ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ৰাজশ্ৰী বা ধুনিয়া হৈছে ।এদিন সেই ৰূপৰ মুকুট টি পিন্ধিব পাব দেই।আৰ্শীবাদ থাকিল।
বৰষা বা অবিহনে লতাশিল বিহু আধৰুৱা 💔💔
aru ancor goraki kiba valu loga nai
সচায় বৰষাৰ অবিহনে লতাশিল আধৰুৱা😞😞😞
@@aparnahazarika2967 👍👍👍
বৰষা বা অবিহনে লতাশিল আধৰুৱা
@@aparnahazarika2967Barasha Baa kio nahil
বিহু সম্ৰাগী , বিহু ৰাণী, আৰু বিহু কুৱৰীৰ দৰে বিচাৰকৰ বাবেও সদৌ অসম ভিত্তিত এটা প্ৰতিযোগীতামূলক পৰীক্ষা অনুস্থিত কৰিলে ভাল হব।
কমাৰণী পোক নহয় কুমাৰণী পোকহে শুদ্ধ । কমাৰণী পোক বুলি কোনো পোক নাই । কমাৰে লোৰ দা কটাৰীহে আদি বনাই । কুমাৰে মাতিৰ পাত্ৰ বনাই। কুমাৰে যেনেকৈ মাটিৰে অতি যত্নৰে মাতিৰ পাত্ৰ বনাই সেই পোকটোৱে ও নিজৰ বাঁহটো অতি যত্নৰে বনাই বাবেই তাক কুমাৰণী পোক বোলা হয় আৰু ইয়াৰ মাতিটো অলপ আলতিয়া কুমাৰণী পোক আৰু উঁই পোক একে নহয় । উঁই পোকে বাঁহ কাঠৰ ঘৰ খাই ধংস কৰি তাত মাতি তোলে । কুমাৰণী পোকে ঘৰ ধংস নকৰে । উঁইপোক হাবি জংঘল , বাট পথৰ কাষতো দেখা যায় । কুমাৰণী পোকে কেৱল মানুহৰ কেচা বা পকা দুয়ো আৱাস স্থলতে বাহ সাজে । উঁইপোক পকা ঘৰত দেখিব পোৱা নাযায় কাৰণ পকা ঘৰ খাই ধংস কৰিব নোৱাৰে । উঁই পোকৰ মাতি আলতীয়া নহয়। বিচাৰকৰ আসনত বহা জনে নিজে কুমাৰণী পোক আৰু উঁই পোক কি নজনাকে ৰাজহুৱা মঞ্চত ভুল প্ৰশ্ন কৰাটো এটা ডাঙৰ অপৰাধেই বুলিয়ে গন্য হব । গ্রাম্য জীৱনৰ মাতিৰ লগত শিপা বিছিন্ন হলে এনে হয়েই
কুমাৰণী পোক
মাতি নহয় মাটিহে শুদ্ধ
মনৰ কথাখিনি ক'লে।
@@Rtg25_100Mzii
Ekdom hosa
Kak nu sam... Gutei keigoraki bihuotie hundor... Hokoluke bohut bohut val lagil... Kintu barasha ba notokhar babe monso khon adhorua lagil
মঞ্চত বিহুৰ আখৰা কৰক, বৰ বৰ কথা কওক। বিয়া-বাৰু কৰাই লওক, সেইফেৰাও যদি হৈ গৈছে, ল'ৰা-ছোৱালীকেইটাক মামাৰ ঘৈণীয়েকৰ ইংৰাজী স্কুলখনত নাম লগাই দিয়ক। আমাৰ বিহু ৰসাতলে যোৱাৰ পথটি সুগম কৰক। ভবিষ্যত ইংৰাজী বিহুৰ বাবে বহুত শুভেচ্ছা জনালোঁ।
প্ৰশ্ন খিনিৰ কিছুমান উত্তৰ ভাল নাপালোঁ, লতাশিলত যিহেতু সমগ্ৰ অসমৰ ভিতৰত শ্ৰেষ্ঠ নাচনী গৰাকী বাছনি কৰা হয়, সাইয়ে সকলো ৰাইজে অপেক্ষা কৰি থাকে।কিছুমান উত্তৰ অলপো যুক্তি সংগত নহল।যেনে ---- কিমন চনত প্ৰথম মঞ্চ বিহু, সুতুলী, বহাগে কিহৰ আগজাননী দিয়ে আদি।😢😢😢
আটাইকেইগৰাকী নাচনীয়ে প্ৰিয়,তাৰে ভিতৰত শিৰুশ্ৰী, ৰাজশ্ৰী আৰু নিমীষা বেছি প্ৰিয়। শুভেচ্ছা যাচিলোঁ তেওঁলোকক
Moi ei tinigorakir Bhitorot kunuba ejoni hobo buli e bhabisilu
@@ankurkalita7577 moiitu Rajashree ba a pbo buli a vabi aasilu
দুটা প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ সঠিক এনে দৰে হ'ব লাগিছিল-(১) তকা তিনি (পাতি বা হাত, বৰ বা মাটি আৰু জেং বা ধুতং) প্ৰকাৰৰহে হ'ব লাগে।(২) ব'হাগ বিহুয়ে কৃষি আৰু নতুন বছৰৰ আগমনৰ সূচনা কৰে বুলি ক'ব লাগে।
বৰষা বাক বহুত মিছ কৰিছোঁ।
Barakha ba thakile vl lagil hy
Take he aijni E selai Thake dat keita
Val lagile ❤
শিৰুশ্ৰীক মোৰ বেছি ভাল লাগে।
কমাৰনী নহয়। কুমাৰনী হে। বিচাৰক সকলেও জনাতো উচিত।কমাৰ কুমাৰৰ বহুত তফাত।
বৰষা বা অবিহনে লতাশিল বিহু আধৰুৱা ❤
সকলোৱে ক'ব বৰষা বাৰ কথা, লতাশিল বিহু মঞ্চ বৰষা বাৰ অবিহনে আধৰুৱা..., 💔
উই পোক আৰু কুমাৰণি একে নহয়।বিচাৰক মণ্ডলীৰ ভুল হৈছে।
বৰষা বা অবিহনে.. কিবা আধৰুৱা যেন লাগিছে। Miss u baa
অসমৰ প্ৰথম খন মঞ্চ বিহু গোলাঘাটৰ বেতিয়নীত 1934 চনত অনুষ্ঠিত হৈছিল , 1952 চনত ৰাধাগোবিন্দ বৰুৱাৰ নেতৃত্বত লতাশিল খেলপথাৰত অনুষ্ঠিত হৈছিল, এইখন মঞ্চ বিহুৱে অধিক জনপ্ৰিয়তা লাভ কৰিছিল ।
১৯৩১ ত প্ৰথম হৈছিল
Barasha baa miss korisu apunak😢😢
Hoi ni
Nice
SavRXDTXRF
Nishidahmed
@@rontugogoiofficial-dr8vr😊
Baraasha baa obihone lotahil bihu uka lagise
Very good video and programme,,hope ,, futures jano chsli thake,, proud we r Assamese...
১৯১২ চনত নগাঁও কলং বাকৰি মঞ্চ বিহু অনুস্থিত হৈছিল দ্বিতীয়তে ১৯১৮ চনত শিৱসাগত বিহু মঞ্চ অনুষ্ঠিত হৈছিল
3 number joni mat tu bohut dhuneya huni val lagil ❤❤❤🎉🎉🎉
মই জনাত সুতুলি কেকুৰা গাতৰ মাটিৰ পৰা বনোৱা হয়। আৰু কমাৰনি পুকয় পৰা যে বনোৱা বুলি কলে সেইটো হে বুজা নাই কাৰণ এটা পুকৰ পৰা জানু সুতুলি সাজিব পাৰি?লগতে কুমাৰণি বাঁহৰ পৰা সুতুলি নবনাই,সেই পুক টো মানুহৰ ঘৰৰ বেৰত দেখা পোৱা যায়। কিছুমান গানত য়ো আছে কেকুৰা গাতৰ মাটিৰ পৰা যে সুতুলি বনোৱা হয়
কুমাৰণী আৰু উই পুক একে নহয় আৰু কুমাৰণী পুকে হুতুলী নাহাজে কেকুৰা গাতৰ আলতিয়া মাটিৰেহে হাজে ।
কুমাৰণীথাকে বেৰত আৰু উইপওক থাকে মাটিৰ তলত।
Um hoi
Miss you borsha ba
ব'হাগ বিহুৱে কিহৰ আগমনৰ সুচনা কৰে ? (কৃষি ) হ'ব লাগিছিল নি । কাৰণ খেতিয়ক সকলে ৰং-ধেমালিৰে কৰি খেতিৰ আৰম্ভনি কৰে ।
ধুনীয়া লাগিছে
বৰষা বা ❣️
Very very Nice Question best of
বন্তি গগৈ বাইদেউৱে ঠিক কাছে।
Sirusri baa mur guru aibar 2024 r Lotahil homragir winner hoi jate🎉🎉🎉❤❤
বিহু গীতত দেখোন কেকুৰা গাতৰে মাতিৰে সুতুলী বুলি হে গায়। আমাৰ ফালেও কেকুৰা গাতৰ মাটিয়েহে সুতুলী বনাই।
Barsha baa zindabad...
কেঁকোৰা গাঁতৰে মাতি মই আনিছো ঐ সুতুলী বনামে বুলি........ উঁই পোকে ঘৰৰ বাহিৰত গাঁত বনাই বাস কৰে আৰু কুমাৰণী পোকে ঘৰৰ বাহিৰে ভিতৰে মাতিৰ বাস বনাই থাকে।
Barasha baa ancoring nuxunile latasil bihu jen nalage so miss you baa
বৰষা বাৰ অবিহনে কিবা আধৰুৱা আধৰুৱা লাগিছে 😌
অসমীয়া নতুন বছৰৰ আগমন বুলি
লতাশিল বিহু মঞ্চত বৰষা বাক নেদেখিলে ভাল নালাগে। কুমাৰনী আৰু উই পোক একে কেনেকৈ হ'ল 🤔
উজনি অসমত ডাংবড়ি আৰু লেচেৰা মাহ বেলেগ বেলেগ কিন্তু নামনিত ডাংবড়ি তোক লেচেৰা বুলি কয়। তাকে প্ৰমাণ উই পোক আৰু কমাৰনী একেই নামনি হয় যেতিয়া একেই সোৱাটো স্বাভাৱিক 🙂
Duita puk akei nhoi.
বহাগ বিহুৱে খেতি আগমনৰ সূষ্টি কৰে
বিচাৰকৰ প্ৰশ্ন উত্তৰ সঠিক নহয় তেনেষ্ঠলত ইমান ডাঙৰ খিতাপৰ বিচাৰ কেনেকৈ কৰিছে তেওঁলোকেহে জানে আৰু।
একেবাৰে সত্য কথা কৈছে অসমত বিহু টো কিবা নতুনকৈ হৈছে ছাগে
বৰ যুক্তিৰ কথা কৈছে আপুনি
Barasa ba thakilehe val lage lataxil r bihu
Miss u Barsha baa, I always love your anchoring
বৰষা বা থকা হলে ভাল লাগিল হয়
Dhuniya lagisa
কোমাৰণি আৰু উই বেলেগে বেলেগে ।
Moromor Pahari baaa
Sirushi ba nas saiysu bahut vall lagill sirishi ba paba buli vabisilu samragir khithap tu
বিচাৰক গৰাকী উত্তৰ এটাই বৰখেলিমেলি লগাইছে :- প্ৰথম মঞ্চবিহু কোনচনত ক'ত আৰম্ভ কৰা হৈছিল বুলি ক'লে আমি পঢ়িবলৈ পোৱা মতে ১৯১৮শিৱসাগৰতে অনুষ্ঠিত হৈছিল বুলি পঢ়ি আহিছোঁ , ১৯৫২চনলৈ বহু বাকী থাকে ।
এই বিষয়ত বহু সমালোচনা হৈছে। শিৱসাগৰৰ বিহু, ধেমাজি গোহাঁইগাঁৱৰ ১৫১ সংখ্যক বিহু, আৰু কোনোবা দুখনমান জিলাৰ বিহুৰ বিষয়েও ক'ৰবাত পঢ়িছোঁ। গুৱাহাটীৰ খন নহয় বুলি প্ৰমাণ সহ পঢ়া মনত পৰিছে
আৰু এখন নগাঁও জিলাৰ নেহৰুবালি
@@parthapratimsaikia3702 yes dhemaji gohain gaon buli janu 1872 r para hoice...atia 151 yr hoice
Aru bohot kekhon ase ..
বৰ ভাল লাগিল
ৰাজশ্ৰীৰ বিহু বহুত ভাল লাগে।
❤❤❤❤
প্ৰথম মঞ্চ বিহু ১৯৩৪ চনত গোলাঘাট জিলাৰ বেটিয়নিত আৰম্ভ হৈছিল আৰু সুতুলী কেঁকোৰা গাঁতৰ মাটিৰে বনোৱা হয় । অনাগত দিনত ইমান ডাঙৰ এখন মঞ্চৰ বিচাৰকৰ আখনত বহি এই ভুল বোৰ নকৰিব । ধন্যবাদ
Miss you barasha baaa
সন্মানীয় বিছাৰক সকলৰ কিছু উত্তৰ আমি সহজ ভাৱে ল'ব পৰা নাই কিছু যটিলতা আছে।
ৰাজশী বা শিৰুশী য়ে পাব লাগিছিল , পোৰা গেজু হৈচে
১৯৩৪ চনত মঞ্চ বিহু অনুষ্ঠিত হৈছিল। গোলাঘাট জিলাৰ বেতিয়নী ত
ভাল লাগিল পুৰস্কাৰ দিব লাগে।
🦀🦀🦀🦀
Bohut bohut val lagil sai .
Borokha বাক miss korisu
Borokha bak miss krisu
প্ৰথম ১৯৫২ চনত মঞ্চ বিহু নহয়
কুমাৰনীক পোক বুলি আজি হে জানিলো।আমি আকৌ পতংগ বুলি হে জানিছিলো ।
সুতুলি কমাৰণি বাঁহৰ মাটিৰে নিৰ্মিত নহয কেঁকোৰা গাটৰ মাটিৰে নিৰ্মিত হয়
Hosa kekura gator matir porahe bonai
সম্পূর্ণ শুদ্ধ
কমাৰণী নহয় কুমাৰণী হয় আৰু কুমাৰণী পোক আৰু উঁই পোক দুইটা বেলেগ হয়। বিচাৰক গৰাকীৰ সাধৰণ জ্ঞান খিনি নথকা কাৰণে বেয়া লাগিল আৰু লগত থকা কেইজনেও নাজানে নেকি যদি জানিছিল লগতে শুধৰাই দিয়া হয় ভাল লাগিল হয়। সুতুলি কেঁকোৰা গাঁতৰ মাটি লগত বনায়।
ভৱিষ্যতে কেমেৰাটো বিচাৰক সকলৰ ফালে ঘুৰাই দিব চোন।
Sasta krem.
প্ৰকৃতিৰ ন ৰূপ আগমন কৰে।
কুমাৰণি আৰু উঁই পোকৰ মাটিৰে সুতুলী বনোৱা বুলি আজিহে শুনিলো।আমি কেঁকুৰা গাতৰ মাটিৰে বনাই বুলিহে জানো।
1952 year ketiuo nohoi karon golaghatot 1944 year's hoisil.
ইয়াত বহুতো উত্তৰ ভূল। প্ৰথম মঞ্চ বিহু শিৱসাগৰত ১৯১৮ চনত।
Val lagil
Barsha ba
Beautiful mojaa Mal ba🎉
বৰষা বা Miss you ♥️
Moi Jonat hutuli kekura gator matir pora hutuli bonua huisili..... Aji he hunilu dei.... Kimn hosa tak janibo bisaribo lgibo gaonr burha lukor pora
Bohut dhunia video 🎉
Most important bihur vlog Anupom Da🎉🎉Mur vlog Kiron Gogoi Official hai
দাদা, বিহু নামৰ লগতে বিহুৰ নিয়মাৱলী, বিহুৰ ইতিহাস সম্পৰ্কীয় শ্ৰেষ্ঠ কিতাপ ক'ত পাম এই বিষয়ে অনুগ্ৰহ কৰি জনাবচোন।
এইটো শিতান নামতহে আৰু🙏🏼😌
ভাল লাগিছে সকলো কিন্তু প্ৰশ্ন বোৰৰ উত্তৰ বোৰ হে ভুল কৈ কৈছে বিচাৰক সকলে
প্ৰথম মঞ্চ বিহু ১৯৫২ চনত লতাশিলত নহয় , ভুল । প্ৰথম মঞ্চ বিহু ১৯১২ চনত নগাঁও নেহৰুবালিত আৰম্ভ হৈছিল ।
Yes hai bhogali bihu. Rongali bihur 1rst monso betioni golaghat 1934... Judge a najane baki burok ki hikabo
1st mancha bihu 1872 t dhemaji gohain gaon t hoicilu buli janu...atia 151 yr hoice..
কমাৰণী আৰু উৰি পৰুৱা একেই নহয় নেকি ।
নহয়
Nhoi
Barasha ba tumi kiiy nahila❤❤❤
We miss Barsha baa
Nice 🥰🔥👌👌
Gor gaon baagh aase buli apuni kenekoi gom pale.
বৰ ভাল কথা কিন্তু ইঙৰাজি কিয়?
গোটেই কেইগৰাকী ৰ নাচ সমূহ দিব ।দাদা
🎉
😘😘😘😘😘😘borhiyaaa moinaa
Borkha ba kio nahile
বৰষা বা থাকিলে হে বিহুতলি ভাল লাগে
right.
Ahh right point
আজি কালি হুতূলী কেঁকুৰা গাঁতৰ মাটিৰ পৰা বনায় কাৰণ তাৰ মাটি আলটিয়া
প্ৰথম মঞ্চবিহু লতাশিল নহয়
Apekha kori asilu Barasha baa r anchoring xunim buli
Oui puk aru kumaroni kenekoi ake hol gus di bisarok korise Jen paw😊
১৯৫২ চনত লতাশিল বিহু মঞ্চক প্ৰথম বুলি ক'ব নোৱাৰি। বৰ্ত্তমান বিতৰ্ক চলি আছে।
Very Nice
ৰাজশ্ৰী বা ধুনিয়া হৈছে ।এদিন সেই ৰূপৰ মুকুট টি পিন্ধিব পাব দেই।আৰ্শীবাদ থাকিল।
বৰষা বা অবিহনে লতাশিল বিহু আধৰুৱা 💔💔
aru ancor goraki kiba valu loga nai
সচায় বৰষাৰ অবিহনে লতাশিল আধৰুৱা😞😞😞
@@aparnahazarika2967 👍👍👍
বৰষা বা অবিহনে লতাশিল আধৰুৱা
@@aparnahazarika2967Barasha Baa kio nahil
বিহু সম্ৰাগী , বিহু ৰাণী, আৰু বিহু কুৱৰীৰ দৰে বিচাৰকৰ বাবেও সদৌ অসম ভিত্তিত এটা প্ৰতিযোগীতামূলক পৰীক্ষা অনুস্থিত কৰিলে ভাল হব।
কমাৰণী পোক নহয় কুমাৰণী পোকহে শুদ্ধ । কমাৰণী পোক বুলি কোনো পোক নাই । কমাৰে লোৰ দা কটাৰীহে আদি বনাই । কুমাৰে মাতিৰ পাত্ৰ বনাই। কুমাৰে যেনেকৈ মাটিৰে অতি যত্নৰে মাতিৰ পাত্ৰ বনাই সেই পোকটোৱে ও নিজৰ বাঁহটো অতি যত্নৰে বনাই বাবেই তাক কুমাৰণী পোক বোলা হয় আৰু ইয়াৰ মাতিটো অলপ আলতিয়া কুমাৰণী পোক আৰু উঁই পোক একে নহয় । উঁই পোকে বাঁহ কাঠৰ ঘৰ খাই ধংস কৰি তাত মাতি তোলে । কুমাৰণী পোকে ঘৰ ধংস নকৰে । উঁইপোক হাবি জংঘল , বাট পথৰ কাষতো দেখা যায় । কুমাৰণী পোকে কেৱল মানুহৰ কেচা বা পকা দুয়ো আৱাস স্থলতে বাহ সাজে । উঁইপোক পকা ঘৰত দেখিব পোৱা নাযায় কাৰণ পকা ঘৰ খাই ধংস কৰিব নোৱাৰে । উঁই পোকৰ মাতি আলতীয়া নহয়। বিচাৰকৰ আসনত বহা জনে নিজে কুমাৰণী পোক আৰু উঁই পোক কি নজনাকে ৰাজহুৱা মঞ্চত ভুল প্ৰশ্ন কৰাটো এটা ডাঙৰ অপৰাধেই বুলিয়ে গন্য হব । গ্রাম্য জীৱনৰ মাতিৰ লগত শিপা বিছিন্ন হলে এনে হয়েই
কুমাৰণী পোক
মাতি নহয় মাটিহে শুদ্ধ
মনৰ কথাখিনি ক'লে।
@@Rtg25_100Mzii
Ekdom hosa
Kak nu sam... Gutei keigoraki bihuotie hundor... Hokoluke bohut bohut val lagil... Kintu barasha ba notokhar babe monso khon adhorua lagil
মঞ্চত বিহুৰ আখৰা কৰক, বৰ বৰ কথা কওক। বিয়া-বাৰু কৰাই লওক, সেইফেৰাও যদি হৈ গৈছে, ল'ৰা-ছোৱালীকেইটাক মামাৰ ঘৈণীয়েকৰ ইংৰাজী স্কুলখনত নাম লগাই দিয়ক। আমাৰ বিহু ৰসাতলে যোৱাৰ পথটি সুগম কৰক। ভবিষ্যত ইংৰাজী বিহুৰ বাবে বহুত শুভেচ্ছা জনালোঁ।
প্ৰশ্ন খিনিৰ কিছুমান উত্তৰ ভাল নাপালোঁ, লতাশিলত যিহেতু সমগ্ৰ অসমৰ ভিতৰত শ্ৰেষ্ঠ নাচনী গৰাকী বাছনি কৰা হয়, সাইয়ে সকলো ৰাইজে অপেক্ষা কৰি থাকে।
কিছুমান উত্তৰ অলপো যুক্তি সংগত নহল।
যেনে ---- কিমন চনত প্ৰথম মঞ্চ বিহু, সুতুলী, বহাগে কিহৰ আগজাননী দিয়ে আদি।
😢😢😢
আটাইকেইগৰাকী নাচনীয়ে প্ৰিয়,তাৰে ভিতৰত শিৰুশ্ৰী, ৰাজশ্ৰী আৰু নিমীষা বেছি প্ৰিয়। শুভেচ্ছা যাচিলোঁ তেওঁলোকক
Moi ei tinigorakir Bhitorot kunuba ejoni hobo buli e bhabisilu
@@ankurkalita7577 moiitu Rajashree ba a pbo buli a vabi aasilu
দুটা প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ সঠিক এনে দৰে হ'ব লাগিছিল-
(১) তকা তিনি (পাতি বা হাত, বৰ বা মাটি আৰু জেং বা ধুতং) প্ৰকাৰৰহে হ'ব লাগে।
(২) ব'হাগ বিহুয়ে কৃষি আৰু নতুন বছৰৰ আগমনৰ সূচনা কৰে বুলি ক'ব লাগে।
বৰষা বাক বহুত মিছ কৰিছোঁ।
Barakha ba thakile vl lagil hy
Take he aijni E selai Thake dat keita
Val lagile ❤
শিৰুশ্ৰীক মোৰ বেছি ভাল লাগে।
কমাৰনী নহয়। কুমাৰনী হে। বিচাৰক সকলেও জনাতো উচিত।কমাৰ কুমাৰৰ বহুত তফাত।
বৰষা বা অবিহনে লতাশিল বিহু আধৰুৱা ❤
সকলোৱে ক'ব বৰষা বাৰ কথা, লতাশিল বিহু মঞ্চ বৰষা বাৰ অবিহনে আধৰুৱা..., 💔
উই পোক আৰু কুমাৰণি একে নহয়।বিচাৰক মণ্ডলীৰ ভুল হৈছে।
বৰষা বা অবিহনে.. কিবা আধৰুৱা যেন লাগিছে। Miss u baa
অসমৰ প্ৰথম খন মঞ্চ বিহু গোলাঘাটৰ বেতিয়নীত 1934 চনত অনুষ্ঠিত হৈছিল , 1952 চনত ৰাধাগোবিন্দ বৰুৱাৰ নেতৃত্বত লতাশিল খেলপথাৰত অনুষ্ঠিত হৈছিল, এইখন মঞ্চ বিহুৱে অধিক জনপ্ৰিয়তা লাভ কৰিছিল ।
১৯৩১ ত প্ৰথম হৈছিল
Barasha baa miss korisu apunak😢😢
Hoi ni
Nice
Sav
RXDTXRF
Nishidahmed
@@rontugogoiofficial-dr8vr😊
Baraasha baa obihone lotahil bihu uka lagise
Very good video and programme,,hope ,, futures jano chsli thake,, proud we r Assamese...
১৯১২ চনত নগাঁও কলং বাকৰি মঞ্চ বিহু অনুস্থিত হৈছিল দ্বিতীয়তে
১৯১৮ চনত শিৱসাগত বিহু মঞ্চ অনুষ্ঠিত হৈছিল
3 number joni mat tu bohut dhuneya huni val lagil ❤❤❤🎉🎉🎉
মই জনাত সুতুলি কেকুৰা গাতৰ মাটিৰ পৰা বনোৱা হয়। আৰু কমাৰনি পুকয় পৰা যে বনোৱা বুলি কলে সেইটো হে বুজা নাই কাৰণ এটা পুকৰ পৰা জানু সুতুলি সাজিব পাৰি?লগতে কুমাৰণি বাঁহৰ পৰা সুতুলি নবনাই,সেই পুক টো মানুহৰ ঘৰৰ বেৰত দেখা পোৱা যায়। কিছুমান গানত য়ো আছে কেকুৰা গাতৰ মাটিৰ পৰা যে সুতুলি বনোৱা হয়
কুমাৰণী আৰু উই পুক একে নহয় আৰু কুমাৰণী পুকে হুতুলী নাহাজে কেকুৰা গাতৰ আলতিয়া মাটিৰেহে হাজে ।
কুমাৰণীথাকে বেৰত আৰু উইপওক থাকে মাটিৰ তলত।
Um hoi
Miss you borsha ba
ব'হাগ বিহুৱে কিহৰ আগমনৰ সুচনা কৰে ?
(কৃষি ) হ'ব লাগিছিল নি । কাৰণ খেতিয়ক সকলে ৰং-ধেমালিৰে কৰি খেতিৰ আৰম্ভনি কৰে ।
ধুনীয়া লাগিছে
বৰষা বা ❣️
Very very Nice Question best of
বন্তি গগৈ বাইদেউৱে ঠিক কাছে।
Sirusri baa mur guru aibar 2024 r Lotahil homragir winner hoi jate🎉🎉🎉❤❤
বিহু গীতত দেখোন কেকুৰা গাতৰে মাতিৰে সুতুলী বুলি হে গায়। আমাৰ ফালেও কেকুৰা গাতৰ মাটিয়েহে সুতুলী বনাই।
Barsha baa zindabad...
কেঁকোৰা গাঁতৰে মাতি মই আনিছো ঐ সুতুলী বনামে বুলি........
উঁই পোকে ঘৰৰ বাহিৰত গাঁত বনাই বাস কৰে আৰু কুমাৰণী পোকে ঘৰৰ বাহিৰে ভিতৰে মাতিৰ বাস বনাই থাকে।
Barasha baa ancoring nuxunile latasil bihu jen nalage so miss you baa
বৰষা বাৰ অবিহনে কিবা আধৰুৱা আধৰুৱা লাগিছে 😌
অসমীয়া নতুন বছৰৰ আগমন বুলি
লতাশিল বিহু মঞ্চত বৰষা বাক নেদেখিলে ভাল নালাগে। কুমাৰনী আৰু উই পোক একে কেনেকৈ হ'ল 🤔
উজনি অসমত ডাংবড়ি আৰু লেচেৰা মাহ বেলেগ বেলেগ কিন্তু নামনিত ডাংবড়ি তোক লেচেৰা বুলি কয়। তাকে প্ৰমাণ উই পোক আৰু কমাৰনী একেই নামনি হয় যেতিয়া একেই সোৱাটো স্বাভাৱিক 🙂
Duita puk akei nhoi.
বহাগ বিহুৱে খেতি আগমনৰ সূষ্টি কৰে
বিচাৰকৰ প্ৰশ্ন উত্তৰ সঠিক নহয় তেনেষ্ঠলত ইমান ডাঙৰ খিতাপৰ বিচাৰ কেনেকৈ কৰিছে তেওঁলোকেহে জানে আৰু।
একেবাৰে সত্য কথা কৈছে অসমত বিহু টো কিবা নতুনকৈ হৈছে ছাগে
বৰ যুক্তিৰ কথা কৈছে আপুনি
Barasa ba thakilehe val lage lataxil r bihu
Miss u Barsha baa, I always love your anchoring
বৰষা বা থকা হলে ভাল লাগিল হয়
Dhuniya lagisa
কোমাৰণি আৰু উই বেলেগে বেলেগে ।
Moromor Pahari baaa
Sirushi ba nas saiysu bahut vall lagill sirishi ba paba buli vabisilu samragir khithap tu
বিচাৰক গৰাকী উত্তৰ এটাই বৰখেলিমেলি লগাইছে :-
প্ৰথম মঞ্চবিহু কোনচনত ক'ত আৰম্ভ কৰা হৈছিল বুলি ক'লে
আমি পঢ়িবলৈ পোৱা মতে
১৯১৮শিৱসাগৰতে অনুষ্ঠিত হৈছিল বুলি পঢ়ি আহিছোঁ , ১৯৫২চনলৈ বহু বাকী থাকে ।