কৃষ্ণ জয় গুৰু শঙ্কৰ বাপ জনালৈ আমাৰ ভক্তিভৰা সেৱা নিবেদিলোঁ আমি বাখ্যা কাৰক প্ৰভু তেখেতৰ মুখহন্তে ভাগৱতৰ কথা অমৃতময় বাণী শাস্ত্ৰৰ সিদ্ধান্ত সমূহ বুজিব পাৰিছো ৷ আমাৰ নিজৰ বহু সংশোধন কৰিব লগা আছে জীৱনৰ ৷ গতিকে আমি শাস্ত্ৰৰ সিদ্ধান্ত আগত ৰাখি আমাৰ জীৱ আত্মাক ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত মতে আগুৱাই নিবই লাগিব লাগিব লাগিব ৷ বাখ্যা প্ৰভু জনালৈ হাতকোটি আমাৰ প্রাণিপাত🙏🙏🙏
কৃষ্ণ
জয় গুৰু শঙ্কৰ
বাপ জনালৈ আমাৰ ভক্তিভৰা সেৱা নিবেদিলোঁ আমি বাখ্যা কাৰক প্ৰভু তেখেতৰ মুখহন্তে ভাগৱতৰ কথা অমৃতময় বাণী শাস্ত্ৰৰ সিদ্ধান্ত সমূহ বুজিব পাৰিছো ৷
আমাৰ নিজৰ বহু সংশোধন কৰিব লগা আছে জীৱনৰ ৷
গতিকে আমি শাস্ত্ৰৰ সিদ্ধান্ত আগত ৰাখি আমাৰ জীৱ আত্মাক ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত মতে আগুৱাই নিবই লাগিব লাগিব লাগিব ৷
বাখ্যা প্ৰভু জনালৈ হাতকোটি আমাৰ প্রাণিপাত🙏🙏🙏
কৃষ্ণ
আমি ভগৱন্তৰ অমৃতময় বাণী প্ৰভু জনাৰ মুখহন্তে শ্ৰৱণ কৰিবলৈ পাই অত্যন্ত সুখী আগলৈ আমাৰ নিজৰ ভুল সমূহ সংশোধন কৰি শুদ্ধ ভাবে জীৱ আত্মাক আগুৱাই নিয়াত বাপ জনাৰ মুখহন্তে ভাগৱতৰ কথা সাৰ তত্ত্ব শাস্ত্ৰৰ সিদ্ধান্ত শ্ৰৱণ কৰি থাকিব পাৰো মাধুৰ্য বাপ জনাৰ সুস্বাস্থ্য অধিকাৰী হোৱাৰ ভগৱন্তৰ চৰণপঙ্কজত আমাৰ দাসৰ সেৱা 🙏🙏🙏
খুব সুন্দৰ ব্যাখা,,, আপ্লুত হলোঁ,,,,
কৃষ্ণ প্ৰভূ 🙏🙏কৃষ্ণ বৰ সুন্দৰ মধুৰ সুৰত শুনি আমিআনন্দ পান কৰিছে প্ৰভূ বহুতবহুত সুন্দৰ ভাল লাগিছেপ্ৰভূ কৃষ্ণ প্ৰভূ সেৱা জনাইছো কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏আশিবাদ্ কৰে যেন শুদ্ধ এজন কৃষ্ণ আৰু ভকতৰ সেৱকি হ'ব পাৰো ।
কৃষ্ণ কৃষ্ণ প্ৰভূ বৰ সুন্দৰ ব্যাখ্যা কৰিছে
Eman sundar hoise dui tinibar sunisu, he pravu ai durasariniye sewa jnaisu pravu
Krishnaaa Krishna👏👏👏👏👏👏
প্ৰভু আপোনাৰ এই অমৃত বানিয়ে দিয়া আনন্দ অতিকৈ মধুৰ পুনৰ এই অমৃত ৰসৰ ত্ৰিপ্তি পানৰ আসাৰে এই অধমে পাৱে পৰি কাতৰ প্ৰাৰ্থনা জনালো এই অধময় গ্ৰহন কৰে যেন একেই কামনাৰে প্ৰভু শ্ৰীহৰিয়ে আপোনাৰ দিৰঘায়ু কামনাৰে শ্ৰীচৰনত সেৱা জনালোঁ
বাপজনাৰ ভাগৱত ব্যাখ্যাই মোক আপ্লুত কৰিছে । নজনা কথা জানিব পাৰিছো । অশেষ ধন্যবাদ ।
কৃষ্ণ কৃষ্ণ সেৱা নিবেদিলো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏প্ৰণাম প্ৰভু বৰ আনন্দ লাগিছে ।
অঞ্জলি দাস
অতি সুন্দৰ বাপ ।🙏🙏🙏🙏🙏
Hundor byakhya agborhuar babe bap jonak oshekh dhonyabad jonalo.
কৃষ্ণ,কৃষ্ণ,কৃষ্ণ ।
OM namah bhagawate vasudevaya.
কৃষ্ণ বাপ 🙏🙏🙏 সুন্দৰ বাখ্যা চতিয়া
Krishono prvu , apuner byakha mur oti priyo....huni bohut hontukh pau ...spostobadi .....&
অতি সুন্দৰ ব্যাখ্যা, কৃষ্ণ 🙏🙏🙏
Hundor byakhhya agborhuar babe dhonya ad bap Krishna krishna
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏
কৃষ্ণ ইমান সুন্দৰ 🥰🙏🙏🙏ভাল লাগিল ৷
কৃষ্ণ বাপ ভাল লাগিল ।ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক ।ইমান কম বয়খত বহুত ঈশ্বৰে আপোনাক আগুৱাই নিলে❤️🙏
Krishna Krishna bapjana amritmoi bani apuni jen Dan karise prabhuea kripa karak
Kirshna kirshna 🙏🙏 baphamaste aayemaatiri hamaste 🙏🙏 kirshna
অতি সুন্দৰ বৰ্ননা বাপ। আপোনাৰ চৰণ পঙ্কজত মই মূঢ়মতিও সেৱা আগবঢ়ালো বাপ 🙏 জয় গুৰু শঙ্কৰ, জয় কৃষ্ণ 🙏🙏🙏
Nice voice
কৃষ্ণ কৃষ্ণ 🙏 আপুনালৈ ভক্তি ভৰা সেৱা আগবঢ়ালোঁ এনেদৰে সদায় আপোনাৰ ভক্তি ৰসৰ কথা বোৰ শৃনিবলৈ ঈশ্বৰে শক্তি প্ৰদান কৰক 🙏🙏🙏
ইমান সুন্দৰ ব্যাখ্যা শুনি আমনি নলগা । বিজ্ঞানৰ ছাত্ৰ হৈও কলিযুগৰ প্ৰহ্লাদ যেনহে অনুভৱ হয়।ভক্তিভৰা আশীষেৰে আগলৈও এনে ব্যাখ্যা আশা ৰাখিলোঁ ।ক্বষ্ণ ক্বষ্ণ ।
কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ইমান সুন্দৰ ও সাৱলিল ভাগৱৎ বাখ্যা - জীৱনত এই প্ৰথম বাৰ শুনিলো ।🙏🙏
বাপজনাৰ ভৱিষ্যত মংগল কামনা কৰাৰ লগতে আগলৈকো আৰু বাখ্যা শুনিবলৈ পাম বুলি আশা ৰাখিলো ।কৃষ্ণ ।🙏🙏🙏
কৃষ্ণ বাপ সেৱাহে। অতি সুন্দৰ ❤❤❤❤❤❤
সুন্দৰ, কৃষ্ণ
কৃষ্ণ.... জয় গুৰু শংকৰ
জয় গুৰু শঙ্কৰ 🙏 কৃষ্ণ । বহুত ভাল লাগিল ধন্যবাদ ।
Krishna Krishna
কৃষ্ণ কৃষ্ণ লগপাই ভাল লাগিল ভগৱানে আপোনাক শক্তি দিয়ক
Ati hundarbhagowat byakha hoisa apunaloi aakhekh dhainyabad gyapan karisu
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
জয় গুৰু শঙ্কৰ 🙏 কৃষ্ণ
Krishna. Krishna bor. Xundor. Kotha. Koise
Krishna Krishna Krishna 🙏🙏🙏
Krishna🙏
Krishna apunar bhagat suni bhut vl lagil
বৰ সুন্দৰ লাগিল
Krishna Krishna krishna.bapjona Babut bhal lagil.
🙏কৃষ্ণ প্ৰভু জনালৈ প্ৰণাম জানালো ।আপোনা ভাগৱত ব্যাখ্যাত নজনা বহু কথা শিকিলো 🙏 কৃষ্ণ
কৃষ্ণ বহুত সুন্দৰ ভাইটি
কৃষ্ণ বাপ আপুনি মহান ইমান ধুনীয়া লাগিছে হুনিলে শুনি থাকিব মন যায়
কৃষ্ণ , ভক্তিভৰা সেৱা নিবেদিলো
Krishn
Krishna Shankar Guru Hari Ram Ram Ram Pranam.
কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏
ইমান সুন্দৰ বাখ্যা , শুনি আপ্লুত হ'লো । শ্ৰীমদ ভাগৱত ভাগৰ পাঠ আৰু পয্যালোচনা ধাৰাবাহিক ভাবে আপোনাৰ চেনেলৰ যোগেদি পোৱা যাব নেকি বাৰু জনাবছোন । পালে আমি বৰ উপকৃত হ'ম , চিন্তা কৰিবছোন ।
Krishna Krishna 🙏 🌹
সুন্দৰ ব্যাখ্যা 🙏🙏🙏
খুব সুন্দৰ বাখ্যা
Krishna Krishna Oum santi santi
কৃষ্ণ.....
কৃষ্ণ কৃষ্ণ
🙏
বাপ অতি সুন্দৰ ব্যাখ্যা কৃষ্ণ
❤❤❤
Krishna krishna
Krishna Pranam 🙏🙏🙏🙏.Baihata Charialit program Tu Sai Xukhi Hysu.
Krishna 🙏
কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 অতি সুন্দৰ 🙏 🙏🙏
কৃষ্ণ
🙏🙏🙏🙏
KRISHNA🙏🙏🙏🙏🙏
🙏🙏🙏
কৃষ্ণ ৷
কৃষ্ণ আ পোনালৈসেবা জনালো।
Krishna. Ram. 🙏🙏🙏🙏🙏
Krishna krishna krishna🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ বাপ শুনি ভাল লাগিছে 🙏🙏🙏
ৰাতিপুৱাই অমৃত পান কৰিলোঁ। শতকোটি প্ৰণাম বাপ।
কৃষ্ণ 🙏
Krisna krisna good morning
Very Nice. Krishna
Krishna Krishna Baap
Krishna Krishna Prabhu
সুন্দৰ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
বৰ. ভাল. লাগিল
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়। ইমান সুন্দৰ ব্যাখ্যা দিয়া বাবে ধন্যবাদ জনাইছো
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম ৰাম, পৰম বৈষ্ণৱ মহাসাধু বৰা বাপজনাৰ লগতে দ্বিতীয় বৈকুণ্ঠপুৰীত উপবিষ্ট সমস্তজন ভকত বৈষ্ণৱৰ শ্ৰীচৰণত এই অভাজনে ভক্তিভৰা সেৱা আগবঢ়োৱা হল , ভগৱন্তই সমস্তজনকে অধিক কৃপা কৰক , কৃষ্ণ. ।
Hey Bhakot probhu iswar team thank you so much Hari Ram Krishna Guruji 🕉️ Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan Narayan
Excl bhaykhya thanks
🌺🌸🌸🪔কৃষ্ণ কৃষ্ণ পৰ্ভুজনা🌺🌸🏵️🛐🙏
Prabhu iswar hatakuti sewar janalu ema Kam bayakat Mon sui juwar param pita gunukitone Mon pabtra karile
ৰাম কৃষ্ণ প্ৰভু 🙏🙏🙏
ইমান সুন্দৰ ব্যাখ্যা ।শ্ৰৱণ কৰি সুখী হ'লো । ডগৱানে কুশলে ৰাখক ।
গোবিন্দ গোবিন্দ ভাল লাগিল ।
Krishna
Krishna Krishna amritmoi bani
“ কৃষ্ণ ।”
ইমান সন্তোষ লাগে শুনি , দিনে এইভাগ শুনিলেহে মনত শান্তি পাওঁ । কৃষ্ণ । আপোনাক ভগবানে আৰু কৃপা কৰক ,আৰু যেন শুনিবলৈ পাই থকো । কুশলে থাকক । কৃষ্ণ ।
Krishna krishna aapunar padmamukhahonte prabhu bhagawantar gunanukirton shraban kori porom kritartha halu
ভাষাৰে প্রকাশ কৰিব নোৱাৰিম কিমান ভাল লাগিল.......কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna Krishna hundor byakhya bap🙏🙏🙏🙏🙏
val laga তোমালোকৰvideo bur sai
কৃষ্ণ……ইমান সুন্দৰ ……
কৃষ্ণ বাপজনা 🙏🙏শ্ৰবন কৰি পৰম কিটাথ হলো
Sundar byakhya agoloi diba
🙏🙏🙏🙏🙏🙏🙏