ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

মোৰ ভাষণ/ বিশিষ্ট অতিথি/ কৰম উৎসৱ/ চৰাইদেউ জিলা/ মথুৰাপুৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ต.ค. 2023
  • 10/10/2023
    আদিবাসী সূৰক্ষা সমিতি, অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ মথুৰাপুৰবাসী ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক মুকলি কৰম সন্মিলনত সদৌ অসম আদিবাসী মহিলা শক্তি (আওপা) তিনিচুকীয়া জিলা সমিতিৰ সভানেত্ৰী হৈ #বিশিষ্ট_অতিথি ৰূপে নিমন্ত্ৰণ কৰাৰ লগতে সম্বৰ্ধনা পত্ৰ আগবঢ়োৱাৰ কাৰণে উদ্যোক্তাসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
    #rishmaurang
    #কৰম
    #চৰাইদেউ_জিলা

ความคิดเห็น • 4