Jadi Moi Prashna Karo | Assamese Song | Jayanta Hazarika
ฝัง
- เผยแพร่เมื่อ 13 ธ.ค. 2019
- Listen to Assamese Song Jadi Moi Prashna Karo sung by Jayanta Hazarika
Label :: Saregama
For more videos log on & subscribe to our channel :
/ saregamaregional
For more updates Follow us on Facebook:
/ saregama
Follow us on Twitter:
/ saregamaglobal - เพลง
Music has no limitations ........if u dare to know the language (Assamese) Coz iam from Arunachal Pradesh but jayanta Da ur true inspiration .
So well said brother. . Music has no limitations. . . ❤❤ap is my second home. . .
Yes brother
❤️💓💕
যদি কাহানিবা সুৰবোৰ
শেষ হয়
এই সৃষ্টিৰদুপৰ বেলা
হে সুৰকাৰ কিহেৰে সজাবা
পৃথিৱীৰ সুৰৰ মেলা
যদি মই প্ৰশ্ন কৰোঁ
যদি মই প্ৰশ্ন কৰোঁ...
যদি মই প্ৰশ্ন কৰোঁ
যদি কেতয়াবা ভাষাবোৰ
শেষ হয়
নাঁও মেলোতেই ভাব সাগৰত
হে কবা তুমি কিহেৰে
পুজিবা
কবিতা ৰাণীক মৰতত
যদি মই প্ৰশ্ন কৰোঁ
যদি মই প্ৰশ্ন কৰোঁ...
যদি মই প্ৰশ্ন কৰোঁ ।
আৰু, যদি দেখা ৰংবোৰো
শেষ হয়
আধা আঁকোতেই ছবিখনি
হে শিল্পী কিদৰে আকিবা
আধা অঁকা ছবি খনি
যদি মই প্ৰশ্ন কৰোঁ
যদি মই প্ৰশ্ন কৰোঁ...
যদি মই প্ৰশ্ন কৰোঁ ।
যদি, আশাবোৰ নিৰাশাত
লীণ হয়
জীৱনৰ প্ৰথম পুৱাতেই
আৰু ধুমুহাৰ বৃষ্টিত
শেষ হয়
ফুলপাহি আধা ফুলো তেই
হে বন্ধু পাৰিবা জানো
বাধা দিব সৃষ্টিৰ
নাশিনিক
যদি মই প্ৰশ্ন কৰোঁ
যদি মই প্ৰশ্ন কৰোঁ...
যদি মই প্ৰশ্ন কৰোঁ ।
Thanks for lyrics
thanks for this lyrics
Thank you so much
@@akangkshyahazarika1637 ARMYYYY
@@sulekhanair8863 you too?
A true legend... Left so early... No one ever can replace him... Love Jayanta Hazarika..
আৰু এনেকুৱা গীত আকৌ সৃষ্টি হব নে?
যদি মই প্ৰশ্ন কৰোঁ।
Nhoi
Nhy
Ketiau hobo nuare.. Jayanta hazarika debor dore kunu hoboi nuware.. Teo odwitio
অসম্ভৱ ।
💚 Real artist never dies
কোনেও ৰাণাদাৰ অভাৱ পূৰাব নোৱাৰে।তেখেতক অকালতে হেৰুৱাই আমাৰ অপূৰণীয় ক্ষতি হ'ল।
No one can replace him😌❤️
Jayanta hajarikar voic. Gitbor sakai sundar te0 amor hók .ki sweet voice.❤
this song is a melody
হৃদয় শাত পৰি যোৱা গীত...........!
এই গানটো কবিতাৰ নিচিনা লাগে। সুন্দৰ ভাৱনা.…. এইবোৰহে গান.....গানটো শুনোতে সোনকালে শেষ হৈ যায়....
just how good is this song!
evergreen assamese song...by the legend....jayanta hazarika..guys whenever i use to go guwahatis chandmari hills road..where the duo legend brothers (bhupen hazarika and jayanta hazarikas) house... i just think of these legends only...really i can feel the heavenly vive ...every song is a unparralell masterpiece
Komalotei sakh hol ei mohanjon
@@parulsaharia5277 hoi..thikei koise...bor beya laage je ajon uzzal nakshatra amar axom khone heruale
Manuhjon kio j gusi gol amr pra
Really amazing song I love this song
Best Dr.Jayanta Hazarika,Dr.Moyukh Hazarika
Always old is gold
Evergreen
প্ৰিয় গায়কজন 🙏🙏🙏
Evergreen song. Very melodious voice
😌😌😄old is always gold❤❤❤🥰🙏🙏..
One of my favorite singer. Lyrics n simple music so melodic. Very refreshing. Grt salute...
jayanta hazarika my favourite singer of all time
Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song
All time fav... Legend
Evergreen song 👌🏼👌🏼👌🏼
Best song, my favourite song, I love you this song,most beautiful song
My favorite its heart touching, can it permissible to share in FACEBOOK
May favarit song very good
ৰাণদাৰ গীতবোৰ হৃদয়ত বাজি থাকে নিৰন্তৰ
@gautambaishya445 ৰানা দা hoi
Guiness world record book world no 1 best song
All time favorite song
Rana da always best
Jayanta hazarika remains a legend for ever.. Voice so sweet, so touching..
I listen to Skrillex,xxxtantacion, pratik kuhad.... But love jayanta hazarika more🤍
Such a relatable comment 😩💓
🥺
আপোনাৰ শুৰ খুব প্ৰিয় খুব সোনকালে গুচি গল😔😔
মাফ কৰিব ,শুৰ বুলিলে হাতীৰ শুৰ হে বুজাব,হব লিগে সুৰ।
Evergreen, marvelous, awesome, superhit, most beautiful song, best song, my favourite song, I love you this song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song
Wow very nice this song
Evergreen song
Sundar
Nice👏👏👏👏👏👏👏👏👍👍👍👍👍👍👏👏😊😊 performance
Nice song
প্ৰিয় গীত...
আজি শিল্পী গৰাকীৰ ৭৭তম মৃত্যু তিথিৰ দিনটোত দূৰদৰ্শনৰ চেনেলত শিল্পী গৰাকীৰ গীত কোনো কাৰনতে ময়ূখ হাজৰিকাৰ কন্ঠত বাণীবদ্ধ কৰা খিনি বজাই শুনাব নালাগিছিল! শিল্পী গৰাকী অসমৰ ৰাইজৰ হেঁপাহৰ ,আদৰৰ মহাত্মা!! আজিৰ দিনটোত ৰাইজে জয়ন্ত হাজৰিকাই গায়থৈ যোৱা গীতহে শুনিব বিছাৰে , আজি ময়ূখ হাজৰিকাক প্ৰতিষ্ঠা কৰাৰ দিন হ'ব নোৱাৰে, ৰাইজ ইয়াৰ বাবে দুখ পাইছে!!!
Awesome ❤️❤️❤️
🙏🙏🙏
Heart touching
Ei gaantu Mur bhaal lage.
❤❤❤
M E L O D Y❤️
My old favorite one
❤️
Your voice is besuhiful😂🎉😢🎉😮🎉😅🎉😢🎉🎉🎉
Jayanta da was the legend of Assam..still we reamber ...his songs demands our root..with dignity..
😍😍😍
Jayanta Hazarika song always love
Prashna nokoriba Rana da ami uttar dibo nuwarim ami laaj pam❤❤❤❤❤❤❤❤
কথাংশৰ ৰচনা -জিতু শর্মা
সুৰ জিতু শর্মা আৰু তপন ভট্টাচাৰ্য্যৰ।
Thank you
我非常喜歡這首歌,但我聽不懂這首歌,但歌詞很好聽
Its Assamese song
গীতটি বিচাৰি পাই অতিশয় সুখ অনুভৱ কৰিছোঁ। জয়ন্ত হাজৰিকা দেৱৰ এটি চিৰসেউজ গীত। গীতটি শুনি আপ্লুত হলোঁ।তেখেত অকল এজন দৰদী কন্ঠ শিল্পীয়ে নহয়। সুপ্ৰতিষ্ঠিত সুৰকাৰৰো।"বনৰীয়া ফুল","নিয়তি", বৃষ্টি ","ধৰ্মকাই ","নতুন আশা "(এইখনৰ অসমাপ্ত সংগীতৰ কাম মনীষা হাজৰিকাই সম্পূৰ্ণ কৰে) আদি বোলছবিৰ সংগীত পৰিচালনা কৰাৰ উপৰিও নিজে কন্ঠদান কৰে। তাৰোপৰি চিকমিক বিজুলী ছবিত,"মৃত্যু সাৱটি সমাধি তলিত,অকলে আছোঁহি শুই....", লটিঘটি বোলছবিত,"জীৱনটো যদি অভিনয় হয়..."(নিৰ্মলা মিশ্ৰৰ লগত দ্বৈত কন্ঠ),ফাগুনী বোলছবিত,"মোৰ আউসীৰ নিশা ফেঁচাই কুৰুলীয়াই,ঘৰ জেউতিৰ হাঁহি নুমাই মৰহি যায়..."আদি কালজয়ী গীতসমূহত কণ্ঠদান কৰে।তেখেতৰ চিৰসেউজ গীতটি শুনোৱা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏
🙏🙏
❤️❤️
Jodi kahaniba xur bur ses hoi
Ei sistrir dupor belat
He surokar kihere sojaba
Prithibir suror mela
Jodi moi prosno koru 3
Jodi ketiaba vasa bur ses hoi
Nau melutei vab sagorot
He kobi tumi kihere pujiba
Kobita ranik morotot
Jodi moi prosno koru 3
গীতৰ।কথা:--জিতু শৰ্মা
গীতৰ সুৰ:--জিতু-তপন
😔😔😔😔❤️❤️❤️❤️💕💕💕💕🎶🎶🎶🎶🎶
Eonder full dong beautiful😂🎉😢🎉😮🎉😅🎉😢
Llk
Op
ৰাণাদাৰ গীত কিমান ভালপাওঁ সেয়া বুজাব নোৱাৰো
যদি কাহানিবা সুৰবোৰ শেষ হয়
এই সৃষ্টিৰদুপৰ বেলা
হে সুৰকাৰ কিহেৰে সজাবা
পৃথিৱীৰ সুৰৰ মেলা
যদি মই প্ৰশ্ন কৰোঁ
যদি মই প্ৰশ্ন কৰোঁ...
যদি মই প্ৰশ্ন কৰোঁ
যদি কেতয়াবা ভাষাবোৰ শেষ হয়
নাঁও মেলোতেই ভাব সাগৰত
হে কবা তুমি কিহেৰে পুজিবা
কবিতা ৰাণীক মৰতত
যদি মই প্ৰশ্ন কৰোঁ
যদি মই প্ৰশ্ন কৰোঁ...
যদি মই প্ৰশ্ন কৰোঁ ।
আৰু, যদি দেখা ৰংবোৰো শেষ হয়
আধা আঁকোতেই ছবিখনি
হে শিল্পী কিদৰে আকিবা
আধা অঁকা ছবি খনি
যদি মই প্ৰশ্ন কৰোঁ
যদি মই প্ৰশ্ন কৰোঁ...
যদি মই প্ৰশ্ন কৰোঁ ।
যদি, আশাবোৰ নিৰাশাত লীণ হয়
জীৱনৰ প্ৰথম পুৱাতেই
আৰু ধুমুহাৰ বৃষ্টিত শেষ হয়
ফুলপাহি আধা ফুলো তেই
হে বন্ধু পাৰিবা জানো
বাধা দিব সৃষ্টিৰ নাশিনিক
যদি মই প্ৰশ্ন কৰোঁ
যদি মই প্ৰশ্ন কৰোঁ...
যদি মই প্ৰশ্ন কৰোঁ ।
Heart touching
🙏🙏🙏