ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত সুন্দৰ কথা ভাল লাগিল জাতীয়তাবাদী মনোভাৱ প্ৰকাশ কৰা বাবে l জই আই অসম
অতি সুন্দৰ আৰু সময়োপযোগী মন্তব্য। অপ্ৰিয় সত্য কথা ক'লে কিছুমান মানুহে লাজ পায়েই।
দাদা, আপোনি খুব সুন্দৰ বক্তব্য দাঙি ধৰিলে,, অতুলনীয়,,,, 🙏বৰ্তমান যি সমালোচনা হৈ আছে,,, আপোনিয়ে প্ৰথম শুদ্ধটো দাঙি ধৰিলে,, ধন্যবাদ,,,।
সুন্দৰ দাদা আমাৰ অসমীয়া সমাজলৈ আপুনি ভাল Massage দিলে৷ জয় আই অসম❤❤❤❤❤❤❤❤❤❤❤
এই বিতর্কৰ মাজত জুবিনেই জগৰীয়া নহয় সংবাদ মাধ্যম , ইউতুপাৰ আৰু সচৰাচৰ সমাজত চলি থকা নামী, দামীৰ পিছত দৌৰি থকা সকলো লোকেই জগৰীয়া।
ককাইদেউ আপুনি কথাখিনি সুন্দৰ ভাৱে উপস্থাপন কৰিলে, ধন্যবাদ থাকিল আপোনালৈ
সুন্দৰ আৰু সময়োপযোগী বক্তব্য আগবঢ়ালে ।
আজি আপোনাক ধন্যবাদ দিলো❤️
আপোনাৰ ভিডিও আজি প্ৰথম চাইছো।কিন্তু বহুত ভাল লাগিল. কথা খিনিত জাতিৰ হকে মাত মতা যেনে লাগিল।
Khub dhuniya khota koise Dada 🙏
বহুত ভাল কথা কলে দাদা 🙏
ধন্যবাদ জনালোঁ❤ ধুনীয়াকৈ বুজায় দিয়াৰ বাবে
বহুত সুন্দৰ কথা কৈছে দাদ আপুনি কথা খিনি শুনিছোঁ
100 % right dada ❣️
দাদা আপুনি বহুত ভাল মনৰ মানুহ । আপুনি সুন্দৰ কথা কলে ।
সুন্দৰ পৰামৰ্শ দাদা
সচাঁ কথা কৈছে দেই দাদা ❤
বহুত ভাল কথা কৈছে দাদা
বহুতে ভাল কথা কেইটামান কলে ,বৰ ভাল লাগিল।
অসমৰ ৯৯.৯৯% মানুহে চিনি পোৱা নাছিল মৃত্যুৰ আগত, উজনি অসমৰ মানুহ কিছুমানে হে চিনি পাইছিল।
💯percent right kotha koise 👌👌😊
ভাল লাগিল আপোনাৰ কথাবোৰ সত্য উপৰত মন্তব্য দিয়াৰ কাৰণে ধন্যবাদ থাকিল ।
Right 👍🏻
কথা খিনি বহুত ভাল লাগিল আপোনাৰ 👏🙏
সঁচা কথা কৈছে 😢😢😢ৰাজীৱ শদিয়া দেৱৰ মৃত্যু অসমৰ এক ডাঙৰ ক্ষতি 😢😢😢😢😢
বঢ়িয়া কৈছে দাদা ।
সুন্দৰ মন্তব্য দিলে আপুনি ৰিতু দা ধন্যবাদ 👏
সুন্দৰ অতি সুন্দৰ কথাবোৰ আগবঢ়ালে ধন্যবাদ দাদা
Ji ki nahok kiyo joi zubeen da zubeen da is bast
ভাল লাগিল আপোনৰ কথা তো শুনি । সচাকৈয়ে জুবিন ক নিজে স্বিকাৰ কৰিব দিব লাগে। জয় আই অসম জয় ইন নমস্কাৰ❤❤🎉🎉
ময়ো চিনি পোৱা নাছিলো তেওঁৰ মৃত্যুৰ পিছত হে তেওঁক চিনি পাইছো
জুবিন গাগ চিনি নোপোৱাৰ কাৰনে এতিয়া ৰাজীৱ শদিয়াক সকলো চিনি পাৱৰ হল
ঠিকেই ,
@@KanakDas-n4f আৰু জুবিনক পাহৰিবৰ হ'ল ।
@@bnjn5135অসম্ভব মহাশয়
Bohut xundar kotha kole.Joi ai Axom
আচল কথা2 হল, যিটো মানুহ জীয়াই আছে তেওঁক জিনাহৰাম কৰা ,আৰু মৰি যোৱা জনক hero bonuwa ,aytu মানুহৰ চৰিত্ৰ।
Very nice ❤❤❤
সুন্দৰ বাৰ্তা দাদা ।
Dhuniya kotha koise apuni...🙏
Zubeen Garg ♥️
সুন্দৰ মন্তব্য।
Zubeen dai ji icha xei a kba pre joy Zubeen da Love you Zubeen da
দাদা বহুত ভাল কথা কৈছে । ধন্যবাদ
❤ আপুনি খুউব সুন্দৰ কথা কৈছে ডাঙৰীয়া ৷
আপুনি বহোত ভাল কথা কৈছে জয় আই অসম
আপোনাৰ মন্তব্য বোৰ খুব ভাল লাগে মোৰ।
বঢ়িয়া!
সুন্দৰ মন্তব্য আগবঢ়াইছে।
ভাল লাগিল দাদা আপোনাৰ কথা শুনি ❤
apunar video চাই vall lagil dei dada
আপুনি বহুত ভাল কথা কৈছে 🙏সচাকৈ শিল্পী সমাজখন নিস্বাৰ্থ আৰু নিকা হ'ব লাগে😊
Khub dhunia kotha koi dadai ❤❤❤
ভাল মানুহ ভগৱানৰ প্ৰিয় হয়। গতিকে ৰাজীৱ শদিয়া লৈ গুচি গ'ল। মই যেতিয়া পৰা ডাঙৰ হৈছোঁ। আগৰ কথা নাজানোঁ। প্ৰথম ভূপেন হাজৰিকাৰ মৃত্যুৰ সময় যিমান অগণন মানুহ দেখা পাইছিলোঁ । তাৰ পিছতেই বৰ্তমান ৰাজীৱ শদিয়া মৃত্যু হময়ত দেখা পালোঁ। বৰ্তমানেও চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈ আছে । কিয়নো তেওঁলোক অমৰ হৈ থাকি যাব। ইয়াৰ মাজৰ সময়ছোৱাত যিসকলে শিল্পী মৃত্যু হৈছিল এইটো পৰিৱেশ দেখা নাই। 😢😢 শিল্পী বুলি ক'লে এজনে আনজন বা আমি সকলোৱে সন্মান ' মৰম আৰু শ্ৰদ্ধা কৰিব লাগে। তেতিয়াহে এখন সুন্দৰ শিল্পী সমাজ গঢ় দিব নহ'লে সৃষ্টি শেষ হ'ব।
সুন্দৰ মন্তব্য আপোনাৰ কথা খিনি শুনি খুব ভাল লাগিল।দাদা আপুনি স্পষ্ট বাদী সেইকাৰণে আপোনাৰ ভিডিঅ' বোৰ চাই বহুত ভাল লাগে
বহুত বহুত ধন্যবাদ কলিতা মহোদয়। কিন্তু বৰ্তমান সত্য, সততা মানেই অপমান পাব লাগেনে কি বাৰু!!
আপোনাৰ কথা শুনি বহুত মানে অন্তৰৰ পৰা ভাল লাগিল । মোৰ এটাই বেয়া লাগে আমি (অসমীয়া মানুহ এটা গুণ আছে এজন ভাল মানুহ ঢুকোৱা পিছত তেও বহুত গুণ গায় কিন্ত জিয়াই থাকোতে কোনও চিনি নাপায় এতিয়াও এজন ভাল বিহুৱা আছে তেও হ'ল বিপুল চেতিয়া ফুকন অবস্থাও ভাল নহয় নেকি যেতিয়া নাইকীয়া হ'ব কিমানে কান্দিব চাব আপোনি ।
Apuni val kotha koise dada bhut val lagil
Nice 👍👍👍👍👍👍
Tq dada kotha khar suni bhal lagil I love rajib sadiya dada
Bohut val kotha kola dada
Right koise❤❤
Only one zubeen da.❤
Right ritu da 👍
Good ❤❤
Aponi bhut val kotha kole ❤
Nice ❤❤
Joi Zubeen da ❤
Ati hundor love and joi Zubeen da and rip rajib sadiya
Dhuniya dada
Rajib xodiya mora pist he popular hol news channelt kintu tar agte aku nkoril mediai val manuh vl hoi gol goi.. atia chnl burok trp lge . Jai zubeen daa ❤️
Val lageel kotha keita, dhonyabad😊
Apunak ki buli doinyabad dim bohut dhuniya kotha kola
Bhut val lagil aapunar mantoib tu
Val lagil xuni joi Zubeen da
Atiya rajib sadiya r namot channel a bepar kori ase ...kidumn kothat olp zg r vul thake moi xi2 big fan hisape kou ...
আপোনাৰ কথা বিলাকত পইন্ট আছে ❤
💯 hosa kotha koise..joi aai asom✊
Jubeen da take Sini pai 🍷
Vhall lagil ktha
Right talking... TRUE says.. salute you ❤
Bohut val ritu da
Mor ajihe apunar motebba Val lagise ,sakolobor video r vitorat ,
❤❤❤ love you Bhai
আপোনালোক বাৰু অসমতে থাকে নে ? ইমান ৰাজীৱ শদিয়াৰ গুনবোৰ কিয় লুকাই ৰাখিছিল জুবিনতকৈ আগত তেখেতক সন্মান নিদিলে কিয় ? মৃত্যু ৰ পিছত সন্মান দি লাভ নাই কাৰণ তেখেতে এতিয়া একো গম নাপায় । জীয়াই থাকোঁতে একোয়েই নকৰিলে এতিয়া চিঞৰি লাভ নাই । তেখেতৰ নাম মৃত্যু ৰ পিছত হে শুনিছো
Jati matir gaaan huniso nai baru ??????? Agiloike.....bisarisili nai agiloike TH-cam t??????? Bisarili heten jodi pali heten
Vl kotha koise dada
Akdom right kotha apunar nisina kathabur Mur hajom hoi
Joi zuben da
Right val lagel huni
Ritu da dhunia koise ❤Sini poa nopoa dangar nahaiBut 'Zatir Gaan moi o gaiso Then ?'Ei sentence to hojom nohoi😢
💯 %Right dada
Mod khai koi paise o Zubin daaa love you ❤❤❤
সুন্দৰ মন্তব্য আপোনাৰ
Akdom right
Ekdom xosa kotha
Bht vl kta br KY apuni thank u dada
Ritu da apuni val kotha aru hasa kotha a koi sa..🙏🙏🙏
Hundor kotha kole dada val lagil,Zubeen daru kisumam dukh ase kio enekua korile bea lage
আপোনি সুন্দৰ বাৰ্তা দিছে
Jubenotka rgeb sodeya bohot oporot
Right 👍👍✊✊✊
Agote 100 jonor vitorot 95 manuhe sini puwa nasille social media t viral koridile sinaki kori dile zubeen dai koi amiu sini puwa nasilua aji kalihe hunisu gom palu gotike জুবিন দাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচা কথা কৈ চিনাকি কৰি দিয়াৰ বাবে
Great thinking dada👍👍👍
Right 👍
বহুত সুন্দৰ কথা ভাল লাগিল জাতীয়তাবাদী মনোভাৱ প্ৰকাশ কৰা বাবে l জই আই অসম
অতি সুন্দৰ আৰু সময়োপযোগী মন্তব্য। অপ্ৰিয় সত্য কথা ক'লে কিছুমান মানুহে লাজ পায়েই।
দাদা, আপোনি খুব সুন্দৰ বক্তব্য দাঙি ধৰিলে,, অতুলনীয়,,,, 🙏
বৰ্তমান যি সমালোচনা হৈ আছে,,, আপোনিয়ে প্ৰথম শুদ্ধটো দাঙি ধৰিলে,, ধন্যবাদ,,,।
সুন্দৰ দাদা আমাৰ অসমীয়া সমাজলৈ আপুনি ভাল Massage দিলে৷ জয় আই অসম❤❤❤❤❤❤❤❤❤❤❤
এই বিতর্কৰ মাজত জুবিনেই জগৰীয়া নহয় সংবাদ মাধ্যম , ইউতুপাৰ আৰু সচৰাচৰ সমাজত চলি থকা নামী, দামীৰ পিছত দৌৰি থকা সকলো লোকেই জগৰীয়া।
ককাইদেউ আপুনি কথাখিনি সুন্দৰ ভাৱে উপস্থাপন কৰিলে, ধন্যবাদ থাকিল আপোনালৈ
সুন্দৰ আৰু সময়োপযোগী বক্তব্য আগবঢ়ালে ।
আজি আপোনাক ধন্যবাদ দিলো❤️
আপোনাৰ ভিডিও আজি প্ৰথম চাইছো।কিন্তু বহুত ভাল লাগিল. কথা খিনিত জাতিৰ হকে মাত মতা যেনে লাগিল।
Khub dhuniya khota koise Dada 🙏
বহুত ভাল কথা কলে দাদা 🙏
ধন্যবাদ জনালোঁ❤ ধুনীয়াকৈ বুজায় দিয়াৰ বাবে
বহুত সুন্দৰ কথা কৈছে দাদ আপুনি কথা খিনি শুনিছোঁ
100 % right dada ❣️
দাদা আপুনি বহুত ভাল মনৰ মানুহ । আপুনি সুন্দৰ কথা কলে ।
সুন্দৰ পৰামৰ্শ দাদা
সচাঁ কথা কৈছে দেই দাদা ❤
বহুত ভাল কথা কৈছে দাদা
বহুতে ভাল কথা কেইটামান কলে ,বৰ ভাল লাগিল।
অসমৰ ৯৯.৯৯% মানুহে চিনি পোৱা নাছিল মৃত্যুৰ আগত, উজনি অসমৰ মানুহ কিছুমানে হে চিনি পাইছিল।
💯percent right kotha koise 👌👌😊
ভাল লাগিল আপোনাৰ কথাবোৰ সত্য উপৰত মন্তব্য দিয়াৰ কাৰণে ধন্যবাদ থাকিল ।
Right 👍🏻
কথা খিনি বহুত ভাল লাগিল আপোনাৰ 👏🙏
সঁচা কথা কৈছে 😢😢😢
ৰাজীৱ শদিয়া দেৱৰ মৃত্যু অসমৰ এক ডাঙৰ ক্ষতি 😢😢😢😢😢
বঢ়িয়া কৈছে দাদা ।
সুন্দৰ মন্তব্য দিলে আপুনি ৰিতু দা ধন্যবাদ 👏
সুন্দৰ অতি সুন্দৰ কথাবোৰ আগবঢ়ালে ধন্যবাদ দাদা
Ji ki nahok kiyo joi zubeen da zubeen da is bast
ভাল লাগিল আপোনৰ কথা তো শুনি । সচাকৈয়ে জুবিন ক নিজে স্বিকাৰ কৰিব দিব লাগে।
জয় আই অসম জয় ইন নমস্কাৰ❤❤🎉🎉
ময়ো চিনি পোৱা নাছিলো তেওঁৰ মৃত্যুৰ পিছত হে তেওঁক চিনি পাইছো
জুবিন গাগ চিনি নোপোৱাৰ কাৰনে এতিয়া ৰাজীৱ শদিয়াক সকলো চিনি পাৱৰ হল
ঠিকেই ,
@@KanakDas-n4f আৰু জুবিনক পাহৰিবৰ হ'ল ।
@@bnjn5135অসম্ভব মহাশয়
Bohut xundar kotha kole.Joi ai Axom
আচল কথা2 হল, যিটো মানুহ জীয়াই আছে তেওঁক জিনাহৰাম কৰা ,আৰু মৰি যোৱা জনক hero bonuwa ,aytu মানুহৰ চৰিত্ৰ।
Very nice ❤❤❤
সুন্দৰ বাৰ্তা দাদা ।
Dhuniya kotha koise apuni...🙏
Zubeen Garg ♥️
সুন্দৰ মন্তব্য।
Zubeen dai ji icha xei a kba pre joy Zubeen da Love you Zubeen da
দাদা বহুত ভাল কথা কৈছে । ধন্যবাদ
❤ আপুনি খুউব সুন্দৰ কথা কৈছে ডাঙৰীয়া ৷
আপুনি বহোত ভাল কথা কৈছে জয় আই অসম
আপোনাৰ মন্তব্য বোৰ খুব ভাল লাগে মোৰ।
বঢ়িয়া!
সুন্দৰ মন্তব্য আগবঢ়াইছে।
ভাল লাগিল দাদা আপোনাৰ কথা শুনি ❤
apunar video চাই vall lagil dei dada
আপুনি বহুত ভাল কথা কৈছে 🙏সচাকৈ শিল্পী সমাজখন নিস্বাৰ্থ আৰু নিকা হ'ব লাগে😊
Khub dhunia kotha koi dadai ❤❤❤
ভাল মানুহ ভগৱানৰ প্ৰিয় হয়। গতিকে ৰাজীৱ শদিয়া লৈ গুচি গ'ল। মই যেতিয়া পৰা ডাঙৰ হৈছোঁ। আগৰ কথা নাজানোঁ।
প্ৰথম ভূপেন হাজৰিকাৰ মৃত্যুৰ সময় যিমান অগণন মানুহ দেখা পাইছিলোঁ । তাৰ পিছতেই বৰ্তমান ৰাজীৱ শদিয়া মৃত্যু হময়ত দেখা পালোঁ। বৰ্তমানেও চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈ আছে । কিয়নো তেওঁলোক অমৰ হৈ থাকি যাব। ইয়াৰ মাজৰ সময়ছোৱাত যিসকলে শিল্পী মৃত্যু হৈছিল এইটো পৰিৱেশ দেখা নাই। 😢😢 শিল্পী বুলি ক'লে এজনে আনজন বা আমি সকলোৱে সন্মান ' মৰম আৰু শ্ৰদ্ধা কৰিব লাগে। তেতিয়াহে এখন সুন্দৰ শিল্পী সমাজ গঢ় দিব নহ'লে সৃষ্টি শেষ হ'ব।
সুন্দৰ মন্তব্য আপোনাৰ কথা খিনি শুনি খুব ভাল লাগিল।দাদা আপুনি স্পষ্ট বাদী সেইকাৰণে আপোনাৰ ভিডিঅ' বোৰ চাই বহুত ভাল লাগে
বহুত বহুত ধন্যবাদ কলিতা মহোদয়। কিন্তু বৰ্তমান সত্য, সততা মানেই অপমান পাব লাগেনে কি বাৰু!!
আপোনাৰ কথা শুনি বহুত মানে অন্তৰৰ পৰা ভাল লাগিল । মোৰ এটাই বেয়া লাগে আমি (অসমীয়া মানুহ এটা গুণ আছে এজন ভাল মানুহ ঢুকোৱা পিছত তেও বহুত গুণ গায় কিন্ত জিয়াই থাকোতে কোনও চিনি নাপায় এতিয়াও এজন ভাল বিহুৱা আছে তেও হ'ল বিপুল চেতিয়া ফুকন অবস্থাও ভাল নহয় নেকি যেতিয়া নাইকীয়া হ'ব কিমানে কান্দিব চাব আপোনি ।
Apuni val kotha koise dada bhut val lagil
Nice 👍👍👍👍👍👍
Tq dada kotha khar suni bhal lagil I love rajib sadiya dada
Bohut val kotha kola dada
Right koise❤❤
Only one zubeen da.❤
Right ritu da 👍
Good ❤❤
Aponi bhut val kotha kole ❤
Nice ❤❤
Joi Zubeen da ❤
Ati hundor love and joi Zubeen da and rip rajib sadiya
Dhuniya dada
Rajib xodiya mora pist he popular hol news channelt kintu tar agte aku nkoril mediai val manuh vl hoi gol goi.. atia chnl burok trp lge . Jai zubeen daa ❤️
Val lageel kotha keita, dhonyabad😊
Apunak ki buli doinyabad dim bohut dhuniya kotha kola
Bhut val lagil aapunar mantoib tu
Val lagil xuni joi Zubeen da
Atiya rajib sadiya r namot channel a bepar kori ase ...kidumn kothat olp zg r vul thake moi xi2 big fan hisape kou ...
আপোনাৰ কথা বিলাকত পইন্ট আছে ❤
💯 hosa kotha koise..joi aai asom✊
Jubeen da take Sini pai 🍷
Vhall lagil ktha
Right talking... TRUE says.. salute you ❤
Bohut val ritu da
Mor ajihe apunar motebba Val lagise ,sakolobor video r vitorat ,
❤❤❤ love you Bhai
আপোনালোক বাৰু অসমতে থাকে নে ? ইমান ৰাজীৱ শদিয়াৰ গুনবোৰ কিয় লুকাই ৰাখিছিল জুবিনতকৈ আগত তেখেতক সন্মান নিদিলে কিয় ? মৃত্যু ৰ পিছত সন্মান দি লাভ নাই কাৰণ তেখেতে এতিয়া একো গম নাপায় । জীয়াই থাকোঁতে একোয়েই নকৰিলে এতিয়া চিঞৰি লাভ নাই । তেখেতৰ নাম মৃত্যু ৰ পিছত হে শুনিছো
Jati matir gaaan huniso nai baru ??????? Agiloike.....bisarisili nai agiloike TH-cam t??????? Bisarili heten jodi pali heten
Vl kotha koise dada
Akdom right kotha apunar nisina kathabur Mur hajom hoi
Joi zuben da
Right val lagel huni
Ritu da dhunia koise ❤
Sini poa nopoa dangar nahai
But 'Zatir Gaan moi o gaiso Then ?'
Ei sentence to hojom nohoi😢