Abotoriya | Mousam Gogoi | Assamese Video Song

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ต.ค. 2015
  • Abotoriya is a new romantic Assamese track with new taste and melody.
    Music arranged by Bablu sharma
    Lyrics, composed and sung by Mousam Gogoi
    Guitar: Naibedyaa Hazarika\
    Flute: Pradeep Deka
    Mixed and Mastered by Diganta Bordoloi
    Video directed by Anupam Bordoloi
    DOP: Prithiviraj Dutta
    Follow us on
    / mousam.gogoi.official
  • เพลง

ความคิดเห็น • 1.2K

  • @Xagarikabora
    @Xagarikabora 2 ปีที่แล้ว +12

    ইমান এটা ধুনীয়া গীত আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ মৌচম দা৷গানটো যিমানেই শুনো সিমানেই গানটোৰ মাজত সোমাই গৈ থাকো❤️

  • @pinkisaikia5417
    @pinkisaikia5417 2 ปีที่แล้ว +8

    আজি অহা আবতৰীযা বৰষুণ জাকে আকৌ এই গানটিলৈ মনত পেলাই দিলে... এনেকুৱা আবতৰীযা বৰষুণত প্রিয়জনৰ লগত তিতি ফুৰা সেই দিনটো বহুত miss কৰিছো আজি ....কি যে সুন্দৰ আছিল সেই দিনবোৰ... যিটো এতিয়া অতীত আৰু সেই প্রিয়জনো...... 🙂💔

  • @tridipranjan8605
    @tridipranjan8605 4 หลายเดือนก่อน +8

    কিয় বা কয় সঁচা প্ৰণয়
    হয় বুলি যুগমীয়া
    যদিহে হয় কিয়নো মই
    হৈ ৰলোঁ আজিও অকলশৰীয়া।।
    ❤❤❤❤

  • @SRlove6966
    @SRlove6966 4 หลายเดือนก่อน +13

    2024 t konobai xonisa ne ❤❤

  • @sintumoni7142
    @sintumoni7142 5 หลายเดือนก่อน +167

    Anyone 2024

  • @TechTubeZee
    @TechTubeZee 3 ปีที่แล้ว +28

    কোনোবাই 2021 ত শুনি আছা ...

  • @samujjalgogoi3174
    @samujjalgogoi3174 5 หลายเดือนก่อน +11

    আজি বহুদিনৰ মূৰত ১০ বাৰ মান শুনিলোঁ মৌচম দা। এতিয়া শুবলৈ লৈছোঁ,গাৰুটো লাহেকৈ তিতিবলৈ লৈছে।এনেকুৱা গান আৰু পাম বুলি আশা ৰাখিলোঁ আপোনাৰ পৰা দাদা❤

  • @pranay9753
    @pranay9753 2 ปีที่แล้ว +14

    তাইৰ প্ৰীয় গান টো কিন্তু তাই এতিয়া এই ধৰাতেই নাই পুনৰ মনত পৰিল সেই class 9 ৰ কথা 🖤👀🌸

  • @sankarjyotimedhi7575
    @sankarjyotimedhi7575 2 ปีที่แล้ว +14

    মোৰ যি আছিল পৰিচয়, সেইয়াও তোমাৰেই হয়, তুমিহে মোৰ তোমাৰতো মই নহয়❤️

  • @nayankalita3996
    @nayankalita3996 2 ปีที่แล้ว +10

    সজীৱ হ'বলৈ পাহৰি যায় সপোন আৰু স্মৃতিবোৰ, যেতিয়া মাজনিশা মৌচম দাৰ কণ্ঠত এই গানতো বাজি উঠে। তেতিয়া কেৱল হাতত মদৰ গিলাচতো আৰু চিগাৰেট তোৱে লগৰী হৈ পৰে…।

    • @mukulvlogs3376
      @mukulvlogs3376 2 ปีที่แล้ว +1

      Hoi dei bro

    • @chanakyapatowary87
      @chanakyapatowary87 2 ปีที่แล้ว +1

      প্ৰেমত ধোকা খোৱা যেন লাগিল কমেন্তটো পঢ়ি , বুজাত ভুলো হব পাৰে

  • @satyajitsvlogs1435
    @satyajitsvlogs1435 2 ปีที่แล้ว +20

    ২০২২ চনত কোন আছা........ 👍

  • @anupallahan7546
    @anupallahan7546 2 ปีที่แล้ว +17

    গানটি বহুত বাৰ শুনিছোঁ। Ojantric ৰ পৰা আকৌ এবাৰ খুঁচৰিলো।

  • @bcentertainment9463
    @bcentertainment9463 4 ปีที่แล้ว +14

    মৌচুম দাৰ প্ৰতিটো গীতেই ৰসাল । মানুহৰ মাজত খাপ খোৱাব পৰা তেওঁৰ কণ্ঠও প্ৰতিটো শব্দই মানুহৰ মন চুই যায় । love u dada

  • @shivajyoti287
    @shivajyoti287 4 หลายเดือนก่อน +12

    2024 sonot kune kune sunisa ai gantu hobe like kori jaba

  • @bedantabikashborah9846
    @bedantabikashborah9846 2 ปีที่แล้ว +6

    Ojantric💕💕Mousam Da🤩🤩

  • @pranabdas9481
    @pranabdas9481 2 ปีที่แล้ว +7

    জীৱনৰে অভিনয়,
    বুজা- নুবুজাতে ৰয়।
    সচাঁ সচাঁ লগাবোৰ,
    মিছা হয়।
    💚🌻
    💚

  • @nikumanipathak9746
    @nikumanipathak9746 2 ปีที่แล้ว +7

    নিজান‌ ৰাতি কাণত headphone আৰু এই গানটো আৰু তেওঁৰ স্মৃতি উফ্ফ কিমান বেদনা অনুভৱ কৰিব নোৱাৰি 🥰🥰

  • @SRD231
    @SRD231 ปีที่แล้ว +12

    ৭ বছৰ কেনেকৈ নো পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলো। কিমান যে মধুৰ স্মৃতি জৰিত হৈ আছে গানটোৰ লগত। আজি 2022 টো গানটো প্ৰিয় হৈ আছে।

  • @kidsjiyasplay6374
    @kidsjiyasplay6374 2 ปีที่แล้ว +7

    কিমান যে চালো! 💗💗💗

  • @ritudas3737
    @ritudas3737 2 ปีที่แล้ว +8

    মৌচম গগৈৰ গানবোৰ সঁচায় বৰ ভাললগা...

  • @mainulhoque.7216
    @mainulhoque.7216 4 ปีที่แล้ว +5

    কিয়বা কয় সঁচা প্ৰণয় হয় বুলি যুগমীয়া।।।যদিহে হয় সঁচা প্ৰণয়...... অন্তৰ চুই যোৱা শাৰী...গানটো শুনিলে শুনি থাকিবলৈ এই মন যায়..

  • @dkmixmusical6962
    @dkmixmusical6962 4 ปีที่แล้ว +11

    *মৌচম দা,,মই পল,,,,পাঠশালা ভবানীপূৰত আপোনাৰ লগত একেখন মঞ্চতে গীত গাব সূবিধা পাইছিলো কিছূদিন আগত।আপোনাক আৰু আপোনাৰ গীত specially আবতৰীয়া বহুত প্রিয় মোৰ । আকৌ এনেকুৱা গীত লাগে আমাক ।।।।THNX*

    • @ajoyray4419
      @ajoyray4419 4 ปีที่แล้ว +3

      Nisoi ketiaba log pale gabo pariba Moy gan gao

  • @rubulmoran422
    @rubulmoran422 3 หลายเดือนก่อน +12

    2024 Kun Kun Hunixa ai2 gan l❤❤❤

  • @probinmorang8593
    @probinmorang8593 5 ปีที่แล้ว +5

    খুওব সুন্দৰ হৈছে গানতো । মৌচমৰ প্ৰতিতো গানৰ এটা বিশেষ ভাল লগা বৈশিষ্ট থাকে এই গানতোও একেই বিশেষ ভাবে বনোৱা গান ।💐💐💐💐

  • @oyeitsbitu143
    @oyeitsbitu143 4 ปีที่แล้ว +26

    Ai gan to 2020 kune kune hunixa like kora

  • @upasanashivam1069
    @upasanashivam1069 ปีที่แล้ว +11

    ৭ বছৰ আগত শুনোতে বুজিয়েই পোৱা নাছিলোঁ now I felt this song 🙂

  • @MAINABLOGS2024
    @MAINABLOGS2024 7 หลายเดือนก่อน +8

    Old is gold❤

  • @user-ox6nt4ni6v
    @user-ox6nt4ni6v 5 หลายเดือนก่อน +7

    Ajiu huni Val lage gan tu❤

  • @lakhimidas22
    @lakhimidas22 6 หลายเดือนก่อน +5

    I have listen this song when I was in class Eight(8)...... same feeling same emotions❤️🥺.. and this line"কিয় বা কয় সচা প্ৰণয় হয় বুলি যুগমীয়া, যদিহে হয় কিয়নো মই হৈ ৰলো আজিও অকলশৰীয়া".........🕊️

  • @user-or8yh2vk3l
    @user-or8yh2vk3l 4 หลายเดือนก่อน +8

    Always swag 10-3-24 koi h Kia abhi 😊❤

  • @Sweetypriya8414
    @Sweetypriya8414 3 ปีที่แล้ว +6

    শুণি থাকিলেওঁ আকৌ মন যায় ।বহুত ভাল লাগে দাদা গানটো।

  • @prakashbaruah3607
    @prakashbaruah3607 3 ปีที่แล้ว +7

    প্ৰিয় গীতটো❤️।।মৌচুম দাৰ গীতবোৰত নোপোৱা কিবা বিচাৰি পাঁও❤️

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 2 ปีที่แล้ว +5

    সঁচাকৈ গীতটো 6 বছৰৰ পৰা শুনি আছো , গীতটো শুনিলে কিবা মন প্ৰান শান্তি পৰি যায় 🥀 আৰু আগলৈকেও কেতিয়াও গীতটো পাহৰিব নোৱাৰাে 😘

  • @borshaborah4362
    @borshaborah4362 ปีที่แล้ว +7

    জীৱনৰ লগত মিলি যোৱা এটা গান।।শুনি থাকিলেও যেন হেপাহ নপলাব।। 💔

  • @jitukakati1590
    @jitukakati1590 ปีที่แล้ว +5

    অসম সাহিত্য সভাত আপোনাৰ গানটো ওপভোগ কৰিছিলো বৰ ভাল লাগিল ৷ এতিয়া ইয়াত শুনি আছো ৷ ধন্যবাদ ইমান ধুনীয়া গান উপহাৰ দিয়া বাবে ৷

  • @rdutta3688
    @rdutta3688 5 ปีที่แล้ว +14

    দাদা এনেবোৰ গান আকৌ কৰক 🙏... প্ৰকৃত গানৰ হোৱাৰ পাও এনেবোৰ গানত ।

  • @pranabnath3642
    @pranabnath3642 4 ปีที่แล้ว +11

    বহুত ধুনীয়া লাগে গানটো শুনি থাকিলেও হেপাহ নপলায়

  • @BabuJatzz
    @BabuJatzz 2 ปีที่แล้ว +3

    Ojaantric❣️❣️
    Kokaideu bohut miss koru

  • @DeoriLife
    @DeoriLife 4 ปีที่แล้ว +9

    Buhut dhuniya hoise😍in lobe wid diz song mausam da keep goin.....

    • @apurbaphukon2
      @apurbaphukon2 4 ปีที่แล้ว +1

      Bhal lagise ni apunar ?

  • @nibeditachetia3896
    @nibeditachetia3896 5 ปีที่แล้ว +5

    Dada 2mr ae2 gan Huni moi bhut bhut vl palu.aru vide2 Sai bhut vl puwa👌👌👌👌💖💖💖💖💖💖

  • @sibaniray1311
    @sibaniray1311 5 ปีที่แล้ว +6

    Bohu dinor murot aji gan tu sai bohut val lagil ......hanti palu ...dada thanks eman val gan amak diar babe.......

  • @user-tu3mf7xz2z
    @user-tu3mf7xz2z 3 ปีที่แล้ว +16

    2021 t kune kune huni asa

  • @RabanDas-iv8dh
    @RabanDas-iv8dh 8 หลายเดือนก่อน +4

    Sabo mon ase apunak. Beleg Gan aitu. Moi kin2 khai thaku. Mozaaaaa

  • @user-gn6tr6ch4s
    @user-gn6tr6ch4s 2 ปีที่แล้ว +6

    কিয় বা ক‌ই সচাঁ প্ৰণয় হয় বুলি যুগমীয়া
    যদিহে হয় কিয়নো ম‌ই হৈ ৰলো
    আজিও অকলশৰীয়া,,মিলি যায় কোনোবা এখিনিত☺️☺️

  • @Dhun856
    @Dhun856 ปีที่แล้ว +6

    যিমান শুনিলেও হেপাহ নপলাই 💕💕💕💕💕💕💕💕🔥🔥🔥

  • @devajanigogoi578
    @devajanigogoi578 3 ปีที่แล้ว +6

    Mousum da আপোনাক আৰু আপোনাৰ গান মোৰ অতিকৈ প্ৰিয়

  • @ajoyborah4386
    @ajoyborah4386 5 ปีที่แล้ว +11

    বহুত বেছি ভাল লাগে গান টোৰ কথা আৰু সুৰ । সুন্দৰ কন্ঠ সুন্দৰ পৰিবেশন 👌👌 এখন ভঙা হৃদয় আৰু কিছুমান স্মৃতি ধৰি ৰাখিছে গানটোৰ মাজত 😘😘

  • @mamonidevi6616
    @mamonidevi6616 6 ปีที่แล้ว +6

    hrt touching song...gan to xunile bohutttttt ktha mnt pore💔

  • @EnajoriMultimedia
    @EnajoriMultimedia 5 ปีที่แล้ว +7

    অতি সুন্দৰ মৌচম দা

  • @mp6992
    @mp6992 3 ปีที่แล้ว +10

    আজিও গানটো শুনো ইমান ভাল লাগে😍😍😍😍

  • @Ridipaxom
    @Ridipaxom 2 ปีที่แล้ว +2

    After 5 years.....
    কি সুন্দৰ গীত..
    All time favorite ❤️

  • @bipulrabha630
    @bipulrabha630 5 ปีที่แล้ว +8

    আৱতৰীয়া প্রণয়ৰে বানে তিৱালেহি মোক চকুৰে পতা,,,লেখত লবলগীয়া গান,,,শুনিলে শুনি থাকিবৰ মন যায়,,,

  • @nalbari2.025
    @nalbari2.025 ปีที่แล้ว +4

    কি ধুনীয়া সুৰ দাদা ৰ কিবা বেলেগ জাগাত লৈ গৈল tq dada 🙏🙏

  • @marulidharrabha8339
    @marulidharrabha8339 2 ปีที่แล้ว +4

    মৌচম দাৰ গানত মোৰ প্ৰথম কমেন্ট,,,। এই গানটো শুনাৰ পাছত স্মৃতিৰ সেই সোনালী দিনবোৰৰ কথা মনত পৰি গ'ল আৰু দুচকুয়েদি দুধাৰি অশ্ৰু বৈ গ'ল । সুন্দৰ অভিনয়। চাই ভাল লাগিল।❤️❤️

  • @kalyangogoi6750
    @kalyangogoi6750 2 ปีที่แล้ว +4

    আবতৰীয়া মাজত আকৌ এবাৰ উভতি আবতৰীয়া।

  • @rupankarsaikia3491
    @rupankarsaikia3491 11 หลายเดือนก่อน +18

    Kune kune Mur dore huni ase ajiu Like please

  • @sanjibbora1789
    @sanjibbora1789 4 ปีที่แล้ว +4

    Mousum da ,borhiya lagise o,god bless you

  • @patkainews4519
    @patkainews4519 4 ปีที่แล้ว +9

    মনমুহি নিয়া গীত।

  • @oldsong474
    @oldsong474 6 หลายเดือนก่อน +6

    2024 . all time favourite 😢❤ Miss you MP

  • @prokashboruah131
    @prokashboruah131 4 ปีที่แล้ว +29

    প্রিয় শিল্পী ভিতৰত এইজন এজন ।
    2020 t kune kune xunisa plz like .

  • @user-ru8us3yj4s
    @user-ru8us3yj4s 4 หลายเดือนก่อน +10

    My fvrt song ❤❤❤❤ 2024

  • @parinitabarman768
    @parinitabarman768 3 ปีที่แล้ว +4

    Ufff ...dintut kimn xunu gan tu ..tothapiu kiba hepah a nopoly❤

  • @injamulhoque5707
    @injamulhoque5707 3 ปีที่แล้ว +5

    Mousam Da writes most heart touching songs in Assamese. He is truly amazing and his songs are evergreen and touch the heart of people. I feel my pain in his songs.

  • @RinRinTinTin
    @RinRinTinTin 2 ปีที่แล้ว +5

    Straight from ojantric... 😚

  • @Jatinkaman807
    @Jatinkaman807 5 ปีที่แล้ว +7

    সুন্দৰ ভিডিঅ মৌচুম দা

  • @sasankamech2224
    @sasankamech2224 3 ปีที่แล้ว +4

    ajiu hunu apunar ae gan tu 😍😍😍

  • @hantaken7187
    @hantaken7187 2 ปีที่แล้ว +5

    Aji 2022 t gan tu hunilu ake hai tahanir onuvob bisare plu 🙂🌸

  • @abhijitsaikia6476
    @abhijitsaikia6476 4 ปีที่แล้ว +11

    Kisuman hostiya singer r logot tulona Kori Mousom gogoi r nicina hundor konthor odhikari singer hokol naikia hoi jua2 Ami ketiau nibisaru, haikarone etiyau Mousom k hunibo krne asom bakhi ajiu byakul hoi ase, akha korim teur pora aru notun ganor

  • @KhagenChMedhi
    @KhagenChMedhi 3 ปีที่แล้ว +3

    Mousam Gogoi, a gem of Assamese music industry ❤️

  • @sibaniray1311
    @sibaniray1311 5 ปีที่แล้ว +2

    Aji aru 3 ber salu gan tu ......eman val lage .... Thanks mousom da

  • @ajahersultana1024
    @ajahersultana1024 6 ปีที่แล้ว +5

    mi jatea song tu hunu soku pani ulai jai...really heart touchin song hoi.

  • @INDRAJIT_BARMAN_
    @INDRAJIT_BARMAN_ 2 หลายเดือนก่อน +18

    Anyone 2024....?😊❤

  • @U_turn365
    @U_turn365 8 หลายเดือนก่อน +6

    2023 Nov At Himachal and listening the master piece ❤

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 4 ปีที่แล้ว +7

    Mousam Da bahut val lage o songtu...Apunak log puahe nai Moi Lakhimpurr Lara hoi jodiu Moi.

  • @WZALLIN
    @WZALLIN 3 ปีที่แล้ว +4

    Dada apunar notun gan ketiya koi pam .val lage bohut apunar voice ❤️❤️❤️

  • @jogatbonia4666
    @jogatbonia4666 11 หลายเดือนก่อน +5

    After 7year but same feeling this song is too good ❤

  • @shahzadiparween6329
    @shahzadiparween6329 3 ปีที่แล้ว +2

    Kitni simplicity hai.....its true ki artists sare pure hearted hote h☺

  • @JantuChetia
    @JantuChetia ปีที่แล้ว +4

    দাদা! মাজৰ অন্তৰা কিটা শুনিবলৈ কুৱেই সুন্দৰ হৈছে ।লগতে গানটো বৰ সুন্দৰ লাগিল।

  • @oxomiyajiyori_youtubechann6046
    @oxomiyajiyori_youtubechann6046 4 ปีที่แล้ว +5

    God bless you...kot ase atiya apuni...bohudin dekha ni🙏🙏🙏🙏🙏

  • @Lungbart
    @Lungbart 7 หลายเดือนก่อน +8

    Ajiu kun kun huni asa like ata mari jua gys❤

  • @neelgoutamhandique8329
    @neelgoutamhandique8329 4 ปีที่แล้ว +9

    All assame people waiting for your song mousum daa

  • @bbcreations404
    @bbcreations404 2 หลายเดือนก่อน +6

    2024 t Kune Kune hunisa 😢❤

  • @babulsaikia3240
    @babulsaikia3240 2 ปีที่แล้ว +6

    আশা নকৰা ঘটনা ঘটি যায় কেতিয়াবা। 😪😪

  • @akashkalita8740
    @akashkalita8740 2 ปีที่แล้ว +5

    Ozantik sai ako ai tu gan hunisu ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @khitishkalita4171
    @khitishkalita4171 3 ปีที่แล้ว +3

    সচাকৈ মৌচম দাৰ গীতৰ কথা বোৰ মোৰ বৰ প্ৰিয় ❤️

  • @nekiburzaman1736
    @nekiburzaman1736 4 ปีที่แล้ว +3

    Dada mor life t anekowa hoise Excellent song ❤️❤️

  • @hemantapathak6776
    @hemantapathak6776 ปีที่แล้ว +6

    অসমৰ চনু নিগম🙏🙏🙏❤️❤️❤️

  • @abhinashdutta676
    @abhinashdutta676 5 ปีที่แล้ว +3

    এই মজা,, অতি সুন্দৰ😘😘😘

  • @sagarjyotibaruah3728
    @sagarjyotibaruah3728 3 ปีที่แล้ว +7

    মৌচম দা আপুনি খুব দায়বদ্ধতাৰে সংগীত চৰ্চা কৰি আছে।সময়ে আপোনাক মূল্য দিব।

  • @dhbcreation
    @dhbcreation 2 ปีที่แล้ว +4

    যিদিনাখন প্ৰথম এই গীতটি শুনিছিলো কান্দি পেলাইছিলো।

  • @bhupengohain8714
    @bhupengohain8714 6 หลายเดือนก่อน +7

    সদাই নতুন হৈ থাকিব এইবোৰ গান❤❤ বহুত প্ৰিয় গানটো ❤❤

  • @bobyborah28
    @bobyborah28 4 ปีที่แล้ว +7

    অতি সুন্দৰ ।

  • @sourobhdas4881
    @sourobhdas4881 2 ปีที่แล้ว +3

    Mausam da.. Bahut val pau apunar geet xuni..ki je dorodi mou vora Apunar kantha..❤❤ Apunar protitu geet mur khub priya..💕💕 Love you Dada..💕💕❤

  • @xopunborah6804
    @xopunborah6804 2 ปีที่แล้ว +5

    After 6 years ,mausam da ❤😍...masterpiece #ojantric

  • @DulumaniDaimary
    @DulumaniDaimary 4 หลายเดือนก่อน +5

    Ki moja gan mosmi da

  • @indielyrics7
    @indielyrics7 2 หลายเดือนก่อน +5

    Our Mausam Daa

  • @mrdutta4374
    @mrdutta4374 2 ปีที่แล้ว +2

    Bhut vl lga xuni thaku Maja mja ❤️

  • @anshumanbaruah8663
    @anshumanbaruah8663 5 ปีที่แล้ว +2

    Heart touching song...mor ati priyo geet Mousam Daa r....❣...love you Mousam Daa...May god bless you...👍

  • @Chandanjyoti13
    @Chandanjyoti13 3 ปีที่แล้ว +9

    2021 kone kone sai asa like ata kori diya

  • @ridipdas
    @ridipdas 3 ปีที่แล้ว +2

    ধন্যবাদ মৌচম দা গানতু হ্ৰিদয় চুয়গৈচে এনেকুৱা গীত এতি উপহাৰ দিয়া বাবে thanku thanku thanku i love you