অংকীয়া ভাওনা-দক্ষ যজ্ঞ | Dakhya Jagya Bhaona | Ankiya Vawna | Kathpar Vauna
ฝัง
- เผยแพร่เมื่อ 16 ต.ค. 2024
- অংকীয়া ভাওনা-দক্ষ যজ্ঞ | Dakhya Jagya Bhaona | Ankiya Vawna | Kathpar Vauna
#Bhaona
#ankiya_vauna
#dakhya_jagya
#onkiua_jagya
#vawna
Dakhya Jagya
bhaona
vauna
vawna
kathpar bhaona samaruh
ভাল লাগিল দেই প্ৰীতম নতুন ৰূপত দেখি বৰ ভাল লাগিল
Dhuniya lagil de❤
Xundor 🙏🙏🙏
Val lagil❤
Nice cute 🥰🥺🥰🥺
ভাল প্ৰচেষ্টা। কিন্তু, ব্ৰজাৱলী ভাষাৰ আৰু চৰ্চাৰ প্ৰয়োজন আছে ভাৱৰীয়া কেইজনৰ। কথা কোৱাৰ লয় খিনিত যত্ন কৰিব লাগিব। ব্ৰজাৱলী ভাওনাৰ লয় অলপ ব্যতিক্ৰম। মাজে মাজে আমাৰ কথিত ভাষা কোৱাৰ দৰে / কথিত ভাষাৰ ভাওনা কৰাৰ দৰে হৈছে। শোণিতপুৰ , নগাঁও আদিত মই নিজে কৰি বা দেখি যিখিনি পাইছোঁ, তাকহে কৈছোঁ। ভাল হ'ব। চেষ্টা কৰি যাওক দলটোৱে। শুভেচ্ছা আছে।
দাদা এওঁলোক ব্ৰজাৱলী ভাও প্ৰথম কৰিছে, এওঁলোক মাতৃ ভাষা ভাওনাহে কৰে,ভোল হৈছে যদি খমা কৰিব🙏🏼
Moi jamugurihat r pora saisu hoi baru amar faleu ankoi hoi olop xuti nati thakei ... Thik hbo
Dhunia♥️♥️♥️
Nice sharing bro ❤❤ beautiful video 👏👏👏
Thanks for visiting
Dhuniya lagil❤❤
Dhnia ❤
Val lagil
❤❤❤
ধুনীয়া লাগিল
🙏🙏
Hundor vauna akhn salu.. olp khut thke ru...
ধন্যবাদ ককাইদেউ ❤
❤
ব্ৰজাৱলী গুৰু জনাৰ অমৰ চিষ্টি ব্ৰজাৱলী থকা বিপাল পয়াৰ মুক্তৱলি আদি বোৰ নাই যে কিয়
❤😂🎉😢😮😅😊
সকলোৰে গঠনমূলক সমালোচনা তথা ভুলবোৰ আঙুলিয়াই দিয়াৰ বাবে আমি সকলোৰে ওচৰত চিৰ কৃতজ্ঞ ,অনাগত দিনত ভুলবোৰ শুধৰাই আগুৱাই যাবলৈ চেষ্টাৰ ক্ৰুটি নকৰো
Bor doniya
❤❤
❤❤
❤❤
❤❤