আৰক্ষীৰ কাণ্ড! চালান কাটে ১ হাজাৰৰ, ৰচিদ দিয়ে ৫০০ টকাৰ৷
ฝัง
- เผยแพร่เมื่อ 21 ต.ค. 2024
- আৰক্ষীৰ কাণ্ড! চালান কাটে ১ হাজাৰৰ, ৰচিদ দিয়ে ৫০০ টকাৰ৷ আৰক্ষীক হাতে-লোটে ধৰিলে ৰাইজে৷ যান-বাহন পৰীক্ষাৰ নামত নিজৰ পকেট গৰম কৰিছে নেকি অসম আৰক্ষীয়ে?
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
আৰক্ষীয়ে ভুল কৰিলে একো নাই কিন্তু জনসাধাৰণে ভুল কৰিলে লাগে দ্বায়।
Axom police oxom police hoi nai rill star hoise
চৰকাৰ এইবোৰ চাব লাগে
@@bibekkujur220 goti tu sabo sorkararok kebol vot lage
@@Tgbjjvklkkgk hoi no
😂😂😂😂😂😂
Smart police 😂
থানাত এজাহাৰ দিব গলেও ঘোচ লয় পুলিচে । পুলিচৰ দুৰ্নীতি বন্ধ কৰিব লাগে।
সেয়া কেতিয়াও নহয়😏
@@rajeshhazarika1663😂😂😂apuni police kijn😂
@@Libra-9rr😂nohoi police or CID hoi.
@@rajeshhazarika1663 leura hoi
@@rajeshhazarika1663Chor
সেই কাৰণে পুলিচৰ লৰা - ছোৱালী চুৰ দকাইত হয়
This is not new very common day to day scene of ASSAM
এক নম্বৰ চুৰ পুলিচেই ।-----
😂সেয়া তো সৰ্বজনবিদিত।
Moha sur a khuba
Police য়ে চোৰ কৰিলে যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে।
ৰাজ্যৰ বিধান সভা অধিবেশনত এই বিষয় উত্থাপন হব লাগে বিধান সভাৰ মজিয়াত আলোচনা হব লাগে ।
একাংশ দুৰ্নীতিগ্ৰস্থ আৰক্ষী বিষয়া কৰ্মচাৰী বাবে জনসাধাৰণ অতিষ্ঠ হৈছে এই দুৰ্নীতি ৰোধ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাব লাগে ।
চব ফুটুকাৰ ফেন হ'ব শেষত😏
কানতলীয়া কেইটামানৰ প্ৰয়োজন আছিল।😅😅😅😅
মাৰি মৰে নে কি😂?
এনেকৈয়ে ধৰিলেহে হব ৰাইজ
ধৰিও কি হ'ব😏
ঘোচ নোখোৱা পুলিচ আৰু মণ্ডল ক'ৰবাত পোৱা হ'লে ভৰি ধুৱাই দিবলৈ মন আছিল।
Amar eiat ejon asel eku noloi tranfer hol etia 😩
১০০০ টকা লিখিব নজনা আৰক্ষীয়ে কি দেশৰ আইন জানিব। বৰ্খাস্ত কৰি দিব লাগে।
হিমন্ত ৰ চৰকাৰ সলনি কৰক নহলে এই এ হৱ।
পুলিচ আজি কালি দালাল হল, সকল পইচা খোৱাৰ দান দা বেছি । 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
Bari kati dibo lagee
Everywhere is corruption......!!
অসমৰ পুলিচ ডকাইত হয়
Mojja step loise😅
Akdom hosa kotha
Mur logotu hoise anekua
ফুলনি মানে বাগিছা বাগিছা মানে ফুলনি😅😅😅
ইহত খকূৱা পুলিচ এইবিলাক কাৰবাৰ বহুদিনৰ পৰা চলি আছে ।
অসম পুলিচ কিতা দেখিলে হহা হে ধৰে 😂😂
Police besi oise❤❤❤
মই আজি 14 বছৰ দিন অসমৰ বাহিৰত ঘুৰিছো কিন্তু অসম পুলিচৰ দৰে নিকৃষ্ট পুলিচ মই কতো দেখা নাই।
Enkua polick gp singh a ki kori ase imediately sakorir pora ulai dibo lage
দৰমহা নেপাই ।তেখেতৰ আই গৰাকীক স্কুটি লাগে উপাই নাই
সকলো ঠাইতে একে
Baa Assam police
Public dholai dibo lagisil
এনে কুৱা আৰক্ষীক নাকি লবাব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ কমিছনৰ ভাগ যাব আৰক্ষীৰ ফালৰ পৰা
500 extra pocket t😂😂😂
ৰাইজে নখ জুকাৰিলে নয় বৈয়
অসম আৰক্ষী পৃথিৱী বিখ্যাত আৰক্ষী। অসমৰ আৰক্ষী মানেই বুজিবলৈ বাকী নাথাকে।যিকোনো প্ৰকাৰে চাকৰিটো লৱ পাৰিলে তেনচন ফ্ৰী,বিনদাস লাইফ।
জহৰা পুলিচ
Image of Assam police is in danger
Ei2 notun kotha ne😂
কিয়? পুলিশ ৰ ইমান দকাইত গিৰি হৈছে? এতিয়া নিজকে পৰাধীন যেন লাগে ...
Police mane sur Sur mane police 😂😂😂
Himur dinor police raaj.
500 tokatu commission aakow..
C M sir please action lok
Soob jagat anakuai hoi ase
Mamae koise ghus lobo nuaribo kintu... police verification kribo gle poisa dile he file tu aguwai diye nhle pelai thoi...ki kobo aao
অসমৰ পুলিচ আৰু চোৰ ডকাইতৰ পাৰ্থক্য নাই।
name tu kabo lagisile police tur
মূৰ্খ পুলিচৰ হে ভুল হয়
Mor Bharat mahan...ki hobo...kobo laaj laage
Ram ram
এখেত গল আৰু 😂
আমি এনে আৰক্ষী পাইছোঁ টকা জৰিমনা লৈ ৰিছিপ নিদিয়ে পইচা নিজৰ পকেটত সোমাই যাব দিয়ে ।
ৰাইজ আজি সজাগ হৈছে আৰু অধিক সজাগ হব লাগে । Twitter account যোগে চৰকাৰ গৃহ বিভাগ লৈ অভিযোগ প্ৰেৰণ কৰা উচিত ।
জনসাধাৰণে আটাইতকৈ বেছি বেয়া পোৱা বিভাগ হৈছে আৰক্ষী বিভাগ ।
অসম আৰক্ষী বহু এনে দুৰ্নীতি লিপ্ত বিষয়া কৰ্মচাৰী আছে যি নিজ পোছাক আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি জনসাধাৰণৰ পৰা অবৈধ টকা সংগ্ৰহ কৰে ।
সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এইয়াই নি কি আপোনাৰ স্মাৰ্ট অসম আৰক্ষী ?
একদম ঠিক কথা
Ekdom Misa ktha😂..emn e jodi legal aru hoseton nagorik tente niom mote jodi fine legally 10,000 toka hoi tetia 1000 toka louk aru eri diok buli kio koi 10,000 e di recept lobo lage na😂
Ask your know police about collection target ..
কেনেকৈ ভুল হব ফাইন কাটক
More police post vacancy 😂
Digital Indian ত কেৱল কেছ টকাহে লয় নেকি? অতি লজ্জাৰ কথা হৈছে দেই 😂😂😂😂
😅😅😅😅axom police jai ho 😅😅😅klh
Ihotok sorkaree ako aktion noloy publik dhulair tym ahi gol
कुछ ट्रैफिक पुलिस लोग ऐसे ही होता है कभी कभी फाइन काटने के बाद भी चालान मार देता है
Aibur kothat maat mota babe bhut bhut dhoinyabaad😢😢
Besi clever hoi
Policeact1822
মুখ্যমন্ত্ৰী মহোদয় নিজে চুৰ হয় পুলিচ প্ৰশাসনে নকৰিব কিয় ,
এতিয়া ইয়াৰ উত্তৰ কোনে
দিব ,
গছৰ গুৰিটো ঠিকে থাকিলে ডাল পাত বোৰ ঠিক দৰে থাকে ,
যদি গুৰিটোৱেই ঘুণে ধৰা হয় ডাল পাত বোৰ ক'ত ভাল হ'ব ,
যদি ইমান শুদ্ধ ভাৱে চলিচে আইন খন তেনে হ'লে ৰেপ ধৰ্ষণ হত্যা কাৰি বোৰক ফাঁচি দিয়ক,
আৰু এই গাধ সাৰামি পুলিচ বিষয়া বোৰক বহিষ্কাৰ কৰক ,
এই বোৰ কৰিব নোৱাৰে চৰকাৰে কাৰণ কোণে ক'ত কেতিয়া মুখ খুলিব একো ঠিক নাই যেন ,
Aikaita puliec nohoy danob ha johora pulec
Himonta. Mamai. Koi
Saull. Midi
Police. Mur
Hei. Karone. Police. Utpat
Besi
Robo kwar loge loge gom pwa goise polabo khujisil 😀😀😀😀😀😀😂😂😂😂😂😂😂😂
পুলিচবোৰে সৰু সৰু গাড়ী বোৰ ফাইন কাতে ৷ স্কুটি মটৰচাইকেল বোৰ ফাইন কাটে ৷ ন" পাৰ্কিং ফাইন কাটে ৷ কিন্তু ডাঙৰ ডাঙৰ গাড়ী যেনে ফ'ৰচোনাৰ /স্ক'পিঅ /ইন'ভা এইবিলাক দেখিলে একো নকৰে ৷ না ফাইন কাটে না ফটো মাৰে ৷ মাত্ৰ সৰু বিলাকৰ ওপৰত চকু ৷
Police go back
Hihotok aribo nlge majuli t bike solabo nouara hoise kiba nhy kiba bhol uliyai poisa loi... Ane k hole ki hbo... Blek thait eman checking nokore okol majuli te eman checking kiy...
Mojja
500 sarkar 500 police 50 50
Eta bhul hobo pare 3ta ke keneke bhul hobo
1000hejaror jagat 500 kenekoi likhilehh 5000 or jegat 500 toka likhileh manibo pari
Hemanta police bhondami.
Sarkara mota dormaha loi pat vora nai.
Police mane sarkare puha dakait
মট খাবা লবইডে |
Police or nohoi suror sakori dibo lagisele hihotok
Khokuwa ...dormoha napai j
Assam police..toka...khuaa dokait ..hoi
Poisa khabi na suspend hobi😂😂😂😂
😂😂
Policesor Kando khokaluwe jane😅😅😅😅😅😅😅😅😅
Sob faltami dhanda...
Omg
Dalall...police aaibur
Jaliya police kotha khub bonabo jano he..
Jorhora police
জিকাৰ গছতে ভুল লাগে
ইহঁতক,নাকি,লগাব,কোনো, আহত,চুৰ
Moja
Assam police hai hai
Action lobo lage anekua korile
Assam police 😂
😂😂😂😂😂😂500 toka vul hol nea sir emn vul nea ki j hobo assam police ghus khuwa kokai hokol
😂😂😂
Val manuhr palat poril besera police Jon 😂😂😂
Extra money dhnda..paisa hi paisa mne aaru😮
Assam police 😂😅
Police = ×, sur = 😂
😂😂😂😂
Ihote blk money poisa kora main
Neriba
Eituwe gus de sakori loisel sage 1000 ror thait 500 toka