EI BHIJAA BHIJAA RAATI by Rosananda Gogoi

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ม.ค. 2025

ความคิดเห็น • 33

  • @antara5836
    @antara5836 2 ปีที่แล้ว +1

    গীত টিয়ে মন চুই গল। 😇

  • @upasanasharma1136
    @upasanasharma1136 2 ปีที่แล้ว +1

    ৰৈ যোৱা শব্দ বৈ যোৱা সুৰ 🌼🌼

    • @rosanandagogoi7871
      @rosanandagogoi7871  2 ปีที่แล้ว

      জব্দ হয় আতুৰ পৰাণ !!

  • @sharatmaina4918
    @sharatmaina4918 2 ปีที่แล้ว +1

    অতি সুন্দৰ দদাইদেউ, আপুনি আমাৰ সদায় প্ৰিয়...

  • @777momi
    @777momi 2 ปีที่แล้ว +1

    শুনিলে শুনি থাকিবলৈ মন যোৱা এটি সুন্দৰ গান। বৰ সুন্দৰ হৈছে ৰসা দা।

  • @utpalborah6872
    @utpalborah6872 2 ปีที่แล้ว +1

    অপূৰ্ব

  • @muninmbcreation7720
    @muninmbcreation7720 2 ปีที่แล้ว +1

    মন ভৰি যোৱা গীত ককাইদেউ,গীতৰ কথা,সুৰ,কণ্ঠ আৰু সংগীত অপূৰ্ব সংমিশ্ৰণ👌❤️🙏

  • @junumonipatar9363
    @junumonipatar9363 2 ปีที่แล้ว +1

    এটি সুন্দৰ গীত। বৰ ভাল লাগিল ।

  • @reempathak50
    @reempathak50 2 ปีที่แล้ว +1

    Amazing👏👏🌿

  • @savitarani4008
    @savitarani4008 2 ปีที่แล้ว

    অপূৰ্ব!!! উপহাৰ!!!

  • @purnidas9597
    @purnidas9597 ปีที่แล้ว

    🙏🙏

  • @lakhihandique8749
    @lakhihandique8749 2 ปีที่แล้ว

    চিৰযুগমীয়া গীত 🥰

  • @binodbharadwaj_BB
    @binodbharadwaj_BB 2 ปีที่แล้ว +1

    Very Nice Dada 💝💝

  • @binugoswami9409
    @binugoswami9409 หลายเดือนก่อน

    খুব ভাল লাগিল গানটো শুনি ৷ গানৰ সুৰ আৰু আপোনাৰ কন্ঠই মন চুই গ’ল ৷ গানৰ কথাখিনিও বৰ সুন্দৰ ৷

  • @runumeemahanta427
    @runumeemahanta427 2 ปีที่แล้ว +1

    বৰ ভাল কাম কৰিলি। প্ৰয়োজন আছিল। বৰ ভাল হৈছে সকলো দিশ। অভিনন্দন জনালো 🙏

  • @sibanisarmah8443
    @sibanisarmah8443 หลายเดือนก่อน

    অতি সুন্দৰ 👌

  • @bimisonowal3803
    @bimisonowal3803 หลายเดือนก่อน

    সুন্দৰ

  • @rudrahandique81
    @rudrahandique81 2 ปีที่แล้ว

    মোৰ ভাল লগা এটি
    গীত

  • @minibhattacharya1968
    @minibhattacharya1968 2 ปีที่แล้ว +1

    অপূৰ্ব

  • @anujgogoi795
    @anujgogoi795 หลายเดือนก่อน

    🙏🙏🙏