Assamese biya naam new/অসমীয়া বিয়া নাম/ কইনা ঘৰৰ বিয়ানাম Assamese wedding song/ assamese biyanam
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- কইনা ঘৰৰ পৰম্পৰাগত অসমীয়া বিয়ানাম/বিবাহ আৰম্ভণিৰ পৰা শেষলৈ/ আগবঢ়াই দিলো সকলোৱে আদৰি লব দেই,,,
#dipikaphukannewsong
#কইনাঘৰৰবিয়ানাম
#Assamesebiyanaam #Assameseweddingsong #Assamesemarriagesong
#অসমীয়াবিয়ানাম
#dipikaphukansong
Gaana Link: gaana.com/song...
JioSaavn Link: www.jiosaavn.c...
Resso Link: m.resso.com/ZS...
Amazon Music Link: music.amazon.i...
Boomplay Link: www.boomplay.c...
Apple/iTunes Link: / koina-ghoror-porampara...
CRBT Codes
Airtel Callertune Code (Direct Dial):: 5432118122547
Airtel (V) Callertune Code (Direct Dial):: 009181200002547
VI Callertune Code (Direct Dial):: 53712990382
Vodafone/Idea (VI) Clip ID:: 15727141
BSNL (North/West) Callertune Code (SMS) - Send it to 56700 ::
BT
BSNL (South/East) Callertune Code (SMS) Send it to 56700 :: 12990382
BT
Aircel (North/West) Callertune Code (SMS) Send it to 56700 ::
DT
Aircel (South/East) Callertune Code (SMS) Send it to 56700 :: 12990382
DT
Tata Indicom Callertune Code (SMS) Send it to 12800 :: 12990382
WT
MTNL Callertune Code (SMS) Send it to 56789 :: 12990382
বিয়া নামৰ মাদকতাই বাল্যকাললৈ ওভতাই টানি নিয়ে । কিযে সু-দিন আছিল সেইবোৰ ! অসমৰ গাঁৱে- ভূঁইয়ে এসময়ত বিয়া নামৰ জনপ্ৰিয়তা আৰু প্ৰসাৰতা কিমান ব্যাপক আছিল সেই কথা আজিৰ প্ৰজন্মই কল্পনাই কৰিব নোৱাৰে । সেয়েহে তেওঁলোকে বিয়ানাম আমাাৰ দৰে উপভোগো কৰিব নোৱাৰে । ভাল লাগিল দীপিকা । আমাৰ এই অমূল্য সম্পদক জীয়াই ৰাখিবলৈ কৰা তোমাৰ চেষ্টাক প্ৰসংশা কৰিলোঁ ।
বহুত বহুত ধন্যবাদ থাকিল দাদা
সুন্দৰ আৰু শুৱলা কণঠেৰে গোৱা বিয়ানাম শুনি সচাকৈয়ে ভাল লাগিল,আগলৈ নতুন নতুন শুনি বলৈ পাম
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,আগলৈ নিশ্চয়কৈ আৰু চেষ্টা কৰিম
@@dipikaphukanofficialxopuna7961
g5
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 men🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉3se3🎉😀😀😀😀😀😀🎉🎉🎉🎉🎉🎉😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😀😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 men 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😀😀😀😀😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 se ko ko
ভাল লাগিল । বৰ সুন্দৰ গাইছা দেই ।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Beautiful biya naam.from Duliagaon.Missamora.Golaghat. Assam.
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 বৰ ভাল লাগিল ,, আপুনি গোলাঘাটৰ বুলি জানিব পাৰি
Oti hundor
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Sundor kontho Dipika.
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
সুন্দৰ। আৰম্ভণিৰ পৰা শেষলৈ বিয়ানাম শুনি খুউব ভাল লাগিল।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏
Mojjaaa
Thank you very much ❤️💕💕
দিপিকাবা তোমাৰ বিয়া নাম বহুত ভাল লাগিছে আগলৈ এনেকৈয়ে বিয়া নাম গাবলৈ আষা কৰিলোঁ ধন্যবাদ ।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️❤️❤️
আগলৈকো এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলো দেই
Val lagile🙏🙏🙏
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️ ❤️❤️
Bht bht dhunia biya nam......
🎉🎉🎉
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
বহুত ভাল লাগিল““চকুপানী ওলাই গ’ল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
সুন্দৰ। এই যাত্ৰা অবিৰত হওক।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো দাদা,
আৰু নতুন নতুন কাম কৰিবলৈ চেষ্টা কৰিম দাদা, আপোনাসৱৰ মৰম আৰু আশীৰ্বাদ দি আগুৱাই লৈ যাব🙏🙏
Val lagil biya nam TU xuni tar pori Baidu Jodir mat o val
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
সুন্দৰ কণ্ঠৰ সুন্দৰ বিয়ানাম। শুনি খুউব ভাল লাগিল।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Ati dhunia hoise. Biya nam xonile mon bixadore bhori Jay. Dhanyawad bhovistyaloi
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
অতি সুন্দৰ
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏
খুব সুন্দৰ 👌👌👌
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
So bohut hundr hoise baideu
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️ ❤️❤️
Biya nam huni bor val lagil baido
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 💕💕💕
Skupani ulai gl de..xosakoi biyanmor madokotai xukiya..ati xundor kontha..
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏
Hundor hoise Madam ❤
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো দেই ❤️❤️❤️
ধুনীয়া হৈছে
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 আগলৈকে এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏
সমাজৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব ধৰা বিয়া নাম সমূহ বাণীবদ্ধ ৰূপত সুন্দৰকণ্ঠত ধৰি ৰখাৰ প্ৰয়াস অতি আদৰণীয় ।ধন্যবাদ দীপিকা ।
কৰবী দেউৰী
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো বাইদেউ
Val lagil enedare tulani biya nam bani badha kariba baidew
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
তুলনি বিয়াৰ নামো আগবঢ়ায় দিম বুলি ভাবি আছো বাৰু, আকোঁৱালি ল'ব দেই
বহুত ভাল লাগিল।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো , আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏
সুন্দৰ হৈছে।বহুত ভাল লাগিল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
অতি সুন্দৰ লাগিল আপোনাৰ গিটতি 👏👏👏👏👏👏👏
বহুত বহুত ধন্যবাদ থাকিল দেই
Dada ami dukhiya manuh please mur channel tu subscribe kori diya 🥺🙏🙏
Moiu subscribe kori disu dei
ধুনীয়া।
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই
বহুত সুন্দৰ কৈ সজোৱা হৈছে গীত কেইটি আৰু কণ্ঠও আপোনাৰ বহুত শুৱলা 👍🏿👍🏿👍🏿
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏 আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ
@@dipikaphukanofficialxopuna7961 নিশ্চয় কৰিম বাইদেউ , আপোনালোকৰ নিচিনা শিল্পীক আমাৰ অসমীয়া সমাজত সদাই প্ৰয়োজন 🙏🏿🙏🏿🙏🏿
প্ৰণাম জনালো 🙏🙏
Baaideu apunar biyanam tu huni protijugitat bohisilu Aru apuni Hua Nam tu galu Prothom puroskar Palu
Dhanyibad baaideu apunalukor preronabur pai jam buli akha thakil baaideu 🥰🙏
বহুত বহুত অভিনন্দন জনালো ❤️ মইও
আৰু আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো মোৰ হেঁপাহৰ প্ৰজেক্ট টি এনেদৰে আদৰি লোৱাৰ বাবে
বহুত সুন্দৰ❤❤❤❤❤
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Nice baa❤️
Thank you very much ❤️❤️💕💕
অতি মধুৰ, মনোমোহা পৰিবেশন হৈছে ।
বহুত বহুত ধন্যবাদ থাকিল চাৰ
সুন্দৰ পৰিবেশন।।অন্তৰ চুই গল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Bohut dhuniya lagil baideu ❤❤❤
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️ ❤️❤️
সুন্দৰ প্ৰয়াস।আগুৱাই লৈ
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏
Bahut bhal lagil Baidew. Nice 👍
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
বহুত সুন্দৰ। আৰু আশা কৰিছো।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏
নিশ্চয় কৈ আগলৈ আৰু চেষ্টা কৰিম
কি সুন্দৰ কণ্ঠ বা তোমাৰ
সুন্দৰ ।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏
sundar ati sundarhuise
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলো
Moja bay dew
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Bohot val lagise bai
বহুত ধন্যবাদ জনালো,
শুনি বৰ ভাল লাগিল বিয়ানামটি,,,,অন্তৰ চুই গ'ল।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
অতিকৈ সুন্দৰ হৈছে আগলৈকে শুনিবলৈ পাম বুলি আশা থাকিল।
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,আগলৈ নিশ্চয়কৈ আৰু চেষ্টা কৰিম
বহুত সুন্দৰ আগবঢ়াই নিয়ক।
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,আগলৈ নিশ্চয়কৈ আৰু চেষ্টা কৰিম
ভাল লাগিল শুনি।
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই
বহুত ভাল হৈছে দেই
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই❤️
বৰ সুন্দৰ হৈছে
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো
Ati hundar, bia nam hunile soku hemeki jai o
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Bohut bhal lagil
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
বৰ সুৰীয়া হৈছে দিপিকা ৷
অশেষ ধন্যবাদ জনালো দেই বা
Biya nambur xuni hosake bohut val lagise
Dipika tumar kanthoi man mur bhari goise
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব
ভাল লাগিল💝💕
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️
সুন্দৰ হৈছে 🙏
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏
@@dipikaphukanofficialxopuna7961 tq 🙏
Mam bahut val hoise .
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️
সুন্দৰ কণ্ঠ বহুত ভাল হৈছে ।
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,
,🙏🙏🙏🙏 ধুনীয়া 👌👌 হৈছে
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️ ❤️❤️
Bohut vaal hoise xuniboloi
Hundar hoisy Baideu. Aru Dhuniya Dhuniya gan Raijor majoloi Aagbohabo buli Axa raxilu .
বহুত বহুত ধন্যবাদ থাকিল দেই
Mojja aaideu
Thank you
হচায়েই ইমান সুন্দৰ গাইছ দেহা মাজে মাজে ছোই গৈছে আৰু আগোৱাই জা ভগবানৰ ওছৰত পাথনা জনাম 🙏👌
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️ মৰমৰ বান্ধৱী জনী
Axomiya biya song nice
Thank you very much 🙏🙏
Val lagil biyar naam huni,
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Bohut val lagil ♥️💙💜
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো
বিয়াৰনাম শুনি বহুতভাল পাওঁ।সুন্দৰহৈছে অন্তৰ চুই গৈছে
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো বাইদেউ 🙏🙏
ভাল লাগিছে ।।।
বহুত বহুত ধন্যবাদ থাকিল দেই
Oti xundar lagise
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
গীতটো সঁচাকৈয়ে বৰ ভাল লাগিল
ইমান সুন্দৰ সুন্দৰ কমেন্ট আগবঢ়ায়ছে ৰাইজে,,দেখি ভাল লাগিছে দীপিকা,, আৰু আগুৱাই যোৱা ❤️❤️❤️
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
সুন্দৰ । আৰম্ভণিৰ পৰা শেষলৈ বিয়া নাম শুনি খুউব ভাল লাগিল । চকুপানী ওলাই গʼল ❤❤
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো বাইদেউ 🙏🙏
আগলৈকো এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলো বাইদেউ
Pppp p pp . Plp p.ppppppp ppppppppppp p
বহুত ভাল লাগিল 😢
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
@@dipikaphukanofficialxopuna7961 ধন্যবাদ জ্ঞাপন কৰিলো
Val lagil bia Nam huni
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
ভাল হৈছে,বিয়া ঘৰত বজাব লাগিব😍😍😍
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️ বাবলো ভাইটি, নিশ্চয় বজাবা দেই
বিয়া নামবোৰ বৰ ভাল লাগে।।
হয় বাইদেউ,, আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালো
Many beautiful voices were heard at the end of the Arambhini. Thank you very much Janalo 🌹🌹🌹🌹
Thank you so much ❤️❤️
Dhuniya hoisa baideo 👍👍❤❤
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️
Nice naam👌
Thank you very much ❤️❤️💓
Hundor
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো দেই❤️❤️
সুন্দৰ প্ৰয়াস .বহুত ভাল হৈছে আগুৱাই যাওঁক,বহুত সুন্দৰ কৈ কণ্ঠদান কৰিছে, বিয়া নাম শুনাৰ হেপাঁহটো সৰুৰেপৰাই আছে , বিয়া নাম শুনি বৰ ভাল পাওঁ মই । বহুত কান্দো বিয়া নাম শুনি । আশা কৰোঁ আগলৈ আৰু শুনিবলৈ পাম
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️
বহুত ধুনীয়া হৈছে বা আগুৱাই যোৱা 👍👍💕💕💕💕💕💕
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Bahut bhal lagil Dipika. Eman dhuñiya Kantha tumar.
বহুত বহুত ধন্যবাদ থাকিল দেই 🙏🙏
সুন্দৰ কণ্ঠ।। ভাল লাগিছে শুনি। উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,আগলৈ এনেদৰেই আপোনাৰ বহুমূলীয়া মন্তৱ্যৰে আৰু অনুপ্ৰাণিত কৰি যাব দেই
সুন্দৰ 👍
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
বহুত সুন্দৰ
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই
❤❤❤❤❤ mind blowing.
Thank you so much 💕💕
Hundor kontho apunar
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Val, lagisa
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Sundar hoise
অতি সুন্দৰ প্ৰদৰ্শন। ভাল লাগিছে শুনি।🙏🙏🙏🙏🙏
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো, আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলো🙏🙏
ধন্যবাদ
সুন্দৰ লাগিল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Sundar biya nam
God bless you🙏👌👌👌
Thank you very much 🙏🙏
সুন্দৰ বিয়া নাম ভাল লাগিল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏
Dhunia hoise...
আন্তৰিকতাৰে অশেষ ধন্যবাদ 🙏🙏🙏
Apunar hurot biya name huni bohut besi vhl lagil apunar pora Dora ghoror biya name hunibole pam buli akha thakil
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 দৰা ঘৰৰ বিয়ানাম নিশ্চয়কৈ আগবঢ়াবলৈ চেষ্টা কৰিম
Bohut bohut dhuniaa hoise bou
বহুত বহুত ধন্যবাদ জনালো দেই
সুন্দৰ
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
বহুত ভাল লাগিল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
শেষত সচাই হুকহুকাই কান্দি ললোঁ অ
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো দেই 🙏🙏
বিয়া নামবোৰ শুনি সচাকৈয়ে বৰ দুখ লাগে বাইদেউ
Biyar Nam khini sundar haise.subheccha thakil bhabisytat babe.
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,
Val lagil
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই
সুন্দৰ কন্ঠ💋
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Hundor kontho biya nam huni Val lagile aaru alop aaguwai juwa aakha korisu anagoto dinot aaru anekuwa biya nam huniboloi pau jen baideu
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,আগলৈ নিশ্চয়কৈ আৰু চেষ্টা কৰিম
বৰ সুন্দৰ হৈছে 👌
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️❤️❤️
dhunia lagisay apunar bianamxuni😊
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️ ❤️