কাজীনেমুৰ দুবিধ আচাৰ | এদিনতে খাব পাৰি | Super Tasty Lemon Pickle Recipe in Simple Method
ฝัง
- เผยแพร่เมื่อ 3 ส.ค. 2024
- In this video I have shown you how to prepare two types of lemon pickles in very easy and simple method.
The ingredients are-water,jaggery,salt,dry and green chilli,dry ginger,white Jeera seeds,black and white mustard seeds,row mustard oil.
#lemonpickle
একেদিনাই খাব পৰা কাজি নেমু আৰু গোল নেমুৰ দুবিধ আচাৰত ব্যৱহাৰ কৰা উপকৰণসমূহ-পানী,গুঁড়,নিমখ,কেঁচা আৰু শুকান জলকীয়া,শুকান আদাৰ গুড়ি,জনী, বগা জিৰা,ক’লা সৰিয়হ,বগা সৰিয়হ, কেঁচা মিঠা তেল ৷
#কাজিনেমুৰআচাৰ
১.গোলনেমু আৰু নিমখ • নিমখত ৰখা গোলনেমুৰ আচা...
২.গোলনেমুৰ দুবিধ আচাৰ | Lemon Pickle | Healthy & Tasty Mixed Vegetable Pickle • গাজৰ আদা জলকীয়া গোলনেম...
৩.Amara Achar | অমৰাৰ টেঙা জ্বলা আচাৰ | Ambra | Hog Plam Pickle Recipe | Tasty & Healthy • Amara Achar | অমৰাৰ টে...
৪.ওলকবিৰ আচাৰ | Knolkhol Pickle • ওলকবিৰ আচাৰ | Knolkhol...
Facebook / rupanjalironganoi
Store www.amazon.in/shop/rupanjalir...
Thank you for watching my video and hit the like button.
Please subscribe my You Tube channel and share my video with your family friends.
আচাৰ ধুনীয়া বনালে।
ভাল লাগিল বাইদেউ
Oti hundar❤
Bohut val lagile baideu ❤❤❤❤
ভাল লাগিছে বাইদেউ খাবলৈ মন গৈছে
Bohut dhuniya lagise ❤️🙏🏻
Apunar hokolu vdio sai val lga bht hikilu o apunar pra... Apunar voice to bht Dhuniya
Bhut bhal lagil thanks mam
ধন্যবাদ বাইদেউ 🙏 আপুনি ইমান মৰম লগাকৈ কথা খিনি কৈছে❤️ সঁচাই ভাল লাগিছে বহুত🙏
Dhunia hoisa beibu
সুন্দৰ উপস্থাপন।ভাল হৈছে।
Baideo apunak manisu dei 👍👌🙏
Asar khini dekhiei khau khau lagise 😋❤️💚❤️
Bohut dhuniya hoise ❤️
Very good & healthy refresh food Mam, So much thankyou.
বাকলি নুগুচালে কাজি নেমুৰ আচাৰ তিতিকি হ’ব কিন্তু ৷
Ultimate vlog 👍
Vl lagise baideu.
Bor dhuniya lagise baideo ❤
Borhiya
বাইদেউ বৰ ভাল হৈছে আপোনাৰ উপস্থাপন ৷
Oti xundor
Baideow aapunar Katha kuwar stile tu mur bahut Val lage.
Bhut dhuniya hoise.
ধন্যবাদ 🙏
ভাল লাগিল। বনাব লাগিব। ধন্যবাদ।
Vl lgise ba
Bor dhuniake bujaise logote khaboloi bor val hbo jen lagise👍
Bhal lagil
বাকলি নুগুচালে কাজিনেমুৰ আচাৰ তিতিকি হ’ব কিন্তু ৷
খুবেই সুন্দৰ আচাৰ,নিশ্চয় বনাম
বাকলি নুগুচালে তিতা হ’ব কিন্তু ৷ আমি তিতা ভাল পাওঁ বুলি বাকলি গুচোৱা নাই ৷
ভাল লাগিঋ নেম আচাৰ বনাইছো এনেকৈ বনোৱানাই বনাইচাম
তিতা সোৱাদ যদি বেয়া পায়,তেন্তে কাজি নেমুৰ বাকলি গুচাই লব ৷
ধুনীয়া হৈছে বাইদেউ
ভাল লাগিল
Dhuniya lagise
ধুনীয়া হৈছে ।
Mojja hoise
ගොඩක් රසවත් කෑම 🇱🇰💚👍😋
Excellent
Bot bhal lagisa rec tu. Thanku.
ধন্যবাদ জনালোঁ ৷ ❤️
ভাল লাগিল শিকী ল,লৈছো ধন্যবাদ
তিতা বেয়া পালে বাকলি গুচাই লবা ৷
Bahut bhal lagecha baido
val lagil sai,apunar matu khubei dhunia
Val lagil
Very good auntie
ভাল লাগিল বাইদেউ।আচাৰ খিনি লোভনীয় হৈছে।👌👌👌❤️❤️❤️
Sorry to be so offtopic but does someone know of a method to log back into an instagram account..?
I stupidly lost the account password. I would love any help you can give me!
@Cristiano Ronnie Instablaster =)
খুব ভাল লাগিল।
Bahut bhal lagil
Val lagil baa apunar kotha bur Val mur Val lage
বৰ সুন্দৰ পৰিবেশ, বনাই পৰিয়ালৰ সদস্য সকলক খুৱাম।
Waww bor bhal hobo
Thanks. For. Pickle. .
ভাল হৈছে বাইদেউ।
কাজি নেমুৰ বাকলি নুগুচালে তিতা হ’ব ৷
Bhal Lagile Very nice
বহুত ভালকৈ আচাৰ বনাইছে, ভাল লাগিল 🙏🙏🙏
তিতা সোৱাদ বেয়া পালে কাজিনেমুৰ বাকলি গুচাব লাগিব ৷
Vl lagil.
Hundar ....❤️❤️
খুব ভাল হৈছে বাইদেউ....
Beautiful ashar
Sai vl lagise bonai sam
তিতা বেয়া পালে কাজিনেমুৰ বাকলি গুচাই লব লাগিব ৷
Val lagise de 🤗
সুন্দৰ প্ৰণালী
সূন্দৰ
কাজি নেমুৰ বাকলি নুগুচালে তিতিকি হ’ব কিন্তু ৷
Nice😊😊
Thanks for a new pickle. I think it will be delicious
ধুনীয়া হৈছে আচাৰ 💕❤
প
Val lagil.....hoitu bor testy hobo assarkhini....ami anekoi kunudin bonua nai kintu.....agoloi try korim.......
তিতা যদি বেয়া পায় তেন্তে কাজি নেমুৰ বাকলি গুচাই লব লাগিব ৷
খুবভাললাগিলে বাইদেউ
Try kri sabo lagibo..dekhi Val lagil..baideu
Val lagil baideu notun recipi puar ashare bad sai rolu .
Excellent Ma'am.
সুন্দৰ !! মনপুতি শুনি শিকি ললো !! কাইলৈ বনামেই !! ধন্যবাদ !!
তিতা সোৱাদ ভাল নেলাগিলে বাকলি গুচাই লব লাগিব ৷ আমি তিতা ভাল পাওঁ কাৰণে চুঁচি লৈছিলোঁ ৷
Bohut dhunia hoise ♥️
Apunar achar video tu sai bor bhal lagil. Moiu bonaboloi sesta korim. Apunak dhonyabad disu eman sundor koi video tu share Korar babe👍
ধন্যবাদ জনালোঁ মতামতৰ বাবে ৷ তিতা যদি বেয়া পায়,তেন্তে কাজি নেমুৰ বাকলি গুচাই লব ৷
Apunar vlog bht val lage baidew, akha koru mur vlog tu adori lobo buli 🙏moi notun koi vlog khulisu
ভাল লাগিল বাইদেউ👌👌
Bahut dhunia koi dakhuala bahut vl lagil sai fri holu 👍🤗
বাইদেও আপোনাৰ মাতটো বৰ ভাল লাগে
খুব ভাল লাগিল। নিশ্চয় বনাম
ধন্যবাদ ৷ কাজিনেমুৰ বাকলি থাকিলে তিতা হ’ব ৷ তিতা বেয়া পালে বাকলি গুচাই লব ৷
👌
সুন্দৰ বাইদেউ
Bahot dhonia hoisa
Very nice pickle recipe
কেচা নেমুৰ হবনে নহয়
Bhal lagise
Both are very good and easy racipi.
Bohut val lagil baa
Bohut dhuniya lagil baideu vdiotu sai
Moi bohut val palu Rupanjali baidau thank you 👍
ভাল লাগিছে। ধুনিয়া আচাৰ হৈছে।
Val lagil baideo ❤
খাওঁ খাওঁ লাগিছে মোৰ।মই বনাব লাগিব।
Dekhiboloi bor bhal hoise baideu
আছাৰ বনোৱা পদ্বতিটো চাইভাল লাগিল ।
ৰূপানজলী ৰঙানৈ মোৰ অতি প্রিয় ।
মই দুটামান আচাৰ বনাইছো। আৰু বনাম।আপোনাৰ পৰা ভালকৈ শিকিব পাৰিছো। বহুত ধন্যবাদ বাইদেউ ।🙏🏻
আন্তৰিক ধন্যবাদ জনালো ৷ এইদৰে সদায় প্ৰেৰণা যোগাই যাব বুলি আশা কৰিলো ৷
যদি তিতা ৰস ভাল নেপায় তেন্তে কাজি নেমুৰ বাকলিবোৰ পাতলীয়াকৈ গুচাই লব ৷
Bahut vl lagil karan namu asar mur babe ati priya
মতামতৰ বাবে ধন্যবাদ ৷ 🙏
বাকলি নুগুচালে কাজী নেমু তিতিকি হ’ব কিন্তু ৷ তিতা বেয়া পালে বাকলি গুচাই লব লাগিব ৷
Thank you.
Mi bnasilu xosakoi bahut dhunia hoisl khabloi
Val lagil sai
Apunar video tu sai bohut val lagil aru hikisu atialoike keibabidh asar bonua hikilu agoloiu di I thakibo
Bohut bohut dhoinobad thakil
তিতা বেয়া পালে কাজি নেমুৰ ওপৰৰ বাকলিটো গুচাই দিবা ৷ বাকলি থাকিলে তিতা হ’ব ৷ আমি তিতা ভাল পাওঁ কাৰণেহে বাকলি ৰাখিলোঁ ৷
Val lagil.
Very nice
Xundor👍👍👍
তিতা যদি ভাল নেলাগে তেন্তে কাজিনেমুৰ বাকলি গুচাই লব লাগিব ৷
Moja
Aapunar video sai moor bohot val lagy. Aru apunar khotha keta khoni moor bohot val lagy.
কাজিনেমুৰ বাকলি নুগুচালে আচাৰ তিতিকি হলেও খাবলৈ ভাল হ’ব ৷ তিতা বেয়া পালে বাকলি গুচাই লব ৷
Bhal lagil baideu aru besi bhal lagil aapunar byebohar
🙏🙏