মেট্ৰিক-HSৰ পৰীক্ষাৰ মূল্যাংকনৰ ফৰ্মুলা ঘোষণা শিক্ষামন্ত্ৰীৰ: নাথাকে ষ্টেণ্ড, ষ্টাৰ বা ডিষ্টিংছন

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 มิ.ย. 2021
  • মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যাংকনৰ ফৰ্মুলা ঘোষণা শিক্ষামন্ত্ৰীৰ। এইবাৰ মেট্ৰিক-উচ্চতৰ মাধ্যমিকত নাথাকে ষ্টেণ্ড, ষ্টাৰ বা ডিষ্টিংছনৰ ব্যৱস্থা।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 327

  • @mrpadma1035
    @mrpadma1035 3 ปีที่แล้ว +90

    চাকৰিৰ ক্ষেত্ৰত যদি প্ৰযোজই নহয় markseet কি কৰিম, লেভেল দেখুৱাবলৈ দিব নেকি

  • @pra___nab2812
    @pra___nab2812 3 ปีที่แล้ว +65

    এইখন‌ মাৰ্কশ্বিটে যদি ভবিষ্যতে একো কামত নাহে তেনেহলে কিয় পৰীক্ষা বাতিল কৰিছিল 🙂 আপোনালোকে আমাৰ ভবিষ্যত টোক লৈ কিয় হেতালি খেলি আছে।।। ধিক্কাৰ দিছো এই সিদ্ধান্ত....!💔🙂

    • @amrit_vlogs5753
      @amrit_vlogs5753 3 ปีที่แล้ว +1

      Moi ekebare ekmot

    • @lovestatus1408
      @lovestatus1408 3 ปีที่แล้ว +1

      Education minister ae ako val kam kra ni😡😡😠😠😠😠

    • @pra___nab2812
      @pra___nab2812 3 ปีที่แล้ว

      @@lovestatus1408 ohh behh klaa💔

  • @sagarikanath2609
    @sagarikanath2609 3 ปีที่แล้ว +127

    যদি এইখন marksheet অসমৰ চাকৰিৰ বাবে প্ৰযোজ্য নহয় এ তেনেহলে পৰীক্ষা বাতিল কৰিলে কিয় ? পলম কৈ হ'লেও পৰীক্ষা পাতিব লাগিছিল ।

    • @bhubankakati3372
      @bhubankakati3372 3 ปีที่แล้ว

      Right 👍👍

    • @amrit_vlogs5753
      @amrit_vlogs5753 3 ปีที่แล้ว

      Hoi

    • @saurajitbaishya5046
      @saurajitbaishya5046 3 ปีที่แล้ว +12

      শান্তি দিছিলা তেওলোকক ভাবিব? তেওঁলোকে তো বাতিল নকৰো বুলিয়ে কৈছিল, নহয় জানো? পৰীক্ষাৰ্থীৰ উচটনি তে এইবোৰ হৈছে

    • @tezpuriyalora8430
      @tezpuriyalora8430 3 ปีที่แล้ว +2

      Batil Tu khikhyarthir karonei korise besi vagei koise jibonotkoi porikha dangor nohoi buli ,moiu heitui vabisilu ,etiya sorkarok koi ki hobo

    • @santumoninath6578
      @santumoninath6578 3 ปีที่แล้ว +1

      Right katha koisa

  • @pra___nab2812
    @pra___nab2812 3 ปีที่แล้ว +19

    ধিক্কাৰ দিছো শিক্ষামন্ত্ৰী ডাঙৰীয়া.... কেলা আমাক পুতলা পাইছে নেকি 🙂যে আপোনালোকে নচুৱাই থাকিব আৰু নাচি থাকিম🙂

  • @Sunmix-rs6yq
    @Sunmix-rs6yq 3 ปีที่แล้ว +28

    Education minister chng koribo laga

  • @technopal5205
    @technopal5205 3 ปีที่แล้ว +76

    যদি এই মাৰ্কচিটখন কামত নাহে আমি মাত মতাত আছোঁ 😑

    • @dhunudutta3772
      @dhunudutta3772 3 ปีที่แล้ว +2

      Thikeye koishe ..

    • @bhaijaancreator
      @bhaijaancreator 3 ปีที่แล้ว +2

      @UCY9mE_vAaX1ROM33oYG-Qyg right👍

    • @bhaijaancreator
      @bhaijaancreator 3 ปีที่แล้ว +2

      @UCY9mE_vAaX1ROM33oYG-Qyg right 👍

    • @Thumjangtimes2.0
      @Thumjangtimes2.0 3 ปีที่แล้ว +1

      right

    • @hikky4394
      @hikky4394 3 ปีที่แล้ว +1

      Tumi exam diba pise September hobo a sun

  • @dishadas2365
    @dishadas2365 3 ปีที่แล้ว +24

    এটা ঐতিহাসিক ভুল সিদ্ধান্ত ..যাৰ ফল ছাত্ৰ ছাত্ৰী সকলে ভুগিব লাগিব.. যদি marksheet খন নামত হে হয় কামত যদি নাহে তেনেহলে এই marksheet খন আমি বুকুত সাৱটি লৈ কি কৰিম সেইখন এখন সাধাৰণ কাগজৰ টুকুৰা হে হৈ ৰৱ...আজিৰ পৰা আকৌ পঢ়া আৰম্ভ কৰিব লাগিব কাৰণ এই মূল্যাংকনৰ জৰিয়তে আমাৰ ভৱিষ্যত অন্ধকাৰ হব

    • @amrit_vlogs5753
      @amrit_vlogs5753 3 ปีที่แล้ว

      Hoi

    • @saurajitbaishya5046
      @saurajitbaishya5046 3 ปีที่แล้ว +2

      কোনে কৈছিল তোমালোকক উঠি পৰি লাগিবলৈ পৰীক্ষা বাতিল কৰিবৰ বাবে? চৰকাৰে? তেওঁলোকে তো পৰীক্ষা পাতিম বুলিয়ে কৈছিল কাৰণ তেওঁলোকে জানিছিল এনেধৰণৰ কিবা হৱ.... এতিয়া দোষ তো চৰকাৰৰ বুলিয়েই তো কবা nisshoi? নহয় জানো? পৰীক্ষাৰ্থীৰ উচটনি ত চৰকাৰে এইবোৰ কৰিবলৈ বাধ্য হল, আৰু ইয়াৰ ফল এতিয়া এইটো বৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰী য়ে ভুগিব লাগিব

    • @dishadas2365
      @dishadas2365 3 ปีที่แล้ว +1

      @@saurajitbaishya5046 সেইটো এই টো ডাঙৰ কথা হল দাদা ..যি সকলে আইনৰ নাম টো a bhalke নাজানে তেওঁলোকে আইনৰ সহায় লৈছিল বাতিল কৰিব লাগে বুলি #tag চলাই ছিল কিন্তু মৰিলো আমি হে আমি কেতিয়াও cancell হোৱা টো বিচৰা নাছিলোঁ আৰু চৰকাৰ অক জগৰীয়া কৰি কি লাভ ভুল একাংশৰ আছিল কিন্তু তাৰ ফল সকলোৱে পালে ..এতিয়া আমি আকৌ প্ৰস্তুত হব লাগিব বেলেগ ৰ কথা নাজানো কিন্তু মই আকৌ নিজৰ বাবে প্ৰস্তুত হম ইয়াত চৰকাৰক দোষাৰোপ কৰাৰ কোনো প্ৰশ্ন নাহে দোষ টো তেওঁলোকৰ যি সকলে বাতিল কৰাৰ বাবে আন্দোলন কৰিছিল কিন্তু দহ বছৰৰ পিছত তেওঁলোকে আৰু আন্দোলন কৰিব সংস্থাপন লাগে বুলি..আৰু বাতিল কৰাৰ বাবে উঠি পৰি নু কত লাগিম পৰীক্ষা হব বুলি নিজৰ কাম নিজে কৰিছিলোঁ মই কোনো video at comment নকৰোঁ কিন্তু আজি এটা decision ওলাব বুলি জানি চাইছিলো কিন্তু অকন মানো ভাল নাপালোঁ সেয়ে আজি মই মোৰ point of view rakhisilu ইয়াত যদি কিবা ভুল হৈছে মই ক্ষমা বিচাৰিছোঁ ..সদাই পৰীক্ষা অনুষ্ঠিত huatu বিচাৰিছিলো আৰু পৰীক্ষাএইবাৰ অনুষ্ঠিত নহলে অহা বাৰ দিম বুলি থিৰাং আছিলোঁ.. ইয়াত সন্দেহ নাই ..

    • @saurajitbaishya5046
      @saurajitbaishya5046 3 ปีที่แล้ว +1

      @@dishadas2365 ঠিকে কৈছা তুমি..... তোমাৰ দৰে ছাত্ৰ ছাত্ৰী বোৰৰ আচলতে ক্ষতি হৈছে..... এষাৰ কথা আছে নহয়? "উলুৰ লগত বগৰী পোৰা যায়", তোমাৰ দৰে ছাত্ৰী ৰ ক্ষেত্ৰ ত তেনে হল... Anyways, xm r বাবে শুভকামনা থাকিল 👍আশা কৰোঁ সফল হবা 😊

    • @dishadas2365
      @dishadas2365 3 ปีที่แล้ว +2

      @@saurajitbaishya5046 ধন্যবাদ দাদা আপোনাৰ শুভ কামনাৰ বাবে ..আৰু বেয়া নাপাব মই just mur point of view rakhisilu .. কাৰণ যি হৈছে একেবাৰে অনাকাংশিত ..কাৰণ কিছুমানৰ এটা সপোন আছিল .এতিয়াও একো নাই দিয়ক যি সকলৰ বাবে পৰীক্ষা বাতিল কৰিব লাগিছিল তেওঁলোকে ন্যায় পালে আৰু 15 ছেপ্টেম্বৰ অত যিটো পৰীক্ষা পাতিব বুলি কৈছে সেইটো দিলে আমি ন্যায় পাম ...

  • @ujjal_doley111
    @ujjal_doley111 3 ปีที่แล้ว +48

    Jodi certificate tur Assam government job karne value natake Amar pohar udesow ki takil ??? Exam batil korar ki value takil ?? Ami ki 22 sonole hs book konoke pohi takib lge mne ?

  • @biswajitgogoi209
    @biswajitgogoi209 3 ปีที่แล้ว +16

    অবশেষত আমি মানে bangalore বা কেৰেলা লৈ কোম্পানী কামৰ বাবে যাবই লাগিব । Thanks Assam Government 😁😁😁😁😁

  • @funnyboy7664
    @funnyboy7664 3 ปีที่แล้ว +8

    এনেকুৱা অকৰমন্য,, অযোগ্য,,, শিক্ষা মন্ত্ৰী মই হলে আজিলৈকে দেখা নাই

  • @roHiTBorah001
    @roHiTBorah001 3 ปีที่แล้ว +16

    উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ইতিহাসত ২০২১ বৰ্ষৰ (মানে আমাৰ) বেষ্ট টো আটাইতকৈ Valueless বেষ্ট হিচাপে লিখা থাকিব
    ভবিষ্যত শূণ্য !
    Career শূণ্য!
    জীৱন শূণ্য !

    • @lovestatus1408
      @lovestatus1408 3 ปีที่แล้ว

      Ami bor jiyai thaki tenehle lav 2 ki 😣😣😣

  • @bkwhatsappstatuslover3897
    @bkwhatsappstatuslover3897 3 ปีที่แล้ว +12

    এইটো আৰু কিবা সিদ্ধান্ত হল নেকি
    মিছা মিছি HSLC আৰু HS ৰ লৰা ছোৱালী কেইটাৰ জীৱনৰ লগত খেলা খেলি আছে আপোনালোকে
    আপোনালোকৰ এই সিদ্ধান্তত আমি কোনো মান্তি নহয়

  • @plabitabora2497
    @plabitabora2497 3 ปีที่แล้ว +7

    Value নাইকিয়া marksheet আমাক নালাগে। মুখ্যমন্ত্ৰী হোৱাৰ আশাত election পাতিলে exam নাপাতিলে। চৰকাৰ খন মূৰ খাবলৈ আহিলে,,, আৰু marksheet খনৰ যদি একো value এ নাই তেনেহ'লে পৰীক্ষা বাতিল বুলি কৈছিল কিয়????????

  • @Assamcareerupdate
    @Assamcareerupdate 3 ปีที่แล้ว +21

    Class 10th r mark sai,,,, 12th science Or mark dibo,😂😂😂,,,, wahh wahhh wahhh 🤣🤣

    • @nilutpaldutta4581
      @nilutpaldutta4581 3 ปีที่แล้ว

      Oh tur ki goise 🤥.amr jegat toi hua hole ki may t e exam dili hoi.. ghrr mnuh dhukai se nai 🤥. dhukalehe gom pabiii .....

    • @kakoligayan1767
      @kakoligayan1767 3 ปีที่แล้ว

      @@nilutpaldutta4581 moja disa😁😁😁😁😁👍👍👍👍

  • @nang-ananya-gogoi
    @nang-ananya-gogoi 3 ปีที่แล้ว +74

    Jdi markseet khon r Velu a nathake tetiya markseet khon diya r proyojon ki

    • @rajraktimsaikia3858
      @rajraktimsaikia3858 3 ปีที่แล้ว +2

      Admission kene Koi dibo marksheet nidile

    • @bulikachari4835
      @bulikachari4835 3 ปีที่แล้ว +1

      Thik koisa

    • @dipjyoti_123
      @dipjyoti_123 3 ปีที่แล้ว +2

      Hojai thobola dibo , pagol Sorkar

    • @dishaborah9966
      @dishaborah9966 3 ปีที่แล้ว +1

      Sobote entrance dibo lagibo ...marksheet khon pelai dilei kotha nai mane

    • @BM-cq8ft
      @BM-cq8ft 3 ปีที่แล้ว

      Basa ane dialogue mrbe aha... Bor koi asli sn exam cancel kra.. we want justice.. ako nai aikhini y sufficient tor babe

  • @kalpanadas4947
    @kalpanadas4947 3 ปีที่แล้ว +7

    যদি আমাক দিয়া মাকশ্বিত খন যদি কামত নাহে আমাক সেই খন কিয় লাগে

  • @manuranjan_deuri08
    @manuranjan_deuri08 3 ปีที่แล้ว +10

    Batterment aru Reappear kora students lgt injustice korila...
    Amaku regular students or Dore mark prodan korok..
    👍👍

    • @mr.saurav2.07
      @mr.saurav2.07 3 ปีที่แล้ว +2

      Amku regular student nisina marks lgibo 🙏👍👍we want justice

  • @updateassam234
    @updateassam234 3 ปีที่แล้ว +8

    এতিয়া hash tag দি দি পৰীক্ষা cancel কৰিবলৈ কোৱা কেইটা কত গ'ল । ভাল ছাত্ৰ ছাত্ৰীৰ মূৰ খোৱা সোপা কত লুকাই আছে এতিয়া।???

  • @rajabhumij
    @rajabhumij 3 ปีที่แล้ว +17

    Bohutu student r jibon dhonxo koribo aii decision a.

    • @nilutpaldutta4581
      @nilutpaldutta4581 3 ปีที่แล้ว +1

      Kot nu satisfied nhole re exam akou Sorkari sakori karone henu tahtr special hs or hslc dibo permission ase . kt j education lou nhoi tohtyy ...

  • @robertkonwar6462
    @robertkonwar6462 3 ปีที่แล้ว +5

    যদি এই নিউজটো সচা , তেন্তে পৰীক্ষা বাতিল কৰাৰ কি প্ৰয়োজন আছিল।

  • @gayatrihandique6766
    @gayatrihandique6766 3 ปีที่แล้ว +6

    সকলোকে পাছ কৰাই দিব লাগে। বাতিল কৰা পাছত আকৌ পৰীক্ষা কিয় পাতিব লাগে

  • @djhiraknath7390
    @djhiraknath7390 3 ปีที่แล้ว +33

    Imaaaan natok kio korile nohole... Judi Marksheet khon or Value e Nathake, result kio di aase?

  • @pankajchetia8619
    @pankajchetia8619 3 ปีที่แล้ว +3

    ইণ্টাৰনেল মাৰ্কচ কৰ পৰা দিব উপস্থিতি চাই । একেবাৰে ক্লাচ নকৰা লৰা ছোৱালী টেষ্টত ফেল কৰা চবকে ফ্ৰম ফিলাপ কৰিব দিলে । টে'ষ্টত ফেল কৰা লৰা ছোৱালীৰ ক্লাচ নাইনত নম্বৰ নাই ।

  • @manajitbasumatary9131
    @manajitbasumatary9131 3 ปีที่แล้ว +2

    Mama I'm requestet pless education minister change😭😭😭

  • @madhumikasonowal6004
    @madhumikasonowal6004 3 ปีที่แล้ว +2

    মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া , এই ল'ৰা ছোৱালীসকলক তোমাৰ সন্তান বুলি ভাবি উচিত সিদ্ধান্ত এটা লোৱা 🙏🙏

  • @pritomkachari8277
    @pritomkachari8277 3 ปีที่แล้ว +14

    Nalage amak anekwa valueless mark sheet. Ki korim hei khon. Sana kham na ki??

  • @monalishamedhi7045
    @monalishamedhi7045 3 ปีที่แล้ว +10

    Aami jodi h.s exam r Karone aabedon koru aamar mark sheet khnr value thakibo ne. Moi ai method t khontusto nohoi.

  • @Aphrodite057
    @Aphrodite057 3 ปีที่แล้ว +6

    Marksheet dorkar nuhuau bohut job ase(APSC,UPSC)..Ako exam dibo mon nai ru!..aibur news ye depresse kre amak!

  • @bikash7250
    @bikash7250 3 ปีที่แล้ว +7

    বাপেৰৰ মুৰতো কৰিলি তহতে

  • @monjaiutpal3863
    @monjaiutpal3863 3 ปีที่แล้ว +2

    পৰীক্ষা টো পাতিম বুলিয়েই কৈছিল । কিন্তু ছাত্র ছাত্ৰী সকলৰ উচটনিত হে এনেকুৱা সিদ্ধান্ত লৈছিল । Twitter ত কি কোব সিহঁতৰ । এতিয়া কেনে ?

  • @priyasutradhar424
    @priyasutradhar424 3 ปีที่แล้ว +21

    Ami jodi kono job a napau tenehole exam patok ami dim amr Future or krne ami exam dim

  • @sumanchatterjee4307
    @sumanchatterjee4307 3 ปีที่แล้ว +14

    অতি সোনকালে পৰিক্ষা পাতিব লাগে। Vely less certificate.আমাক নালাগে

  • @Abhijit001
    @Abhijit001 3 ปีที่แล้ว +10

    এনে দিয়া সোনৰ যে মূল্য নাই, এয়া তাৰে উদাহৰণ

  • @manujkoch6783
    @manujkoch6783 3 ปีที่แล้ว +2

    মহাশয় এইটো কথাতো ভাল নহ'ল, সময়ত পৰীক্ষা নাপাতিলে, এতিয়া কৈছে চৰকাৰী চাকৰি প্ৰযোজ্য নহ'ব।আমি অভিভাৱে কথাতো ভাল পোৱা নাই,

  • @poribaruah397
    @poribaruah397 3 ปีที่แล้ว +8

    Stand, star dangor ktha nhoi kin2 marksheet khnr jodi value a nai exm kio cancel krisile

  • @luckyborostark1187
    @luckyborostark1187 3 ปีที่แล้ว +5

    Etia gom paise kisumane exam cancel korar moja

  • @glaksondmarak2354
    @glaksondmarak2354 3 ปีที่แล้ว +14

    Etu marksheet loi Dr Ronis Pegu agot loi jai চিঙি চিঙি দিব লাগিব jot ami sakori koribo nuwaru jodi etu marksheet

  • @manuranjan_deuri08
    @manuranjan_deuri08 3 ปีที่แล้ว +5

    Exam patokkk Ami exam dim...
    Aneka fltu number aamk nlge..
    Value less marks ..
    Nohole Protibad korim Ami
    Jai aii Ahom 👍👍👍

  • @poriklotanarah1249
    @poriklotanarah1249 3 ปีที่แล้ว +8

    Exam punar hoi jdi batil krile kio ?

    • @user-dk6ys3gc7l
      @user-dk6ys3gc7l 3 ปีที่แล้ว

      Tumi nidilei hol na
      Inei kla marksheet kamot nahe koise
      Ata chance dise Val marksheet akhon Paboloi
      Tatu kla prosno kore?

  • @nirmalibarman9026
    @nirmalibarman9026 3 ปีที่แล้ว +3

    যদি marksheet খনৰ একো মূল্যই নাই তেনেহলে exm কিয় বাতিল কৰিছিল।

  • @jogenborah4377
    @jogenborah4377 3 ปีที่แล้ว +7

    11 ৰ পৰীক্ষা হৈছিল জানো?

  • @babapathori9237
    @babapathori9237 3 ปีที่แล้ว +2

    যদি marksheet ৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে পৰিক্ষা দিব বিচাৰে তেতিয়া কি কৰিব ? marksheet দে যদি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কাম নিদিয়ে , তেনেহলে আমাক marksheet নিদিয়াই ভাল ।

  • @ankurkalita3038
    @ankurkalita3038 3 ปีที่แล้ว +12

    Ki mane , Sorkarok sakori aaru tet exam di sakori pabor babe ki metric aaru hsr porikhar marksheet khon value nathakibo neki??

    • @funnyboy7664
      @funnyboy7664 3 ปีที่แล้ว

      Nathakey kuamotey...

  • @succulent2064
    @succulent2064 3 ปีที่แล้ว +4

    Jodi kunuba student e physical examination dbo , hehotor marksheet ki ctet adi examt lua nhobo niki. Eitu kintu fair nohobo.
    Sorkare ei bikhoitut soku dbo lage.

  • @banjitboro2093
    @banjitboro2093 3 ปีที่แล้ว +4

    Anekuwa akhon mark sheet diyat koi nadiyai val dekhun !

  • @abinashpator8394
    @abinashpator8394 ปีที่แล้ว +1

    Moja mam tq ❤❤

  • @funnyboy7664
    @funnyboy7664 3 ปีที่แล้ว +2

    I think education department of assam has gone mental,,,, by observing this type of decision..... They are playing with students....

  • @minakhisaikia5224
    @minakhisaikia5224 3 ปีที่แล้ว +16

    Hakulu pass korabo lage ? Nhle dukhiya mnuhr jibn2u ki hbo ..amr dukhiya mnuhr ...schlt diya framfilapor 2nd yer ene jbo nki ?

    • @glaksondmarak2354
      @glaksondmarak2354 3 ปีที่แล้ว +1

      Umm hun kale pass korale ki hobo amar certificate loi eku kamot khatabo nuwarim O ha2 he dukh lagise 🙄

    • @nijudevi827
      @nijudevi827 3 ปีที่แล้ว

      এই মন্ত্ৰী জন corona t কৈ দেঞ্জাৰেচ।corona t যদি 2 জন 3জন অৰ সানি হৈছিল ,এই মন্ত্ৰী জনৰ কিছুমান ভুল সিধান্ত ৰ বাবে বহুত students জীৱন ধ্বংস কৰিছে।।।।

    • @user-dk6ys3gc7l
      @user-dk6ys3gc7l 3 ปีที่แล้ว

      Areh students r life ses Hoi goise, aikhon marksheet LOi govt job npabo buli koise.
      Aru tumak pass hobolehe koi asa.
      Jugyota thakile ineu Hoba pass

  • @gamesplayer4593
    @gamesplayer4593 3 ปีที่แล้ว +3

    Sakorit projujo nuhua cirtificate..??
    Kio lage.?

  • @skbinitboss2195
    @skbinitboss2195 3 ปีที่แล้ว

    Thanks

  • @dipamtaluldar2349
    @dipamtaluldar2349 3 ปีที่แล้ว +2

    Good decisions

  • @ViratKohli-gx5nc
    @ViratKohli-gx5nc 2 ปีที่แล้ว +1

    Tq

  • @Pujaroyofficial2585
    @Pujaroyofficial2585 2 ปีที่แล้ว

    Tq sir😊😊😊

  • @firosurang9009
    @firosurang9009 ปีที่แล้ว

    Tq sir

  • @kelbinblog7673
    @kelbinblog7673 3 ปีที่แล้ว

    Tq sir 🙏🙏🙏

  • @manujboruah4693
    @manujboruah4693 3 ปีที่แล้ว

    Thankyou 🙌🙌

  • @Moonmevlogs
    @Moonmevlogs 3 ปีที่แล้ว +2

    সাই কৌটলৈ জোৱা পাগল কেইটা কলৈ গল ।

  • @chalangers1757
    @chalangers1757 3 ปีที่แล้ว +2

    নম্বৰ প্ৰজোয্য হয় নহয় তুহাৰ কথা এক লাখৰ এটা দিলি পৰীক্ষাৰ ৰিজাল্ট নেদলি ও হ'ব ।

  • @moramidas1105
    @moramidas1105 3 ปีที่แล้ว +5

    Porikha patib lagisl nhle aku jodi ami sakori npw khai certificate kiyo lge aku valu ni amk dhongkho nokarib🙏🙏

    • @hopeisthebest9966
      @hopeisthebest9966 3 ปีที่แล้ว +1

      Marksheet ৰ ও Value নাই ৷ এনেকুৱা value নাইকিয়া Marksheet আৰু certificate দি কি লাভ যদি কোনো কামৰ নহয় ৷৷ চোকা লৰা ছোৱালীৰ বাবেও বৰ বেয়া হল ৷ হয়তো কিমানে বহুত ভাল ৰিজাল্ট কৰিলেহেতেন ৷কৰোনা ৰ কাৰণে life বৰবাদ ৷ মই ভাবোঁ যদি ইমানবোৰ চাই মেলি য়ে যিহেতু marks বোৰ দিয়া হব ৷ তাত certificate ৰ মূল্য থাকিব লাগে ৷ নহলে ছাত্ৰ ছাত্ৰছাত্ৰী সকল বহু হতাশাত ভূগিব ৷

  • @harekrishnabiswas358
    @harekrishnabiswas358 2 ปีที่แล้ว

    Tanks

  • @kalpanadas4947
    @kalpanadas4947 3 ปีที่แล้ว +1

    আমি মানিব নোৱাৰোঁ আকৌ পৰীক্ষা পাতক 😠😠😠😠😠😠😠👺👺

  • @hiramoni3486
    @hiramoni3486 3 ปีที่แล้ว +1

    Mark sheet nika aru xokulote projujyo mark sheet dibo lagibo please.

  • @viralnewsvideo511
    @viralnewsvideo511 3 ปีที่แล้ว +3

    Jodi teet karana akou exam dba aa laga kio cancel karixa😭

  • @glaksondmarak2354
    @glaksondmarak2354 3 ปีที่แล้ว +2

    Etu marksheet jodi eku kam nakhate susaid huwar bahire eku upai nai amar hatot etu daiei hobo #Dr Rones Pegu 😠😠😠😠

  • @tmgblaster6453
    @tmgblaster6453 3 ปีที่แล้ว +2

    *_Eta generation ses korile tarmane, baa baa Assam government_*

  • @throw3214
    @throw3214 ปีที่แล้ว

    Mandela was a political leader and freedom fighter of South Africa.

  • @scamp0p265
    @scamp0p265 3 ปีที่แล้ว +2

    #assamgovtgoback

  • @doleykoneng3794
    @doleykoneng3794 3 ปีที่แล้ว +2

    Khub vl korese ... Ahupa gorur utpat lage ashly nohoi exam batil korok korok buli👍

  • @Loveworld7816
    @Loveworld7816 3 ปีที่แล้ว +2

    Ki kribo ধৰিছে এইবোৰ ,,,যদি exam pte tnhole etu result kio dibo lge ,, students matha gorom kio kori thke

  • @mr.saurav2.07
    @mr.saurav2.07 3 ปีที่แล้ว

    Moi betterment di asu amaku regular student nisina marks lgibo 🙏🙏👍 we want justice 🙏🙏

  • @premrai8831
    @premrai8831 3 ปีที่แล้ว +1

    Exam patibo lagibo .. ami bohut exam or karone preparation korisilu .. juwa bar mur exam beya hoisile karon moi bimar asilu ai bar valke pohi exam ot val % anim buli bhabisilu atiya tu sab khtom .. HSLC ot tu mur iman bhal results huwa nasile hai karone HS ot val ke dim buli bhabisilu ..

  • @manashikalita1554
    @manashikalita1554 3 ปีที่แล้ว +3

    Ai mark sheet khnr jodi ako value a ni government job napai amr phrar mollo ki hol mark sheet khnr ki ako kam a ni

  • @tinamixyoutubechannel9154
    @tinamixyoutubechannel9154 3 ปีที่แล้ว

    Right

  • @jiyarulkhan7385
    @jiyarulkhan7385 3 ปีที่แล้ว

    Very good

  • @jiyarulkhan7385
    @jiyarulkhan7385 3 ปีที่แล้ว

    Good Nice

  • @rajdey9979
    @rajdey9979 3 ปีที่แล้ว

    Thanks sir ☺️ exam tu deboloy chance diwer karona 🙏🙏🙏🙏🙏🙏🙏🙏

  • @chayanikakonwar5708
    @chayanikakonwar5708 3 ปีที่แล้ว +5

    Mur hisapot exam bur dhunia koi patibo parile heten. Karon bakibur jikunu khetrot dekhun eman manuh gathering hoi thake. Atiya maximum students exam nidiyakoi kora ai evaluation t hontusto nhobo. Abar exam r karone prostuti solai exam batil huar pasot punor abar aketa exam diboloi mon najai (aiya mur akanto byoktigoto anubhov)

    • @jeuti1926
      @jeuti1926 3 ปีที่แล้ว

      THIKEI KOISA KINTU IYAR BABE STUDENT ORO BOHUT DOKH ASE .

    • @chayanikakonwar5708
      @chayanikakonwar5708 3 ปีที่แล้ว +1

      @@jeuti1926 Umm hoi

  • @bibekkarki2613
    @bibekkarki2613 3 ปีที่แล้ว +5

    Stand belk ktha ...kintu distinction , star dibo pare ta

  • @biswajitmudoi3548
    @biswajitmudoi3548 3 ปีที่แล้ว +1

    Ok

  • @emotionalvideo2750
    @emotionalvideo2750 3 ปีที่แล้ว +1

    Assam sorkaror sakori Ane dileo Nokorog

  • @shyamolborah4299
    @shyamolborah4299 3 ปีที่แล้ว

    All students plz protibad kora jaok

  • @mintuahmed3390
    @mintuahmed3390 3 ปีที่แล้ว +1

    Jibilak e stories asil je exam nalage gom pabo atia

  • @carryman741
    @carryman741 3 ปีที่แล้ว +1

    Proyujon nhb jdi marksheet di ki lav direct exam ptibo lge marksheet dibo nlge nhy

  • @babulnarah6767
    @babulnarah6767 3 ปีที่แล้ว +5

    Sir , Oi Sir pagol হৈছে নেকি?😳😬😬ছোৱালীৰ নিছিনা কিয়? 10 কথা কৈ থাকে, এটা কথা কোৱাছোন শিক্ষা মনত্রী নাম আছে যদি,Plz

  • @carryman741
    @carryman741 3 ปีที่แล้ว +1

    Km numbr pleu ami hukhi hom besi number pleu hukhi hom but marksheet2 kunu km proyujon nhy buli kuwar krne bohut dukh paisu mori jm 🙏🙏🙏😭😭😭

  • @madhusmitarajbongshi4517
    @madhusmitarajbongshi4517 3 ปีที่แล้ว +1

    Atia aru punar exam r baba apply koribo diatkoi gotai studentk exam dibo diok

  • @manjumonirajbongshi4018
    @manjumonirajbongshi4018 ปีที่แล้ว

    যিয়ে নহওক সকলো পাছ কৰিলে হʼল ছাৰ। পৰীক্ষা অনুষ্ঠিত হলেও নহলেও

  • @sndeka1474
    @sndeka1474 3 ปีที่แล้ว

    Education minister has lost his senses 😠😠😠😠😠😠

  • @subhamdas7263
    @subhamdas7263 3 ปีที่แล้ว

    Worst decision of Assam Education Minister & Assam Education Council.

  • @chinturajmoran6863
    @chinturajmoran6863 3 ปีที่แล้ว +1

    What we shall do if this marksheet will not work for us no value it was better if exam was holding

  • @manajitbasumatary9131
    @manajitbasumatary9131 3 ปีที่แล้ว

    Education minister change 🙏🙏 unless minister

  • @mr.saurav2.07
    @mr.saurav2.07 3 ปีที่แล้ว

    Betterment houk,reapear, regular student houk sob ake formula t marks dibo lgibo ,,,,,,,, sobok regular student nisina marks dibo lgibo 🙏 we want justice 🙏🙏🙏

    • @user-dk6ys3gc7l
      @user-dk6ys3gc7l 3 ปีที่แล้ว

      Aikhon marksheet Aku kamot t nahe
      Ki kriba agal man marks loi

    • @mr.saurav2.07
      @mr.saurav2.07 3 ปีที่แล้ว

      @@user-dk6ys3gc7l hoi baru but kunu kamot nahee

  • @d-techgamer4994
    @d-techgamer4994 3 ปีที่แล้ว +4

    30% je attendencr pora tente ki baal koriboli lockdown disil

  • @ramishahazarika8769
    @ramishahazarika8769 3 ปีที่แล้ว +3

    Aabar star aaru distinction nathake aaru certificate valueless aaru jibon tu valueless

  • @polashhazarika9518
    @polashhazarika9518 3 ปีที่แล้ว +2

    Ami potibad korim jdi kunu kam t nhe marksheet khn

  • @arnabrajbongshi7580
    @arnabrajbongshi7580 3 ปีที่แล้ว +2

    Tat ke jdi science r 3 ta subject r exam patile hoi besi bjl hol hoi

  • @bappanbarman5047
    @bappanbarman5047 3 ปีที่แล้ว

    If they are not eligible for most of the gov. job then what is the use of giving such marksheet. Despite giving such marksheet just provide a pass certificate and don't discriminate them. Their time, efforts, patients are matter too. Please give them justice and make sure this evolution will not affect their future.

  • @moramidas1105
    @moramidas1105 3 ปีที่แล้ว +3

    Amr jibontu khek korib bisarise kiyo

  • @ronitchauhan4230
    @ronitchauhan4230 3 ปีที่แล้ว

    Pray 2 bosor man ekekhone porilu pise aru september loi hei eke poribo koi ase..... Ami higher studies r kotha vabibo parim ne assam govt. ne ei oitahahik class 12 r khinie pori thakim.... Students borok marksheet nidi kagojot eta poison r tablet di dile hol khaikene ekebare hekh hoi jabo 🙂.... Eneu assam government e hekh korisei so ekebare hekh korile hol 👍

  • @himantabaro650
    @himantabaro650 3 ปีที่แล้ว +1

    exam cancel Kari Pali ki ?????? Parhi uthi bad de ako porhiba dese ba ki kotha bhabse ministry 🙏🙏🙏🙏