অনিল তাঁতী এক শৰণ ধৰ্মলৈ কেনেকৈ আহিল নিজৰ মুখে সত্য কথা জানো আহক

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • #অনিল_তাঁতী_এক_শৰণ_ধৰ্মলৈ_কেনেকৈ_আহিল
    নিজৰ_মুখে_সত্য_কথা_জানো_আহক
    #ভাগৱত_পাঠ_ও_ব্যাখ্যা
    ©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike (অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব )

ความคิดเห็น • 62

  • @NiruDevi-td3hn
    @NiruDevi-td3hn 7 หลายเดือนก่อน +2

    Krishna krishna bap pranam janalo krishna ❤

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 21 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @paragbharali4572
    @paragbharali4572 หลายเดือนก่อน +1

    আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো

  • @DipenKalita-bu8ty
    @DipenKalita-bu8ty ปีที่แล้ว +1

    সেৱা গ্ৰহণ কৰিব

  • @user-lr4ti5me7e
    @user-lr4ti5me7e 12 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ

  • @user-ol1qq8px2m
    @user-ol1qq8px2m ปีที่แล้ว +1

    Harekrishna

  • @subhadramili4433
    @subhadramili4433 8 หลายเดือนก่อน +1

    Joi guru sankar

  • @dulalsaikia632
    @dulalsaikia632 ปีที่แล้ว +1

    Krishna Krishna bap bahut Sundar ......

  • @gobinborah4593
    @gobinborah4593 8 หลายเดือนก่อน +1

    Krishna krishna🎉

  • @satyajitsvlogs1435
    @satyajitsvlogs1435 7 หลายเดือนก่อน +1

    আপোনাৰ বাখ্যা শুনি আমনি নালাগে❤❤❤

  • @bhabensaikia6900
    @bhabensaikia6900 5 หลายเดือนก่อน +1

    কৃষ্ণ সুন্দৰ

  • @indiradas2117
    @indiradas2117 8 หลายเดือนก่อน +1

    কৃষ্ণ বাপ , বহুত ভাল লাগিল । কৃষ্ণ 🙏

  • @sabitamahanta4652
    @sabitamahanta4652 ปีที่แล้ว +1

    Joy Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna❤❤❤❤

  • @lkbawri8480
    @lkbawri8480 ปีที่แล้ว +6

    🙏 Krishno Bap🙏

  • @deepadas4
    @deepadas4 ปีที่แล้ว +1

    কৃষ্ণ ।

  • @subalkumarkalita6273
    @subalkumarkalita6273 ปีที่แล้ว +6

    তাতী বাপৰ ব্যাখ্যা শুনি খুব ভাল লাগিল। পিছে ভকত সকলৰ কিছু অংশ ই কেতিয়া খাব পাম এনে ভাবত থকা যেনহে লাগিল। পাঠ চলি থকা অৱস্থাত তামোলৰ পকনি ভাল লগা হোৱা নাই।

  • @kabitadas61
    @kabitadas61 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @minatidevi1064
    @minatidevi1064 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ জনা

  • @kilipp7870
    @kilipp7870 ปีที่แล้ว +2

    Krishn krishn krishn 🙏🙏🙏

  • @MonjitBorah-nf4gr
    @MonjitBorah-nf4gr ปีที่แล้ว +1

    Ponam bap guru

  • @kalpanahazarika7631
    @kalpanahazarika7631 ปีที่แล้ว +3

    বৰ ভাল লাগিল প্ৰভু। প্ৰণাম।সেৱা গ্ৰহণ কৰিব।

  • @mohongogoi8218
    @mohongogoi8218 ปีที่แล้ว +1

    Krishna. Krishna. Krishna. Ram. Ram. Ra

  • @khanintalukdar2252
    @khanintalukdar2252 8 หลายเดือนก่อน +1

    Jay sree Ram 🌹🌺🙏

  • @manojneog785
    @manojneog785 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @ekosoronom1821
    @ekosoronom1821 ปีที่แล้ว +2

    সেৱা জনালোঁ বাপ ৷কৃষ্ণ ৷

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do 11 หลายเดือนก่อน +2

    হে মহান আত্ম আপোনাৰ মুখেৰেই কৃষ্ণৰ অমৃত কথা শুনিব পাই বৰ ভাল লাগিল কৃষ্ণ 🙏❤

  • @r.saikia3334
    @r.saikia3334 ปีที่แล้ว +2

    Krishna Krishna Krishna Krishna🙏🙏🙏🙏

  • @sewalibora7160
    @sewalibora7160 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Ridipaxom
    @Ridipaxom ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগি নিবেদিলো

  • @jayantaraychoudhury1506
    @jayantaraychoudhury1506 ปีที่แล้ว +2

    জয় গুৰু শঙ্কৰ

  • @nialifestyle2482
    @nialifestyle2482 ปีที่แล้ว +2

    জয় গুৰু শংকৰ ।।সেৱাহে ।।

  • @daisyrabha2343
    @daisyrabha2343 ปีที่แล้ว +1

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏

  • @lalitboruah6628
    @lalitboruah6628 ปีที่แล้ว +2

    Tanti bap Krishna Krishna Jai jagat guru sirmanta Sankar deb.😊😊

  • @anandaramgowala6634
    @anandaramgowala6634 ปีที่แล้ว +2

    Well versed in Sashtra! Use of other language particularly English may perhaps be avoided to maintain the dignity of the Dharma Sashtras.

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @nirusaikia7631
    @nirusaikia7631 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏 🙏
    জয় গুৰু শঙ্কৰ 🙏 🙏 তাঁতী বাপ জনাৰ সহিতে সমস্ত বাপ আৰু আইসকললৈ ভক্তি ভৰা সেৱা নিবেদিলো।🙏 🙏

  • @kalpananath3301
    @kalpananath3301 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব

  • @sabitamahanta4652
    @sabitamahanta4652 ปีที่แล้ว +1

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna sewa nibedisu❤

  • @aparajitatamuli7273
    @aparajitatamuli7273 ปีที่แล้ว +3

    ❤ কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ ❤❤❤❤

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว +2

    Krishna Krishna bap bhal bhal Krishna Krishna.

  • @riyadasvlog8304
    @riyadasvlog8304 9 หลายเดือนก่อน

    আপোনাৰ ব্যখ্যাবোৰ শুনি বহুত ধুনীয়া ভাল লাগে প্ৰভূ 🙏🌸 জয় গুৰু শঙ্কৰ 🙏🌸

  • @dipisaikia287
    @dipisaikia287 ปีที่แล้ว +1

    জয় জগত গুৰু শংকৰদেৱৰ

  • @Beridabon
    @Beridabon ปีที่แล้ว +1

    𝒦𝓇𝒾𝓈𝒽𝓃𝒶

  • @anjalibaruah7669
    @anjalibaruah7669 ปีที่แล้ว +1

    কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏

  • @dilipsaikia6452
    @dilipsaikia6452 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ অাই

  • @nilimapathak4130
    @nilimapathak4130 ปีที่แล้ว +1

    Krishna o Hari o ram❤🙏🙏

  • @nirabphukan5356
    @nirabphukan5356 ปีที่แล้ว +2

    কৃষ্ণ ; তাতিঁ বাপজনালৈ লগতে ভকত সকললৈ সেবা ধৰিছো ।জয়গুৰু শংকৰ ; জয়তু শংকৰ সংঘ কৃষ্ণ ।

  • @dibyajyotiborthakur2963
    @dibyajyotiborthakur2963 ปีที่แล้ว +2

    Ami aibur namanu ami kali puja koru.jai maa kali jai maa kamakhya.

  • @minatimech4993
    @minatimech4993 ปีที่แล้ว +2

    Krishna Krishna baap

  • @jinuchawrok9178
    @jinuchawrok9178 ปีที่แล้ว +3

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম । সশ্ৰদ্ধ প্ৰণাম বাপ ।

  • @keshabbora7742
    @keshabbora7742 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @updeshmala2737
    @updeshmala2737 ปีที่แล้ว +1

    অৰ্জুনে তথা পানদবে ডুপ্লিকেট শৰণ লৈছিল নেকি?সিহঁতে যে বৈকুণ্ঠ আৰু স্বৰ্গও যে নেপালে ?

  • @updeshmala2737
    @updeshmala2737 ปีที่แล้ว +1

    অ হৰি অ ৰাম
    কৃষ্ণই অৰ্জুনক ওঠৰ অধ্যায়ৰ জ্ঞানেৰে পৰিপূৰ্ণ কৰি কৈছিল যে
    সৰ্ব ধৰ্ম পৰিত্যাজং মামেকং শৰণং ভজ।
    হে অৰ্জ্জুন সকলো ধৰ্ম পৰিত্যাগ কৰি মোতেই শৰণ লোৱা। যিয়ে মোতেই এক শৰণ লয় তেওঁ মহাপাপী হলেও মোৰেই কৃপাত বৈকুণ্ঠ প্ৰাপ্ত কৰে। কিন্তু কৃষ্ণৰ এই বাক্য সত্য নহল। বৈকুণ্ঠ পিছৰে কথা অৰ্জুনে স্বৰ্গতো স্হান নাপালে। দ্ৰৌপদীকে ধৰি পাঁচ পানদব এজনকো বৈকুণ্ঠলৈ নিব নোৱাৰিলে। যুধিষ্ঠিৰ জ্ঞানী ধৰ্মৰাজ। ধৰ্মৰাজ হৈও বৈকুণ্ঠত আসন নাপালে। এতিয়া আপুনি জানো বৈকুণ্ঠ যাব পাৰিব? যুধিষ্ঠিৰতকৈ বেছি ধৰ্মজ্ঞানী আপুনি নহয়। অৰ্থাত বৈকুণ্ঠত আপোনাৰ স্হান নাই, স্বৰ্গত যাবলৈকো আপুনি দেৱতা সকলৰ লগত শক্রুতা কৰি ললে। এতিয়া আপুনি কত যাব? গতিকে আপুনি আনকো নষ্ট নকৰিব। 🙏অ হৰি অ ৰাম

    • @updeshmala2737
      @updeshmala2737 ปีที่แล้ว +2

      @@ankurarandhara3771 🙏ভাগৱত যদি পঢ়িছে ভালকৈ জ্ঞান লওক। মইও জানো আপোনাৰ দৰে লোক ব্ৰহ্ম তত্ত্বৰ বিষয়ে যে একোকেই নাজানে। ভাগৱত ভাগ যদি ভালকৈ পঢ়া নাই আৰু এবাৰ পঢ়ি চাওঁক।
      ভাগৱতত দক্ষ যজ্ঞ সম্পাদনত চতুৰ্থ অধ্যায়ত শ্রীহৰিয়ে কৈছে যে
      শুনা প্ৰজাপতি কহো সবে বিদ্যমান
      মহাজন হুয়া হোৱা কৃষক অজ্ঞান। ।
      যিটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিৰুপ
      আত অন্তৰ নাহি আমাৰ স্বৰুপ। ।
      জগতৰ সৃষ্টি স্হিতি সংহাৰ নিদানে
      ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ৰুপ ধৰো ভিনে।।
      একে শুদ্ধ ব্ৰহ্ম মই আত্মা জগতৰ
      মোত ভেদ কৰি সাঞ্চে পথ নৰকৰ। ।
      শুনিছেনে প্ৰভু জনা আপুনি ভেদ কৰি নৰকৰ পথ তৈয়াৰ কৰি আছে।
      আকৌ কৈছে
      তিনিৰো শৰীৰ যিটো ভেদ নকৰয়
      মই প্ৰজাপতি আৰু শংকৰ ত্রিতয়।।
      সিটো পুৰুষৰ পুৰুষাৰ্থ সিদ্ধি হয়
      দুৰ্লভ মুকুতি অনায়াসত মিলয়।।
      ইয়াত শংকৰ বুলি যে কলে কাৰ কথা কলে?
      আৰু কৈছে,যি জনে ভেদ নকৰে একে সম বুলি ভাৱে তেওঁহে দুৰ্লভ মুক্তি প্ৰাপ্ত কৰিব।
      আজিও ভাগৱতৰ ৰহস্যক জানিব নোৱাৰিলে আপুনি মোক তত্ত্ব শিকাব নেকি ?
      কৃষ্ণৰ নাম লৈছে লওক কিন্তু নামত যে ভেদ কৰিব নালাগে সেই তত্ত্বকো ভাল গুৰুৰ পৰা শিকি লওক । আপুনি কোন হয় মই নাজানো ,কিনতু আপুনি যে মায়াবীৰ গুৰুৰ চক্রত পৰি জ্ঞান শূণ্য হৈছে মই বুজি পালো।
      মাধৱদেৱে নামঘোষাত কীৰ্তন এনেদৰে কৰিছে যে
      শিব শিব শিব শিব জগ জীৱ
      শিব ৰাম কৃষ্ণ সদাশিব। ।
      শ্ৰীমন্ত শংকৰদেৱে কৈছে যে
      যত নাম আছে বিষ্ণু শিবৰ
      তাক ভিন্ন বুদ্ধি কৰে যি নৰ
      নামৰো মহা অপৰাধি
      দেৱে যায় নৰকত ন বধি। ।
      আপুনি গুৰু তত্ত্বক অবজ্ঞা কৰি আছে। ভাগৱতত শিবকে শংকৰ বুলি কৈছে তাকো আপোনাৰ দৰে লোকে নাজানে। সমাজ ব্যৱস্থাক নষ্ট কৰি ফুৰা লোকক কি উপাধি দিম।
      ভাল গুৰুৰ ওচৰত যাওঁক, নহলে আপোনাৰ বাবে নৰকৰ পথ তৈয়াৰ হৈ আছে। সামান্য জনে শংকৰ শিবৰ তত্ত্বক যে নাজানে সেই কথাৰ ভৱিষ্য বাণী ভাগৱত, কীৰ্ত্তন দশম,ভক্তি ৰত্নাৱলী আদি নিলিখাৰ আগতেই সনাতন শ্ৰুতিত প্ৰকাশ কৰি গৈছে।
      কলিযুগৰ দক্ষ সেই সকলেই হয়,যিয়ে শিবক চিনি নেপাই,যিয়ে শিবৰ ৰহস্যক নজানে।সেয়েহ ৰামক কৈছিল যে
      যতমান কৰ্ম কৰে ধৰ্ম অনুষ্ঠান
      যদি নুহে শিব ভক্তি আৰু শিব জ্ঞান।
      নপাৱে মুকুতি জানা সিটো মুঢ়জন
      আক নিষ্টে জানিবাহা কশৈল্যা নন্দন। ।
      যাওঁক অকণমান ভালকৈ অধ্যয়ন কৰি আহঁক।

    • @dulalsaikia632
      @dulalsaikia632 ปีที่แล้ว +1

      Val lagise aapuni ussit ktha koise Krishna bap ... Krishna bap ....

    • @AnilTantibhagawat
      @AnilTantibhagawat ปีที่แล้ว

      Phone number dibo Krishna

  • @user-ol1qq8px2m
    @user-ol1qq8px2m ปีที่แล้ว +1

    Harekrishna

  • @entonideka8678
    @entonideka8678 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @user-ol1qq8px2m
    @user-ol1qq8px2m ปีที่แล้ว +1

    Harekrishna

  • @user-ol1qq8px2m
    @user-ol1qq8px2m ปีที่แล้ว +1

    Harekrishna