বিশ্বাসে মিলয় হৰি Part 42 | শ্ৰীমদ্ভাগৱতৰ পাঠ আৰু ব্যাখ্যা

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.พ. 2025

ความคิดเห็น • 55

  • @dipaliborgohain-ke3rg
    @dipaliborgohain-ke3rg 15 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ ।

  • @SunilGogoi-kp4eo
    @SunilGogoi-kp4eo ชั่วโมงที่ผ่านมา +1

    কৃঞ কৃঞ কৃঞ🪔🪔🪔🪔👍🙏❤

  • @M17-f5l
    @M17-f5l 17 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ৷ দোয়ো জন ভকত বৈষ্ণৱলৈ সেৱা জনালোঁ🙏🙏🙏🙏

  • @ajitdasajitdas-m7z
    @ajitdasajitdas-m7z 17 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ সেৱাভাগি জনালোঁ বাপ কৃষ্ণ 🙏

  • @jayasaharia5055
    @jayasaharia5055 8 วันที่ผ่านมา

    কৃষ্ণ। জয গুৰু শংকৰ 🙏🙏

  • @madhukantakhakhlari1476
    @madhukantakhakhlari1476 17 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ব্যাখ্যা কাৰ পৰম প্ৰভু জনাৰ চৰণত সেৱা আগবঢ়ালোঁ।

  • @malatidutta7901
    @malatidutta7901 18 วันที่ผ่านมา

    কৃষ্ণ হৰি কৃষ্ণ ৰাম

  • @Padmasormili
    @Padmasormili 15 วันที่ผ่านมา

    ধন্যবাদ ND 24 কৃষ্ণ কৃষ্ণ কৃষ্ণ ভাল লাগিল

  • @PrabinNath-h9l
    @PrabinNath-h9l 17 วันที่ผ่านมา

    Krishna Krishna Gurudev koti koti Sahashra koti pranam nibedan kariso. Bahut val lagise.🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️

  • @BhaneswarPangging
    @BhaneswarPangging 17 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 18 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏
    ভক্তি ভৰা সেৱা জনালোঁ 🙏🙏

  • @jintidas6948
    @jintidas6948 12 วันที่ผ่านมา

    কৃষ্ণ বাপ সমস্ত সেৱা জনালো ।

  • @PrabinBora-pc5cf
    @PrabinBora-pc5cf 17 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ ব্যাখ্যাকাৰ বাপ সমস্তৰ শ্ৰীচৰনত আমাৰ ভক্তিভৰা সেৱা নিবেদিলো।" জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ "

  • @jaganathsonowal2365
    @jaganathsonowal2365 17 วันที่ผ่านมา

    🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏

  • @dilipbaruah1655
    @dilipbaruah1655 14 วันที่ผ่านมา

    কৃষ্ণ🙏কৃষ্ণ🙏

  • @debanandatamuly5480
    @debanandatamuly5480 18 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    ৰাম ৰাম ৰাম
    জয় জগত গুৰু
    শ্ৰীমন্ত শঙ্কৰদেৱ

  • @jayasaharia5055
    @jayasaharia5055 8 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ। আপোনাসৱৰ শ্ৰীচৰণলে সশ্ৰদ্ধ প্ৰণাম,

  • @KabitaKalita-ql9ds
    @KabitaKalita-ql9ds 12 วันที่ผ่านมา

    Krishna Krishna Krishna
    🙏🙏🙏

  • @nitulsaikia6652
    @nitulsaikia6652 17 วันที่ผ่านมา

    কৃষ্ণ 🙏🙏🙏

  • @anjalibaruah7669
    @anjalibaruah7669 18 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @BinaDas-m6t
    @BinaDas-m6t 16 วันที่ผ่านมา

    Krishna Krishna namaste 🙏 ♥️ ❤️

  • @prabinsaloi7541
    @prabinsaloi7541 18 วันที่ผ่านมา +1

    ৰাম কৃষ্ণ হৰি ৰাম 🙏🙏 জয় পৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏

  • @amiyabaruah3534
    @amiyabaruah3534 18 วันที่ผ่านมา

    মাজনি তোমাক ভগৱানে আৰু শক্তি দিয়ক। আমাৰ দৰে অসম সকলৰ জীৱন সাথ'ক হৈছে। ৰাম ৰাম ৰাম ৰাম।

  • @ramcharandeka9143
    @ramcharandeka9143 17 วันที่ผ่านมา +1

    Krishna. Sewa nd 24, sewa a s.

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 5 วันที่ผ่านมา

    Krishna 🌹🙏 eiman je val kaam ata korile Baidew Apuni , bhakha nai ki buli je Aponak dhonyo bad dim, bhogobane bhut din Aponak jiyai rakhbo, ❤ Krishna 🌹🙏 Krishna 🌹🙏 Krishna ❤

  • @vktsundarburagohain8144
    @vktsundarburagohain8144 18 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ

  • @jyotishnadaimari7940
    @jyotishnadaimari7940 17 วันที่ผ่านมา

    Krishna Krishna Krishna

  • @ItaliDuttaBorah
    @ItaliDuttaBorah 18 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🎉🎉🎉🎉

  • @NibeditaBaruahBuragohain
    @NibeditaBaruahBuragohain 18 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ভক্তি ভৰা সেৱা নিবেদিলো।

  • @jutichetia9561
    @jutichetia9561 17 วันที่ผ่านมา

    🙏🙏🙏

  • @prutulchetia4752
    @prutulchetia4752 17 วันที่ผ่านมา

    Krishna krishna

  • @bimanborah986
    @bimanborah986 18 วันที่ผ่านมา

    কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা ❤

  • @Digantabhuyan-y5h
    @Digantabhuyan-y5h 18 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @Lambudar-b6g
    @Lambudar-b6g 17 วันที่ผ่านมา

    Krishna

  • @krishnaborah2252
    @krishnaborah2252 18 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @AchutDowarah
    @AchutDowarah 18 วันที่ผ่านมา

    Krishna🙏🙏

  • @RajibDas-fd2mk
    @RajibDas-fd2mk 18 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @PrabhaSaharia
    @PrabhaSaharia 17 วันที่ผ่านมา

    Krishna krishna sakaloke seaa nibedisu

  • @suhaniborah2809
    @suhaniborah2809 18 วันที่ผ่านมา

    Krishna Krishna 🙏🙏🙏🪔

  • @jitub762
    @jitub762 18 วันที่ผ่านมา

    Jai shree Ram Ram Ram ❤❤❤❤❤

  • @urmilachamuah8785
    @urmilachamuah8785 18 วันที่ผ่านมา

    Urmila neog chamuah🙏🙏

  • @arunjyotideka6407
    @arunjyotideka6407 18 วันที่ผ่านมา

    কৃষ্ণ

  • @HareshDowarah
    @HareshDowarah 18 วันที่ผ่านมา +3

    Krishna, krishna ,krishna parom Prabhu jonar saron kamalot puwar vakti vora hewa nibedisu, krishna, krishna.

  • @manashpratimsaikia7855
    @manashpratimsaikia7855 18 วันที่ผ่านมา

    RAM RAM RAM RAM RAM

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 12 วันที่ผ่านมา

    মই একো বুজি পোৱা নাই, আপুনি মোক বুজিবলৈ সুযোগ দিয়ক তেতিয়া।।

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 17 วันที่ผ่านมา

    ্ সকলো কথা বাদ দিয়া। পূথিৱীত যিমান ধৰ্ম শাস্ত্ৰ আছে সকলো পঢ়া আৰু যিমান গুৰু ভকত মহান পুৰুষ আছে। সকলো বিলাকক জাগ্ৰত কৰাই ইমান দীঘল কৰি একো লাভ নাই। এইয়া দ্ৰোপদীয়ে কৈছিল বোৱাৰীয়েকক যেতিয়া অথচথমাই ব্ৰহ্ম অস্ত্ৰ নিক্ষেপ কৰিছিল বোৱাৰিয়েকৰ গৰ্ভস্থ সন্তানটিৰ ধ্বংসৰ কাৰণে। কাৰণ ৰজৎচলা অৱস্থাত দুষাশনে দ্ৰোপদীৰ বস্ত হৰণ কৰোঁতে ৰক্ষা পাবলৈ সকলো কে অনুৰোধ জনালে পঞ্চ পাণ্ডৱ ভীষ্মক দ্ৰোণাচাৰ্যক আদি সকলো কে বহুতো সময়ৰ পিছত মনত পৰাত শ্ৰীকৃষ্ণক চিন্তা কৰে আৰু লগতে ই তেওঁ বস্ত দান কৰিছিল আৰু নাৰীথ লজ্জা নিবাৰণ কৰিছিল। গতিকে বোৱাৰীয়কক ও কূষ্ণক চিন্তা কৰিব কৈছিল আৰু কূষ্ণক প্ৰাথনা কৰাত লগে লগে গৰ্ভতেই সন্তান ৰক্ষা কৰে। গতিকে কূষ্ণবিনে আনক কৈ পুজা পাতল সকাম কৰি লাভ নাই। কূষ্ণ স্মৰণ কূষ্ণ ভাৱনা কৰিবলৈ কৈছে।

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 16 วันที่ผ่านมา

    Sister original সঙস্কূত গীতা উপনিষদৰ পৰা গুৰুত্বপূৰ্ণ সত্য আৰু অথযুক্ত শ্লোকৰ পৰা পোৱা। নিজেই পঢ়ি চাব কামত আহিব। ভৌতিক দেহ টোৱে জন্ম লয় বাবেই জীৱাত্মাইও ভৌতিক দেহৰ লগত একেলগে জন্ম হৈছে যেন লাগে। কিন্তু জীৱাত্মা শাশ্বত ।জীৱাত্মাৰ জন্ম নহয়। এটা ভৌতিক দেহত থকা স্বত্বেও সি চিন্ময় আৰু শাশ্বত। তাক ধ্বংস ও কৰিব নোৱাৰে। ই পৰিপূৰ্ণ আনন্দ ময় সচিদানন্দ।ই কোনো জড়জাগতিক কামত অংশ গ্ৰহণ নকৰে। ই চিন্ময় শাশ্বত হৈ দেহত থাকিলে দেহ জীৱিত অৱস্থাত থাকে। গতিকে ভৌতিক দেহৰ লগত জীৱাত্মাৰ সম্পৰ্ক ঘটাৰ ফলত দেহৰ দ্বাৰা যি বিলাক কম্ম সংঘটিত হয়। সেই বিলাকৰ বন্ধত জীৱাত্মা সোমাই নপৰে। দেহত জীৱ সোমাই থাকিলেহে দেহে সুখ দুখ যাতনা অসুখ অশান্তি অনুভৱ কৰিব পাৰে। জীৱ হীন দেহৰ মূল্য বিহীন ্ মানে মূতু। জীৱৰ কিন্তু এই বিলাকৰ ভাগীও নহয় আৰু ভাগত ও নপৰে। কিন্তু জীৱ শাশ্বত ও চিন্ময় হ'লে ও জীৱ ও বাৰে বাৰে দেহ প্ৰাপ্ত হ'ব লাগিব আৰু দেহৰ শাস্তি খিনি জীৱ ই নাপায় আৰু দেহৰ পাপৰ প্ৰায়চিএ স্বৰূপ শাস্তি খিনি শেষ নোহোৱালৈকে জীৱ ওলাই নাযায় দেহৰ পৰা। গতিকে যেনে কম্ম তেনে ফল দেহে পাব লাগিব। কিন্তু জীৱ বা আত্মা তাৰ লগত সংযোগ নাই। জীৱ বা চেতনাৰ এটাই যাত্ৰা হাজাৰ হাজাৰ বাৰ জন্ম লোৱা দেহ বিলাকত সোমাই উলাই থাকিব লাগিব। কিয়। চেতনাই দেহত সোমাই দুয়ো একেটা বুলি ভাবি আত্ম জ্ঞান নাজানি অজ্ঞানতাৰ আন্ধাৰে দেহ চেতনা একে বুলি ভাবি কলুষিত হৈ অহ্ঙকাৰী হৈ নিজকে অহম ব্ৰহ্মাশ্মি বুলি বুজি নাপায়। যেতিয়া সৎসঙ্গ সৎগুৰুৰ সংযোগ হৈ তেওঁ লোকৰ সান্নিধ্য লাভ কৰে তেতিয়া অহ্ঙকাৰ শূন্য হৈ চেতনা বিশুদ্ধ হৈ ব্ৰহ্মত বিলিন হ'ব পাৰে। আৰু হাজাৰ হাজাৰ বাৰ জন্ম মৃত্যুৰ বন্ধনৰ চক্ৰৰ পৰা মুক্ত হৈ ব্ৰহ্মৰেই লগত মিলি এক হৈ পৰে। তেতিয়াৰে পৰা কোনো দেহত গৈ অৱস্থান ল'ব নালাগে। তিগুণাতীত জীৱাত্মা ব্ৰহ্ম জ্ঞান লাভ কৰি চিৰন্তন ব্ৰহ্মৰ প্ৰতিবিম্বৰ সলনি ব্ৰহ্মত্ব প্ৰাপ্তি হৈ সচিদানন্দ হৈ ব্ৰহ্মতেই বিলিন হ'ব।

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 18 วันที่ผ่านมา

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🤗❤

  • @malatidutta7901
    @malatidutta7901 18 วันที่ผ่านมา

    কৃষ্ণ হৰি কৃষ্ণ ৰাম

  • @juntihazarika7144
    @juntihazarika7144 12 วันที่ผ่านมา

    কৃষ্ণ 🙏

  • @anjumalasaikia2608
    @anjumalasaikia2608 14 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 17 วันที่ผ่านมา

    Krishna krishna

  • @pranita3040
    @pranita3040 15 วันที่ผ่านมา

    Krishna

  • @sailenkumar3171
    @sailenkumar3171 18 วันที่ผ่านมา

    কৃষ্ণ