#ওজাপালি

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • #OJAPALI #Touch_The_sky #Assam_Government #Namoni_Axom #Hemanta_Biswas_Sharma #Entertainment #comedy_video #comedy_show #funny_video # People&blog
    • DHUNIYA LORATU | @Gita...
    • Autoerotique & Max Sty...

ความคิดเห็น • 47

  • @jollywoodworld7395
    @jollywoodworld7395 4 ปีที่แล้ว +2

    Wowwww ujapali

  • @bhargabbhattacharjya9382
    @bhargabbhattacharjya9382 4 ปีที่แล้ว +3

    বাহ বঢ়িয়া

  • @birendranathsarma9921
    @birendranathsarma9921 3 ปีที่แล้ว +1

    অ হায়ৰে মূৰুলী কি সুন্দৰ সুৰৰ ৰাগ ই আমাৰ কামৰূপীয়া নিজশ্ব মানে অটোনমাচ কৃষ্টি।বয়স্থ পালিৰ গলগলীয়া কণ্ঠ।আৰু ওজাপালি বুলিলে অকল খুহুতীয়া বা ধেমালিয়েই নহয় পদৰ সুৰবোৰো শুনিবলগীয়া বৰ শ্ৰুতিমধুৰ।ধন্যবাদ জনাইছোঁ।

    • @Darshan_Deep
      @Darshan_Deep  3 ปีที่แล้ว +1

      ভাল লাগিলে আপোনাৰ মন্তব্য পাই

  • @pranjoldash3125
    @pranjoldash3125 4 ปีที่แล้ว +1

    Bhal lagil

  • @নবোৱাৰীনামতীদলবলোৱা

    Xundor

  • @mihijanbegum3451
    @mihijanbegum3451 4 ปีที่แล้ว +2

    Mjah kokai subscribed from sk

  • @mrigensarma9117
    @mrigensarma9117 4 ปีที่แล้ว +1

    val lagll

  • @kuldiptalukdar4616
    @kuldiptalukdar4616 3 ปีที่แล้ว +1

    Super

  • @sikhamanibaishya7781
    @sikhamanibaishya7781 4 ปีที่แล้ว +5

    সকলোৱে যেন আশীৰ্বাদ কৰে ।আৰু যেন আগুৱাই যাব পাৰে মোৰ দেউতা ওজা Sri sonaram baishya

    • @Darshan_Deep
      @Darshan_Deep  4 ปีที่แล้ว +1

      নিশ্চয় আমাৰ ফালৰ পৰা সদায় আশীৰ্বাদ থাকিব...ভগৱানে আৰু শক্তি দিয়ক তেখেতক

    • @sikhamanibaishya7781
      @sikhamanibaishya7781 4 ปีที่แล้ว +2

      @@Darshan_Deep um ..thank you

    • @bhargabbhattacharjya9382
      @bhargabbhattacharjya9382 4 ปีที่แล้ว +1

      ভন্টী চেনেলটো Subscribe কৰা লগতে বেলগক videoটো দিয়া চাবলৈ৷

    • @sikhamanibaishya7781
      @sikhamanibaishya7781 4 ปีที่แล้ว +1

      @@bhargabbhattacharjya9382 ok

  • @nikunjasarma3415
    @nikunjasarma3415 2 ปีที่แล้ว +1

    Val lagil.sai.moi sAiso

  • @bikashmishra6345
    @bikashmishra6345 4 ปีที่แล้ว +1

    Sona Khura,xai Val lagil, Bubu tezpur

  • @_vishalll.123_
    @_vishalll.123_ 4 ปีที่แล้ว +1

    Val lagil 😃

  • @umanandabezbaruah5287
    @umanandabezbaruah5287 25 วันที่ผ่านมา

    কুৰি শতিকাৰ পঞ্চাশৰ দশকৰ আগৰ পৰাই নলবাৰী অঞ্চলৰ বিভিন্ন ঠাইৰ এচাম সংস্কৃতিবান লোকৰ সন্মিলিত প্ৰচেষ্টাত জনপ্ৰিয় শুকনান্নী ওজাপালি সংস্কৃতিৰ চৰ্চা আৰু পৰিবেশন হৈ থকাৰ বিষয়ে আমি জ্ঞাত। এসময়ৰ ওজাপালি দলৰ নেতৃত্ব দি জনপ্ৰিয়তাৰ উচ্চশিখৰ আৰোহণ কৰি প্ৰখ্যাত হোৱা আমাৰ মনত পৰা ওজাসকল আছিল প্ৰয়াত দেৱেন ওজা, সনো ওজা, নৰো ওজা, ধাতু ওজা ইত্যাদি। তেনেদৰে ডাইনাপালিৰ ভিতৰত প্ৰয়াত ধইনা দাইনাপালি বিষ্টু দাইনাপালি,লঙ্কেশ্বৰ দাইনাপালি আদি কেইবাজনেও সুখ্যাতি লভিছিল। জাগাৰা গাওঁৰ স্বনামধন্য দেবেন ওজাৰ ভাতৃ শ্ৰীযুত সোনা ওজাৰ দলটিলৈ আমাৰ ফালৰ পৰা শ্ৰদ্ধাৰে শুভেচ্ছা জনালোঁ।

  • @travelwithdevil2105
    @travelwithdevil2105 4 ปีที่แล้ว +2

    🤩🤩🤩❤

  • @debabratdeka1663
    @debabratdeka1663 4 ปีที่แล้ว +1

    Val lagil sai anekua video pam buli aru akha thakil

    • @Darshan_Deep
      @Darshan_Deep  4 ปีที่แล้ว

      Thank you...আগলৈ উৎসাহ পাম বুলি আশা কৰিলোঁ

  • @Shibadev2024
    @Shibadev2024 4 ปีที่แล้ว +2

    Mzzzzza deep daa

    • @Darshan_Deep
      @Darshan_Deep  4 ปีที่แล้ว

      Thank you...আগলৈ উৎসাহ পাম বুলি আশা কৰিলোঁ

  • @hellomixervideo2092
    @hellomixervideo2092 4 ปีที่แล้ว +2

    Dip তোমাৰ ভিডিও ছাই ভাল লাগিছে দিয়া 😍😍

    • @Darshan_Deep
      @Darshan_Deep  4 ปีที่แล้ว

      Thank you...আগলৈ উৎসাহ পাম বুলি আশা কৰিলোঁ

  • @CVProductionCvproduction
    @CVProductionCvproduction 4 ปีที่แล้ว +1

    ❤️❤️

  • @_vishalll.123_
    @_vishalll.123_ 4 ปีที่แล้ว +1

    Kotha koi thakile background music Tu olop Kom rakhiba ..ane dhuniya😁

  • @niranjantalukdar8578
    @niranjantalukdar8578 4 ปีที่แล้ว +1

    Bar val lagise

    • @Darshan_Deep
      @Darshan_Deep  4 ปีที่แล้ว

      Thank you...আগলৈ উৎসাহ পাম বুলি আশা কৰিলোঁ