নাট্যগোষ্ঠীক দোষাৰোপ কৰা নাই ৷ নৃসিংহ অৱতাৰ ভাওনাভাগিক সকলোৱে শ্ৰদ্ধা কৰে ৷ কিন্তু নাটকৰ মতে একো হোৱা নাই৷ ভাওনা নে চিনেমা প্ৰৱেশ কৰিছে নে পল মাৰিছে বুজি নাপালো ৷ সংস্কৃতি জীয়াই ৰাখক ৷ গুৰুজনাৰ অৱদান ৷ যদি ভূল হৈছে ক্ষমা কৰিব ৷ কৃষ্ণ, কৃষ্ণ
Bhaunar comedy bhaunar dore holei bhal lage . Flim ba videor comedyr dore hole bhal nalage . Akebare beya hoise buli kuwa nai . Kintu korobat kiba olop khuti - nati ase . Agontuk dinot heibur jen hudhorai loi . Jihetu ejon jonopriya abhineta . Gotike abhinoiyor bhal abhigyota thoka byokti . Heikarone bhabu hoitu nijeu gom paise j kot ki bhul hoise . Heiye ebar sai lobo . Baki thikei ase . All the best 👍 for next show .
কেৱল সংলাপ যদি শুনা যায়, থিয়েটাৰ নাটক চলি আছে বুলি ভাবিব! এই চৰিত্ৰ কেইটাৰ লিখিত সংলাপ নাথাকে নেকি, এখন শিক্ষা দিয়া ঠাই এনেকুৱা ফটোৱা হয় জানো, আমি এই দৃশ্য ৰাজিৰ ৰসৰ সলনি কৰিব নোৱাৰো নে!
ইয়াকে কয়, আত্মমৰ্যদা আৰু ভাওনা সংস্কৃতিৰ সন্মান ৰাখি ভাও কৰা। ভাওনাই মাজে মাজে চৰিত্ৰ অনুসাৰে বহুৱালি বিচাৰে, কিন্ত ফতুৱামি নিবিচাৰে । ধন্যবাদ নেত্ৰকাই ভাওনাৰ শালীনতা বজাই ৰখা বাবে। ❤🙏
গ্লেমাৰ আৰ্টিষ্ট মাটি আনি ভাওনা বোৰ কিয় আধ্যাত্মিকতাৰ দিশতো বেয়া কৰিছে। এইবোৰ দৰশক গোটোৱাৰ চালাকি। কৃষ্ণ কৃষ্ণ।
গুৰুজনাৰ কৃষ্টি বজাই ৰাখক। কৃষ্ণ
ভাওনা নাট ভাগত যি বচন আছে সেইয়া কব লাগে, অভিনয় ভ্ৰাম্যমান জগতলৈ গুচি গৈছে , এনেকুৱা মানুহ মাতিলে ভাওনা ভাওনা হৈ নাথাকিব, এওঁলোক একমাত্ৰ চিনেমা ভ্ৰাম্যমান জগতৰ কাৰণেহে
Vare good
গুৰুজনাৰ মহান নাট ভাগি পৰিবেশন কৰোতে শব্দ শৈলী ভাষা ব্যক্ত কৰাতো নাটকৰ মতে হোৱা উচিত 🙏
নেত্ৰকাইক অশেষ ধন্যবাদ মাতৃ-ভাষা নাট ভাওনাক আকোৱালি অভিনয় কৰাৰ বাবে । কিন্তু তেওঁ অধ্যয়ন কৰিলে বেছি ভাল হয় ,, নাটকৰ মতে যিহেতু বছন সমূহ হোৱা নাই গতিকে নাটকৰ লগত সংঘতি ৰাখি বছন সমূহ গাব লাগে । বাকী ভাল হৈছে ❤
নাট্যগোষ্ঠীক দোষাৰোপ কৰা নাই ৷ নৃসিংহ অৱতাৰ ভাওনাভাগিক সকলোৱে শ্ৰদ্ধা কৰে ৷ কিন্তু নাটকৰ মতে একো হোৱা নাই৷ ভাওনা নে চিনেমা প্ৰৱেশ কৰিছে নে পল মাৰিছে বুজি নাপালো ৷ সংস্কৃতি জীয়াই ৰাখক ৷ গুৰুজনাৰ অৱদান ৷ যদি ভূল হৈছে ক্ষমা কৰিব ৷ কৃষ্ণ, কৃষ্ণ
হয় হয়
👌👍🏻🙏🙏🙏🥺
Um হয় হয়
হয় , আপুনি ঠিকেই কৈছে । এইয়া ভাওনা নে কি ? গুৰুজনাৰ অৱদান আমি সকলোৱে সন্মান কৰোঁ ।
Vare good
নাটকৰ মতে হব লাগে, গুৰু জনাৰ ভাওনা ভাগিক আধুনিকতাৰ ৰং হানিব নালাগে, ভূল হ'লে ক্ষমা কৰিব🙏 কৃষ্ণ🙏
Very good
Thik koise......
কৃষ্ণ জয় নৃসিংহ প্ৰভু
এইদুটাই ভাওনাৰ বিষয়ে একো নাজানেযেনহে পাঁও।টেটুঁত ধৰি গতিয়াই বাহিৰ কৰি দিব লাগে।
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু
Sundar sahab bhut Sundar avinoi salut ❤
ভাওন চাবলৈ লাজ লাগিছে, 🙏🙏🙏
ভাওনা সংস্কৃতি অসমীয়াৰ প্ৰাণ ..... সুন্দৰ হৈছে, বেয়া হোৱা বুলি কব খোজা নাই, কিন্তু কিছূমান বাৰেবিংকৰা শব্দ ব্যৱহাৰ কৰি মূল বিষয়বস্তুক গুৰুত্ব নিদিয়া টো ভুল হৈছে😢 কাৰণ এইবোৰ যদি ভৱিষ্যত প্ৰজন্মই কি শিকিব..? কি বুজিব...? 😢
আশা কৰোঁ ভৱিষ্যতে অভিজ্ঞ ব্যক্তি সকলে আঙুলিয়াই দিয়ে এনেবোৰ দিশ......😢😢
Krishna 🎉🎉🎉
সুন্দৰ হৈছে❤😂🎉😢
ভাওনা ক ভাওনা হৈ থাকিবলৈ দিওক ।বেছি বহুৱালি ভাল নহয়। আৰু এইবোৰক কেইলে মাতে। আজি কালি এই নাট ভাগৰ সর্ণ্ডা মৰ্ক চৰিত্ৰ ভাগ বেছি বহোৱালি কৰি বলে ধৰিলে। উদাহৰণ স্বৰুপে যদি এখন স্কুল শিক্ষককে ফটোৱা কৰে তেনেহলে ছাত্ৰ ছাত্ৰী এ কি শিক্ষা লব। ইহঁতে গুৰু জনা সংস্কৃতি বর্বাদ দিলে😡
বৰ সুন্দৰ হৈছে
Sonder hoisa bohut vall lagil sai👍🌺💐🌹🥀🌷🌸🍁🍂🌼🍀🪴🌵🌴🌳🌳
আধুনিকতাৰ ৰহণ সানি বহুত এ বেয়া কৰী পেলাইছে ভাওনা খন😢 অসমীয়া জাতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে ভাওনা 🙏 কিন্তু ভাওনা খন অলপ পৌৰাণিক কৰিবলৈ চেষ্টা কৰক ❤ বহুত শুভেচ্ছা থাকিল ❤🙏
Comedy alop lage vaal hoise
ভাল হৈছে দাদা
ধন্যবাদ
Bhut bhal lagil ❤😍😍👍👍
ধন্যবাদ
Polakh da jui 😂
Full vawna lge dada 🙏😍😍❤❤plz dibo
Diya hol
Nice❤❤❤🎉🎉🎉
Bor dhuniya lagise
ধন্যবাদ
Very nice 👌 👍
Mojja hoise kali goisilu
ধন্যবাদ
নাটকৰ মতে অভিনয় হব লাগে
Val lagise
গুৰুজনাৰ সৃষ্টি ভাওনা ভাগ ভাওনা হৈ থাকিবলৈ দিব লাগে । বহুৱালি বোৰ হলে ভাল নালাগে ।
শুক্ৰৰ পুত্ৰ ষণ্ডামৰ্ক যি শাস্ত্ৰত পাৰ্গত, যাক হিৰণ্যকশিপুৰে নিজ পুত্ৰৰ গুৰু হিচাপে নিয়োগ কৰিছিল, সেই চৰিত্ৰ কেইটাক উপলুঙাসূচকভাৱে উপস্থাপন নকৰিবলৈ অনুৰোধ জনালোঁ।
Hundor
ধন্যবাদ
🙏
সুন্দৰ হৈছে ❤❤🌹🌹🌹🌹🌹💜💓💓💗💗💗💖💝💝💘🙏🙏🙏👍👍👍👍🌷🌷🌷🌺🌺🌷🥰😍🤩
ধন্যবাদ
Hosake vall lagile dai
ধন্যবাদ
❤❤❤❤❤
বহুত সুন্দৰ হৈছে ❤
ধন্যবাদ
First comend
গুৰুজনাৰ কৃষ্টিক অখুণণ ৰাখক।
চৰিত্ৰকেইটাৰ গাম্ভ্ৰীৰ্য অটুত ৰখা উচিত।
আচলতে এই চৰিত্ৰ দুটি ইমান পাতল হয় জানো?🤔
Val hoise kintu natok khnr dore Boson gua hole val asil 😢 oti val dekhuabo gole enekua hoi so okn vabi sabo 😢
নিসন্দেহে অৰুণ হাজৰিকা এজন ভাল অভিনেতা । কিন্তু ভাওনাৰ ক্ষেত্ৰত মানি লব নোৱাৰি । প্ৰৱেশত তাল মান একো নাই । সংলাপ বোৰ কোন খন নাটৰ মতে কৈছে ? তদুপৰি ষণ্ডামৰ্ক দুজন শিক্ষাগুৰু । ইমান তৰল অভিনয় ভাল নালাগে ।
সুন্দৰ
ধন্যবাদ
❤😂😂😂😂
👏👌
সংস্কৃতী ধ্বংস কৰিছে।
তাহানিৰ গুৰু বিলাক জানো ইমান পাতল আছিল।।
ভাওনা ভগৱানৰ লীলা ইয়াত কিহৰ ধেমালি
বেয়া comment কৰিব ও ইচ্ছা যোৱা নাই ভাল হৈছে বুলি নাভাবিব 🙏
Full video lage de dada আৰম্ভণি পৰা শেষৰ লৈকে 😊
পাব সোনকালে
@@sumitsaikiaofficial2991 ধন্যবাদ ৰৈ থাকিম 😌♥️
নেএ কাই সুন্দৰ লাগিল❤❤❤❤❤
😂সত্যৰ সদায় জয় প্ৰহ্লাদে লিখিছিল 😂, সংস্কৃতি শেষ কৰিলে , গুৰু জনাৰ অপূৰ্ব সৃষ্টি ভাওনাৰ এই অৱস্থা , শুক্ৰাচাৰ্যৰ দুই তনয়ৰ বৰ্ণনা এই ধৰণৰ কেতিয়াও নাছিল ।
ভাওনা টীমবোৰে যে ষণ্ডা মৰ্কক বহুৱা কৰি কিয় উপস্থাপন কৰে
সঁচাকৈ শুক্ৰৰ তনয় এনেকুৱা ই আছিল নি বাৰু?
এটা কথা বুজি নাপাঁও ।ৰজাৰ পুত্ৰক শিক্ষা দিয়া এজন মহৰ্ষি সঁচাই এনেধৰনৰ কমেডীয়ান আছিল নে।শংকৰ মাধৱৰ ভাওনাত এই চৰিত্ৰটো হয়টো এনেদৰে উপস্থাপন হোৱা নাছিল।ষন্ডামৰ্ক এজন মহা জ্ঞানী আছিল।এনেধৰনৰ নাছিল
🙏🙏
Val
শাস্ত্ৰৰ মতে ষণ্ডাৰ্মক হল পণ্ডিত ।
❤
Bhaunar comedy bhaunar dore holei bhal lage . Flim ba videor comedyr dore hole bhal nalage . Akebare beya hoise buli kuwa nai . Kintu korobat kiba olop khuti - nati ase . Agontuk dinot heibur jen hudhorai loi . Jihetu ejon jonopriya abhineta . Gotike abhinoiyor bhal abhigyota thoka byokti . Heikarone bhabu hoitu nijeu gom paise j kot ki bhul hoise . Heiye ebar sai lobo . Baki thikei ase . All the best 👍 for next show .
সত্য সদায় জয় তাহানি নাছিল, (পৰিৱেশ চাই ক’ব) শূল কেনি ভৰাই, মাহ-হালধী ঘঁহিছিলোঁহে, সোনেশ্বৰ/গুনেশ্বৰ বা সৰ্বেশ্বৰ আদি জাতীয় শব্দবোৰ বাৰণ কৰিব । ভাওনা সংস্কৃতিক অপমান কৰাৰ দৰে লাগিল ৷ চূড়ান্ত ফটুৱা হৈছে ৷ মাফ কৰিব ভুল হ’লে ৷ নৃসিংহ মুৰাৰীত বহুৱালি নকৰিব ।
এই জাৱৰ-যোথৰ সোপাক কোনে ভাও দিয়ে?চৰিত্ৰকেইটাৰ মৰ্যদা ৰক্ষা পৰিচেনে?
ভাওনা সংস্কৃতিত🤔 ফতোৱা নহয় 🙏🙏🙏🙏
❤❤❤❤
গুৰুজনাৰ সংস্কৃতিৰ বজাই ৰাখক আধুনিকতা নকৰিব।। শব্দৰ বোৰ ভাল লগা নাই ,সকলোকে অনুৰোধ যে ভাওনা নামত এনেকোৱা নকৰিব । বাকী ভাল হৈছে ।। বেয়া নাপাব কোৱা বাবে ।। কৃষ্ণ।।
So nice ❤
ভাওঁনা ভাওঁনা স্হানত ৰৈ থকা নাই, পচলাৰ জোনে নাজানে যুতি, তাক পুতিবলৈ দিয়ে ভোজৰ খুটি।
প্ৰৱেশখন শুদ্ধকৈ তালত কৰিলে ভাল লাগিব 🙏 বাকী জ্ঞানীজনে মন্তব্য আগবঢ়াব 😊
🙏
ব্ৰজাৱলী কিয় ব্যৱহাৰ নকৰিলে ভাল নালাগে।
দৈত্যৰ সন্তানৰ গুৰু জন এনেকুৱা হয় জানো.. গুৰুক কিয় এনেদৰে ভাঙনাত উপস্থাপন কৰা হয়. জানেনে কোনোবাই
😅 ❤
সেই ফটুৱা বোৰক নানিলে সংস্কৃতি ৰব নহলে অপসংস্কৃতি হব।
শুক্ৰৰ tonoi,,hikhok doitor ,,, ইমান tulunga nohoi
অসমীয়া ভাষাটো লিখোতে ভুলকৈ লিখিলে আমি পঢ়ুৱৈ হিচাপে অকণমান নিজৰে বেয়া লাগে। "মণ" শব্দটো বৰ আচহুৱা যেন লাগিল। মোৰ মতে "মন" হে হব লাগিছিল
।
আমি আজিলৈকে বহুত বাৰ কৰিছো । কিন্তু নাট খনৰ মতেহে কৰোঁ। । নাটৰ বাহিৰত বেছিকৈ গলে ভাল নালাগে ।
🙏
🙏
Vauna namot fatuami
Alp bohuwali val kintu atimatra akhalin pontha bur val nohoi khul kot vorai aitu natok r ango nohoi asolote comedy kora manuh VCD te val lage
প্ৰায়ে বিকৃত অৱস্থাত দেখা পাওঁ এই চৰিত্ৰ দুটা । তেওঁলোক প্ৰকৃততে কেনেকুৱা আছিল ক'ত লিখা আছে ? এনেকুৱা উপলুঙা কৰি অভিনয় কৰিবলৈ কোনে কৈছিল ? শিক্ষা দান কৰোতাজন অৰ্থাৎ গুৰু এনেকুৱা হ'ব পাৰে জানো ?
সমাজত এনেকুৱা মানসিকতাৰ উপস্থাপন এচামে কেনেকৈ কৰিব পাৰে....সলনি কৰিব হ'ল..হাস্যৰস দিয়াৰ বেলেগ উপায়ো আছে এই চৰিত্ৰৰ মাজেৰে ।
নকৰিবলৈ অনুৰোধ কৰিছো সকলোকে যিয়ে এইধৰণৰ অভিনয়ক শলাগ লয় বা অভিনয় কৰে । গহীনত্ব আনক চৰিত্ৰ দুটাত আৰু তাৰ মাজত অলপ হাস্যৰস ভৰাওক । আৰম্ভণি পৰা শেষৰলৈকে কৰা উপলুঙা বন্ধ কৰক ।
😂😂😂
ভাওনা যেন নাই লগা।। পুচুৰি কৰা যেন hyse
পুচুৰি নহয় ফুচুৰি 😂
🔔🔔🔔🔔👈
ষণ্ডা মৰ্ক নামে দুই শুক্ৰৰ তনয়। দুয়োজন পণ্ডিত।
Nice video
🎉
নেত্ৰ দাক বহুত ভাল পাওঁ কিন্তু তেওঁ ভাওনাৰ নামত বহুৱালি কৰাটো ভাল নাপালোঁ পণ্ডিতৰ ভাও দিছিল তেওঁ কিন্তু পণ্ডিতৰ প টোৱো তেওঁ বুজি নাপালে
কেৱল সংলাপ যদি শুনা যায়, থিয়েটাৰ নাটক চলি আছে বুলি ভাবিব! এই চৰিত্ৰ কেইটাৰ লিখিত সংলাপ নাথাকে নেকি, এখন শিক্ষা দিয়া ঠাই এনেকুৱা ফটোৱা হয় জানো, আমি এই দৃশ্য ৰাজিৰ ৰসৰ সলনি কৰিব নোৱাৰো নে!
অলপ বেছি হৈছে নেকি বাও
🙏
@@sumitsaikiaofficial2991অৰুণ হাজৰিকাৰ ফটোৱা অভিনয় ৰ দ্বাৰা আপুনি ও গুৰু জনাৰ ভাওনা ৰ তাল মানক অপমান ৰ বাবে এইটো ভিডিঅ দিছে ... দুটামান ভিও like ৰ বাবে এনে নকৰিব
Namaste namaste 🙏
Raj Guru r acting hosai bahuwali hoise
Amar mahi hotor goar vauna
দেৰিকৈ হওেও কমেণ্ট টো নিদি নোৱাৰিলো।।কিয় নো অৰুণ দা অভিনয় সৰু পৰাই চাই আহিছো ।।বহুতে ই ভাল লাগে।।But গুৰু জনা বস্ত যেনেকে আছে তেনেক ই থাকিব দিয়ক।।কিয় নো পিছত নহলে অসমীয়া সংস্কৃতি নাম ত নাম নাইকিয়া হৈছে।।
মহাপুৰুষ শংকৰদেৱে মাত্ৰ ছখন অঙ্কীয়া নাট ৰচনা কৰিছিল। ব্ৰজাৱলী ভাষাত। সংস্কৃত পণ্ডিত হৈয়ো সেই ভাষাত নাট ৰচনা নকৰিলে।আনকি মাতৃভাষাতো ৰচনা নকৰিলে। ইয়াৰ কিছুমান কাৰণ আছে। উল্লেখনীয় যে মহাপুৰুষজনাই নাট ৰচনা কৰা মূখ্য কাৰণ মানুহৰ অন্তৰত ভগৱন্তৰ প্ৰতি ভক্তিভাৱ জাগ্ৰত কৰা। শাস্ত্ৰসমূহ শিক্ষিতসকলে পঢ়ি বুজিব। কিন্তু অশিক্ষিত সকলে তেওঁ ৰ গুণলীলাৰ অভিনয় চাই ভক্তি ভাৱত বিভোৰ হ'ব। কিন্তু বৰ্তমান অসমীয়া মাতৃভাষাত এনে কিছুমান নাট ৰচনা হৈছে তাৰ ভাৱ-ভাষা শুনিলে কাণ গৰম হৈ যায়। অভিনয়ৰ নামতো বহুৱালি। এইবোৰৰ জৰিয়তে গুৰুজনাৰ ভক্তি আন্দোলনৰ প্ৰচাৰ হ'বনে?নে দৰ্শকে ভক্তি ৰসৰ কিবা সোৱাদ পায়।কেৱল অকণমান হাস্য ৰস। ইয়াৰ জৰিয়তে গুৰুজনাক অপমান কৰাৰ লগতে সংস্কৃতিৰো অপভ্ৰংশ হৈছে। কথাটো মন কৰিবলগীয়া।ভুল হ'লে ক্ষমিব, কৃষ্ণ।
তাল মান বোলা বস্তোটো ধোঁৱা চাঙত উঠালেগৈ । প্ৰবেশ কৰিলেনে পলহ বালে ? বচনৰ কথা কবলে থাকিলেই ।
ভাল হোৱা নাই বেছি ফটোৱামি হৈছে ভাওনাক নাটকৰ ৰূপ নিদিব
প্ৰবেশ কৰোতে অসভ্যালি কৰা যেন লগা নাই নে ? গুৰু বুলি কোৱাৰ লগে লগে মন মগজুত শ্ৰদ্ধাৰ ভাৱ উদয় হয় । এতিয়া দেখিছোঁ প্ৰহলাদ চৰিত্ৰ ভাওনাখনত সন্ধামৰ্ক চৰিত্ৰটো "বহুৱালী" লৈ ৰূপান্তৰিত হ'ল ।।
ভাল লগা নাই। ভাওনা নিচিনা হুৱা নাই।
বিতৰ্ক নহয় ৷
নৃসিংহ মুৰাৰী নাট ভাগত থকা দুটা চৰিত্ৰ ষণ্ডা আৰু অমৰ্ক বহুতে বহুত ভেঙুচালি কৰি কৰে ৷
বহুত বাৰ দেখিছোঁ , শিক্ষা দান কোনসকলে কৰিব পাৰে ? বাস্তৱত অলপ ভাবিলেই কিছুমান কথাৰ উত্তৰ ওলায় ৷ আমি ইমান অভিজ্ঞ নহয় ৷ তথাপিও কিছুমান কথা মানিবলৈ মনে নকয় ৷ বিজ্ঞ সকলৰ পৰা জানিব বিছাৰোঁ শুদ্ধটো ৷ চৰিত্ৰ দুটা ইমান পাতল হয় জানো ? ইমান পাতলামি কৰিব পাৰে জানো ? ইমান আধুনিকতাৰ প্ৰলেপ দিব পাৰে জানো ? সকলোকে কোৱা নাই কিছুমানে অৱশ্যে চৰিত্ৰ দুটা বিশ্লেষণ কৰি নিখুঁট ভাবে কৰিবলৈ চেষ্টা কৰে ৷ অতি মাত্ৰা ভেঙুচালি বন্ধ হোৱাটো বিছাৰোঁ ৷
ভাল হৈছে। কিন্তু ভাওনাৰ সংলাপৰ পৰা আতৰি আধুনিক অৰ্থাৎ সহজতে চিনেমাত কথা পতাৰ দৰে হৈছে।
Digital vauna