বিপদে লগ এৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক?

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ม.ค. 2025

ความคิดเห็น • 291

  • @balendas4259
    @balendas4259 ปีที่แล้ว +79

    বালিলৈ যি পাত শৰ সুগ্ৰীবলৈ একেই পাত শৰ হব লাগে।

  • @sureshmohan8165
    @sureshmohan8165 ปีที่แล้ว +74

    মিছা কলে কি হব ৷ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস নোহোৱা হ’ল৷পাছতহে জানিম৷

    • @arupgoswami2297
      @arupgoswami2297 ปีที่แล้ว +1

      after 2024 দেখা পাব ।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw ปีที่แล้ว +126

    আইনত বিশ্বাস নাই ।জনতাই শিল দলিয়াই মাৰিব লাগে ।

    • @gitumanibarman6536
      @gitumanibarman6536 ปีที่แล้ว +3

      Ain himontoi buji pai jano, powa hle si jonmonir rabhar Kio niyai db nowarile low himontor hatot teok kone jelot vorab mekurir dingit tilinga aari diyar nicina kotha

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw 4 หลายเดือนก่อน

      লগতে সোঁৱে বাৱেঁ থকা বোৰকো ।কিন্তু অন্ধভক্তই বা কি কয় ?

  • @udairajbhattarai1251
    @udairajbhattarai1251 ปีที่แล้ว +30

    নেতাই ভূল কৰিলে জেল নহ হয় ,ফাচি হ'ব লাগে।সাধাৰণ ৰাইজে ভূল কৰিলে জেল হ,ব লাগে।নেতাৰ ভূলে লাখ2জন-গণক ভূললৈ নিয়ে হয়। 4:29

  • @darpandeka5141
    @darpandeka5141 ปีที่แล้ว +172

    আইন যদি সকলোৰে বাবে সমান হয় , তেতিয়াহলে মূখ্য মন্ত্ৰী হিমন্ত গ্ৰেপ্তাৰ হ'ব লাগে

    • @ASSAMBJP84730
      @ASSAMBJP84730 ปีที่แล้ว +4

      কৰি দেখা চোন চাও

    • @mukulbaruah1833
      @mukulbaruah1833 ปีที่แล้ว

      @@ASSAMBJP84730 Fassi habo.

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว +1

      পাৱাৰ যাৰ হাতত সিহে মেইন বাকি চব পুতুল😂

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 ปีที่แล้ว +2

      আইন সকলোৰে বাবে সমান সচা কথা, কিন্তু আইনৰ ৰক্ষক সকলেহে ইয়াক সমান হব নিদিয়ে । মই জানো অসমত এজনো (মাত্ৰ এজনো) আৰক্ষী নোলায় যিয়ে শাসকীয় দলৰ মূখ্যমন্ত্ৰী জনক উচ্চতম ন্যায়ালয়ৰ এপ্ৰিল মাহৰ নিৰ্দেশ মতে গ্ৰেপ্তাৰ কৰিব পাৰিব । গ্ৰেপ্তাৰ দূৰৈৰ কথা সোধাপোচাৰ বাবেও মাতিবলৈ সাহস নহব। কোনো আইন নমনা ৰাজনীতিকক শাস্তি দিয়াৰ শক্তি মাথোঁ ৰাইজৰ হাততে আছে।

    • @ASSAMBJP84730
      @ASSAMBJP84730 ปีที่แล้ว

      @@prabinmallabaruah8845 কৰিলে অসম উৰাই দিম

  • @newsassam24985
    @newsassam24985 ปีที่แล้ว +28

    গ্ৰেপ্তাৰ হʼব লাগে।

  • @pgoswami5378
    @pgoswami5378 ปีที่แล้ว +23

    মুখত যি আহে তাকেই কয়,সেয়াই হল বিড়াম্বনা।নিজকে অধিক শক্তিশালী বুলি
    ভাবে বাবেই হয়তো অহংকাৰ বাঢ়ি
    আহিছে।

  • @babulali3856
    @babulali3856 ปีที่แล้ว +80

    ঘৃণা বিয়পোৱা সকল এদিন নিজেই সকলোৰে ঘৃণাৰ পাত্ৰ হৈ যায় এয়া শাস্ত্ৰৰ কথা আৰু ই ফলিয়ায় ।

  • @urmideka2292
    @urmideka2292 ปีที่แล้ว +33

    জেল নহয় নৰকলৈ গলেহে বেছি শান্তি পাম।

  • @arupgoswami2297
    @arupgoswami2297 ปีที่แล้ว +27

    2024 পিছতহে বিছাৰ হব ।

  • @amulyasarma7390
    @amulyasarma7390 ปีที่แล้ว +65

    মাইকী লোভত ইমান মানুহক গুৰিয়াব নাপায় ইয়াক যি কোনো পকাৰে জেলত দিব লাগে

    • @JunaliDevi-g5i
      @JunaliDevi-g5i ปีที่แล้ว +5

      Yes ei manuhok bhut kosta dise

    • @mukulbaruah1833
      @mukulbaruah1833 ปีที่แล้ว

      Fassi diba lage. E HIV t koi maratmak virus.

  • @kamalkalita338
    @kamalkalita338 ปีที่แล้ว +50

    অসম আৰক্ষী এটিয়া অন্ধ্ৰ হৈ পৰিছে , সেয়েহে দেখা নেপাই মুখ্যমন্ত্ৰীৰ ভুল । সাধাৰণ লোকক কৰিব জানে এনকাওন্তাৰ

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว

      সাধাৰণ লোকক এনকাউন্টাৰ কৰা নাই কেৱল বাংলাদেশী চুৰ ডকাইট গেদাসোপাক হে কৰি আছে😂

  • @mantuhussain6183
    @mantuhussain6183 ปีที่แล้ว +36

    চোৰৰ এ চৰকাৰ, পুলিচে ও চোৰ.......... একো ফলাফল নহয়

  • @hndekari8011
    @hndekari8011 ปีที่แล้ว +12

    স্বেচ্ছাচাৰী শাসনত সকলো স্ব-ইচ্ছাৰেই চলে ৷ অপৰাধী যেতিয়া ৰজা হয় তেতিয়া সেই ৰজাক শিকলি পিন্ধাবলৈ ওলায় কোন ? অৱশ্যে, অপৰাধী সদায় অপৰাধীয়েই; আজি নহ’লে কালিলৈ শিকলি পিন্ধিবই লাগিব ৷ এয়ে সত্য ৷৷

  • @hemantapathak2307
    @hemantapathak2307 ปีที่แล้ว +42

    দেখা পোৱা গৈছে -দেশৰ ন্যায়পালিকাই খেনোক দেখি ৰান্ধে - বাঢ়ে, খেনোক দেখি দুৱাৰ ডাং দিয়ে।

  • @Bg22224
    @Bg22224 ปีที่แล้ว +26

    পুলিচ -আইন -কেৱল দুখীয়াৰ বাবে

  • @barasharajbangshi719
    @barasharajbangshi719 ปีที่แล้ว +94

    ঘৃণা ৰাজনীতি কৰা এই জনক ঘৃণাৰ চকুৰে চাব লাগে।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 ปีที่แล้ว +42

    সাংবাদিক সকলে আনৰ কথা কয়। কিন্তু এতিয়াও নাজিৰা থানাত তৰা গোচৰটো সম্পৰ্কত কি ব্যবস্থা লোৱা হল সেই ক্ষেত্ৰত সাংবাদিক সকলে ডি জি পিক লগ কৰি কিয় নোসোধে? আমি শীৰ্ষ আৰক্ষী বিষয়া জনৰ মতামত সাংবাদিকৰ যোগেদি জানিব বিচাৰোঁ । এতিয়াও সাংবাদিক সকলে ডিজিপিক লগ নকৰাৰ কাৰণ ৰাইজে থিকেই অনুমান কৰি আছে।

    • @sanatankalita9086
      @sanatankalita9086 ปีที่แล้ว +4

      আজিকালি সাংবাদিক সকলেও ক'লা চছমা পিন্ধে

    • @rastamali3718
      @rastamali3718 ปีที่แล้ว +1

      DeSot.bisar.nai.police.bahini.o..kana hoise kintu..besi din nai ai murkho cm.r..dosa.ki.hoy.sabo paribo.dei

  • @hiteshmahanta361
    @hiteshmahanta361 ปีที่แล้ว +3

    Congress zindabad ajp zindabad ajp zindabad ajp zindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @phanidharrabha8057
    @phanidharrabha8057 ปีที่แล้ว +10

    তাৰ নামটো কওতে "ডক্টৰ " সম্বধনটো উচ্চাৰণ কৰাটোৱেই পাপ । কিয়নো তাৰ সকলো ডিগ্ৰী -ডিপ্লমা পুনৰীক্ষণ কৰাৰ প্ৰয়োজন আছে বুলি বহুতে বিশ্বাস কৰে

  • @gunaramdas131
    @gunaramdas131 ปีที่แล้ว +2

    ঘৃণাই সামাজিক শান্তি বিনষ্ট কৰি অশান্তি বাতা বৰণ সৃষ্টিত সহায়
    কৰে।

  • @rakashdas9087
    @rakashdas9087 ปีที่แล้ว +20

    ভয় লাগিছে জেলত যাবলৈ

  • @monwarbarlaskar1793
    @monwarbarlaskar1793 ปีที่แล้ว +7

    Yes action should be tàken against Hemanta B Sharma

  • @njyotinjyoti7541
    @njyotinjyoti7541 ปีที่แล้ว +8

    এনেকৈ সকলো আইন চৰকাৰৰ‌ হাতত বিক্ৰী হৈ গ'লে কি হ'ব দেশৰ জনতা

  • @rahulaxom2603
    @rahulaxom2603 ปีที่แล้ว +10

    Akhet bule amar CM... thui..aru police e nije case toribo... Hobo diok.. 🙏🙏🙏

  • @jaihind8229
    @jaihind8229 ปีที่แล้ว +5

    Kindly take necessary action Hon'ble Supreme court

  • @prabhatchborah3751
    @prabhatchborah3751 ปีที่แล้ว +7

    *মেকুৰীৰ ডিঙিত তিলিঙা কোনে আৰিব।*
    উচ্চতম ন্যায়ালয়ে নিজাকৈ ব্যৱস্থা নললে ; আমি হাত সাবতি বহি থাকিব লাগিব যেন লাগিছে !

  • @asomiaasom6008
    @asomiaasom6008 ปีที่แล้ว +15

    ভাৰতীয় আইন আদালত সংবিধান প্ৰশাসন হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলা আইন আদালত সংবিধান প্ৰশাসনে হিমন্তৰ নিৰ্দেশত বিৰোধীক ধৰিবলৈ সদা সাজু হৈ থাকে ।হিমন্ত বিশ্ব শৰ্মাৰ একো নহয় কাৰণ হিমন্ত বিশ্ব শৰ্মাক আইন আদালত সংবিধান প্ৰশাসনে সেৱা কৰি ৰেহাই দিব একো নকৰে ,বৰং ওলোটাকৈ হিমন্তৰ বিৰুদ্ধে কোৱা লোককহে আইন আদালত সংবিধান প্ৰশাসনে ব্যৱস্থা লব ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว

      ১০০% শুদ্ধ কথা ই

    • @ASSAMBJP84730
      @ASSAMBJP84730 ปีที่แล้ว

      হিমন্ত দাক কিবা কৰিলে অসম উৰাই দিম

    • @asomiaasom6008
      @asomiaasom6008 ปีที่แล้ว

      @@ASSAMBJP84730সন্ত্ৰাসবাদী লিডাৰ হিমন্তক বছাবলৈ সন্ত্ৰাসবাদী কেদাৰ আহি গলি ভাবুকি দি লিডাৰ হিমন্তক বছাবলৈ ?

  • @rjlhan9842
    @rjlhan9842 ปีที่แล้ว +15

    আদালত BJP ৰ নেকি?

  • @karbipo6326
    @karbipo6326 ปีที่แล้ว +21

    আইন সকলোৰে বাবে সমান

  • @janardanbora2803
    @janardanbora2803 ปีที่แล้ว +10

    তেওঁ উপৰত গোচৰ ৰুজো কৰি থওক এনেও মধ্যপ্ৰদেশত চৰকাৰ সলনি হব তাৰ পৰা নিজেই বুজি পাব

  • @moinulhouque2602
    @moinulhouque2602 ปีที่แล้ว +13

    Truth is always suffering

  • @dadhirambrahma9355
    @dadhirambrahma9355 ปีที่แล้ว +10

    E jail jale ahom hanti hobo 🙏🙏🙏

  • @maotsetungboruah8398
    @maotsetungboruah8398 ปีที่แล้ว +4

    Jail darkar nai out of state

  • @udhabnath6856
    @udhabnath6856 ปีที่แล้ว +4

    চৰকাৰ নামৰ এই অত্যাচাৰী যন্ত্ৰটোক মানিবলৈ মন নাই।

  • @brajenkaman2017
    @brajenkaman2017 ปีที่แล้ว +16

    আইন সকলোৰে কাৰনে একে হ'ব লাগে।

  • @pritimalalagasupayeng4675
    @pritimalalagasupayeng4675 ปีที่แล้ว +13

    যাৰ ওচৰত পইচা আছে তাৰ হাততে aien

  • @manikchandradas7057
    @manikchandradas7057 ปีที่แล้ว +6

    এই পাগল পলিতিচিয়ান বিলাকৰ জেগা হব লাগে পাগলা ফাটেকৰ পোতাশালত কেলা। 😡😡😡😡😡

  • @rajudutta7246
    @rajudutta7246 ปีที่แล้ว +17

    কালা পানীলৈ নি তাক।

  • @bimalnath867
    @bimalnath867 ปีที่แล้ว +16

    Send him jailhouse soon. F IR against him

  • @NasiurRahman-zv6vu
    @NasiurRahman-zv6vu ปีที่แล้ว +16

    Adin bahut bea din ahibo eyar

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว

      😂গেদাসোপা খতম হোৱাৰ পিছত হ'লে No problem😂

  • @giasuddinahmed9756
    @giasuddinahmed9756 ปีที่แล้ว +5

    আৰক্ষীৰ চাকৰি যাব।

  • @himantachetia1919
    @himantachetia1919 ปีที่แล้ว +5

    Good news

  • @TCF573
    @TCF573 ปีที่แล้ว +2

    Supreme Court a ki kori ase

  • @birendeka5674
    @birendeka5674 ปีที่แล้ว +3

    Law should be done applicable to all

  • @belateepertin7118
    @belateepertin7118 ปีที่แล้ว +2

    মিছলীয়াই নিজৰ বিপদ অনাটোও স্বাভাৱিক.

  • @uttamgogoi1128
    @uttamgogoi1128 ปีที่แล้ว +1

    A mojja val kotha

  • @jakirjakir8451
    @jakirjakir8451 ปีที่แล้ว +1

    ❤❤❤

  • @taradoi7957
    @taradoi7957 3 หลายเดือนก่อน

    নিশ্চয় মই হিমন্ত বিশ্ব শমা'ৰ জেইল হলে ভাল পাম মই অসমীয়া হিচাপে কৈছো ।

  • @nitudeka-ks1sc
    @nitudeka-ks1sc ปีที่แล้ว +22

    পাগলটো জেললৈ গলেহে উশাহ পাম

  • @jogeshkalita4610
    @jogeshkalita4610 ปีที่แล้ว +9

    Afrikar ghan jangalat ari diba lage.

  • @syedjeherulislam2938
    @syedjeherulislam2938 ปีที่แล้ว +1

    Constitution ase jodi arrest hobo......

  • @chittunrabharabha605
    @chittunrabharabha605 ปีที่แล้ว +4

    Yes

  • @Luknan-nr3nh
    @Luknan-nr3nh 3 หลายเดือนก่อน

    Mukhymantri mantri Sharma Lage❤

  • @arjunhanse779
    @arjunhanse779 ปีที่แล้ว +1

    Aain hokolu babe homan

  • @abdulsahad8615
    @abdulsahad8615 ปีที่แล้ว +1

    Himontoi nijei 10 Janpath jolai nidorkhon dekhuwabo lage.tetia he bormota bulim

  • @shyamsullaskar5398
    @shyamsullaskar5398 4 หลายเดือนก่อน

    অতি সত্বর আইনি ব্যবস্থা নেওয়া দরকার

  • @anildutta8108
    @anildutta8108 ปีที่แล้ว +5

    Uncontrol mind language should be punishable

  • @KarunaTopno-e6k
    @KarunaTopno-e6k 3 หลายเดือนก่อน

    rit❤❤❤❤❤❤❤❤❤❤

  • @bijoynath5506
    @bijoynath5506 ปีที่แล้ว +4

    Aanok encounter kore
    Cm ki hobo?

  • @KarunaTopno-e6k
    @KarunaTopno-e6k 4 หลายเดือนก่อน

    ok.ok.ok.❤❤❤❤❤❤

  • @DeepankarGayan-nt4es
    @DeepankarGayan-nt4es ปีที่แล้ว +1

    আইন বৰ্তমান বিজেপিৰ মতে চলে।

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว

      😂একদম ঠিক আৰু চলিবয়ে লাগে

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml ปีที่แล้ว

    যদি আইনৰ সুৰুঙাইদি সাৰি যায় তেনেহলে ৰাইজে ধৰিলেই হল এই জনক।

  • @dilipchandradas2292
    @dilipchandradas2292 ปีที่แล้ว +3

    এতিয়াৰ ক্ষোভৰ জুইকুৰা নিৰ্বাচনৰ সময়ত নুমাবলৈ নিদিবচোন।

    • @xavier6231
      @xavier6231 ปีที่แล้ว +1

      💯 👌 kotha koise. Pise akha korbo nowari .🤔🤔

  • @anilgoswami2238
    @anilgoswami2238 ปีที่แล้ว +2

    ভাৰতীয় আইনৰ "উৰ্ধত" কোন কোন ??????????????

  • @disivraj6265
    @disivraj6265 ปีที่แล้ว

    Let himanta Biswa Sharma in jail

  • @Sanuda90
    @Sanuda90 ปีที่แล้ว

    Yes,,himu mama basi jabo,,aami miya,,, mamar logot hodai aasu👍👍

  • @babitatalukdar8541
    @babitatalukdar8541 ปีที่แล้ว

    Law not for poor person.

  • @ranjitgogoi7431
    @ranjitgogoi7431 ปีที่แล้ว +1

    Ako korib nuware aji dinat himantok

  • @traveler590
    @traveler590 ปีที่แล้ว +1

    👍👍👍👍👍👍👾

  • @samudrahazarika110
    @samudrahazarika110 ปีที่แล้ว

    He should be punished. Ohonkarir poton nischit

  • @asslaskarlaskar
    @asslaskarlaskar 3 หลายเดือนก่อน +1

    Himonta bjp hotaw Assam India basaw

  • @Anowarhussain-v5u5p
    @Anowarhussain-v5u5p ปีที่แล้ว +1

    Himanta kokor hoy kokor

  • @GopalChRabha
    @GopalChRabha ปีที่แล้ว

    Mama Mami Mati Kelengkariৰ বাবে মাঠা গৰম হৈ আছে।
    মামাক লোপ ৰেহাই দিয়কহে

  • @hiheloByby6902
    @hiheloByby6902 ปีที่แล้ว +1

    If opposition leader can be send to trial... There is no exception for this Clown to be send for trial.... Otherwise Law will be just a joke in this country 😂.... No Jokers MPS and MLAs are above the law

  • @KhairulAli-k6r
    @KhairulAli-k6r 4 หลายเดือนก่อน

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @moinulhaque6391
    @moinulhaque6391 2 หลายเดือนก่อน

    No problem,BJP

  • @AlomAli-z2x
    @AlomAli-z2x 4 หลายเดือนก่อน

    👍👍👍👌

  • @dhurbadas7777
    @dhurbadas7777 ปีที่แล้ว +2

    Mama hoi gol aru tumar

  • @MostburRahman
    @MostburRahman 3 หลายเดือนก่อน

    Yes sir

  • @anildutta8108
    @anildutta8108 ปีที่แล้ว

    Mohapapi CM

  • @LillaBarwa
    @LillaBarwa 3 หลายเดือนก่อน

    আমি গন বিখুভ কৰিম আমাক এনে মূখ্য মন্ত্রী লাদে

  • @harjatali3363
    @harjatali3363 3 หลายเดือนก่อน

    সময়ত যাবো

  • @RajobAli-ud2hy
    @RajobAli-ud2hy 3 หลายเดือนก่อน

    😂😂😂😂😂Nice😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @alimuddin-gw2vy
    @alimuddin-gw2vy 3 หลายเดือนก่อน

    Right

  • @My.Deare.ALI.GAMING
    @My.Deare.ALI.GAMING 3 หลายเดือนก่อน

    Oks

  • @rupanta-tu8vu
    @rupanta-tu8vu ปีที่แล้ว +3

    Assam police ki hol... Ne hklu CM a control kore

  • @AbdulMalek-t8l
    @AbdulMalek-t8l 15 วันที่ผ่านมา

    Gs😮🎉

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 หลายเดือนก่อน

    বহুতো কেলেংকাৰী মুখ্যমন্ত্ৰী চৰকাৰ চলাই আছে গতিকে প্ৰশাসনে বেবস্তা ল'ব নোৱাৰে

  • @PodumHazarika-y4l
    @PodumHazarika-y4l ปีที่แล้ว +2

    Ki Hol G P Singh .Mohudoi Kiba Ata Korak

  • @AminulIslam-pj3hi
    @AminulIslam-pj3hi 3 หลายเดือนก่อน

    হহিমন
    হিমন্তক গেৰেপতাৰ কৰি জলত ভৰাব লাগে ৴,,

  • @syedaellinnahar1995
    @syedaellinnahar1995 ปีที่แล้ว

    হিমন্ত মূৰৰ ওপৰত উঠিলে অসমৰ ৰাইজৰ কাৰনে। এতিয়া ৰাইজে এৰা দিছে। পৰিলেও এওক আৰু ধৰিব নাই। পৰক , ঠেকেছা খালেহে গম পাব, অসমৰ ৰাইজৰ কথা। হিন্দু __মুছলমান কৰিয়েই বছৰ কেইটা পাৰ কৰি আছে !!! শিলৰ সাকোঁ উছেদৰ কাহিনী বহুত বেছি দুখ লগা।

  • @MohdRihan-d6o
    @MohdRihan-d6o 2 หลายเดือนก่อน

  • @ParamaSaikia-kw8qk
    @ParamaSaikia-kw8qk ปีที่แล้ว +1

    CM Dangoryak arrast kora Kar hahokh ase

  • @RahulDas-ks9fe
    @RahulDas-ks9fe 3 หลายเดือนก่อน

    BJP go back

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 ปีที่แล้ว

    হিমন্তই OVER SMART SCHEME--ৰ Award-ৰ দৌৰত গণতন্ত্ৰ,ধৰ্মনিৰপেক্ষতা,অসমৰ সি মূৰ চোবোৱা(the dropped posts of the recently provincialized schools) আৰ্তজনৰ ভোকাতুৰ আৰু ৰোগীীয়া প্ৰাণবোৰ,অসমৰ হোজালোক আনকি পুলিচ আদালতকও কেৰেপ নকৰা হোৱাৰ Award পোৱাটো আমি বিছাৰিছো।

  • @HobibAhmed-k8k
    @HobibAhmed-k8k 3 หลายเดือนก่อน

    Yes it is carat

  • @KhusidAli-b3b
    @KhusidAli-b3b 2 หลายเดือนก่อน

    Mainu4

  • @paskalkachwa7578
    @paskalkachwa7578 4 หลายเดือนก่อน

    Ok

  • @pramodBora-i8r
    @pramodBora-i8r 2 หลายเดือนก่อน

    Now a days no Faith at all on the Justices.