খণ্ড 2 শ্ৰী কৃষ্ণই যদু বংশৰ ধ্বংস কিয় কৰিলে || ব্যাখ্যাকাৰ অনিল তাঁতী Anil tanti bhagawat path ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • ব্যাখ্যাকাৰ অনিল তাঁতী
    নাৰায়নপুৰ বৰপথাৰ
    অনিল বৰুৱা বাপজনাৰ গৃহত
    Anil tanti bhagawat path
    ©️ Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

ความคิดเห็น • 84

  • @NiruDevi-td3hn
    @NiruDevi-td3hn 5 หลายเดือนก่อน +3

    Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏❤

  • @user-vq4eq8it3j
    @user-vq4eq8it3j 3 หลายเดือนก่อน +2

    Krishna Krishna....bahut val lagil

  • @atulchdas1620
    @atulchdas1620 หลายเดือนก่อน +2

    Krishna bap pranam.....

  • @user-jx9mj9ws8o
    @user-jx9mj9ws8o 6 หลายเดือนก่อน +2

    Krishno krishno Bap

  • @jadavgogoi4008
    @jadavgogoi4008 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    সমস্ত জনলৈ মহাঅধমে সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @rikugogoi3759
    @rikugogoi3759 ปีที่แล้ว +1

    Sumitra Gogoi
    Krishna Krishna Krishna He param Kripalu Bapjan Bhagawatar bar sundar updesh dile deai bahut val lagil kathabor suni Krishna pranam janalo aaponak Krishna

  • @mainawbora39
    @mainawbora39 11 หลายเดือนก่อน +1

    Krishna Krishna Krishna

  • @rumineogborah-rr6bu
    @rumineogborah-rr6bu ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন সুনি বহুত ভাল লাগিল আমি মহা পাপি কৃষ্ণৰ চৰণত শত কুতি প্ৰমাণ জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏।

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 ปีที่แล้ว +2

    Krishna Krishna Krishna Oum santi santi santi 🙏🙏🙏🙏

  • @ankitagogoi9376
    @ankitagogoi9376 ปีที่แล้ว +3

    Krishna Krishna provu sewa jonalu Krishna 🙏🙏🙏

  • @tapansaikia3114
    @tapansaikia3114 9 หลายเดือนก่อน +1

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @arpanaborah375
    @arpanaborah375 ปีที่แล้ว +3

    Krishna krishan 🙏🙏🙏🙏🙏

  • @keshabbora7742
    @keshabbora7742 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhaskardas972
    @bhaskardas972 10 หลายเดือนก่อน +1

    Ram Krishna Prabhu baap jon 🙏🕉️

  • @bharatinformation.4483
    @bharatinformation.4483 9 หลายเดือนก่อน +2

    কৃষ্ণ

  • @achyutkumargogoi1837
    @achyutkumargogoi1837 ปีที่แล้ว +3

    Joy Krishna Joy Krishna Pranam

  • @pratimagogoi
    @pratimagogoi 9 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @Sistryhazarika5761
    @Sistryhazarika5761 4 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ,কথা। সুনি আমোদ লাগে

  • @IlumoniDuarah-id6pp
    @IlumoniDuarah-id6pp 9 หลายเดือนก่อน +1

    Krishna krishna 💚

  • @chitramalkakati4332
    @chitramalkakati4332 ปีที่แล้ว +3

    Krishna Bap Iswar, suni anandit holo, krishna krishna krishna,

  • @barnalidas7784
    @barnalidas7784 ปีที่แล้ว +3

    Krishna Krishna Krishna Krishna bap

  • @user-nu6wh6kw5b
    @user-nu6wh6kw5b ปีที่แล้ว +1

    Krishna bap

  • @junumech7558
    @junumech7558 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ

  • @rekhagogoi322
    @rekhagogoi322 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ শতকোটি প্ৰণাম জনালো 🙏🙏 ।

  • @kamalpayeng4938
    @kamalpayeng4938 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰনাম🙏

  • @jinudeka7969
    @jinudeka7969 10 หลายเดือนก่อน +1

    Krishna Krishna bap.❤❤

  • @debojitneog502
    @debojitneog502 ปีที่แล้ว +1

    Krishna Krishna Tati baap🙏🙏🙏

  • @user-bo4pn7cu9w
    @user-bo4pn7cu9w ปีที่แล้ว +3

    Krishna Krishna Pronam 👏👏🌷🌷🙏🙏🌷🌷🙏🙏🌷🌷🙏🙏🙏

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 ปีที่แล้ว +1

    কৃষ্ণ 🙏

  • @padmanathkutum7730
    @padmanathkutum7730 ปีที่แล้ว +1

    Krishna Krishna Bap 🙏🙏

  • @Ridipaxom
    @Ridipaxom 11 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগি নিবেদিলো ।জয় গুৰু শঙ্কৰ

  • @DipangkarBishya
    @DipangkarBishya ปีที่แล้ว +1

    কৃষ্ণ বাপ

  • @TankeswarDeka-rn8li
    @TankeswarDeka-rn8li ปีที่แล้ว +1

    Ramrampravo SIPAJHAR🌹🌹🌹🌹

  • @tankeswardeka6070
    @tankeswardeka6070 ปีที่แล้ว +1

    Ram krishna pravo sipajhar 🌻🙏🌷🥀🙂🥀🙏

  • @bhumitabora2496
    @bhumitabora2496 ปีที่แล้ว +3

    Krishna Krishna

  • @user-ro8fo3qt8j
    @user-ro8fo3qt8j 10 หลายเดือนก่อน +1

    কৃষ্ণ বহুত ভাল লাগিল

  • @hemalatakoch9204
    @hemalatakoch9204 ปีที่แล้ว +1

    Krishna sundar hoise bapjana

  • @minatimech4993
    @minatimech4993 ปีที่แล้ว +3

    Krishna Krishna Krishna baap

  • @ankurentertainment2791
    @ankurentertainment2791 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏🙏🙏

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do ปีที่แล้ว +1

    Jai shri Krishna 🙏 ❤

  • @nirjurajgogoi319
    @nirjurajgogoi319 11 หลายเดือนก่อน +1

    কৃষ্ণ ৷

  • @Mampy__official
    @Mampy__official 9 หลายเดือนก่อน +2

    🙏🙏🙏

  • @hirabora-wq2pw
    @hirabora-wq2pw ปีที่แล้ว +1

    হে, বাপ অতি মহা অম্ত

  • @user-yc1xk5iy4m
    @user-yc1xk5iy4m 11 หลายเดือนก่อน +1

    Krishna Krishna bapjana seya janiso

  • @user-go3lx4hm3j
    @user-go3lx4hm3j ปีที่แล้ว +1

    Karertal Barpeta Krishna krishna

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +1

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @rinakutumpegu1427
    @rinakutumpegu1427 ปีที่แล้ว +2

    🙏 Krishna Krishna Krishna Krishna.

    • @namitadas4731
      @namitadas4731 ปีที่แล้ว

      Krishna Krishna bap Hiya Sui jowa bakhya. Eman sumodhur.

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd ปีที่แล้ว +3

    Krishna krishna baap shwa gonalu

  • @smritiborah1420
    @smritiborah1420 10 หลายเดือนก่อน +1

    সচাঁকৈ বহুত ভাল লাগে ভাগৱত শুনি ধন্যৱাদ আপুনি ভিডিয় যোগে আমালৈ আগবঢ়াই দিয়া বাবে❤🙏🙏🙏

  • @mamoniphukan3807
    @mamoniphukan3807 11 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ, অমৃতময় ভাগবত কথা পান কৰি ধন্য হ'লো ,বাপ জনাক অশেষ ধন্যবাদ ।প

  • @prahladchetia4233
    @prahladchetia4233 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @abmonty7274
    @abmonty7274 ปีที่แล้ว +2

    Krishna🙏🙏🙏

  • @kishordas2331
    @kishordas2331 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ!!@
    বাপজনাৰ পদ্মমুখে ভাগৱতৰ অমৃতৰস পান কৰি ধন্য হলো।
    কৃষ্ণ কৃষ্ণ!!

  • @user-yf1lg8zs5x
    @user-yf1lg8zs5x 6 วันที่ผ่านมา

    Krishnan Krishna

  • @nibirsaikia686
    @nibirsaikia686 11 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ ❤🙏

  • @mainabordoloi2479
    @mainabordoloi2479 ปีที่แล้ว +5

    কৃষ্ণ, সকলো ভকত বৈষ্ণৱ প্ৰভু সকললৈ সন্ধিয়াৰ ভক্তিভৰা সেৱা জনালো🙏🙏🙏

    • @rupkantapathori9666
      @rupkantapathori9666 ปีที่แล้ว

      মহা মানৱ মহাত্মা গান্ধীয়ে কৈছিল মানুহৰ সেৱাৰ যোগেদিহে ভগৱানক পাব বিছাৰো কাৰন পৃথিৱীতো নাই আকাশতো নাই ভগৱান।মা দেউতাকক সেৱা কৰা মানেই ভগৱানক সেৱা কৰা।

  • @poragboruah4156
    @poragboruah4156 ปีที่แล้ว +3

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @kumudgayan1664
    @kumudgayan1664 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ অমৃতময় ভাগৱত বাখ্যাই সকলোৰে অন্তৰত কৃষ্ণ ভক্তিৰ পৰিবেশ ৰচনা কৰে, সেয়ে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @deepjyotihatimuria5311
    @deepjyotihatimuria5311 ปีที่แล้ว +6

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @Beridabon
    @Beridabon ปีที่แล้ว +2

    ᴋʀɪꜱʜɴᴀ

  • @asomiaasom6008
    @asomiaasom6008 ปีที่แล้ว +3

    পৰমেশ্বৰ একেশ্বৰ শ্ৰীহৰিৰ প্ৰকাশমান তিনিস্বৰূপ ব্ৰহ্মা বিষ্ণু মহেশক শ্ৰীহৰিৰ পৰা বেলেগ বেলেগ পৃথক বুলি ভবা লোকে যিমানেই গীতা ভাগৱতৰ শ্লোক পদ আওৰাই নাথাকক তেওঁ একো নাজানে ভাটৌৰ দৰে ।ও হৰি ও ৰাম ।
    পুৰাণ আৰু চৰিত পুথিৰ তথ্যমতে গুৰু শংকৰদেৱ শিৱ শংকৰ মহেশ মহাদেৱৰ অৱতাৰ ।পুৰাণ গ্ৰন্থ আৰু শংকৰ চৰিত পুথিত সূন্দৰকৈ উল্লেখ আছে ভালকৈ চাব ও হৰি ও ৰাম ।
    সংস্কৃত ভাগৱতৰ ১৮ হাজাৰ শ্লোকৰে ৪ হাজাৰ শ্লোক কৃষ্ণ নাম নহোৱাকৈ লিখিছে আপোনাৰ মতে ব্যাসও মুৰ্খ অজ্ঞ মন্দমতিয়েই আছিল কাৰণ চাৰি হাজাৰ শ্লোক বোজা আবৰ্জনা কৰি লিখিছিল যাৰ বাবে শংকৰদেৱে কৃষ্ণ নামহীন আবৰ্জনা শ্লোক অসমীয়া ভাগৱতত আতৰালে পিছে বাপ কথাটো সঁচানে শুদ্ধনে ?আতৰোৱা চাৰি হাজাৰ শ্লোকত সঁচাকৈ কৃষ্ণ বিষ্ণু হৰিৰ নাম নাছিল নেকি ? শংকৰদেৱে আতৰোৱা চাৰিহাজাৰ শ্লোক সংস্কৃত ভাগৱতৰ পৰা বিচাৰি উলিয়াই চাবচোন বাপ সেই চাৰি হাজাৰ শ্লোকত ঈশ্বৰ হৰি বিষ্ণু কৃষ্ণৰ নাম আছেনে নাই ? আপোনাৰ মন্তব্যটো ভুল যেন লাগিছে ।
    গীতা ভাগৱতত পাইছো ঈশ্বৰ হৰিৰ অৰ্থে কৰা সকলো কাৰ্যই ঈশ্বৰ হৰিৰ কায্য হয় শুদ্ধ কাৰ্য হয় তেনেহলে গীতা ভাগৱত ঈশ্বৰ হৰি কৃষ্ণই কৈছে সকলো দেৱ দেৱীৰ স্বৰূপত মই জগতৰ কাৰ্য কৰি আছো সকল দেৱ দেৱী মোৰেই বিভুতি স্বৰূপ সেয়ে ঈশ্বৰৰ বিভুতি স্বৰূপ দেৱ দেৱীক ভজা বা ভজা ভক্তৰ লগত একেলোগ হোৱা বাবে আপোনাসবৰ শংকৰী ধৰ্ম আৰু মহন্ত সকল অশুচি অশুদ্ধ হৈছে আপোনালোকৰ শংকৰী একশৰণ ধৰ্ম ইমান আলোসুৱা ঠুনুকানে ??? আপোনাসব শংকৰী একশৰণীয়া ধৰ্ম আৰু একশৰণীয়া কৃষ্ণ ভক্ত বৈষ্ণৱ সবৰ বাবে ঈশ্বৰ হৰি বিষ্ণুৰ বিভুতি স্বৰূপ শ শ কৌটি লোকৰ আৰাধ্য দেৱ দেৱী অশুচি অশুদ্ধ হৈ সৃষ্টি হৈছিলনে ???তাতী বাপ আপোনাসবৰ দেৱ দেৱী তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান মুণ্ডন নিন্দা ঘৃণা বিৰোধিতা কৰা কৃষ্ণত একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম অসমত প্ৰচলন হোৱা পাঁচশ বছৰ হে হল তাৰ আগত কিন্তু আমি সকলো একে সমান আছিলো গতিকে বৰ বেছি অতিৰঞ্জিত কৰি অসহিষ্ণু হৈ ব্যাখ্যা কৰি হাহিয়াতৰ পাত্ৰ নোহোৱাই ভাল ।কম বেছি পৰামানে সকলোৱে গীতা ভাগৱত জানে পঢ়িছে, ধৰ্ম কি ,শুদ্ধ সত্য কি জানে বাপ ।আও হৰি আও ৰাম ।
    ঈশ্বৰ সৰ্বব্যাপী বিৰাজমান যিহেতু সকলোকে ঈশ্বৰ হৰি বিষ্ণু জ্ঞান কৰি যদি কোনোৱাই সৰ্বশাস্ত্ৰ সন্মত বেদবিহিত ভক্তি ধৰ্মৰে ঈশ্বৰ হৰি বিষ্ণুৰ বিভুতি স্বৰূপ গণেশ বিশ্বকৰ্মা লক্ষ্মী সৰস্বতী শিৱক ভজিলে অশুচি অশুদ্ধ অকৰ্ম পাপকৰ্ম নহয় তাতী বাপ আপুনি যে কলে অন্য দেৱ ভক্ত সকলোৰ বাবে আপানাসবৰ শংকৰী একশৰণ বৈষ্ণৱ ধৰ্ম কলুষিত নহয় আপোনালোকও মায়াময় জগতৰ মায়াত বন্দী জীৱহে ঈশ্বৰ বা অন্য পৃথক প্ৰাণী নহয় ।আপুনিও কব নোৱাৰে আপুনিয়েই শুদ্ধ সত্য নিস্পাপ ভকত আৰু মুক্তি পাব বৈকুণ্ঠত যাব বুলি ।গতিকে অতিৰঞ্জিত কৰি কৈ বিৰোধ বিদ্বেষ নিন্দা নকৰাই ভাল সমাজৰ মংগলৰ বাবে ।কেৱল ঈশ্বৰেহে জানে কোন ভক্ত কোন অভক্ত ।
    আপোনাৰ তীৰ্যক অসহিষ্ণু নিন্দাবাদ বিৰোধ মন্তব্য ব্যাখ্যা শুনি ভাব হৈছে আপুনি একান্ত শুদ্ধ সত্য বৈষ্ণৱ নহয় এজন গীতা ভাগৱতৰ শ্লোক পদ ভুলে শুদ্ধই আওৰাই থকা ভাগৱত ব্যাখ্যাকাৰী অভিনেতাহে ।আও হৰি খাও ৰাম ।

    • @AnilTantibhagawat
      @AnilTantibhagawat ปีที่แล้ว +1

      Apuni muk phone number dibo Krishna 🙏 logote apuni muk matak nohale apunak moi matim ahibone Prabhu jodi apuni hastra Jane adin duu aklage sastratha korim jagtu nirbasan kora tumar khmata ase jodi ,,oh hori Oram,,aney sale bare kubai coment di nathakiba dam ase jodi mukha mukhi huaa ,,,,,, o hori o Ram,,,

    • @AnilTantibhagawat
      @AnilTantibhagawat ปีที่แล้ว +1

      Krishna phone number dibo bap

    • @asomiaasom6008
      @asomiaasom6008 ปีที่แล้ว +1

      @@AnilTantibhagawat বাপ এদিন নিশ্চয় মুখামুখি হম । মুখামুখিকৈ সংস্কৃত গীতা ভাগৱত পুৰাণ মেলি তথ্য লৈ আলোচনা কৰিম ।পিছে বাপ মই লিখা তথ্যবোৰ কথাবোৰ সঁচা মিচা ভুল শুদ্ধ একো মন্তব্য নকৰিলে যে ? ও হৰি ও ৰাম ।🙏

    • @AnilTantibhagawat
      @AnilTantibhagawat ปีที่แล้ว +1

      @@asomiaasom6008 apuner nijoar daykhta dekhu lukar logat lagi homi norata nakrajen oti hunkale log puar ahare,amr jodi hidanta bhul tane hajar hajar Manu amak adari Noli prbhu apuner dare pondit bramony kormo kandi hori nam dharma dhakibo ajiu biasre hai karane Tanti aru pranjeet dore arbhi bhab hoisae ,,,o Hori o Ram

    • @AnilTantibhagawat
      @AnilTantibhagawat ปีที่แล้ว +1

      Aru phone number dibo Krishna logate jagtu nirbasan kora mohle ami nirmant jonam apuni nisat ahibone Prabhu jodi apuner khamota ase

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 ปีที่แล้ว +1

    Krishna 🙏 provu sewa jonalu,guru kripa houk Krishna 🙏 সমস্ত বাপ আৰু আই লৈ সেৱা জনালোঁ কৃষ্ণ

  • @tapansaikia3114
    @tapansaikia3114 9 หลายเดือนก่อน +1

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @user-bm8oq1hn7l
    @user-bm8oq1hn7l 10 หลายเดือนก่อน +1

    🙏🙏🙏

  • @dipisaikia287
    @dipisaikia287 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ