Steam Egg Peratha🍳১টা কণী +৩ চামুচ ময়দা ফেটক ,ভাপত দিয়ক খাওঁক😋এবাৰ খালে পুনৰ ৰান্ধিবই

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ธ.ค. 2024

ความคิดเห็น • 106

  • @AjantaChelleng
    @AjantaChelleng 6 หลายเดือนก่อน +3

    Really all your. Recipes are unique

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ

  • @manjudutta2337
    @manjudutta2337 6 หลายเดือนก่อน +2

    দেখিয়ে বৰ ভাল লাগিছে ৷ আজি বনাই খাম ৷ আপোনাৰ ৰেচিপি বোৰ সচাকৈয়ে Uncommon . ভালে থাকক ৷

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত …মৰম সহ ধন্যবাদ ❤️

  • @nibeditagogoi674
    @nibeditagogoi674 6 หลายเดือนก่อน +1

    আপোনাৰ ৰেচিপীবোৰ যে ইমান ভাল লগা।

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @jintigogoi7802
    @jintigogoi7802 6 หลายเดือนก่อน

    সুন্দৰ টিপ্‌চ । বনাব লাগিব

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @purnimaramchiary607
    @purnimaramchiary607 6 หลายเดือนก่อน +1

    Thank you baideo bohut vhal lagil sai bohut akhare rokhi asilu apunak

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @Divyaandkaushikvrecipevlog4127
    @Divyaandkaushikvrecipevlog4127 6 หลายเดือนก่อน

    বহুত ভাল লাগিল ভিদিঅ চাই 👍

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত সহ ধন্যবাদ

  • @MonalishaHazarika-mz6zh
    @MonalishaHazarika-mz6zh 6 หลายเดือนก่อน

    সঁচাকৈ বৰ সুন্দৰ আৰু সহজ ৰেচেপি বাইদেউ ❤❤ আৰু এতিয়া মোৰ ছোৱালীৰ টিফিনত দিব পাৰিম❤❤

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

  • @KakuuBora
    @KakuuBora 6 หลายเดือนก่อน +1

    Mam you are so talented...... You made lots of unique recipe. ❤

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน +1

      My pleasure.. Thank you so much 💕

  • @mousumichoudhury7409
    @mousumichoudhury7409 6 หลายเดือนก่อน

    অতি সুন্দৰ। মুখৰোচক আহাৰ ❤❤❤

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ ❤️

  • @lipikaboruah828
    @lipikaboruah828 6 หลายเดือนก่อน

    Apurba hundar & very smart koushal
    , moi u aji try korilu. Hosakoi
    prashongsonio.thanks for sharing the special recipe .moi anki enedore patisepta pitha bonau

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @purobeegogoi1343
    @purobeegogoi1343 6 หลายเดือนก่อน +1

    Bor bhal lagil

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত …মৰম সহ ধন্যবাদ ❤️

  • @injudhanyabadbaideuxundorr7655
    @injudhanyabadbaideuxundorr7655 6 หลายเดือนก่อน

    Testy n healthy food ,,Thank you

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত …মৰম সহ ধন্যবাদ ❤️

  • @lalitasonowal947
    @lalitasonowal947 6 หลายเดือนก่อน

    বৰ ভাল লাগিল ভিডিও টি

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @ritasarmah8682
    @ritasarmah8682 6 หลายเดือนก่อน

    বৰ ভাল লাগিল ভিদিওটো বনাই খাম , আপোনাৰ এনেকুৱা টিপছ বিলাকৰ পৰা বহুত সুবিধা হয় ভাল লাগে

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @manmitamahanta6897
    @manmitamahanta6897 6 หลายเดือนก่อน

    Bor dhunia ❤

  • @rumisarmah7360
    @rumisarmah7360 6 หลายเดือนก่อน

    Bohut vl lagile ❤❤❤❤

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত …মৰম সহ ধন্যবাদ ❤️

  • @rashiskitchen6555
    @rashiskitchen6555 6 หลายเดือนก่อน

    Bor dhunia lagil baideo

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @jurikalita3103
    @jurikalita3103 6 หลายเดือนก่อน

    Wow😮

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @pinakibhuyan3550
    @pinakibhuyan3550 6 หลายเดือนก่อน

    বৰ ভাল লাগিল

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @rashmikonwar122
    @rashmikonwar122 6 หลายเดือนก่อน

    দেখিয়েই লোভ লাগি গৈছে।বনাবলৈ চেষ্টা কৰিম বাইদেউ

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      নিশ্চয়… মৰম সহ ধন্যবাদ ❤️

  • @pori1754
    @pori1754 6 หลายเดือนก่อน +1

    খুব ধুনীয়া recipe ❤।বাইদেউ, ইযাত ময়ডাৰ বদলি আটা দিব পৰিমনে ?

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      টেষ্টটো ভাল নেপাবা… সুপ্ৰভাত …মৰম সহ ধন্যবাদ ❤️

    • @pori1754
      @pori1754 6 หลายเดือนก่อน

      Bohut dhonyobad​@@TaruPhukan

  • @bandanahazarika4137
    @bandanahazarika4137 6 หลายเดือนก่อน

    বৰ ভাল লাগিল ।🙏🙏🙏

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @runjunborah4285
    @runjunborah4285 6 หลายเดือนก่อน +1

    নিশ্চয় বনাই খাম এদিন বাইদেউ ❤।

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน +1

      সুপ্ৰভাত …মৰম সহ ধন্যবাদ ❤️

  • @binubori
    @binubori 6 หลายเดือนก่อน

    বহুত ভাল লাগিল বাইদেউ ❤❤❤

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @champagogoi3913
    @champagogoi3913 6 หลายเดือนก่อน

    খুবেই সুন্দৰ বা

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @shampabhattacharjee2379
    @shampabhattacharjee2379 6 หลายเดือนก่อน

    Khubai unique recipe dise baidew❤

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত …মৰম সহ ধন্যবাদ ❤️

    • @shampabhattacharjee2379
      @shampabhattacharjee2379 6 หลายเดือนก่อน

      @@TaruPhukan ❤️

  • @ranjitagoswami9839
    @ranjitagoswami9839 6 หลายเดือนก่อน

    Ba eman ja dhuniy recipe desa bohut vl lagesa moi 2morr bonam

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      বনাই ক'বা দেই…

    • @ranjitagoswami9839
      @ranjitagoswami9839 6 หลายเดือนก่อน

      Ba 2me juwa kali egg portha recipe tu bonalu deii bohut vl lagesa 2mar dora perfect ni huwa jodi u vl hoisa deii

  • @rumivlogs2373
    @rumivlogs2373 6 หลายเดือนก่อน

    বৰ ভাল লাগিল।🎉❤মই বনালোৱেই আপোনাৰ পৰা চাই চাই।

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত সহ ধন্যবাদ

  • @jabinabegum544
    @jabinabegum544 6 หลายเดือนก่อน

    Nice.

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      Thanks

  • @simasaikia380
    @simasaikia380 6 หลายเดือนก่อน

    Yammy try korim aunty Roti puri Kenekoi sohoje bonabo pari tar vidieo bonabosun

    • @simasaikia380
      @simasaikia380 6 หลายเดือนก่อน +1

      Soft pori n Roti bonuwa tips recipes dibosun

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      নিশ্চয়…

  • @pratimadas4613
    @pratimadas4613 6 หลายเดือนก่อน

    Very nice

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত …মৰম সহ ধন্যবাদ ❤️

  • @nanditabailunggogoi7734
    @nanditabailunggogoi7734 6 หลายเดือนก่อน

    Moja🎉🎉❤❤❤ video di thakiba

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      নিশ্চয়…

  • @gdri6az176
    @gdri6az176 6 หลายเดือนก่อน

    Bor val lagil ba, try korim

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      নিশ্চয়…কৰিবাই

  • @alpanasharma4400
    @alpanasharma4400 6 หลายเดือนก่อน

    ❤....bonam....thnq so much

  • @mirabaruah3510
    @mirabaruah3510 6 หลายเดือนก่อน

    👌👌💖💖

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @manashikalita5151
    @manashikalita5151 6 หลายเดือนก่อน

    Baidew, moi apunar kahor batit je bonaisil Pithaguri r steam cake tu bonaisilu khabole khub dhunia hoisil... Swalir tiffin t u disilu ... Tiffin t dibo pora recipe dibo dei..

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত …মৰম সহ ধন্যবাদ ❤️নিশ্চয়

  • @himadridevi8650
    @himadridevi8650 6 หลายเดือนก่อน +1

    Aponar recipe Sai moi bonai thako.bor val pao bonai karon belegor recipe Sai bonale bostutur test beleg hoi jai teuloke edit kora Jen lage kintu aponar recipe Sai bonale perfect hoi♥️

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত …মৰম সহ ধন্যবাদ ❤️

  • @rumisarmah7360
    @rumisarmah7360 6 หลายเดือนก่อน +1

    মই কোমোৰা ৰস খাইছো বেছি দিন হোৱা নাই শকত হৈছো কিন্তু ৰাতিপুৱা খাব পৰা নাই লাইটৰ খেলিমেলি ভাত খোৱাৰ আগত খাও থাইৰয়ড আছে ওজন কমিবনে বাৰু?আপুনি উপায় দিব চোন

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মোৰ Description boxচাব চোন…

  • @binitaboruah00
    @binitaboruah00 6 หลายเดือนก่อน

    ❤❤❤😂

  • @tulikagogoi6467
    @tulikagogoi6467 6 หลายเดือนก่อน

    🙏👌👌

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      সুপ্ৰভাত

  • @monikadutta5983
    @monikadutta5983 6 หลายเดือนก่อน

    Nice

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      Thanks

  • @aparnasarma2635
    @aparnasarma2635 6 หลายเดือนก่อน

    ❤❤❤

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @gitanjalikitchenandvlogs
    @gitanjalikitchenandvlogs 6 หลายเดือนก่อน

    Bor val lagil. Mur sualik tiffint diba parim

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      হয়…

  • @manishadas4919
    @manishadas4919 6 หลายเดือนก่อน

    ময়দাৰ সলনি আটা ব্যৱহাৰ কৰিব পাৰিমনে?

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน +1

      পাৰি …কিন্তু গোন্ধ ভাল নহয়…

  • @simasaikia380
    @simasaikia380 6 หลายเดือนก่อน

    Atta ba pithaguri di bonale val hoinz

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      আটাৰে খাবলৈ ভাল নহয়…পিঠাৰে পাৰিবা

  • @JuguMaaiVlog
    @JuguMaaiVlog 6 หลายเดือนก่อน

    Aapunar video sai moi bor val pao moku utsahita koriba buli roi thakilu

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      নিশ্চয়…

  • @pollymahanta7508
    @pollymahanta7508 6 หลายเดือนก่อน

    Thank u Bidew

  • @sparklewithjyotsna2842
    @sparklewithjyotsna2842 4 หลายเดือนก่อน

    Ragi ata kot pai

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      অনলাইন ,গেলামাল দোকান ,বিশাল মাৰ্কেট সকলোতে পায়…

  • @dancewithbarbie8289
    @dancewithbarbie8289 6 หลายเดือนก่อน

    মইদা স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়৷আটা দি বনাব পাৰিমনে বাইদেউ?

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      আটাৰে দিগদাৰ হয়…

  • @rumisarmah7360
    @rumisarmah7360 6 หลายเดือนก่อน

    Moi Description t bisari napalu upai ata dibo ❤

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      Description box ট দিয়ে থৈছিলো…
      সুস্বাস্থ্যৰ বাবে সদায় ৰাতিপুৱা এগিলাচ কোমোৰাৰ ৰস খাওক
      কোমোৰাৰ ৰস হৈছে এক স্বাস্থ্যকৰ, সতেজ, আৰু সুস্বাদু ৰসৰ , বিশেষকৈ ওজন কমোৱাৰ বাবে, গৰ্ভধাৰণ শক্তি খাদ্য হিচাপে, মধুমেহ, কেন্সাৰ ৰোগীৰ বাবে ই এক সৰ্বোত্তম খাদ্য। যিহেতু এই পাচলিবিধত এণ্টিঅক্সিডেণ্ট প্ৰচুৰ মাত্ৰ পোৱা যায় , ই গেষ্ট্ৰিক শ্লেষ্মাৰ ক্ষতি প্ৰতিহত কৰাত সহায় কৰে। ই এচিড ৰিফ্লাক্স চিণ্ড্ৰোম আৰু কোষ্ঠকাঠিন্যৰ চিকিৎসাত সহায় কৰে। ই চুম্বকৰ দৰে আমাৰ শৰীৰৰ বিষাক্ত পদাৰ্থ অৰ্থাৎ toxin ক টানি শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই এনে। আৰু আমি সকলোৱে জানো, আমাৰ শৰীৰত toxin বা বিষাক্ত পদাৰ্থ নাথাকিলে আমাৰ শৰীৰত কোনো ৰোগেও বাস কৰিব নোৱাৰে।
      কোমোৰাৰ ৰস প্ৰাকৃতিকভাবে শৰীৰৰ শীতলতা দিয়া আৰু শৰীৰক ডিটক্স কৰাৰ ভৰপূৰ ক্ষমতা থকা এক ৰস। ই আমাৰ শৰীৰৰ পৰা বছৰ পুৰণি আৱৰ্জনা উলিয়াই পঠিয়াই। গৰম আৰু আৰ্দ্ৰ ঋতুত ই এক তৃষ্ণা নিবাৰণ হিচাপে কাম কৰে আৰু দৈনিক খালী পেটত খালে বহুতো স্বাস্থ্যৰ উপকাৰিতা পোৱা যায়। কোমোৰাৰ ৰসত কেলৰি আৰু চৰ্বিৰ পৰিমাণ কম আৰু লগতে ইয়াত থকা নিম্নতম কাৰ্বোহাইড্ৰেট, ভিটামিনৰ উৎকৃষ্ট উৎস হোৱাৰ হেতুকে ওজন হ্ৰাসৰ বাবেও ই এক আদৰ্শ ৰস হৈ উঠে। এই ফলবিধে বিভিন্ন স্বাস্থ্যৰ উপকাৰীতা প্ৰদান কৰে আৰু ইযাক বহু শতাব্দী ধৰি পৰম্পৰাগত চীন আৰু আয়ুৰ্বেদিক ঔষধত ব্যৱহাৰ কৰি অহা হৈছে।
      মধুমেহ ৰোগৰ পৰা উপশম দিয়াৰ পৰা কেঞ্চাৰৰ কোষ ধ্বংস কৰালৈকে, কিডনীৰ পাথৰ শৰীৰৰ পৰা দূৰ কৰাৰ পৰা বেক্টেৰিয়াৰ পৰা শৰীৰটোক বচাই ৰখালৈকে ইয়াৰ আছে আৰু বহুতো গুণাগুণ। সেইবাবে ইয়াক আয়ুৰ্বেদ আৰু বিজ্ঞান দুয়োটাই ৰাতিপুৱা খালি পেটত খোৱা এক উত্তম ৰস অথবা জুচ বুলি অভিহিত কৰে।
      ইয়াক তৈয়াৰ কৰাটোও তেনেই সহজ। গুটি গুচাই কোমোৰাটো সৰু সৰুকৈ কাটি মিক্সিত পিছি ৰসখিনি মছলিন কাপোৰেৰে চেকি উলিয়াই পৰিবেশন কৰিব।
      নয়ন মণি বৰা
      অধ্যাপিকা, ডায়েট তিনিচুকীয়া
      1 জুলাই,2021

  • @neelutpalrajkhowa7481
    @neelutpalrajkhowa7481 6 หลายเดือนก่อน

    Oil Kam diya receipe hikabson

    • @TaruPhukan
      @TaruPhukan  6 หลายเดือนก่อน

      মই বহুত কম তেল ব্যৱহাৰ কৰা ৰেচিপিয়ে দি থাকো…নিজেও কম তেলৰ খাদ্য খাওঁ ধন্যবাদ নতুন দিম বাৰু

  • @RajashreeSharma-lz5tv
    @RajashreeSharma-lz5tv 6 หลายเดือนก่อน +1

    Bor val lagil,anekoi pithagurireu bonabo parim ni

  • @JuguMaaiVlog
    @JuguMaaiVlog 6 หลายเดือนก่อน

    Baideu aru video dia nai je? mor hoise ne nai sabasun alop koi diba