অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰথম অংশ||৪‌কিঃমিঃ দৈৰ্ঘ্যৰ শোভাযাত্ৰা

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ก.พ. 2025
  • অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰা,৪‌কিঃমিঃ দৈৰ্ঘ্যৰ বৃহৎ শোভাযাত্ৰা ।
    সাংস্কৃতিক শোভাযাত্ৰাৰ আৰম্ভণি আনন্দৰাম বৰুৱা একাডেমীৰ পৰা ভট্টদেৱ ক্ষেত্ৰলৈ,
    পাঠশালা অধিৱেশনৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীদেৱক বগা হাঁহৰ সুসজ্জিত ৰথত পাঠশালাবাসীয়ে আদৰণি জনালে ।
    ইমান ব্যয়বহুল,৪ কিঃমিঃ দৈৰ্ঘ্যৰ বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা আগতে কেতিয়াও দেখা পোৱা নাছিলো।
    #pathsala #sahityasabha #assamsahityasabha #bajali
    #culturalrepresentation
    Please like, subscribe and share🙏🙏🙏
    ///////Thanks for watching ❤️////////

ความคิดเห็น • 8