খোল চলন - KHOL CHALAN || সব্যসাচী কলাকেন্দ্ৰৰ আমগুৰি শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • এই "খোল চলন" ত আৰম্ভণিতে পৰিৱেশন কৰা হৈছে - ফলি চাহিনী আৰু খোলৰ অলংকাৰিক বোল । তাৰ পাছতেই একতালৰ (৬মাত্ৰাৰ) আশ্ৰয়ত ঘাত, চোক, ভঙ্গী বাজনা, ৰাগ সচাঁৰ, থেলা বাজনা আৰু শেষত লয়কাৰীৰে সামৰা হৈছে।
    এই পৰিৱেশনত অনেক ভুল-ভ্ৰান্তি লৈ যাব পাৰে, সেইখিনি আমাক শুদ্ধ ৰূপত দেখুৱাই দিলে পৰৱৰ্তী সময়ত আৰু অধিক পৰিশীলিতভাৱে প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম ।
    || সামগ্ৰিক পৰিচালনা : জ্যোতিষ্মান মহন্ত
    খোল : ঋষিৰাজ মহন্ত, প্ৰিয়াংশু মহন্ত, পাৰ্থপ্ৰতীম মহন্ত, জ্ঞানশ্ৰী বৰা, ঋতুৰাজ মহন্ত ।
    তাল নিৰূপণ : অনুৰাগ শৰ্মা, অভিন্দন , হিমাংশু খনিকৰ
    বাঁহী : পাংকু দত্ত
    Copyright of this Video - Rang Birang Assam (ৰং-বিৰং অসম)
    ৰংবিৰং অসম চেনেলটিৰ লিংক
    / @quizriddles2024
    আমাক এইখিনি পৰিৱেশনৰ সুযোগ দিয়াৰ বাবে আমগুৰিৰ অগ্ৰণী শিক্ষানুষ্ঠান "ডেউকা শিশু ওমলাঘৰ" ৰ সঞ্চালক প্ৰদীপ শৰ্মা ছাৰৰ লগতে অনুষ্ঠানটিৰ সমূহ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
    📢 আপুনি যদি খোল শিকিব বিচাৰে বা আপোনাৰ অঞ্চলত যদি খোলবাদ্যৰ কৰ্মশালা দিব বিচাৰে, তেন্তে যোগাযোগ কৰক - ৯৯৫৭৭০৩৫২২ (WhatsApp) নম্বৰত ।
    Please dont forget to "LIKE👍" & "SUBSCRIBE" my Channel to get updated.
    You can also follow me on Facebook :-
    / jyotishman.mahanta
    Instagram - I'm on Instagram as @vaishnav_jyotish. www.instagram....
    Telegram - t.me/Jyotishma...
    Whatsapp me on - 9957703522.

ความคิดเห็น • 22