ৰাম ৰাম। ভগবানৰ নাম নিজ মনে ল'ব লাগে। মনৰ শান্তিৰ হকে হৰিৰ নাম হওঁক।বাপ আপোনাৰ বিশ্লেষণে মানুহৰ মাজত বিভেদ আনিব। বিভেদকামী কথা কোনো গ্ৰন্থত উল্লেখ নাই।
@@জ্যোতিময়Jyotimoyapuni mur logot bohibo sob bujai dim apunak.manuhok bipothe porisalito nokoribo. Guru jonai dekhua adorkha aru apunar kothar major olekh ojut proved. Tilinga kubai buli kiba tussa tassillo korar dore lagil.odvut jukti sun apunar.
Oti hundor byakha, mur eta proshno ,jetia ajon lorai eta bikhoit odhyon koribo logia hoi tetia sankar sangho lorai kot gobekhona kore ne okol bhagabat sai odhyon kore neki , satro mandir kamakhya mandi .shiva mandir ba onyo murti thoka mandir nejai neki .tat odhyon korie aji lorai dr upadhi loi ase bap hokole buji pi ne nepai nejanu ,ne bujiu nubuja vao dhore
আমি ব্ৰাক্ষ্মণীয়া সকলোৱে ধৰ্ম প্ৰচাৰৰ নকৰো। কিন্তু আপোনালোকে প্ৰচাৰৰ লগত নিন্দা কৰে | ক্ষমা কৰিব মোক | মই নব প্রজন্মৰ হয় .. আপোনালোকে প্রথম ব্রাক্ষ্মনীয়া হয় জন্ম গ্রহণ কৰিছিল মাজ ভাগত হে এইবোৰ | শ্রীমন্ত শংকৰদেৱে কৈছিল যে শাদ্ধ অনুযায়ী হে পূজা অৰ্চনা কৰিব দিছে ..মানে এইটো কোৱা নাই যে শ্রাদ্ধ নকৰিব মূর্তি চাব নোৱাৰি মূর্তি পূজা কৰিব নোৱাৰে | এইবোৰ নিজে নিজে বনাই লোৱা নিয়ম ..আৰু পূজা বা ধর্ম লগত জড়িত দেৱতাৰ প্রতীক চিহ্নটো যন্ত্র নহয়।
শংকৰদেৱ মাধৱদেৱৰ নাম অকল আমাৰ ইয়াত হে চলে ইয়াৰ বাহিৰত অকল যন্ত্ৰ (টিলিঙা) চলে বুজিছে ভকত সকল আৰু যদি বুজা নাই এবাৰ মা-কামাখ্যা মন্দিৰত যাব, পুৰি জগন্নাথ মন্দিৰত যাব, বৈদ্যনাথ ধাম যাব, মথুৰা,বিন্দাবন আদি ঠাইত ঘূৰি পকি আহিব তেতিয়াহে জ্ঞান লাভ কৰিব, অকল বুট-মগু খাই থাকিলে জ্ঞান লাভ নহয়।
Ekdm thik kotha koise....ghura khua but mogu khua krnr axomiya jati eii obosta...ami sakti hadhok...sakti puja kri....Jai maa kamakhya jai pitambari bagala mata
প্ৰভু বাপ্ শাস্ত্ৰ সন্মত যুক্তিতকৈ নিয়ম বোৰ বিজ্ঞান সন্মতভাৱে বিশ্লেষণ আগবঢ়াই শ্ৰেণী বিভক্ত সমাজবোৰক একেখন মঞ্চত সমবেত কৰিব পাৰিলে গুৰুসকলৰ বৃহৎ অসমীয়া জাতি গঠনৰ সপোনক নিশ্চয় বাস্তৱ ৰূপ দিব পাৰা যাব বোধহয়৷
বাপ্ সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই চাৰিটা যুগক আপুনি কেনে ধৰণে চিনাকী কৰি দিব বিচাৰে নাজানো৷
শিশু এগৰাকীয়ে ভাল-বেয়া, শুদ্ধ-অশুদ্ধ নুবুজাৰ লগতে মিছা মাতিব নাজানে৷ শিশুগৰাকী জ্ঞান আহৰণৰ বাবে শিক্ষা গ্ৰহন কৰি থকা সময় খিনিকে সত্য যুগ (সত্য যুগে ধ্যান), শিক্ষা গ্ৰহন শেষ হোৱাৰ পিছত যৌৱনত ভৰি দি যিকোনো কৰ্মত নিয়োজিত হৈ অৰ্থ অৰ্জনত ব্ৰতী হয়৷ অৰ্থাত এইখিনি সময় তেওঁৰ ত্ৰেতা যুগ চলে৷ ত্ৰেতা যুগে যজ্ঞ৷ যজ্ঞ মানে কৰ্ম৷
ইয়াৰ পিছত তেওঁ বিৱাহ পাশত আৱদ্ধ হৈ দ্বাপৰ যুগত ভৰি দি পৰিয়াল পূজনৰ দ্বায়িত্ব লব৷ দ্বাপৰ যুগে পূজা৷ বাৰ্দ্ধক্যজনিত কাৰণত এদিন তেওঁৰ কৰ্ম কৰাৰ শক্তি দেহৰপৰা আতৰি যাব তেতিয়া তেওঁৰ কলি যুগ আৰম্ভ হব৷ তেওঁৰ শৰীৰত তেজৰ চলাচলৰ সক্ৰিয়তা কমি যাব আৰু দেহক বিভিন্ন বেমাৰে আবৰি ধৰিব৷ তেওঁ হৰি নাম ধৰ্মৰ মাধ্যমেৰে হাত চাপৰি বজাই তেজৰ চলাচলৰ সক্ৰিয়তা বৃদ্ধি কৰি বেমাৰ আজাৰৰ পৰা আতৰাই ৰাখিব পাৰিব৷ কলি যুগে হৰি নাম ধৰ্ম৷
চাৰি যুগৰ ওপৰত মোৰ ধাৰণা এয়াই৷ প্ৰকৃতিক আমি কেতিয়াও চাৰিটা ভাগত বিভক্ত কৰিব নোৱাৰো৷ প্ৰকৃতিৰ আয়ুস ৰেখা এডালেই৷ কৃষ্ণ কৃষ্ণ
U
Hori nam dhaza kori Bed pontha pori hori fure oti pasanda hokal .Hai pasonda hokal buli kak koise ?
😅
আপোনাৰ কথামতে মানিলে প্ৰহ্লাদ, ধ্ৰুৱ, অষ্ট্রাবক্র, উদ্দালক আদি অনেক শিশুৰ উদাহৰণ বোৰ নাকাৰাত্মক কৰিব লাগিব নেকি ? নতুবা দ্বাপৰ যুগৰ দাম, সুদাম, আৰু উদ্ধৱক অস্বীকাৰ কৰিব লাগিব নেকি .?
😊😊😊😊
সুন্দৰ কথা কৈছে প্ৰাণজিত বাপ জনাই সত্য কথা কৈছে কাৰণ ভগৱান এজন তাকে ৰাইজে ভাগ ভাগকে ভগৱানক পোজাহয় কৃষ্ণ কৃষ্ণ কৃষ্ণ ভগৱান প্ৰভু ঈশ্বৰ কৃষ্ণ ভগৱান নমস্কাৰ।
Kaijon Manan honghorr lidar kla
কৃষ্ণ বাপ। বৈকুণ্ঠৰ কল্পতৰু মহাশাস্ত শ্ৰীমদ্ভাগৱত ভাগীৰ ব্যাখ্যাৰ দ্বাৰাই সুন্দৰকৈ বুজাই দিয়াৰ বাবে বাপ জনালৈ সেৱা জনালোঁ। কৃষ্ণ
ভাল লাগিছে ভগৱত ৱখা সুনি বাপ জনাৰ পৰা সুন্দৰকৈ জানিব পাৰিলো দৈনবাদ আপুনাৰ শৰনত শেৱা জনালো -
বাপজনালৈ ভক্তি ভৰা সেৱা জনালো কৃষ্ণ
ক্ষমিয়োক মোক চাৰি মহাশিষ্ট। ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট ।। বিপ্র-সেৱা তেসে আমাৰ খ্যাতি। চাণ্ডালকো কৰে প্ৰবিত্ৰ আতি ।।
সত্য বছন।
আমি ভাগৱত পাঠ কৰা প্ৰসাদ খাও , কিন্তু তেওঁ লোকে আমাৰ মাহ প্ৰসাদ কেতিয়াও নাখায় । এতিয়া কথা হল আমি জানো ঈশ্বৰৰ নাম নলৈ শনিৰ নাম লওঁ নেকি ?
Absulately right sir.
Shree Krishna, Shankar dev,Madhab dev okol ki Shankari dhormo r krne neki?amiu to manu teu lukok.
Apunaluke buji bole sesta nokora babe monot ene prosno udoi hoi.
@@gogoisurajit044ki baperor murto bokich0 pagol ...adhormi
ভাগৱত পাঠ কৰা লগতে যে কিছুমান কৰ্ম কাণ্ড কৰে সেই খিনি হে কথা হে কৈছে তেওঁ,,,সেই খিনি ৰ কি মহত্ব আছে,,যদি নাম এই শুদ্ধ কৰে,,,, কৃষ্ণ 🙏🏻🙏🏻
মানব সেৱাই যদি ধৰ্ম হয়,তেনেহলে বামুনিয়া পন্থাৰ মানুহক নিন্দা কিয় কৰে? বামুনিয়া পন্থাৰ মানুহ বিলাক মানব শব্দৰ ভিতৰত নপৰে নেকি? জনামতে শঙ্কৰদেৱৰ দেউতাকে ভগৱান শিৱক পূজা কৰি পুত্ৰ লাভ কৰিছিল বাবে পুতেকৰ নাম শঙ্কৰ ৰাখিছিল। গতিকে বামুনিয়া সমাজে পিতৃ মাতৃৰ আদৰ্শৰে সামাজিক আৰু ধৰ্মীয় কাম কৰি যাব লাগে। কিন্তু আন ধৰ্মৰ নিন্দা কৰিব নালাগে।সভা সমিতি পাতি এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক নিন্দা কৰাটোক ধৰ্ম বুলি ক'ব নোৱাৰি।
হয় বাপ কৃষ্ণ
অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ। জানিবা ইহাক নিশ্চয়।
পৰম বিৰক্ত যিটো। কৃষ্ণৰ ভকত ভৈলা। তাৰ একো নাহিকে নিৰ্ণয়।।
মই ও নামৰ কিন্তু আপোনা কথাট একমত এটা ধৰ্ময়ে আনটো ধৰ্মক নিন্দা কৰিব নাপায়
এই জনাই সদাই বামুনীয়া পন্থাক নিন্দা কৰে আওপকিয়াকৈ. ..
Ekdom xosa kotha
,, কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
সুন্দৰ তত্ত্ব কথা।। আমি আমাৰ কোনো ধৰ্মকে নিন্দা কৰা নাই। কোনোবাই যদি ভাবিছে যে কাৰোবাৰ ধৰ্ম গ্ৰহণৰ প্ৰতি প্ৰানজিৎ গগৈ বাপে বাধা প্ৰদান কৰিছে তেন্তে সেইটো আপোনালোকে সম্পূৰ্ণ শুদ্ধ হোৱা নাই। কাৰন কাৰো ধৰ্ম গ্ৰহণত তেখেতে বাধা দিব খোজা নাই । আৰু যদি ভাবিছে যে তেওঁ বাধা দিব খুজিছে তেন্তে সোনকালে নিৰপেক্ষ দৃষ্টিভংগীৰে আলোচনা কৰক। কিন্তু কাকো সমালোচনা নকৰিব,কাৰন কাৰোবাক সমালোচনা কৰিলে আপোনাৰ ঈশ্বৰ ভক্তি শূণ্য হৈ পৰিব। ঈশ্বৰৰ এটাই নিৰ্দেশ যে, আমি কাৰোবাক সমালোচনা কৰাৰ আগত দহ বাৰ নিজে নিজক আত্মবিশলেসন কৰিব লাগে। আৰু এইটোৱেই হৈছে ধৰ্মৰ মূল গুৰি। আৰু এই সহিষ্ণুতাৰ ভাবতেই মানুহএজনৰ কোমল আৰু সু সজ্জিত অন্তৰখনি ধৰা পৰে।। কাৰোবাৰ কথাকেইটা যদি ভাল লগা নাই বা আপোনালোকে যদি গ্ৰহন কৰিব পৰা নাই বা আপুনি যদি সম্পূৰ্ণ শুদ্ধ তেতিয়াহলে দিশটো শুদ্ধ কৰিবৰ বাবে তেখেতৰ লগত এবাৰ আলোচনা কৰাৰহে চেষ্টা কৰক। এই গুনটোৱেহে কিন্তু আপোনাক ঈশ্বৰভিমুখী কৰিব, এইটোৱেই নিশ্চিত আৰু ইয়াত কোনো বিভ্ৰান্তি নাই।।। সকলোৱেই ঈশ্বৰভিমুখী হওঁক, তাৰেই কামনাৰে গোবিন্দৰ চৰনত প্ৰাৰ্থনা কৰিছো।।
সম্পূৰ্ণ শুদ্ধ কথা। আমি আনক সমালোচনা কৰাৰ আগতে নিজক সমালোচনা কৰি চাব লাগে।
কৃষ্ণ 🙏
মনে মনে গাহৰি নাখাবা বাপ।😂 কনীও খোৱাটো পাপ হেনো এজন বাপে কৈছে।
কৃষ্ণ বাপ বৰ ভাল লাগিল নজকে ধন্য মানিলো কৃষ্ণ
কৃষ্ণ বাপজনা অতি উত্তম ব্যাখ্যা । কৃষ্ণ কৃষ্ণ হেৱাহে ।।
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি ভাল লাগিল কৃষ্ণ।
ধূপ, ধূনা, বন্তি, নৈবদ্য সৰাই আগুৱাই দিয়া পদ্ধতিক কি বুলি কোৱা হয়? তাৰ পাছত পাঠ, নাম আদি কিয় কৰা হয়? দ্বাপৰ যুগত যদি পূজা প্ৰভূ কৃষ্ণই যুধিষ্ঠিৰৰ দ্বাৰা অশ্বমেধ যজ্ঞ কিয় কৰাইছিল?
কৃষ্ণ প্ৰভূ অতি সুন্দৰ ভাগৱত বাখ্যা শ্ৰৱণ কৰি ধন্য মানিছো প্ৰভূ আপোনাৰ শ্ৰী চৰণত সেৱা কৰিছো কৃষ্ণ কৃষ্ণ
গগৈ বাপজনাৰ সুন্দৰ ভাগৱত ব্যাখ্যা শুনি ধন্য হলো । কৃষ্ণ কৃষ্ণ
বামুণীয় পন্থাৰে কৰা পিতৃ মাতৃ ৰ শ্ৰাদ্ধ তেতিয়া হে ভূল হ'ব , যদিহে শ্ৰাদ্ধ কৰোতা জনে নিস্কাম ভাৱে ভক্তি কৰা লোক হয় , অৰ্থাৎ নিগম শাস্ত্ৰ চৰ্চা কৰি নিগমৰ নিগুঢ় তত্ন অনুধাৱন কৰিবলৈ চেষ্টা কৰি নিজক উদাসীন সৰ্ব তিয়াগি বুলি গঢ় দিবলৈ চেষ্টা কৰে , আৰু মাধৱ পুৰুষৰ ঘোষা পূথিৰ সকলো প্ৰাৰ্থনা আওৰা বলৈ নিজক যোগ্যবান কৰি তুলিবলৈ সক্ষম হয় , তেতিয়া তেওঁ ৰ তিনি গুণৰ ভিতৰত ৰজ তম তিয়াগ কৰি কেৱল সত্ব গুণেৰে গুণাণ্ণিত হৈ সাত্ত্বিক নিস্কাম কৃষ্ণৰ ভক্ত হ'বলৈ সক্ষম হয় । অৰ্থাৎ তেওঁ সকলো বৈষয়ীক আৰু ভৌতিক সুখ সুবিধা ,সা সম্পত্তি কেন্দ্ৰীক উণ্ণতি , ক্ষমতা খিতাপ সন্মান যশষ্যা আদি বোৰ নিবিচাৰি ,ছয় ৰিপু দমন কৰি কেবল কৃষ্ণৰ চৰণত নিজক অৰ্পণ কৰিবলৈ সক্ষম হয় । তেতিয়া হে তেওঁ ৰ ভূল হব , বামুণীয়া পন্থাৰে পিতৃ মাতৃ ৰ শ্ৰাদ্ধ যদি কৰে । যি লোকে আশা বাদি মনেৰে ৰঙীণ জীৱনৰ কল্পনা কৰে আৰু সেই মতে আঁচনি প্ৰস্তুত কৰি বৈষয়ীক ক্ষেত্ৰত আগবঢ়িবলৈ প্ৰয়াস কৰে, তেওঁ ক পিতৃ মাতৃ ৰ আশীষ সদায় লাগিব , সেই আশীৰ্বাদ ইহলৌকিক হক বা পাৰলৌকিক আশীৰ্বাদেই হ ওক । গতিকে সেইজনে সেইধৰনে পিতৃ মাতৃ ৰ শ্ৰাদ্ধ কৰিলে ভূল নহয় ,যেন মনে ধৰে , ৰাম শ্ৰীকৃষ্ণ , ধণ্যবাদ ।
কৃষ্ণ কৃষ্ণ। শুদ্ধ আৰু যুক্তিপুৰ্ণ কথা উপস্থাপন কৰিলে। ধন্যবাদ। কৃষ্ণ কৃষ্ণ।
----- - - কুলধৰ বড়া, নামৰূপ
যাৰ নিজৰ ধৰ্মৰ বিষয়ে জ্ঞান নাথাকে তেওঁ হে আনৰ ধৰ্মক নিন্দা কৰে।
bamun r kotit kamora daah
Koment valke dibo
Mukhot ji ahe take nokobo
কৃষ্ণ কৃষ্ণ। বাপ উত্তৰ সুন্দৰকৈ বুজাই দিয়া বাবে প্রণাম জনাইছো।
কৃষ্ণ কৃষ্ণ তত্ত্বৰ গধূৰ বাখ্যা শুনি
আপোনালৈ ভক্তি সেৱা নিবেদিলো।
বাপজনালৈ নমস্কাৰ।আমিও বামুণীয়া পন্থাৰে এজন নিঃকিন সেৱক।প্ৰথম কথা হ'ল বামুণীয়া নহয় ব্ৰাক্ষ্মণীয়া।আৰু যে কৈছে যন্ত্ৰ বুলি এই যন্ত্ৰবিধ দেৱতাৰ প্ৰতীক চিহ্ন বুলিহে আমি অধ্যয়ন কৰি পাইছো।কাৰোবাৰ ঈশ্বৰ উপাসনা কৰা মংগল ধ্বনি কৰা ঘণ্টাভাগিক টিলিঙা বা যন্ত্ৰ বুলি নকৰিব।টিলিঙা চাইকেলতহে থাকে।তাল আৰু ঘণ্টাৰ মাজত বিশেষ পাৰ্থক্য নাই দুয়োবিধ ঈশ্বৰৰ উপাসনাতেই ব্যৱহাৰ হয়।আমি জনাত শংকৰদেৱৰ আইতাক খেৰসুতিৰ আদ্যশ্ৰাদ্ধই হৈছিল মানে পিণ্ডাদি কৰ্মই হৈছিল তাৰ প্ৰমান বৰদোৱা সত্ৰত থকা আদ্যশ্ৰাদ্ধৰ পুথিভাগ।মই মোৰ মনৰ ভাবহে দাঙি ধৰিলো।অপৰাধ ক্ষমা কৰিৱ।কৃষ্ণ।
বাব জনাৰ কিছু পৰিমাণে মানসিক চাপৰ ভুগিছে বাবে আবোল তাবোল বলিকিছে |
নহলে ব্ৰাহ্মণ সম্প্ৰদায়ক ঊগ্ৰ তথা নিষ্ঠুৰ ভাৱে নকয় |
😊😅😊❤
পৰ নিন্দাই তেওঁলোকৰ ধৰ্ম।
Brahmonia ponthak ninda nokoribo?
ঠিকেই কৈছ। অকল বেলেগ ধৰ্মক সমালোচনা কৰাহে দেখা পাও সভাবোৰত। ৰাজহুৱাকে নিৰামিষ খাই দেখুৱাই কিন্তু ঘৰত জীৱ বধ কৰি আমিষভোজী হয়।
অতি সুন্দৰ প্ৰশ্ৰ আৰু গগৈ বাপ জনাৰ শাস্ত্ৰীয় সন্মত উত্তৰত আমি অতি সুখী হলো কৃষ্ণ 🙏🙏🙏
কৃষ্ণ বাপ জনালৈ শতকোটি সেৱা জনাইছোঁ।শাস্ত্ৰৰ সিধান্ত সমূহ ইমান সুন্দৰকৈ বুজাই দিয়াত বহুত উপকৃত হ'লো।ৰাম কৃষ্ণ হৰি।🙏🙏🙏ৰীতা দত্ত।
বহুবাৰ আপোনাৰ ভিডিঅ 'চাই এটা কথা স্পষ্ট হৈছো যে আপুনি অন্য পন্থাক বহুত বেয়াকৈ সমালোচনা কৰে । আপোনাৰ এই অহংকাৰ পটন হ'ব ভগবানৰ কৃপাত ।
Si eta gojomurkha
প্ৰানজিত গগৈক অনাশঙকৰী সকলে বেছিকৈ নিমন্ত্ৰণ কৰা দেখা যায় কিয় ?
শিপা এৰিব নাপায় । পূৰ্বতে সেই সকলো বামুণ পন্থীয়েই আছিল । পৰৱৰ্তীকালত বিভিন্ন কাৰণত সেয়া অৰ্থনৈতিক কাৰণেই হওক বা সামাজিক কাৰণতেই হওক ৰাজনৈতিক নেতাৰ দৰে দল বাগৰা পদ্ধতিৰে কিছুলোকে নিজকে বিজ্ঞ ধাৰ্মিক পুৰুষ হিচাবে প্ৰতিষ্ঠা কৰি জীৱিকাৰ উপায় হিচাবে ন ন পন্থাৰ জন্ম দিয়ে । ইয়াত ধৰ্ম বুলিবলৈ একো নাই । প্ৰতিটো পন্থাতেই বিত্তীয় কেলেংকাৰীয়ে প্ৰকৃত স্বৰূপ ইতিমধ্যেই সময়ে সময়ে উদঙাই দিয়ে ।
Val
আপুনি এল পি স্কুলৰ ধাৰাপাঠতে সোমাই আছে নেকি ?
কৃষ্ণ কৃষ্ণ বাপ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
জয় জগত গূৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বাপ জনাক ভাগৱতৰ কথা কেইটা কোৱাত তেওঁ নিজৰ কথা বুলি বেয়াকৈ কয় কোৱা বিলাকে একো নাজানে
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা ৷প্ৰশ্ন কৰ্তা আৰু ব্যাখ্যা কৰ্তা প্ৰানজিৎ বাপজনালৈ সেৱা ধৰিছো ৷
বাপ আপোনাৰ কন্ঠ ইমান সুন্দৰ কবলৈ ভাষাই । আৰু আপোনাৰ ভাগৱত বাখ্যা অতি সুন্দৰ হৈছে । কৃষ্ণ কৃষ্ণ প্ৰভু
কৃষ্ণ প্ৰভূ……
ইমান ভাল লাগিল, আমিও প্ৰায়ে এনেধৰনৰ প্ৰশ্নৰ মুখা মুখী হও, কিন্তু উত্তৰহে বিচাৰি নাপাও, নিজেহে যি পাৰো বুজি পাও , আনক বুজাই দিব নোৱাৰো……কৃষ্ণ
ৰাম ৰাম। ভগবানৰ নাম নিজ মনে ল'ব লাগে। মনৰ শান্তিৰ হকে হৰিৰ নাম হওঁক।বাপ আপোনাৰ বিশ্লেষণে মানুহৰ মাজত বিভেদ আনিব। বিভেদকামী কথা কোনো গ্ৰন্থত উল্লেখ নাই।
Ekdam xosa kotha bhal lagil❤
সঁচাকৈ বাপ জন বিভেদ মানে অশান্তিৰ মূল
জীৱনত যদি অলপ পুন্য কমাবলৈ মন আছে, তেন্তে এখেতৰ অমৃত ময় বাখ্যা xunok,,কিছুমান মানুহৰ বাবে ই চাগে এখেতক শাস্ত্ৰ ভাগৱত ৰ অদ্ভুত জ্ঞান দি ভগৱানে পঠাইছে এই ধৰাত,,,koy je GOD Gifted বুলি,,,পাপ বিলাক অলপ কমিব তেওঁ ৰ বাখ্যা শুনি বুজি পালে,,,,,🙏🏻🙏🏻কৃষ্ণ
পৰৰ ধৰ্মক নিহিংসিবা কদাচিত।
কৰিবা ভূতক দায়া সকৰুণ চিত্ত।।..শংকৰদেৱ
আপোনাৰ ব্যাখ্যা বোৰ ভাল লাগে শুনি। যন্ত্ৰৰ ব্যাখ্যাটো যি দৰে আপুনি দিছে সেইটো ব্যাখ্যাটো এটা অমূলক ব্যাখ্যা। এনেবোৰ ব্যাখ্যাই আমাৰ মাজত থকা সম্প্ৰীতিত ব্যাঘাত আনিছে। অলপ চিন্তা কৰিব। অৱশ্যে আপোনাৰ দৰে আধ্যাত্মিক চিন্তা চৰ্চা আমাৰ নাই। সীমিত জ্ঞানেৰে কৈছোঁ যে ব্যাখ্যাবোৰ অলপ গঠনমূলক হলে ভাল।
কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏 বহুত ভাল লাগিল ❤❤❤❤
আপনি দাঙি ধৰা কাৰনে বহোত ভাল লাগিল বামুনিয়া কাম কৰা মানুহ বোৰ বেয়াকৈ মৰে নেকি গতিকে ধম যিয়েই নহক পথম ধম হল মানৱ ধম গতিকে শংকৰ সংঘৰেও হক কাকো কোনো ধমক ঘিনা কৰিব নেপাই আমি দেখি আহিছো যি ভকতে মই শংকৰ সংঘৰ বুলি ভাবি বেলেগক বাধা দিয়া জনে বছৰ বছৰৰ ধৰি বিছনাত পৰি সাছতি খাই মৰিছ তেও কিয় ভালকে নমৰিলে গতিকে সুধৰ অনতৰে সকলোকে মানুহ হৈ সকলো ঘৰত যাব লাগে মানুহয় যদি
আপুনি গগৈ বাপৰ বাখ্যা সম্পূৰ্ণ কৈ শুনক।নিশ্চয় আপোনাৰ ভুল ভাঙিব।
স্বয়ং কৃষ্ণই বেদ ব্যৱস্থাৰে শ্ৰাদ্ধ পিণ্ড কৰিছে, গতিকে কৃষ্ণ ভক্তই বেদ ব্যৱস্থা মানিবই।
Krishna
এই ভকত সকলে ভগৱান কৃষ্ণক ভাল পায়, কৃষ্ণৰ নাম লয় । কিন্তু ভগৱান কৃষ্ণৰ আদেশ নামানে । ইয়াকে কয় নামৰ বলত পাপৰ বুদ্ধি
কৃষ্ণ কৃষ্ণ কৃষ্ণ
ধন্য ধন্য হলো বাপ দুজনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ শাস্ত্ৰৰ সন্মতৰ ইমান সুন্দৰ দিয়াৰ বাবে
জয় শ্ৰীকৃষ্ণৰ জয়
Tekhetor pithitu je basi asse tar babe raijok namashkar
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ
কৃষ্ণ বাপ কৃষ্ণ। সেৱা ধৰিলো বাপ।বৰ সুন্দৰ সুন্দৰ আৰু ভাগৱতৰ তত্ব। প্ৰকাশ কৰিলে যাৰ দ্বাৰা সমাজৰ অধিকাংশ লোকৰ মনৰ আশুৱা সমূহ দূৰ কৰিলে বাপ। বহুত বহুত ধন্যবাদ বাপ ।
কৃষ্ণ কৃষ্ণ 🙏 🙏
আই বাপ সমস্ত ভক্তি ভৰা সেৱা নিবেদিলো । আপোনাৰ চেনেলৰ যোগেদি ভগৱন্তৰ কথা শ্ৰৱণ কৰি ধন্য হলো প্ৰভু বাপ 🙏 🙏 কৃষ্ণ কৃষ্ণ 🙏 🙏
From sanjib sarmah
প্ৰশ্ন উত্তৰ চুকত বহি নহৈ বাহিৰত ওলাই আহি সনাতন ধৰ্মৰ বিদ্বান লোকক কৰক কিমান জানে নিজে গম পাব।
বহুত কথা শিকিব বাকী আছে আপোনালোকৰ । বেদ পুৰাণ আদি ভালকৈ অধ্যয়ণ কৰক। নিজে বুজি পাব। JAI MAHAKAL, JAI HANUMAN, JAI SHREE RAM
জয় শ্ৰী ৰাম জয় মহাকাল🙏
@@ধেৎতেৰি07jai shree ram.
Jai bajrangbali
@@dadudas3884 jai shree ram, jai bajrangbali
Good morning gogoiডাঙৰীয়া আপোনাক ধন্য ধন্য
শ্ৰী মন্ত শ্ ঙ্কৰ দেৱ গুৰু জনাৰ নাম ত এভাগ বিশ্ৱ্য বিদ্যালয় প্ৰতিষ্ঠা শ্ৰীমন্ত শঙ্কৰদেৱে স্ ঙ্ঘয় কৰাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে কৃষ্ণ কৃষ্ণ হৰি ৰাম
কৃষ্ণ কৃষ্ণ বাপ, বহুত ভাল লাগিল শুনি শুনি
প্ৰথমতে এই অধমে গগৈ বাপজনাৰ চৰণত সেৱা নিবেদন কৰি কেইটামান প্ৰশ্নৰ উওৰ বিচাৰি সেৱা আগবঢ়ালোঁ। নিশ্চয় অকপতে আমাক জনাব বুলি আশাৰে.....বামুণীয়া পণঠাৰে চলা আমাৰ আজো ককা,, আৰু ককাদেউতা সকলে বাৰু নৰকলৈ গতি কৰা আপোনাসৱে দেখা পাইছিল নেকি..? আৰু তিলিঙা যুকাৰী যুকাৰী ভক্তি কৰা কথাষাৰ এটা জাতিক অপমান কৰাটোকে বুজোৱা নাই নে বাৰু..? বামুণীয়া মতে চলা লোকসকলে আপোনাক কিবা অসুবিধাত পেলাইছে জানো,,?মানৱ সেৱাই যদি শ্ৰেষ্ঠ ধৰ্ম হয়,, তেনেহলে আপুনি ব্ৰাহ্মন বোলা সকল মানৱ জাতি বুলি জানে নে নাজানে..? আপোনাক দেখাত খুব বেছি ৩০/৩৫ বছৰীয়া লোক যেন লাগে,, কিন্তু ১০০ বছৰ বয়স হোৱা সকলে আজি অতদিনে ভকতি কৰি অহা বিলাক কি মিছাহে আছিল নেকি,,??
এটা উদাহৰণ দিও বেয়া নাপাব।
আমি চাৰিজন ধৰি লওক শিৱসাগৰ যাম।দুজনে জয়সাগৰ ফালেদি যাব। আৰু এজনে GGS চাৰিআলি ফালে যাব। আৰু এজনে প্ৰগতি হৈ যাব। কিন্তু চাৰিজনৰ লক্ষ্য এটাই,ঠিক সেইমতে গৈ শিৱসাগৰ টাউন নাপায় আন ঠাইত পাবলৈ জানো,, গতিকে নিজৰ সমাজখনক ভালদৰে চলাই আনক নাহাহি একমনএ ভকতি কৰক ,,youtuber ত ভক্তি তত্ত্ব যি মন যায় তাকে গায় ভিওজ বঢ়াই টকা ঘটাৰ মজা ভগৱন্তপুৰুষে সময় হ'লে নিশ্চয় দিব এইটো সম্পূৰ্ণ ধুৰুপ। বাহুলয় হ'লে ক্ষমাদান কৰিব বুলি আশা ৰাখিলোঁ।🙏🙏🙏
কৃষ্ণ বাপ ফোন এটা কৰিব ,নিশ্চয় জনোৱা হব।
@@জ্যোতিময়Jyotimoyফোন যোগে জনালে মাথোঁ মইহে জানিম।সমাজখনৰ ৰাইজেও জনাকৈ comment ত জনালে সুখী হলোহেতেন কৃষ্ণ কৃষ্ণ 🙏🙏
আপুনি একদম ঠিক প্ৰশ্ন কৰিলে।
প্ৰভূ আপুনি যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰে । কাৰন টিলিঙাই হওঁক বা শঙ্খই হওঁক তাৰ তত্ব তেওঁলোকে নেজানে। গতিকে নজনা কথা এটা কেনেকৈ কব ? এখন দুখন শাস্ত্ৰ অধ্যয়ন কৰি কেতিয়াওঁ সম্পূৰ্ণকৈ গ্যান প্ৰাপ্তি কৰিব নুৱাৰে।
@@জ্যোতিময়Jyotimoyapuni mur logot bohibo sob bujai dim apunak.manuhok bipothe porisalito nokoribo. Guru jonai dekhua adorkha aru apunar kothar major olekh ojut proved. Tilinga kubai buli kiba tussa tassillo korar dore lagil.odvut jukti sun apunar.
কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ কৈ বুজাই দিলে ভাল লাগিল শুনি,, আপোনাৰ শ্ৰী চৰণত সেৱা জনালোঁ কৃষ্ণ,,জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জয় কৃষ্ণ 🙏🙏
বাপ জনা ৰ শাস্ত্ৰ বাণী শুনি আমি বহুত উপকৃত হৈছোঁ,,নজনা কথা জানিব ললোঁ, ভগৱান ৰ প্ৰতি বিশ্বাস দুগুণ বাঢ়িব ললে,বুজিবলৈ চালে ইয়াত বহুতো তত্ব আছে,আমি আকুৰ গুজ হৈ nubuju নকৰোঁ মনোভাৱ লোৱা সকলক কোনো পধ্যেই বাপ জনা অমৃত ময় শাস্ত ৰ ভাঙনি ye হৃদয়ত চুই যাব নোৱাৰে,,,আপুনি টো নিজে এখন শাস্ত্ৰলিখি লগত লৈ আনি তাৰ পৰা কথা খিনি,ভাঙনি খিনি দিয়া নাই,😌 আমি কিন্তু বুজি পাইছোঁ বাপ,,,🙏🏻🙏🏻🙏🏻 সেৱা নিবেদিলো,
মুঠৰ ওপৰত - -
মানুহেই দেৱ মানুহেই সেব
মানুহৰ বিনে নাই কেব ,
কৰা কৰা পুজা পাদ্য অৰ্ঘ্য লৈ
জয় জয় মানব দেৱ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ। তৎকালীন ভাবে উত্তৰ প্ৰদান কৰা কাৰণে আপোনালৈ ভক্তি ভৰা সেৱা নিবেদিছো, আজিৰ এই পাঠ ভাগত যিসকলে বিভিন্ন প্ৰশ্ন কৰিলে সেই সকলৈও ভক্তি ভৰা ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ভকত বৈষ্ণৱে পৰম শ্ৰদ্ধাৰে আৰু মুকলি মনেৰে অনুষ্ঠান ভাগত যি আদৰ্শ দেখুওৱালে তাকলৈ গৌৰৱ বোধ কৰিছো। আগলৈও এনে অনুষ্ঠানৰ আয়োজন পোৱাৰ আশাৰে ভগৱন্তৰ ওচৰত প্ৰাথনা জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Songkor dev u piti matir sadho korisol apunalukor niom bure buji napalu
@@RanjitaGoswami-tp1ye ihot adhormi bed ninduk
Krisna2 pravu bor hundor lagil
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
Sundor ati sundor bayakhya Bap janar krishna2
বেপাৰ ৷বেপাৰীৰ বেপাৰ খন ভাল হৈছে ৷
Apuna soku joli gaise no
সুমধূৰ কৃষ্ণকথা শুনি বৰ ভাল পালো। ইমান ধুনীয়াকৈ বুজাইছে- - - কৃষ্ণ।
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
কৃষ্ণ 🙏🏼 সুপ্ৰভাত বাপ শ্ৰী চৰণত সেৱা আগবঢ়ায়ছো
বিশ্ব দৰবাৰত পতিস্থা কৰক তেতিয়া ... সবভাৰতত বামুনপন্থী জাগ জয়গ্য বিস্তৃত ... আপুনি শংকৰ পন্থি বাবে আপোনৰ মতে ব্যাখ্যা কৰিছে .. ১900 শতিকাত জন্ম আপোনাৰ ধম্ । বামুনিয়া পন্থা বহুতে বলি বিধান বিৰুধ কৰে .. যগ্জয় জৰিয়তে ভগৱানক হিদয়ত স্থাপন কৰা হয় .. আৰু বেদ জানে চাগে ব্ৰহ্মাৰ সৃষ্টি .. বেদত কি লিখা আছে অধ্যয়ন কৰিব .. আৰু এতাকথা কও ৩৩কোতি দেৱতা নহলে আপুনি জীয়ায়ে নাথাকে .. কেৱল নামেৰেই সকলো সেশ হব নোৱাৰে .. তাৰ উদাহৰন শংকৰদেৱ শিৱ বিষ্ণু ৰাম পৰশুৰাম আৰু মহান ৰিশিমুনি সকলৰ আখ্যান সমুহ পহিব .. ভাগৱততো আছে
ভক্তি মানুহে নিজৰ মনৰ শান্তি আৰু শক্তিৰ বাবেহে কৰে ৷ দেউ এজনো হ’ব পাৰে আৰু হাজাৰজনো হ’ব পাৰে ৷ মানুহৰ জীৱনশৈলীৰ ওপৰত ভগৱানৰ কোনো প্ৰত্যক্ষ প্ৰভাৱ নাই ৷ সেয়েহে মহাভাৰতৰ যুদ্ধত কৃষ্ণক সখা হিচাপে লৈ অৰ্জুনেহে যুদ্ধত অৱতীৰ্ণ হৈছিল ৷ নহ’লে কৃষ্ণই নিজেই সকলো কৰি পেলালেহেতন ৷ সৰ্বত্ৰত ভগৱানৰ অনুভৱ কৰাজনেহে এক দেউ এক সেউৰ অৰ্থ বুজিব ৷
Baap prabhu bhagavan shiv baba chaok nije bikh pran kori baki xakolak amrit pran koraise , xeitu koi dev ru dev mahadev 🪔🌹🌹👏 kaku ninda koribo napai xakalu param pita pram attma santan arjunak biswaroop dexuaute , ganesh shiv adi kori xamasta birajmaan hoi ase , krishna❤❤❤❤
Xosai kotha ami tu kaku ninda nkoru kintu amak kio targeted kore😢
কৃষ্ণ হে বাপ আপোনাৰ শ্ৰীচৰণত ভক্তিৰ সেৱাভাগ আগ বঢ়ালো গ্ৰহণ কৰিব ৷ আপোনাক ভগৱানে দীঘায়ু কৰক ৷কৃষ্ণ ৷
কৃষ্ণ বাপ সুন্দৰ কৈ বুজাই দিছে।❤❤❤
Oti hundor byakha, mur eta proshno ,jetia ajon lorai eta bikhoit odhyon koribo logia hoi tetia sankar sangho lorai kot gobekhona kore ne okol bhagabat sai odhyon kore neki , satro mandir kamakhya mandi .shiva mandir ba onyo murti thoka mandir nejai neki .tat odhyon korie aji lorai dr upadhi loi ase bap hokole buji pi ne nepai nejanu ,ne bujiu nubuja vao dhore
Bahut xunder prasnakorta bahut hridoy sui goise❤❤❤
আপোনাৰ মনোভাৱ ক কূতি কূতি প্ৰনাম
বহুতে ই সুন্দৰ question সুধিলে.
সুন্দৰ বাখ্যা কৰিছে আমাৰ আন্তৰিক সেবা প্রদান কৰিছোঁ যোৰহাট
Krishna Bap kowti kowti bar pronam 🙏🙏🙏🙏
যন্ত্ৰ শব্দটোৱে কেৱল টিলিঙাটোকহে বুজাইছে নি.....আৰু আমাৰ অসমতহে যে এইবোৰ বামুনিয়া,শংকৰী সংঘ,একশৰণ ভাগৱতী সমাজ......অসমৰ বাহিৰত যে এইবোৰ নাই কিয় ,?
অসমৰ বাহিৰত এইবোৰ নাই ,কাৰন অসমৰ বাহিৰত হিন্দু ধৰ্মৰ পুৰনি প্ৰকৃত নীতি নিয়ম যে ধৰ্মী য় কাম কাজ কৰা হ্য় ,আমাৰ ইয়াত শঙ্কৰদেৰ নাম লৈ নতুন ধৰ্মী য় সঙগঠন ,সঙঘ আদি বোৰ দেধাৰ গঠন কৰিছে , আৰুনিজকে নিগম শাস্ত্ৰ ৰ উপাসক বুলি সমাজত পৰিচয় দিব বিচাৰে। কিন্তু পৰিতাপৰ কথা , নিগম শাস্ত্ৰনৈ কি , নিগম শাস্ত্ৰ ৰ সঙ্গা Definetion নৈ কি সেই বিষয়ে নাজানে ,কাৰন এইবোৰ সঙঘ বা সঙগঠনৰ শৰণ হে আছে কিন্তু দীক্ষা ৰ ব্যৱস্থা নাই ,ফলত সাধাৰণ সঙী সকলে নাজানে , বহুত ধৰ্মী য় জানিব লগা কথা নজনা কৈ সঙবিধান নামৰ টেকেলি টোৰ ভিতৰত সোমাই বাহিৰৰ জগতৰ খন দেখা নাপায় ।নিগম শাস্ত্ৰ ৰ উপাসনা কৰা ধৰ্মী য় সঙঘ বিলাকে মে তিনি গুণৰ ভিতৰত কেৱল সত্ত্ব গুণ হে গ্ৰ্হণ কৰিব লাগে ৰজ তম ত্যাগ কৰি ,ছয় ৰিপু দমন কৰি একে বাৰে সাধাৰণ জীৱন যাপন কৰি নিৰগুণ কৃষ্ণৰ নাম লৈ যি কোনো অভিলাস বা বৈষয়ীক তথা ভৌতিক উচ্চাকাংক্ষাৰ পৰা আতৰি থাকিব লাগে তাক নাজানে । আৰু বহুতো কথা আছে কবলৈ কিন্তু এতিয়া থাকক ।ৰাম শ্ৰীকৃষ্ণ । - ৰাজু দত্ত ।
এৰা! তালযোৰক কি বুলিব? সংস্কৃত ভালকৈ নাজানিলে এই ব্যাখ্যা বোৰ দিব নোৱাৰে।
সেইবোৰ দেৱবাদ্য -ভগৱানৰ বাজনা
Bap jonai hakolu kotha eiman hundorkoi bujai dise, Bap jonaloi voktibhora hewa jonalu.
কৃষ্ণ😮 কৃষ্ণ😢মৰাৰ পাছত এই
সম্বন্ধ লগত নিব নে
বহুত সুন্দৰ বাখ্যা...মন চুই গৈছে
Krisna krisna 🙏🙏🙏
Prabhu parisoi ati Sundar hoise . Sradhar Bap , apunar hahakh holagilu . Krishna, jaio Krishna.
আমি গোলাঘাট আঠখেলীয়া বেবেজীয়াৰ গাওঁৰ পৰাই প্ৰাণজিৎ দেৱলৈ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছো লগতে এইজে বামুণী য়া সংঘৰীয়া লোক বা অনুকূল ধৰ্ম অৰ্থ বা বাখ্যা হোনি বৰ ভাল লাগিল ধন্যবাদ জনালো নমস্কাৰ।
আমি ব্ৰাক্ষ্মণীয়া সকলোৱে ধৰ্ম প্ৰচাৰৰ নকৰো। কিন্তু আপোনালোকে প্ৰচাৰৰ লগত নিন্দা কৰে | ক্ষমা কৰিব মোক | মই নব প্রজন্মৰ হয় .. আপোনালোকে প্রথম ব্রাক্ষ্মনীয়া হয় জন্ম গ্রহণ কৰিছিল মাজ ভাগত হে এইবোৰ | শ্রীমন্ত শংকৰদেৱে কৈছিল যে শাদ্ধ অনুযায়ী হে পূজা অৰ্চনা কৰিব দিছে ..মানে এইটো কোৱা নাই যে শ্রাদ্ধ নকৰিব মূর্তি চাব নোৱাৰি মূর্তি পূজা কৰিব নোৱাৰে | এইবোৰ নিজে নিজে বনাই লোৱা নিয়ম ..আৰু পূজা বা ধর্ম লগত জড়িত দেৱতাৰ প্রতীক চিহ্নটো যন্ত্র নহয়।
কৃষ্ণ কৃষ্ণ বাপ জনাৰ সুন্দৰ বাখ্যাই আমাকো কৃতাৰ্থ কৰিলে ।
হে প্ৰভু আপোনাক দেখা পালে কন্দাৰ বাহিৰে একো কৰিব নোৱাৰিম। কৃষ্ণ॥
সংঘৰ বাপ সকলে ব্ৰাহ্মণ সকলক পাকে প্ৰকাৰে টানি আনি বদসমালোচনা নকৰালৈকে তেওলোকৰ সংঘ সকলো দিশতে যেন আধাৰোৱা হব অনুমান হয়।
agote vagawat buji lowk😊
শৰ্মা বাপ জনালৈ সেৱা ধৰিলো। আপুনি গুৰু দুজনা ৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলী ভাল দৰে পঢ়িব তাৰ পিছত চিন্তা কৰিব।
কৃষ্ণ কৃষ্ণ প্ৰভু জগন্নাথ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤বাপ জন
Krishna🙏🙏 বাপ জনা আপুনি যে ইমান সুন্দৰ বাখ্যা ৰে কথা খিনি বুজাই দিছে তাত থকা বহুতেই কথা খিনি মনোযোগ দি শুনা যেন দেখা নাপালোঁ আৰু তেওঁ লোকে চাগে শাস্ত্ৰ খনি ও শংকৰ সংঘ ই লিখা বুলি হে ভাবিছো
Kot hunibo , nijor motot otol
Bor sundor kotha kole bap jonai moi ejon sankar sanghr sadosya . Krishna bap jona anpunar dighayu kamona korilu
কৃষ্ণ 🙏 সচাকৈ বৰ লাগতিয়াল প্ৰশ্ন, অতিজৰে পৰা চলি অহা, আমি এই কৰ্মই কৰা দেখি আহিছোঁ মানি আহিছোঁ । কথাখিনিৰ লগত একমত । সেৱা জনালোঁ 🙏
❤
গীতা ভগৱতত একনামৰ মাহাত্মৰ বিষয়েহে কৈছে। আমি যিমান ধৰ্মীয় পুথি অধ্যয়ন কৰিছো সেই সকলোতে একনামৰ বিষয়েহে মানৱ জাতিক নিৰ্দেশ দিছে
প্ৰভূ হৰে কৃষ্ণ
চিন্তাই মানুহক অন্তৰ প্ৰকাশ কৰে।মানুহে যি ধৰণে চিন্তাকৰে, তেওঁৰ মনোথিক তেনে ধৰণৰ হয়।অসৎ চিন্তাই সকলো ফেয়াৰ মূল।উপনিষদ।২- নিজৰ কাৰ্যক প্ৰশংসা কৰি আনৰ কাৰ্য্যক নিন্দা কৰি নিজৰ মহত্ব প্ৰকাশ নকৰিবা।মহাবীৰ।
সধৰ্মৰ বাহিৰে আনৰ ধৰ্ম বেয়া বুলি ভবাটো বেয়া।নানা বাটেদি গৈয়ো ঈশ্বৰৰ ওচৰত। প্ৰৱেশ কৰিব পাৰি। ৰামকৃষ্ণ।
Hosa kotha eyi bap jny aanr dhorm t bysi saku di val pai
এওঁলোকে মনে সজা কিছুমান অপ্ৰাসঙ্গিক যুক্তিৰে বিজ্ঞানসন্মত বুলি কৈ কৈ নিজৰ পন্থাক কেনেকৈ বৰ্তাই ৰাখিব পাৰে তাৰে অহোপুৰুষাৰ্থ চেষ্টা।
আনৰ পন্থাৰ ভুল ওলিয়ালে নিজৰ পন্থ শুদ্ধ হৈ পৰাটো এওঁলোকৰ সিদ্ধান্ত।
কুলধৰ বড়া।
মনে সজা বুলি কলে যে,, আচৰিত হওঁ আমি কিয় বুজি নাপাই কিছুমান মানুহে,তেখেতে কি নিজে এখন শাস্ত্ৰ লিখি লৈ আহে নেকি লগত,, এশাৰী এশাৰী কৈ ভাগৱত ৰ পৰা শ্লোক পঢ়ি প্ৰত্যেক ৰ ভাঙনি কৰি দিয়ে দেখোন,চব ভাগৱত ত থকা কথা হে,,,তেওঁ মাত্ৰ ভাঙনি হে দিয়ে,,Pranjit গগৈ ভাগৱত বাখ্যা কৰা ত হে পাৰ্গত,তেওঁ নিজে সাজি এটা কথা ও নকয়,,আপোনাক মোক শুদ্ধ দিশ টো দেখাই দিয়াত হে সহায় হৈছে তেওঁ, আমি বুজিবলৈ চেষ্টা হে কৰিব লাগে,, নাকি point উলিয়াব লাগে,,,,,
@@mridusmitasaikia83ভাগৱতত থকা বুলি যি যি পদ গাই শুনাই আলোচিত বিষয় তাৰ পৰা বহু দূৰত। উদাহৰণ স্বৰূপে মুণ্ডণ কাৰ্যৰ কথা কওঁতে অশ্বত্থামাৰ শিৰোমণি কটাটোক মুণ্ডণ কৰা বুলিছে। পিতৃ-মাতৃৰ সকামৰ লগত অশ্বত্থামাৰ শিৰোমণি কটা কথাটো কেনেকৈ প্ৰাসঙ্গিক হ'ল? ভাগৱতৰ ধৰ্ম বুলিছে যে ভাগৱতৰ কোন ঠাইত শ্ৰাদ্ধ কৰ্মৰ নীতি নিয়মৰ স্পষ্ট উল্লেখ আছে? আন পুৰাণত কিন্তু বিতংকৈ আছে।
কুলৰ বড়া।
Akas botah xokoiute jn ae Krishna nam Dharma gunjorita hoi thake 🎉👃👃👃
হে বাপজনা আপোনাৰ ব্যাখ্যা শুনি হ্নৃদয় শাত পৰি গৈছে 🙏🙏🙏 কৃষ্ণ কৃষ্ণ ।
:.very.verygood.explanation.
কৃষ্ণ,জয় গুৰু শংকৰ। পৰীক্ষিত সদৃশ প্ৰশ্ন কৰ্তা যুৱ বাপ গৰাকী লৈ ধন্যবাদ জনায় সেৱা আগবঢ়ালোঁ। আৰু গগৈ বাপ জনাই শাস্ত্ৰৰৰ মাধ্যমেৰে ইমান সুন্দৰ ভাৱে আমাক বুজায় দিলে, তাৰ বাবে বাপ জনালৈ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা আগবঢ়ালোঁ 🙏। কৃষ্ণ কৃষ্ণ
হে ঈশ্বৰ আমি মহা পাপি আপোনাৰ বাক্য ই আমাক ধূই নিকা কৰিব বুলি আশা কৰিলো প্ৰভূ ধন্যবাদ
Comment কৰা সকলৰ ভাষাৰ মৰ্যা দা
থকা ভাল। কৃষ্ণ ।
ব্যাখ্যাকাৰী জনেও মাত্ৰা চেৰাই গৈছে।
প্ৰাণজিত গগৈ বাপলৈ আমাৰ ভক্তিভৰা সেৱা জনালো।।
বৰ তত্ত্বগধূৰ ব্যাখ্যা ডাঙি ধৰিলে শুনি উপকৃত হলো।কৃষ্ণ কৃষ্ণ,
😂😂eeeee
Posno korta baaploi shway nebadulu krishna ata buge palu
Joy guru Shankar madhabdab krishna
কৃষ্ণ বাপজনাৰ চৰনত সেৱা জনালো।আপুনি ভজনৰ বিষয়ে অলপ বুজাই দিবলৈ সেৱা জনালো।জয় গুৰু শঙকৰ।
ইমান সুন্দৰ কৈ বাখ্যা কৰি দিয়াৰ বাবে ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ।🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ মাই এটি প্ৰশ্ন কৰিব বিচাৰিছিল মাই গণেশক মনো মাই বহুত ঈশ্বৰৰ মহত্ত গম পাও কিয় যদি শঙ্কৰে কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ।
Krishna Baap Parnam 🙏🙏🙏
একদম সচা আমাক বহুত ঘৃণা কৰে, বৰ সুন্দৰ প্ৰশ্ন ,
Nr😊😂
শংকৰদেৱ মাধৱদেৱৰ নাম অকল আমাৰ ইয়াত হে চলে ইয়াৰ বাহিৰত অকল যন্ত্ৰ (টিলিঙা) চলে বুজিছে ভকত সকল আৰু যদি বুজা নাই এবাৰ মা-কামাখ্যা মন্দিৰত যাব, পুৰি জগন্নাথ মন্দিৰত যাব, বৈদ্যনাথ ধাম যাব, মথুৰা,বিন্দাবন আদি ঠাইত ঘূৰি পকি আহিব তেতিয়াহে জ্ঞান লাভ কৰিব, অকল বুট-মগু খাই থাকিলে জ্ঞান লাভ নহয়।
Ekdm thik kotha koise....ghura khua but mogu khua krnr axomiya jati eii obosta...ami sakti hadhok...sakti puja kri....Jai maa kamakhya jai pitambari bagala mata
ঠিক কৈছা ৷
Apuni bhokot jogotguru sankar dev t koi gyani dei . Bhagawatoru urdhat . Bh !.....moth mondirot ghurilehe sastro gyan hoi ne ?
@@arunabhuyan3283 yes...moth- mandir nughuri ghrtei bohi keitamn communist tei likha bhagawat pohile gyan hbo nki....ktiyaba maa kamakhya mandir ahi saboo
আপোনাৰ ভাগৱত ৰ জ্ঞান কিমান ভাল দৰে জনা গ'ল।
Bohut val lagil
মোৰ মতে আচলতে বহুত পণ্ডিত ওলাই গল গতিকে প্ৰত্যেকৰে ভাঙনি বেলেগ বেলেগ হোৱাটো স্বাভাৱিক।মোৰ কথা হল এতিয়া যে কলি যুগ কলি যুগ কৰি আছে তাৰ প্ৰমাণ কেনেকৈ পালে।