dolat d thoi baideu jonabosun
আইনাখন দিলে কাউৰী, কপৌ অথবা পাৰ চৰায়ে আচাৰ আৰু মছলাত মুখ নিদিয়ে ৷ আইনাখনত নিজক দেখাৰ উপৰিও ৰ’দ দিলে ৰিফ্লেকশ্বন হয় ৷ মানুহ ৰখীয়া হ’ব নেলাগে ৷
ভিনেগাৰৰ সলনি নেমু ৰস দিব পাৰি নেকি আৰু কিমান দিন ভালে ৰাখিব পাৰি ? প্লিজ জনাব
হয়, ভিনেগাৰৰ সলনি নেমুৰস দিব পাৰি ৷ মই নেমুৰস দিওঁ কাৰণে ভিনেগাৰ নিকিনোঁ ৷ ভালকৈ ৰাখিলে সকলো আচাৰেই বছৰ পাৰ হয় ৷ কিন্তু খাৱৰীয়া থাকিলে ভোট জলকীয়াৰ আচাৰ নেথাকে ৷ এইখিনি ডাঙৰ বৌৰ কাৰণে কৰি দিছিলোঁ ৷ শেষ হ’ল ৷ মই নিজেও কালি সন্ধিয়া চতুৰ্থ খণ্ডত ১৪টা ভোট জলকীয়াৰ আচাৰ থলোঁ ৷ এসপ্তাহৰ পিছৰপৰা খাবলৈ আৰম্ভ কৰিমেই ৷ 😀
@@RupanjaliRonganoi ধন্যবাদ বাইদেউ । আজি আপোনাৰ vedio চাই ভোট জলকীয়াৰ আচাৰ বনালোৱেই । কিন্তু সৰিয়হ খিনি সম্পূৰ্ণ গুৰি নহল । আপোনাৰ কৰদৈ আচাৰ ৰ ৰেচিপি আছে যদি দিব ।
You are wearing meitei phanek, if I don't mistook...
Yes, You are right ❤️
Hi
Val lagil
বৰ ভাল লাগিল।
ভাল লাগিল
ভাল লাগিছে