ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- ধনীৰাম চেতীয়া বাপ | Bhagwat Bakhya | Dhaniram Chetiya | মাধৱপুৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- ধনীৰাম চেতীয়া বাপ | Bhagwat Bakhya | Dhaniram Chetiya | মাধৱপুৰ
    ব্যাখ্যাকাৰ-
    * ধনীৰাম চেতীয়া (লখিমপুৰ)
    * ভাগৱত পঢ়িলে আৰু শুনিলে অধৰ্ম হ'ব ! শাস্ত্ৰৰ মতে....
    * মই সম্পূৰ্ণ মানুহ কিন্তু শাস্ত্ৰই মোক আধা মানুহ বুলি কিয় কৈছে...?
    "ওঁ নম: ভগৱতে বাসুদেৱায়"
    মাধৱপুৰ ভাগৱত পাঠ উদ্যাপন সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ষষ্ঠদশ বার্ষিক
    ভাগৱত পাঠ ও ব্যাখ্যানুষ্ঠান
    স্থান :- মাধৱপুৰ নামঘৰ, লখিমপুৰ, অসম
    #ভাগৱতপাঠ #dhaniram_chetiya #assamese
    Disclaimer:
    Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    Thanks for watching 🙏🏻❤️

ความคิดเห็น • 91

  • @jatinborah-hj9jf
    @jatinborah-hj9jf 3 หลายเดือนก่อน +1

    Krisna krisna chetia bap❤. Jatin borah dhemaji

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @sidheswarrajbongshi4313
    @sidheswarrajbongshi4313 3 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @atulsaikiakrishnakrishna3948
    @atulsaikiakrishnakrishna3948 3 หลายเดือนก่อน +5

    Krishna krishna baap

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @munindraborgohain6054
    @munindraborgohain6054 3 หลายเดือนก่อน +1

    Krishna. Krishna. 🙏🏼🙏🏼🙏🏼🙏🏼

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @barnalidas7784
    @barnalidas7784 4 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @daduldas1643
    @daduldas1643 4 หลายเดือนก่อน +10

    কৃষ্ণ কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน +4

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @anjalidas4572
    @anjalidas4572 4 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 বাপজনা সেৱা জনালো 🙏

  • @JayantaDhing-py2to
    @JayantaDhing-py2to 4 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @jitamonimech9670
    @jitamonimech9670 3 หลายเดือนก่อน +1

    Krishna 🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @sumitradeka3599
    @sumitradeka3599 4 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @daisyrabha2343
    @daisyrabha2343 4 หลายเดือนก่อน +1

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 4 หลายเดือนก่อน +4

    পৰম শ্ৰদ্ধাভাজন মাননীয় শ্ৰীযুত ধনীৰাম চেতীয়াক আমি চিনি ও পাওঁ ভাল ও পাওঁ বাবে ই মনৰ ভাৱনা লিখিলোঁ।।।।।। হে প্ৰভু পূৰ্ণ ব্ৰহ্ম পৰম আত্মা তুমি। দিয়া আমাক আত্ম বোধ আত্ম উপলব্ধি। আত্মা জ্ঞান চিন্তা চৰ্চা ধ্যান ধাৰণাৰ মূল।তেহে বুজিম মানৱ প্ৰমূল্য জন্ম মৃত্যু কি? দেহৰ আৰু চেতনাৰ মাজত বৈষম্য বুজিব তেহে ভালকৈ। অহম মানে নহয় চেতনা ই মাএ দেহৰ অহ্ঙকাৰ। চেতনাই যেতিয়া সকলো বুজিব নহয় মই দেহ বুলি চেতনাৰ অজ্ঞতাৰ আতৰি পলাব পৱিত্ৰ হৈ পৰিব চেতনা। পৱিত্ৰ চেতনাক আত্মা বোলা হয়। আত্মাক চিনি পায় অহমক এৰি দি অহ্ঙকাৰ শূন্য হৈ পূৰ্ণ ব্ৰহ্মক জানিলে জন্ম মৃত্যু বন্ধনৰ শিকলিডাল চিগিলে। জন্ম মৃত্যুৰ যাতনা ইমানতেই চিঙ্গি থৈ মানৱ জীৱনৰ পৰম মুক্তি পায়। জীৱ শ্ৰেষ্ঠ মানৱৰ পৰা ক্ৰমবিকাশ হৈ হৈ মহামানৱ অতি মানৱ মহিষী অৱতাৰী পুৰুষ ঈশ্বৰ ঈশ্বৰী দেৱী দেৱতা ৰূপে প্ৰকাশ পায়। ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম অলৰ অচৰ অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অদাহ্য সনাতন চৈতন্য অদ্ৰৱনীয় অসীম অভেদ্য সবব্যাপী নিগূন সবাৰো উদ্ধত কালৰ অতীত কল্পনাতীত সৰ্ববৃহৎ সবব্যাপী কালৰ অতীত ইত্যাদি। ব্ৰহ্ম সভাৰো উদ্ধত ভগৱান ব্ৰহ্মাৰ ওপৰত নহয। প্ৰদীপ গগৈ।ডুবিয়া ই

  • @nibaranthakuria9108
    @nibaranthakuria9108 4 หลายเดือนก่อน +2

    Krishna Krishna Krishna bhal lagil

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 4 หลายเดือนก่อน +3

    বাপ ঈশ্বৰ সেৱা জনোৱা হ'ল। ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ ৰ কথা পাতো আপোনাক বেছি ভাল লাগে বাবে ই। ক্ষেত্ৰ মানে কৰ্ম ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ হ'ল দুই প্ৰকাৰৰ। এটা জীৱ বা চেতনা আনটো পৰম আত্মা। জীবিত থাকিবলৈ খাদ্যৰ আৱশ্যক। সেই হে পৰম আত্মাৰ অন্নময় শক্তি আছে বুলি বিশ্বাস কৰা হয়। ইয়াৰ পৰমতত্ত্বক ভৌতিক স্তৰত বুজিব পৰা যায়। তাৰ পিছত প্ৰাণময় তত্ত্ব।পৰম তত্বক অন্নময় বুলি উপলব্ধি কৰিলে জীৱনি শক্তিৰ মাজতে পৰম তত্বক উপলব্ধি কৰা হয প্ৰাণময় স্তৰত । জ্ঞানময় স্তৰত জীৱনি শক্তিৰ পৰা আগুৱাই গৈ চিন্তা শক্তি অনুভূতি আৰু ইচ্ছা শক্তিৰ মাজত পৰম তত্ত্বৰ উপলব্ধি হয়। ইয়াৰ পিছত বিজ্ঞানময়ৰ উপলব্ধি হয় । এই স্তৰত জীৱৰ মন আৰু জীৱনি শক্তিতকৈ জীৱ তে বেলেগ সেই কথা উপলব্ধি হয়। ইয়াৰ পৰৱৰ্তী আৰু চৰম স্তৰটো হ'ল আনন্দ ময় ব্ৰহ্ম আৰু এই স্তৰত পৰম তত্ত্বৰ পৰমানন্দময় স্বৰূপৰ উপলব্ধি হয়। ব্ৰহ্ম উপলব্ধিৰ বাবে পাঁচ টা স্তৰ আছে। ইহঁতক ব্ৰহ্ম পুচছম বোলা হয়। ইয়াৰ প্ৰথম তিনি টা (অন্নময় প্ৰাণময় আৰু জ্ঞানময়) জীৱৰ কৰ্ম ক্ষেত্ৰৰ লগত জড়িত। এই কৰ্ম ক্ষেত্ৰ সমূহ অতিক্ৰম কৰিলে পায়গৈ পৰম আত্মাক আৰু তেওঁক বোলা হয় আনন্দ ময় ব্ৰহ্ম। এই পৰম তত্বক বুজাবলৈ বেদান্ত সূএই ও কৈছে পৰম আত্মা স্বভাৱতেই পুনানন্দময় । তেওঁৰ সেই অপাথিৱ আনন্দ উপভোগ কৰিব বাবেই বিজ্ঞানময় প্ৰাণময় জ্ঞানময় আৰু অন্নময় ৰূপত নিজকে বিস্তৃতি ঘটাই। কম ক্ষেত্ৰত জীৱ ই হ'ল ভোক্তা । আনন্দ ময় তত্ত্ব সেই ভোক্তা ত মিলিলে ভোগ কৰিবলৈ মন কৰে। তেতিয়া জীৱ গুছি পৰম আত্মা হয়। পৱিত্ৰ চেতনাই হ'ল ব্ৰহ্ম বা আত্মা। আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক চিন্তা চৰ্চা চেতনা আৰু ধ্যান ধাৰণাৰে পৰিপুষ্ট হ'লে অহ্ঙকাৰ শূন্য হৈ আত্মা জ্ঞানী হ'ব পাৰিলে জন্ম মৃত্যু বন্ধনৰ শিকলি চিঙি পৰম আত্মাৰ লগত মিলি জন্ম মৃত্যু বন্ধন মুক্ত হ'ব। প্ৰদীপ গগৈ। গুৱাহাটী।

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ বাপ ♥️🙏♥️

  • @akhilgogoi1869
    @akhilgogoi1869 4 หลายเดือนก่อน +2

    Krishna Krishna Krishna

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 4 หลายเดือนก่อน +3

    Om namah Bhagawate Basudevayah !

  • @nimnitamahanta7390
    @nimnitamahanta7390 3 หลายเดือนก่อน +2

    Krishna

  • @bituponchetia6251
    @bituponchetia6251 2 หลายเดือนก่อน +1

    কৃষ্ণ 🙏।

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @user-zb8lb6jb7o
    @user-zb8lb6jb7o 4 หลายเดือนก่อน +1

    Krishna. Krishna

  • @rekhagogoi322
    @rekhagogoi322 4 หลายเดือนก่อน +2

    Krishna Krishna bap hatakuti pranipat janalu.

  • @basantirajkhowa3067
    @basantirajkhowa3067 4 หลายเดือนก่อน +2

    বাপজানের কথা সময় উপযুক্ত হৈছে কৃষঞ

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @dimbeswarsaikia7360
    @dimbeswarsaikia7360 3 หลายเดือนก่อน +2

    বাপজনএ সুন্দৰ নিদৰ্শন দাঙি বাখ্যা কৰিছে।বাপজনৰ প্ৰতি শতকোতি নমস্কাৰ জনালো।

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @Eva-vq9td
    @Eva-vq9td 2 หลายเดือนก่อน +2

    Val hoise.

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 4 หลายเดือนก่อน +2

    মাননীয় চেতীয়া বাপ ঈশ্বৰে১০০/শতাংশ সত্য শুদ্ধ বাক্য প্ৰকাশ কৰিছে। আমি অতীজৰে পৰা এই কথাত অলৰ অচৰ। সাম্প্ৰতিক কালত বিশেষ কৈ অসমৰ নাম ঘৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰু ঘৰে ঘৰে চত বহাগ মাহত ভাগৱত পাঠৰ আদি অন্ত নোহোৱা হয়।ই এক মহৎ ও সুমঙ্গলময় মানৱ কল্যাণৰ হকে উৎকৃষ্ট প্ৰচেষ্টা। ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আৰু অতি প্ৰাচীন। ভাগৱত মুখেৰে পঢ়িলেই নহ'ব মানুহৰ মুখেৰে পঢ়িলে এখন কানেৰে সোমাই আনখন কানেৰে উলাই গুছি যায়। কাৰণ ভাগৱত হ্নদয়েৰে পঢ়িব লাগিব। বাৰিষা সময়ত নদীৰ বুকুত জলেৰে উফন্দি নানান গেলা পচা লেতেৰা জাবৰ জোঠৰ সোঁতত উতি আহে আৰু শৰৎকালৰ নদীৰ বুকুত থকা পানী আপুনা আপুনি স্বভাৱিক ভাবে পৰিস্কাৰ হৈ যায়। কাৰণ ভাগৱত পঢ়িলেই বা শুনিলেই নহ'ব। হ্নদয়ত খালি ঠাই থাকিব লাগিব। কাৰণ কামনা বাসনা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক আদি অসৎ ভাৱনাৰে পৰিপুষ্ট হৈ থাকিলে ভাগৱত সোমাব ক'ত? হ্নদয় শূন্য হ'লে মায়া মোহ কামনা বাসনা দুৰহলে ভাগৱতে হ্নদয়ত স্থান লাভ কৰে। হ্নদয় ভাগৱতেৰে পূৰ্ণ হ'লে আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা আৰু ধ্যান ধাৰণাৰে পৰিপুষ্ট হৈ মানৱীয় প্ৰমূল্যবোধ বুজি পাব। 😊 গতিকে ভাগৱত শাস্ত্ৰ পঢ়াৰ আগতে মানুহে সদাচাৰী হ'ব লাগিব। প্ৰদীপ গগৈ।ডুবিয়া।

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @user-id4ov8zs9f
    @user-id4ov8zs9f 4 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ 🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @user-sx5kh8re9j
    @user-sx5kh8re9j 4 หลายเดือนก่อน +2

    🎉🎉🎉🎉🎉❤❤❤❤

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @user-kk7cf5be8b
    @user-kk7cf5be8b 4 หลายเดือนก่อน +2

    🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️♥️🙏

  • @sidheswarrajbongshi4313
    @sidheswarrajbongshi4313 3 หลายเดือนก่อน +1

    🙏🙏😰

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @rinjumonisaikia6527
    @rinjumonisaikia6527 4 หลายเดือนก่อน +2

    Krishna. ...

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @jintidas6948
    @jintidas6948 4 หลายเดือนก่อน +1

    কৃষ্ণ বাপ সমস্ত।

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @ansumanbatmas9500
    @ansumanbatmas9500 4 หลายเดือนก่อน +2

    Goodby,

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @user-ee9cm8vj3s
    @user-ee9cm8vj3s 4 หลายเดือนก่อน +2

    নৰ সকল মাইয়া সংসাৰত থাকে কিন্তু মাইয়া সেতকৰি ভকতি কৰিব কৈছে আৰু প্ৰভু হুত আৰু হুক এই দুটা শব্দ অলপ আগধ ৰি দিব বাপ্ কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      Krishna 🙏

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 4 หลายเดือนก่อน +1

      ❎মাইয়া সেতকৰি --> ✅মায়া ছেদকৰি

  • @user-po7dy2rw4i
    @user-po7dy2rw4i 4 หลายเดือนก่อน +2

    Krishna probujana apunar baka kintu dey . Krishna Krishna Krishna.

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @bhaktirsagor
    @bhaktirsagor 4 หลายเดือนก่อน +2

    Mur video ত Mur phone number ase call ata কৰিব sun

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

    • @bhaktirsagor
      @bhaktirsagor 4 หลายเดือนก่อน

      @@kalindeebhomora6395 নহলে আপোনাৰ number tur দিবৰ

  • @kushalbarman7204
    @kushalbarman7204 4 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ

  • @PromudPromuddutta
    @PromudPromuddutta 4 หลายเดือนก่อน +2

    Krishna krishna

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 4 หลายเดือนก่อน +2

    Krishna krishna krishna

  • @saratmedhi3923
    @saratmedhi3923 4 หลายเดือนก่อน +2

    কৃষ্ণ 🙏

  • @rameshgogoi4073
    @rameshgogoi4073 4 หลายเดือนก่อน +1

    Krishna

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @nirondas6229
    @nirondas6229 3 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @prahladchetia4233
    @prahladchetia4233 4 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 4 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ

  • @manashjyotiborah6895
    @manashjyotiborah6895 4 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ

  • @user-mt1fd6hu6e
    @user-mt1fd6hu6e 4 หลายเดือนก่อน +2

    Krishna krishna