How to learn English in Assamese Version 110 % Guaranty ইংৰাজী শিকাৰ |Spoken English Tips 4 Assamese

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ม.ค. 2025

ความคิดเห็น • 1.9K

  • @BB-lk5ub
    @BB-lk5ub 5 ปีที่แล้ว +16

    বহুত বহুতেই সুন্দৰ নিদৰ্শন দাদা ।
    জয় আই অসম

  • @ashiqali7096
    @ashiqali7096 5 ปีที่แล้ว +3

    Apur kotha bilak bhut vl lgyy

  • @harmohandas4668
    @harmohandas4668 5 ปีที่แล้ว +263

    হয় দাদা...আপুনি কোৱা গোটেই সিনি কথাই গুৰুত্ব পূৰ্ণ ! লেবেল দিবৰ কাৰণে ইংৰাজীৰ জ্ঞান নালাগে মোক দাদা, তাৰ কাৰণে আমাৰ মাতৃভাষাটোৱে যথেষ্ট বুলি মই ভাবো...
    কিন্তু তথাপি পৰিৱেশৰ লগত খাপ খাই সময়ৰ লগত খোজ মিলাবৰ বাবে বহু ক্ষেত্ৰত দৰকাৰ হৈ পৰে.....এই ইংৰাজীৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰণে ময়ো বহুবাৰ অসুবিধাৰ সন্মুসিন হৈছো আৰু বহু সুবিধা হেৰুৱাবলগীয়াও হৈছে ! অসমত বিশেষকৈ ইংৰাজীৰ ক্ষেত্ৰত manage কৰিব পৰা জ্ঞানসিনি থাকিলেও মই যথেষ্টবুলি ভাবো...
    গতিকে বহুত ভাল লাগিছে আপোনাৰ কথাসিনি শুনি আৰু বহুত উৎসাহিতও হৈছো,!! আশা ৰাখিছো আৰু advice পাম আপোনাৰ পৰা আগবাঢ়ি যোৱাত ইংৰাজী বিষয়টোৰ লগতে অন্যবোৰতো...ধন্যবাদ !!!

    • @YoYoAdviser
      @YoYoAdviser  5 ปีที่แล้ว +7

      ধন্যবাদ. চাই থাকিব.

    • @ramilabasumatary6539
      @ramilabasumatary6539 5 ปีที่แล้ว +2

      dada bohut bohut dhonyobad aapunaloi..muru khub English xikiboloi essha dada..kintu aaponar lgt online ot kanakoi communication koribo parim? okoman jonale moi nothoy aanondito hom..

    • @modernindia8707
      @modernindia8707 5 ปีที่แล้ว +1

      নমস্কাৰ বন্ধুসকল…vlog চাই ভাল পোৱা লোকসকল মোৰো এটা vlogging channel আছে য'ত মই ভাল ভাল vlog আনো…এবাৰ check কৰিব…আৰু আজি এটা নতুন vlog দিছো চাই অত্যন্ত ভাল পাব…

    • @poligogoi4900
      @poligogoi4900 5 ปีที่แล้ว +1

      English and Assamese translate apps aeta Ter pora bhut English hekibo pari moi hai apps to pora bhut English kbo parisue

    • @harmohandas4668
      @harmohandas4668 5 ปีที่แล้ว

      @@poligogoi4900 thnks

  • @bishnuhazong-dr3xq
    @bishnuhazong-dr3xq ปีที่แล้ว

    ধন্যবাদ দাদা, আপোনাৰ English শিকোৱাৰ বাবে।

  • @amorjyotisingh8724
    @amorjyotisingh8724 5 ปีที่แล้ว +6

    Dhonyobat Dada apuni kuwa kotha blk gurutopuno n against thnq ,,,,moi flow korim

  • @bhubandas2410
    @bhubandas2410 5 ปีที่แล้ว +2

    Thnk u so muchh.............Emn dine ajn vl frnd bisarrii asilu english kowar babe......Thnk u

    • @YoYoAdviser
      @YoYoAdviser  5 ปีที่แล้ว

      yes yes mok fb page ot inbox koribo. kotha patim.

    • @bhubandas2410
      @bhubandas2410 5 ปีที่แล้ว

      @@YoYoAdviser Ok..Thnk u

  • @boloramrabha8546
    @boloramrabha8546 5 ปีที่แล้ว +176

    Vedio টো ভাল লাগিল। ছাৰ Spoken english ৰ ওপৰত আকৌ vedio বনাব চোন। মোৰ লগতে বহুতৰে উপকাৰ কৰা হব।

  • @bipinsahu7464
    @bipinsahu7464 ปีที่แล้ว

    THANK YOU SO MUCH DADA বৰ ভাল লাগিল

  • @Nobitaesque
    @Nobitaesque 5 ปีที่แล้ว +33

    First view.... And I'm impressed!!

  • @reenabaruah6707
    @reenabaruah6707 4 ปีที่แล้ว

    বহুত ভাল লাগিল আপোনাৰ সুন্দৰকৈ বুজিব পৰা কথা বোৰ শুনি। বহুত ৰ সহায় হ'ব বুলি আশা কৰিলো। ইমান সহজ সৰল ভাবে বুজায়ছে আপুনি। ধন্যবাদ জনালো।

    • @YoYoAdviser
      @YoYoAdviser  4 ปีที่แล้ว

      Welcome Reena. Keep watching.

  • @pageoflife7578
    @pageoflife7578 3 ปีที่แล้ว +4

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ছাৰ ❤️🙏🙏

  • @harakantataye3298
    @harakantataye3298 5 ปีที่แล้ว +1

    Bohut bhal dada apuni master hobo lagisile iman bhal leksar diye apuni . very thankful.

  • @pranjalbarman2690
    @pranjalbarman2690 5 ปีที่แล้ว +3

    most inspiring...ভাল লাগিল কথাখিনি আপোনাৰ..

  • @trailokyarajbongshi3287
    @trailokyarajbongshi3287 4 ปีที่แล้ว +1

    Apunr kotha2 bor val lagil dada

  • @Godezgaming
    @Godezgaming 5 ปีที่แล้ว +12

    Really
    .... I'm inspired by You

  • @NilaGogoi-wd6wh
    @NilaGogoi-wd6wh 10 หลายเดือนก่อน +1

    Mur hosake hikibole mon goise bohut bhallagil😊

  • @RahulRay-oh1xe
    @RahulRay-oh1xe 5 ปีที่แล้ว +5

    thank you sir, i want to learn spoken English .Actualy I am weak in spoken English .I hope this video will very helpful for me.

  • @jibonesnaidu4542
    @jibonesnaidu4542 2 ปีที่แล้ว +2

    Video to val lagisa sir Apunar

  • @ranjangogoi9771
    @ranjangogoi9771 5 ปีที่แล้ว +6

    u r sharing very good ideas for our assamese brother n sister ...it will make ur hlp

  • @SalmaKhatun-s5k
    @SalmaKhatun-s5k 10 หลายเดือนก่อน +2

    হয় ছাৰ অসমীয়া ভাষা আমাৰ গৌৰৱ
    আমি অসমীয়া ভাষাক গুৰুত্ব দিয়া উচিত

  • @rajendas8305
    @rajendas8305 5 ปีที่แล้ว +4

    বৰ সুন্দৰ সত্য উপস্থাপন,বহুত ধন্যবাদ

  • @anchalicbeermahabhairabclu2519
    @anchalicbeermahabhairabclu2519 4 ปีที่แล้ว

    বহুত ভাল লাগিল জানিবলগীয়া ভিডিঅ বহুত বহুত ধন্যবাদ জনালোঁ ছাৰ।

  • @parismitavlog3599
    @parismitavlog3599 3 ปีที่แล้ว +13

    ধন্যবাদ দাদা

  • @sarifulaslam971
    @sarifulaslam971 4 ปีที่แล้ว

    Dhunia bosto disa bro.....monor major kotha koisa bro. ....thanks

  • @KansengShyam
    @KansengShyam 4 ปีที่แล้ว +4

    Indeed helpful for many eager minds.😍

  • @banjitaray639
    @banjitaray639 4 ปีที่แล้ว

    Bht vl lagel dada apunar kotha bilak ,akebare mnr kotha koisa,

  • @nnz9346
    @nnz9346 5 ปีที่แล้ว +4

    Dada moi English khikar karon 2 hoise moi dekh bidekh ghuribo bisaru n appreciate u dada ❤️❤️❤️❤️.

    • @islamrafiqul09
      @islamrafiqul09 5 ปีที่แล้ว

      Yes ur thinking is matching with my thinking....Thank u very much brother to sharing this video....

  • @mamonscreator9939
    @mamonscreator9939 5 ปีที่แล้ว +1

    বৰ গুৰুত্বপূৰ্ণ কথা ক'লে....বহুত ভাল লাগিল । আশাকৰো এনে ভিডিও আগলৈ পাই থাকিলে মোৰ লগতে আন বহুতেও উপকৃত হ'ব । আপোনাক অশেষ ধন্যবাদ জনালোঁ।

  • @digantabaruah5243
    @digantabaruah5243 5 ปีที่แล้ว +5

    Aoti xundar opudhekmulok kotha 🎙️ arhi opusthapon ♥️💯👍"

  • @himakshidas5249
    @himakshidas5249 4 ปีที่แล้ว

    Very good dada apunar kothakhinie mur antor sui goise.

  • @puspaladhikari5144
    @puspaladhikari5144 4 ปีที่แล้ว +7

    You are right bro. .. Now I am also expert in English 😄😄

  • @GreatGamingBiki
    @GreatGamingBiki 4 ปีที่แล้ว +1

    Bohut val lagile sir videotu sai,English khikar akhare videotu salu aru try korim Joi ai axom

  • @hafizurislam7
    @hafizurislam7 3 ปีที่แล้ว +5

    You are really great dada, I heartily respect you in my soul

  • @amalborah9716
    @amalborah9716 5 ปีที่แล้ว +3

    দাদা TH-cam প্ৰথম টো ভাল উপদেশ দিয়াৰ ভিডিঅ' চালোঁ। আপোনাৰ কথা বোৰে মোক বহুত উৎসাহ দিলে। মইও বহু আগ্ৰহী ইংৰাজী শিকিবলৈ। মোক সহায় কৰিব দাদা।।।

  • @tulsiboro3277
    @tulsiboro3277 5 ปีที่แล้ว +1

    Khub bhal video dada English bhakhao amar babe ati proyojoniy bhakha...dhanybad

    • @YoYoAdviser
      @YoYoAdviser  5 ปีที่แล้ว

      fb page ot inbox korok jodi english khikibokhuje

  • @northeastnewsky-919
    @northeastnewsky-919 2 ปีที่แล้ว +3

    Good sir very very nice video ❤️

  • @pinkudas2658
    @pinkudas2658 ปีที่แล้ว

    sir akdam akdam.... true kotha koise de....

  • @HD_tube01
    @HD_tube01 5 ปีที่แล้ว +6

    U deserve a like n appreciate ur work very much...thank u

  • @bhupenkooficial2000
    @bhupenkooficial2000 ปีที่แล้ว

    Hosai বহুত motivate kotha বোৰ কলে ❤❤

  • @nironpegu4215
    @nironpegu4215 4 ปีที่แล้ว +5

    Sir really heads off to you. You r great

  • @baharulbaharul7827
    @baharulbaharul7827 4 ปีที่แล้ว

    🙏Good job sir .bhut kotha janilo apunar pura

  • @rajibkumarsarmah5335
    @rajibkumarsarmah5335 5 ปีที่แล้ว +19

    Bht val lagil dada. Kintu apuni bht comedy kre. Val lagil....🙏🙏

  • @guljarhussain3471
    @guljarhussain3471 5 ปีที่แล้ว +5

    আপোনাৰ video বিলাক বহুত ভাল লাগে দাদা।
    আমাক ভাল উপদেশ দিয়াৰ বাবে অশেষ অশেষ ধন্যবাদ।

  • @dipaklama6711
    @dipaklama6711 3 ปีที่แล้ว

    Video tu sai Bohut val lagil...

  • @namitamedhi4302
    @namitamedhi4302 5 ปีที่แล้ว +8

    দাদা আপোনাৰ এই ভিডিঅ তো চাই বহুত ভাল লাগিল।

  • @PranjalSaikia-w6e
    @PranjalSaikia-w6e 4 หลายเดือนก่อน

    Thank you sir 🎉 bohut val lagile 🎉🎉😊😊

  • @majorjaihind3649
    @majorjaihind3649 5 ปีที่แล้ว +5

    Very important suggestions... Thank you very much dada...

  • @pradipmandal6381
    @pradipmandal6381 2 ปีที่แล้ว

    বহুত ভাল কথা কৈছে দাদা

  • @jugalkishorsharma3464
    @jugalkishorsharma3464 5 ปีที่แล้ว +3

    Bohot atcha laga dakhe

  • @chaochingblockpattu1350
    @chaochingblockpattu1350 2 ปีที่แล้ว +2

    I am glad seeing your technic of learning english.

  • @kalpanadevi6122
    @kalpanadevi6122 5 ปีที่แล้ว +4

    Video tu mor babe very important so Thankful

    • @YoYoAdviser
      @YoYoAdviser  5 ปีที่แล้ว

      Welcome dear. Ag barhi jaok. Kiba help lagile facebook page ot muk inbox koribo.

  • @BhabaniDas-eq9nf
    @BhabaniDas-eq9nf 7 หลายเดือนก่อน

    Bohut val lagil sir videotu sai😊😊

  • @sunambordoloi9207
    @sunambordoloi9207 5 ปีที่แล้ว +6

    Thank you so much sir......

  • @appazpayeng1834
    @appazpayeng1834 2 ปีที่แล้ว

    আজি আপোনাক sir হিচাপে মানিছো। বহুত ভাল কাম কৰিছে।

  • @vickykashyap1242
    @vickykashyap1242 3 ปีที่แล้ว +9

    🙏অনুগ্ৰহ কৰি মনোযোগ দি পঢ়িব🙏
    ১) আপুনি যদি ইংৰাজী ভাষাত ভাল দখল আনিব বিচাৰে, আপুনি যদি ইংৰাজী শুদ্ধকৈ ক'ব আৰু লিখিব বিচাৰে, আপোনাৰ যদি চাকৰি পোৱাত, পদোন্নতিত বা অন্য বিভিন্ন কামত একমাত্ৰ ভাল ইংৰাজী নজনাৰ কাৰণে সমস্যাৰ সন্মুখীন হব লগা হৈছে ।
    ২) আপুনি যদি নিজৰ মস্তিষ্কক অতি সবল আৰু স্মৃতি শক্তিক তীক্ষ্ণ কৰিব বিচাৰে ।
    মই এনে এজন বিশেষ শিক্ষক আৰু গৱেষকৰ সন্ধান পাইছো ( আৰু বৰ্তমান মইও তেখেতৰ পৰা শিকিবলৈ আৰম্ভ কৰিছো ) যিজনে বিদ্যালয়, মহাবিদ্যালয় নপঢ়াকৈয়ে নিজৰ জীৱনজোৰা স্ব-অধ্যয়ন, পৰিশ্ৰম আৰু স্মৃতি শক্তিৰ সঠিক ব্যৱহাৰৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষ্যম হৈছে । মোৰ এই শিক্ষকজনৰ সাফল্যৰ খবৰ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু আপুনি তেখেতক সম্ভৱতঃ চিনিও পাব পাৰে ; তেখেত হ'ল অসম সন্তান ইংৰাজী ভাষাৰ গৱেষক, শিক্ষক ও প্ৰশিক্ষক Ram Kumar Solomon Karky।
    এই বিশেষ শিক্ষকজনে নিজৰ অদম্য প্ৰচেষ্টাৰ বলত একেবাৰে শূণ্য পৰ্যায়ৰ পৰা ইংৰাজী শিকি শিকি ইমানেই ইংৰাজী ভাষাত গভীৰ দখল অৰ্জন কৰিলে আৰু ইংৰাজী শিকা আৰু স্মৃতি শক্তিৰ সঠিক ব্যৱহাৰ কৰাৰ এনে এক সহজ আৰু প্ৰভাৱশালী পদ্ধতি বিচাৰি উলিয়ালে যে যিকোনো ব্যক্তিয়ে মাত্ৰ কেইমাহমানৰ ভিতৰত অতি উন্নত মানদণ্ডৰ ইংৰাজী শিকিব আৰু সলসলীয়াকৈ কব পাৰে ।তেখেতৰ পৰা বৰ্তমান একেবাৰে কম পঢ়া-শুনা ব্যক্তিসকলৰ পৰা আৰম্ভ কৰি অতি উচ্চশিক্ষিত ব্যক্তিলৈকে (যেনে farmers, drivers, businessmen, housewives, Master's Degree, PhD, MPhil holders, teachers, doctors, advocates, job seekers, students, etc.) সকলোৱে শিকি আছে । তেখেতে IELTS, TOEFL আদি পৰীক্ষাৰ প্ৰশিক্ষনো দিয়ে ।
    তেখেত ইংৰাজী ভাষা আৰু স্মৃতি শক্তিৰ ওপৰত ইমানেই জ্ঞান আৰু দখল অৰ্জন কৰিছে যে এই বিষয় সমূহত ভাষণ দিবলৈ বিদেশী চৰকাৰ আৰু বিভিন্ন বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণত তেখেত বিদেশত পাঠদানও কৰি আহিছে ।
    ইংৰাজী ভালকৈ শিকোৱা unique methods (Linguistic Automaticity System Programming - LASP)ৰ বাবে ২০১৯ বৰ্ষত তেখেতক ইংলেণ্ডৰ পৰা নিমন্ত্ৰণ পঠিয়াই আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে (Cambridge University) ইংলেণ্ডত তেখেতক ইংৰাজীৰ উচ্চস্তৰীয় বিশেষজ্ঞ হিচাপে সন্মান পত্ৰ প্ৰদান কৰে ।
    এই শিক্ষকজনে বিভিন্ন বঁটা আদি লাভ কৰাৰ উপৰিও বিশ্ব অভিলেখ গঢ়িবলৈও সক্ষম হৈছে ।
    সকলোতকৈ ভাল কথাটো হ'ল যে তেখেতে প্ৰথমে মাছুল নোলোৱাকৈ শিকায় । শিকি ভাল লাগিলেহে মাছুল দিব লাগে ।
    আপোনাৰ যদি বিশ্বস্তৰীয় বিদ্যালয়ত পঢ়া ব্যক্তিসকলৰ নিচিনা শুদ্ধ ইংৰাজী কোৱা আৰু শুদ্ধকৈ লিখাৰ প্ৰবল ইচ্ছা আৰু আকাংক্ষা আছে, তেন্তে আপুনি যোগাযোগ কৰিব পাৰে ।
    শিক্ষকজনৰ সহকৰ্মীৰ নম্বৰ: 9 4 3 5 6 8 7 4 0 4 / 9 9 5 4 3 7 5 2 1 8
    Master the correct English Language
    SPEAK & WRITE ENGLISH like a highly-educated person.

  • @riikikashyap6322
    @riikikashyap6322 2 ปีที่แล้ว +2

    Sir ভিদিওঁ‌ টো ভাল লাগিল । Sir Hindi ভাষাটোৰ ওপৰত এটি ভিদিওঁ‌ বনাৱ চোন Hindi ভাষাটো perfect কৈ বহুজন অসমিয়াই কব নাজনে আৰু বহুতে বুজি পাই কিন্তু কব নোৱাৰে

  • @emprolken7082
    @emprolken7082 4 ปีที่แล้ว +16

    How to learn assamese through english? I'm having a hard time learning Assamese. Please sir make a video about this

    • @Vardasvlog
      @Vardasvlog 4 ปีที่แล้ว

      Da da pelese mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please

    • @norenkhorai6080
      @norenkhorai6080 3 ปีที่แล้ว

      @@Vardasvlog thank

  • @bablusaikia7021
    @bablusaikia7021 9 หลายเดือนก่อน

    বহুত বহুত ধন্যবাদ Sir ❤

  • @axcelaxowing4092
    @axcelaxowing4092 5 ปีที่แล้ว +4

    Hoy apunak ahesh Dada 🙏🏽🙏🏽🙏🏽🙏🏽

  • @borodeep6473
    @borodeep6473 4 ปีที่แล้ว

    Bohut bhal lagil dada, mor o english khikibo bohut itsah ase dada

  • @dipjyotibaruah190
    @dipjyotibaruah190 4 ปีที่แล้ว +3

    Lots of Bangladeshi living here.. but we proud of u...😃😃😃

  • @hrishigamerffmax6242
    @hrishigamerffmax6242 ปีที่แล้ว +1

    Bhut val lagil sir

  • @duttasapna7830
    @duttasapna7830 4 ปีที่แล้ว +3

    Thank you sar

  • @chandamitarajbongshi6525
    @chandamitarajbongshi6525 5 ปีที่แล้ว +3

    Val lgil vdo tu😄

    • @jinnatali7999
      @jinnatali7999 5 ปีที่แล้ว

      Please give me your contact number. I will discus with me English. Sir please.

  • @akulcreations7819
    @akulcreations7819 4 ปีที่แล้ว +1

    Jibonot bohut English grammar r video Sai su kintu apunar aiiii video tur pora ji hikilu .Baki video t. Koi bohut besi ke hikibo pari luuuu . THANK YOU so much

    • @YoYoAdviser
      @YoYoAdviser  4 ปีที่แล้ว

      Thank you and all the best.

  • @pabitrapatgiri9970
    @pabitrapatgiri9970 5 ปีที่แล้ว +4

    ছাৰ মই আপোনাৰ লগত ইংৰাজীৰে কথা কোৱা শিখিম, আপুনি সহায় কৰিব।

  • @trishnaboro6776
    @trishnaboro6776 5 ปีที่แล้ว +2

    Bht val kotha kle dada

  • @Nrityangana6784
    @Nrityangana6784 5 ปีที่แล้ว +4

    thank you for this video😊

    • @YoYoAdviser
      @YoYoAdviser  5 ปีที่แล้ว

      welcome dear

    • @Nrityangana6784
      @Nrityangana6784 5 ปีที่แล้ว

      cambly is a so good app.. again Thank you for this Advise😊

  • @lakhideka5050
    @lakhideka5050 4 ปีที่แล้ว

    Sir apunr video to sai bhut val lagil. Moiu english hikibo bisaru.

  • @msupervlogs4595
    @msupervlogs4595 5 ปีที่แล้ว +6

    Exilent Talk Bro..Osm

  • @rintupegu5778
    @rintupegu5778 ปีที่แล้ว

    Apunar kotha huni bhut val lagil sir

  • @ajoysaikia3739
    @ajoysaikia3739 5 ปีที่แล้ว +7

    বহুত ভাল লাগিল আপোনাৰ কথা শুনি ।

    • @YoYoAdviser
      @YoYoAdviser  5 ปีที่แล้ว

      Thanks. Sai thakibo.

  • @rinimedhi3590
    @rinimedhi3590 3 ปีที่แล้ว

    Sir apuner videotu sai bhut val lagil

  • @jayantarabha4077
    @jayantarabha4077 5 ปีที่แล้ว +30

    আমাৰ নিজৰ ভাষাটো আমি জানোৱে৷মোৰ মতে আমি নজনা ভাষাটোহে সিকিৱ লাগে৷নিজৰ ভাষাটো সদাইয়ে লগত থাকেই৷

    • @jamarb2912
      @jamarb2912 5 ปีที่แล้ว

      Exactly

    • @nikhitagogoi9587
      @nikhitagogoi9587 5 ปีที่แล้ว +1

      মই আপোনাৰ লগত একমত নহওঁ কাৰণ অসমৰ বহু মানুহৰ শুদ্ধ , সঠিক জ্ঞান নিজৰ ভাষাটোৰ ওপৰতে নায় ।

    • @dipanjolideka7610
      @dipanjolideka7610 5 ปีที่แล้ว

      Moi Hindi najano Dada ata video dib son Dada .jate upokit hob Paro .janib bohut hepah kin2 pora nai

  • @Shirija_02
    @Shirija_02 8 หลายเดือนก่อน

    Thanks dada kotha khini xuni val lagil

  • @nirmalibardalai570
    @nirmalibardalai570 5 ปีที่แล้ว +6

    Nice video brother.inspired. Lot of Bangladeshi hahi morisu😂

  • @NJmorigaon
    @NJmorigaon 4 ปีที่แล้ว

    Bhut Val lagil dada.........sesta kru kiba kibi he hoi Jai...

    • @YoYoAdviser
      @YoYoAdviser  4 ปีที่แล้ว

      Sai thakibo sob thik hoi jabo

  • @BGwra-vo7yh
    @BGwra-vo7yh 5 ปีที่แล้ว +3

    Very good inspiration sir..proud of u .

  • @babulalmandal3561
    @babulalmandal3561 5 ปีที่แล้ว

    Dada apuner kothabur bohut bhal lage....

  • @Femalesbodybuilder123
    @Femalesbodybuilder123 5 ปีที่แล้ว +6

    Moza lage.. Apunar kotha bilak... Ekdom Hosa kotha koi...

  • @soontorakalita6232
    @soontorakalita6232 2 ปีที่แล้ว

    বহুত ভাল লাগিল দাদা ভিদিঅটো চাই আজি প্ৰথম চাইছো আপোনাৰ ভিদিঅ।

  • @abhijitthapa1228
    @abhijitthapa1228 5 ปีที่แล้ว +4

    You are 200% correct

  • @monmonihazarika9449
    @monmonihazarika9449 4 ปีที่แล้ว

    Thank you so much sir ....moi English val k kobo najanu ru hikiboloi u bohut agroh ase......

  • @nironpegu4215
    @nironpegu4215 4 ปีที่แล้ว +4

    Sir u r my roll model

  • @monujvlog2603
    @monujvlog2603 3 ปีที่แล้ว

    🤟👌ভাল লাগিল দেই কথাটো 🤟🤟🤟🤟👌

  • @pegu3112
    @pegu3112 5 ปีที่แล้ว +7

    Being an Assamese medium student I learnt english only for talk with girls and to make a image in front of them. I hate to study grammar .it's just annoying and I never studied grammar though I can speak a little bit english and that's enough for me.

    • @YoYoAdviser
      @YoYoAdviser  5 ปีที่แล้ว

      Good. Proud your mothertongue always.

  • @anamikasarma4138
    @anamikasarma4138 5 ปีที่แล้ว

    Sir apuni kowa kothakhini bht gurutopurna ...bht vl lgl video2 sir..

  • @hiyareep8767
    @hiyareep8767 5 ปีที่แล้ว +6

    A good inspiring video

  • @BihuramMili-w9l
    @BihuramMili-w9l 4 หลายเดือนก่อน +1

    Thank you sir❤❤

  • @helloassam7971
    @helloassam7971 5 ปีที่แล้ว +3

    Right sr

  • @kamalchandraborah6512
    @kamalchandraborah6512 5 ปีที่แล้ว +2

    Moja lgise...apunr Kotha bur huni.. thanks bro

  • @tiyan266
    @tiyan266 5 ปีที่แล้ว +4

    I have an excellent example of a boy of our company who used to make tea for office staff and the passion of learning english brought him to do office job instead of making chai.....thats possible when he bought an android mobile and started exploring all functions wrote down english to hindi meaning in the copy ....as days passed by he learned more and more words and one day when boss observes his passion of leaning english he was been promoted to office with an increased salary....

    • @YoYoAdviser
      @YoYoAdviser  5 ปีที่แล้ว +2

      Great. Can you please inbox me in my facebook page. I need to know about that guy. This will motivate our Assamese guys who wants to learn. Plz help.

    • @Hborah-r3t
      @Hborah-r3t ปีที่แล้ว

      Khup hundor kokaido

  • @krishnaraam3179
    @krishnaraam3179 5 ปีที่แล้ว

    বহুত ভাল লাগিল ।

  • @tiyan266
    @tiyan266 5 ปีที่แล้ว +5

    M also teaching my wife when i reached home after office . I love and finds the easiest way to learn english so the same way i want my wife also grabs some of them and makes her life simple.

    • @YoYoAdviser
      @YoYoAdviser  5 ปีที่แล้ว +1

      very good step you are taking to teach your wife. Appreciated.

  • @bipuldutta5024
    @bipuldutta5024 5 ปีที่แล้ว

    Bohut bohut bhal lagil. Dhanyabad

  • @biswajitbora1970
    @biswajitbora1970 5 ปีที่แล้ว +4

    Sir prothomr kotha khini bor val lagise

  • @tanujcr7512
    @tanujcr7512 5 ปีที่แล้ว +1

    Val lagil sai...

  • @vibration7071
    @vibration7071 5 ปีที่แล้ว +5

    Thank you sir....

  • @mamonirava6122
    @mamonirava6122 3 ปีที่แล้ว

    Thankyou sir video বিলাক চাই বহুত ভাল lagile

  • @asamiyalocalfunny1734
    @asamiyalocalfunny1734 5 ปีที่แล้ว +4

    dada moi apunak bohut miss koru moi tamil nadu t khaku aru apunar video bur bohut val laga thanks