গাখীৰৰ হিচাপ দিয়ে , কোভিডৰ ঠিকাৰ হিচাপ কিয় নিদিয়ে চৰকাৰে ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ก.ย. 2024
  • মুখ্যমন্ত্ৰীয়ে গাখীৰ কিমান খালে , মাখন কিমান খালে সকলো প্ৰশ্নৰ উত্তৰ দিয়ে ৷ কিন্তু উত্তৰ নিদিয়ে কেৱল কোভিডৰ নামত কোনে কিমান টকাৰ ঠিকা কৰিলে ৷মুখ্যমন্ত্ৰীলৈ দ্য ক্ৰছকাৰেন্টৰ মুকলি প্ৰশ্ন-

ความคิดเห็น • 33

  • @orjifabegum7845
    @orjifabegum7845 2 ปีที่แล้ว +6

    ধন্যবাদ।

  • @apurbaborah123
    @apurbaborah123 2 ปีที่แล้ว +5

    Hosah kotha

  • @budheswarnath2764
    @budheswarnath2764 2 ปีที่แล้ว +9

    এই জনে মাছ বুলি নাখাই , জিজি বুলি খাই...

  • @ujjalgogoi1709
    @ujjalgogoi1709 2 ปีที่แล้ว +10

    এই খবৰ বিলাক প্ৰতিতো নিউজ চেনেলত কিয় নবযায় বাৰু।নে সকলো বিক্ৰী গল।

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 2 ปีที่แล้ว +1

    Thank you cross current

  • @arabinduray3280
    @arabinduray3280 2 ปีที่แล้ว +2

    Come to the point mr. CM

  • @p.saikia2530
    @p.saikia2530 2 ปีที่แล้ว +3

    Unemployment youth financial assistance ki h ol heya kuneu nokoi

  • @lulalu6707
    @lulalu6707 2 ปีที่แล้ว

    ডা কৰছ কাৰেং 👍 মজা 💯বাৰ ধন্যবাদ জ্ঞাপন কৰিছো 👍👍👍💪💪💪💪💪💪💪💪💪💪💪💪🖕🖕🖕🖕🖕🖕🖕🖕🖕🖕🖕

  • @Danirojasfc6
    @Danirojasfc6 2 ปีที่แล้ว +2

    It's time to raise your voice otherwise they will even take away your right to speech

  • @mantukalita4915
    @mantukalita4915 2 ปีที่แล้ว +2

    আমি ক্ৰচ কাৰেণ্টটো টীমক উপযুক্ত তথ্য বিচাৰি আদালতৰ কাষ চাপিবলৈ অনুৰোধ জনালোঁ । ধন্যবাদ ।

    • @aliciadawns8535
      @aliciadawns8535 2 ปีที่แล้ว +2

      আদালতৰ কাষ চাপিলে সময়ত উচিত বিচাৰ পাই জানো ?

    • @mantukalita4915
      @mantukalita4915 2 ปีที่แล้ว +2

      @@aliciadawns8535 অন্ততঃ এদিন হ'লেও পাব বুলি আশা কৰিব পাৰি ।

    • @aliciadawns8535
      @aliciadawns8535 2 ปีที่แล้ว +3

      আমিবোৰ আশাতেই ৰৈ আছো । সচাকৈ এদিন আমাৰ সপোনবোৰো নিশ্চয় বাস্তৱ হব।

  • @imdadali9519
    @imdadali9519 2 ปีที่แล้ว +1

    ঠিকেই কৈছে চাৰে।বা বা ।

  • @rajubora3485
    @rajubora3485 2 ปีที่แล้ว +5

    পেটত আছে
    কৰ পৰা কব

  • @zibonroy764
    @zibonroy764 2 ปีที่แล้ว

    Khai Loi HOJAM
    Joi Aai AKHAM
    Joi BHARAT

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 2 ปีที่แล้ว

    Cross current dhanyavaad

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 2 ปีที่แล้ว

    Nissay laagibo

  • @sankargoswami4570
    @sankargoswami4570 2 ปีที่แล้ว

    ৩৩০ ভল্টেজ কাৰেণ্টক ভয় নকৰা মুখ্যমন্ত্ৰী মামাই ভাগিন হতৰ ক্সচকাৰেণ্টক কিয় ভয় খাব। অসমৰ আন টি ভি চেনেল আৰু বাতৰি কাকত বোৰ দেখোন চৰকাৰৰ গোলাম হ'ল। বিজ্ঞাপন নেপাব বুলি ভয়তে আছে। ধন্যবাদ ক্সচকাৰেণ্ট

  • @babulali3856
    @babulali3856 2 ปีที่แล้ว +1

    ঠিকাদাৰ ভাতৰ ্ধনুকা ::::::;;।

  • @Rupjyoti9319
    @Rupjyoti9319 2 ปีที่แล้ว +1

    Mama a akua nekhai..okol hawa he khai baki thika,mati,company sob wifeor mamar akua nai bohut dukh lage 🥺🥺...😂😂😂

  • @zibonroy764
    @zibonroy764 2 ปีที่แล้ว

    Iman বেয়া দিন Porise
    Aaru Ba Ki Din Aahe
    KALYUG GHOR KALYUG

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 2 ปีที่แล้ว

    Aamak hisab lage

  • @Danirojasfc6
    @Danirojasfc6 2 ปีที่แล้ว

    #KUKI ME JHUTH NAHI BOLTA#
    Jhuth bolna koi AAP se sikhe....