হিমন্তৰ লেতেৰা ৰাজনীতি ফাদিল কৰিলে যুৱক-যুৱতীয়ে😛

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024
  • হিমন্তৰ লেতেৰা ৰাজনীতি ফাদিল কৰিলে যুৱক-যুৱতীয়ে😛#news18assamnortheast #time8news

ความคิดเห็น • 397

  • @birendas8242
    @birendas8242 6 หลายเดือนก่อน +26

    বহুত বহুত ভাল কথাই কৈছে বাইদেউ

  • @binasaikia6070
    @binasaikia6070 6 หลายเดือนก่อน +49

    অসমত বিজেপিৰ অন্ধভক্ত বহুত বেচি যেন পাওঁ , নিজৰ বিবেকেৰে সমালোচনা কৰিব ।পাৰটি নহয় পাৰথি চাব যদি অসম মাতৃক বচাই ৰাখিব বিচাৰে ।জয় আই অসম ❤❤

    • @mintukr.gowala8408
      @mintukr.gowala8408 6 หลายเดือนก่อน +4

      তেনেহলে মহাশয়া আমাৰ ইয়াৰ প্ৰাৰ্থী জন ভাল কিন্ত বিজেপি ৰ হয় কি কৰিম আমি

    • @jaminihandique8865
      @jaminihandique8865 5 หลายเดือนก่อน

      B😊

  • @bandanagayan1929
    @bandanagayan1929 6 หลายเดือนก่อน +32

    একেবাৰে সচা কথা কৈছে ধন্যবাদ থাকিল

  • @rofiqulislam1080
    @rofiqulislam1080 6 หลายเดือนก่อน +41

    ৰূপা কলিতা দাস ডাঙৰীয়ানী বাইদেউলৈ থাকিল অশেষ শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ ! আপুনি আৰু আগবাঢ়ি যাওক সেই কামনাই কৰিছোঁ।

  • @rijumonidas443
    @rijumonidas443 6 หลายเดือนก่อน +14

    বাইদেউ ধন্যবাদ।

    • @utpalebora1265
      @utpalebora1265 6 หลายเดือนก่อน

      😂 Sure vote for right choice Gaurav Gogoi.

  • @jaminidas2584
    @jaminidas2584 6 หลายเดือนก่อน +19

    সঁচা কথা কৈছে ।।

  • @AbdulMaleque-k5d
    @AbdulMaleque-k5d 6 หลายเดือนก่อน +17

    Zindabad Madam

  • @Mishkamahanta
    @Mishkamahanta 5 หลายเดือนก่อน +2

    থিক কথা কৈছা,নীলমণি, ৰূপা কলিতা ,জয় আই অসম ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @DipEntertainment-km8xh
    @DipEntertainment-km8xh 6 หลายเดือนก่อน +35

    বহুত সুন্দৰ কথা কৈছে

  • @KalpanaBorgohain-t3o
    @KalpanaBorgohain-t3o 6 หลายเดือนก่อน +15

    ৰূপা কলিতা বাইদেউ লৈ ধন্যবাদ।

  • @muned6442
    @muned6442 6 หลายเดือนก่อน +78

    ৰূপা কলিতা বাইদেৱে সচা কথা কৈছে ভাৰতবৰ্ষত হিটলাৰী শাসন চলি আছে

  • @poresh660
    @poresh660 6 หลายเดือนก่อน +33

    কোনো বাই জদি মাত মাতে বিজেপিয়ে চৰকাৰে জেলত ভৰাই থব সেই বাবে নামাতে এইবাৰ তাৰ হিচাপ কৰিব ৰাইজে জয় অই অসম 👫🙏

  • @MohanSonowal-y2g
    @MohanSonowal-y2g 6 หลายเดือนก่อน +22

    মুঠৰ ওপৰত প্ৰতি ৫বছৰৰ মুৰে মুৰে জনসাধাৰণে চৰকাৰ বদলি কৰিব লাগে বুলি ভবো।

  • @debenhandique9958
    @debenhandique9958 6 หลายเดือนก่อน +35

    সত্য কথা কৈছে ৰূপা কলিতাই।

  • @cgohain7304
    @cgohain7304 6 หลายเดือนก่อน +13

    বৰ চিন্তুা বিষয় ।

  • @HiyaHiya-vg3mv
    @HiyaHiya-vg3mv 6 หลายเดือนก่อน +39

    BJP ৰ গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা নাই । BJP ৰ দুৰ্নীতি উদঙাই দিলে জেলত ভ ৰায় । BJP এটা ধনিক শ্ৰেণীৰ দল । সেই কাৰণে ঔষধকেই আদি কৰি সকলো বস্তুৰে দাম সাধাৰণ জনতাই ঢুকি নাপায় । এইবাৰ নিৰ্বাচনত বিজেপি ক বৰ্জন কৰি ৰাইজৰ জয় কৰিবলৈ কঁকালত টঙালি বান্ধিব লাগিব ।

    • @mintukr.gowala8408
      @mintukr.gowala8408 6 หลายเดือนก่อน +2

      কাক ভোট দিব লাগিব

    • @birbalray4418
      @birbalray4418 6 หลายเดือนก่อน

      Bjp hataw Desh bachaw .jai Assam khilonjiya

    • @harenboro6020
      @harenboro6020 6 หลายเดือนก่อน +2

      দেখিলে হে লেখিম।আমি কিন্তু কোনো দলৰ নহয় দেই।

    • @runuburaguhain6361
      @runuburaguhain6361 6 หลายเดือนก่อน +2

      Q😅

    • @Kanakboruah-xt3mc
      @Kanakboruah-xt3mc 6 หลายเดือนก่อน

      Ko​@@harenboro6020

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 6 หลายเดือนก่อน +24

    Rupa kalita right

  • @hemantakalita8221
    @hemantakalita8221 6 หลายเดือนก่อน +7

    ৰূপা কলিতা আৰু নীলমণি শইকীয়া লৈ শুভেচ্ছা থাকিল ।

  • @anjugogoi6536
    @anjugogoi6536 6 หลายเดือนก่อน +18

    ৰূপা কলিতা জয় হৌ । ৰূপা কলিতা অসমৰ সু কন্যা ।

  • @labanyadevi3172
    @labanyadevi3172 6 หลายเดือนก่อน +15

    Congrats jindabad

  • @DimpusnewupdateDimpusnewupdate
    @DimpusnewupdateDimpusnewupdate 6 หลายเดือนก่อน +26

    gourav gogoi zindabad❤

  • @ranjanagogoi4569
    @ranjanagogoi4569 6 หลายเดือนก่อน +11

    Right

  • @anjugogoi6222
    @anjugogoi6222 6 หลายเดือนก่อน +9

    Thik kotha koise

  • @ganeshborgohain2040
    @ganeshborgohain2040 6 หลายเดือนก่อน +7

    Good commnt

  • @kismatkour436
    @kismatkour436 6 หลายเดือนก่อน +9

    মজা কথা ❤👌👍

  • @rameshkalita1600
    @rameshkalita1600 6 หลายเดือนก่อน +3

    কংগ্ৰেছ ৰূপা কলিত আৰু আপৰ নীলমণি শইকীয়াক ধন্যবাদ

  • @Mudoi
    @Mudoi 6 หลายเดือนก่อน +17

    Rupa kalita das jindabad

  • @binuphukan-tp3yx
    @binuphukan-tp3yx 5 หลายเดือนก่อน +1

    বাইদেউ মোৰ মনৰ কথা বোৰ আপুনি প্ৰকাশ কৰিলে ধন্যবাদ ❤

  • @ajitsarmah7432
    @ajitsarmah7432 6 หลายเดือนก่อน +20

    BJP য়ে ভাৰত শেষ কৰিলে, এতিয়াও জনতা সজাগ নহ'লে ৰাজ্য শেষ হ'ল বুলি জানি হতাশ হৈছো।

    • @SurajKro-v3x
      @SurajKro-v3x 6 หลายเดือนก่อน

      Bjp ye bharat khex korile nki, toi dekh khonor xamorik xoktir pora orthoniti xokti kor pora kor palegoi dekhiso ne nai, bjp birudhi burok bor beyakoi koboloi mon goise but social side babe nuwari

    • @mintukr.gowala8408
      @mintukr.gowala8408 6 หลายเดือนก่อน +1

      কাক ভোট দিম মহাশয়

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 6 หลายเดือนก่อน +11

    নীলমণি saikia right

  • @triptisinha4838
    @triptisinha4838 6 หลายเดือนก่อน +9

    Ekdom hosa kotha.....

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 6 หลายเดือนก่อน +27

    Gaurab gogoi zindabad bjp go back

  • @rajudutta7246
    @rajudutta7246 6 หลายเดือนก่อน +6

    বেহুদা ৰাজনীতি কৰা এই বেহুদা মন্ত্ৰী বিধায়ক চুৱাচেলেকা বোৰক মূৰ্খ বিলাকে ভোট দিব।

  • @dipakkrdasdaskrdipak4941
    @dipakkrdasdaskrdipak4941 6 หลายเดือนก่อน +14

    বি জে পি চৰকাৰ খন ছলি আছে কংগ্ৰে কৰা সম্পতি বোৰ বিক্ৰী কৰি ।

  • @alokdutta5907
    @alokdutta5907 6 หลายเดือนก่อน +4

    অতি সুন্দৰ আৰু সঁচা কথা কৈছে বাইদেউ,গণতন্ত্ৰ জীয়াই ৰখাৰ স্বাৰ্থত তথা দেশৰ গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰিবলৈ হ'লে এইখন ফেচিষ্ট,হিটলাৰী আৰু স্বৈৰাচাৰী শাসকীয় বিজেপি চৰকাৰক গাদীচ্যুত কৰিবই লাগিব তেহে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা পৰিব নহলে দেশত গণতন্ত্ৰ একেবাৰে শেষ হৈ পুনৰ স্বৈৰতন্ত্ৰৰ লগতে হিটলাৰী শাসনৰ আৰম্ভণি হব ।

    • @mintukr.gowala8408
      @mintukr.gowala8408 6 หลายเดือนก่อน +1

      কাক ভোট দিম মহাশয়

    • @alokdutta5907
      @alokdutta5907 6 หลายเดือนก่อน

      @@mintukr.gowala8408 বিৰোধী দলৰ যিকোনো এজন যোগ্য,সবল আৰু উপযুক্ত প্ৰাৰ্থীকহে সকলোৱে নিজৰ বিবেক ভোট দিয়ক,আঁচল কথা সেইটোৱেই । ৰাইজে দল চাই নহয় প্ৰাৰ্থী চাইহে সকলোৱে ভোট দিয়ক ।

    • @alokdutta5907
      @alokdutta5907 5 หลายเดือนก่อน

      @@mintukr.gowala8408 ভোট যাকেই নহওক কিয়,ভোট নিজৰ বিবেকেৰে দিব,ভোট পাৰ্টি চাই নহয়,প্ৰাৰ্থী চাইহে দিব ।

  • @samudrahazarika110
    @samudrahazarika110 6 หลายเดือนก่อน +7

    কবিতা আবৃত্তি কৰা যেন লাগে তোমাক। তথাপিও তোমাৰ প্ৰগ্ৰেম ভাল লাগে।

  • @adipdas4976
    @adipdas4976 6 หลายเดือนก่อน +2

    একদম right kotha কৈছে মেম , বিজেপি আমি আঁতৰাব হল ।

  • @TarunChandradas-q7c
    @TarunChandradas-q7c 6 หลายเดือนก่อน +21

    Go back bjp

  • @anupomdowarah1381
    @anupomdowarah1381 6 หลายเดือนก่อน +44

    ভয়তহে গৈছে BJP লৈ

    • @dr.ranjanadas7073
      @dr.ranjanadas7073 6 หลายเดือนก่อน +2

      উস কিমান ভাল কথা কৈছে।

  • @basantakalita5369
    @basantakalita5369 6 หลายเดือนก่อน +7

    Congress jindabad👍👍👍

  • @MayawatiChungkrang-d7b
    @MayawatiChungkrang-d7b 6 หลายเดือนก่อน +19

    Right 💯 Baideu. Congress Zindabad

  • @bichitrakhargharia4150
    @bichitrakhargharia4150 6 หลายเดือนก่อน +5

    ৰূপা কলিতা জিন্দাবাদ

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j 5 หลายเดือนก่อน

    সুন্দৰ মন্তব্য উপস্থাপন কৰিছে ৰূপা কলিতা দাস বাইদেউৱে

  • @khirodadas-rt9fe
    @khirodadas-rt9fe 6 หลายเดือนก่อน +21

    Gouravb k vot dibo.

  • @harekrishnadeka6095
    @harekrishnadeka6095 6 หลายเดือนก่อน +25

    Rupa kalita is correct.

  • @minahazarika7578
    @minahazarika7578 6 หลายเดือนก่อน +7

    ৰাইজ কেনেকৈ চলিব মাধমাৰ

  • @satyenborgohain5683
    @satyenborgohain5683 6 หลายเดือนก่อน +2

    বিজেপিৰ সকলো মুখপাত্ৰয়ে আনৰ কথা ক'বলৈ সুবিধা নিদিয়ে ।

  • @lakshmiprasad3018
    @lakshmiprasad3018 6 หลายเดือนก่อน +23

    Very good coments

  • @kamalapatar1465
    @kamalapatar1465 6 หลายเดือนก่อน +3

    বিজেপি য়ে কেবল আমাৰ পুৰণি সম্পদ বোৰ বিক্ৰী কৰি মন্ত্ৰীৰ জেপত ভৰালে।

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 6 หลายเดือนก่อน +27

    Bjp go back

  • @rashmidutta9449
    @rashmidutta9449 6 หลายเดือนก่อน +1

    একেবাৰে শুদ্ধ কথা কৈছে নীলমণি শইকীয়া ডাঙৰীয়াই । লেতেৰা ৰাজনীতি চলিছে ।

  • @prabinsarma7499
    @prabinsarma7499 6 หลายเดือนก่อน +5

    বি জে পিক মুৰ্দাবাদ

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 6 หลายเดือนก่อน +10

    লুতৰু বৰ্তমান ভৰি পৰিছে বি জে পি দলত ।

  • @KrishnaKantaNath-bo6ve
    @KrishnaKantaNath-bo6ve 6 หลายเดือนก่อน +2

    ৰাজনীতিৰ গভিৰলৈ গলে বহু কথাই জনা যায় , কৱ গলেই জেললৈ যাব লাগে । গতিকে মনে মনে থকাই ভাল বুলিয়ে নকয় । মুঠতে সত্য কলেই জেলত ,বিনিমযত মুখত সুপা দিয়ে,,,,,

  • @anjugogoi6222
    @anjugogoi6222 6 หลายเดือนก่อน +12

    Rupa kalita salout

  • @rksaikia9748
    @rksaikia9748 6 หลายเดือนก่อน +2

    ৰাইজ অন্ধ হৈ আছে আচঁনি আশাত কৈ লাভ নাই।

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 6 หลายเดือนก่อน +12

    Ami bjp k vote nidio bjpgo back evm hatao

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 6 หลายเดือนก่อน +4

    অসমত বেয়া হব পাৰে কংগ্রেসৰ কিছুমান মানুহৰ মনত কিন্তু বেলেগ ৰাজ্যত বিজেপিৰ অতি বেয়া। এইবাৰ শাসনত অহা টান আছে বিজেপিৰ।অসমৰ লোকসভাৰ নিৰ্বাচনে ভাৰতবৰ্ষৰ শাসনৰ মাপকাঠি নিৰ্ভৰ নকৰে কাৰন লোকসভাৰ আসন অতি নগন্য বেলেগ ৰাজ্যৰ তুলনাত অসমৰ।

    • @rabiyaahmed4463
      @rabiyaahmed4463 6 หลายเดือนก่อน +1

      Ahibo bjp a ahibo bcz evn bjp r hatot na..aami apuni vote jake nidiok lagile but jikibo bjp a karon sob tu bjp r hatote na...heikorone hihote gai phirse j bjp k vote nidileu bule jikio ki over confidence

  • @Dark_lord_Senpai-YT
    @Dark_lord_Senpai-YT 5 หลายเดือนก่อน +1

    ৰূপা বা আপুনি বহুত বহুত ভাল কথা কৈছে । আপুনি স্পষ্ট বাদী ব্যক্তি ও ___

  • @abdulmotalebchoudhury1106
    @abdulmotalebchoudhury1106 หลายเดือนก่อน

    স্বয়ং বৰ্তমানৰ সম্ৰাট মামা জনে, যি কাৰণে ওৱাচিং মেচিনলৈ গৈছে, বাকী সকলো বোৰ সেই একে কাৰণে, যোৱা টো আমি নিশ্চিত।

  • @umeshchetiya1340
    @umeshchetiya1340 5 หลายเดือนก่อน +1

    100% hosa katha koise Roopa baideu aru Nilamoni saikia dadai

  • @swarnapachani4653
    @swarnapachani4653 6 หลายเดือนก่อน +11

    Gaurav jindabad.

  • @JuliborouahJuli-gm9hv
    @JuliborouahJuli-gm9hv 6 หลายเดือนก่อน

    বাইদেউ আপোনী কোৱা, কথাটো, সচা,, ভয়ত, বিজেপিলৈ,, গৈছে।

  • @rajibgogoi4256
    @rajibgogoi4256 5 หลายเดือนก่อน

    এতিয়া ও এই সমস্যাৰ কথা গম নোপোৱাকৈ থকা সকলে নিজে কি চিন্তা চৰ্চা কৰিছে ।মহৰ পিছফালে বগলী ঘুৰি ফুৰাৰ দৰে হ'ব।

  • @basantadas6485
    @basantadas6485 6 หลายเดือนก่อน +1

    বিৰোধী শূণ্য কাৰণে সুবিধা পাইছে আটাইতকৈ লেতেৰা ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ভোট কেইটা পাবৰ বাবে। কোনোবা পূৰ্ব পুৰুষে যেন টকাৰ গছহে ৰুই থৈ গৈছে। কিমান ধাৰ হ'ল ভালকৈ ৰাইজক হিচাব টো দিয়ক, সুখী হ'ম।

  • @eeshankalita2215
    @eeshankalita2215 5 หลายเดือนก่อน

    ঠিক কথা কৈছে।

  • @rinagogoi8731
    @rinagogoi8731 6 หลายเดือนก่อน

    বাইদেউৱে সুন্দৰ আৰু জাৰক কাপোৰ মুৰৰ পৰা তললৈ জাৰক ভৰিতলোৱা লৈকে।

  • @GhIndia205
    @GhIndia205 6 หลายเดือนก่อน +1

    বিহু বজাৰ কৰিবলৈ হাতট টকা নাই মানুহৰ হাতট ৷ বস্তুৰ জুই যেন দাম ৷ চাকৰি এসোপা দিছে দৰমহা নাই ৷

  • @DipakBhuyan-lj5en
    @DipakBhuyan-lj5en 5 หลายเดือนก่อน

    কলিৰ জুগত মামুন ৰজা।অসম আৰু নাথাকে

  • @pradipmedhi6337
    @pradipmedhi6337 6 หลายเดือนก่อน +1

    আগতে দিন hajira 300আছিল এতিয়া 600টকা

  • @moshmibarman7661
    @moshmibarman7661 2 หลายเดือนก่อน

    বামুন ৰাজপাটত বহাৰ লগে লগেই কভিদৰ নামত কিমান কি হল । আকস্মিক মৃত্যু দূৰ্ঘটনা অস্থিৰতা অশান্তিয়ে মানুহক কোৱা কৰি পেলাইছে এইখন এখন ভয়াবহ চ থকাৰ।।

  • @ruselbasumatari391
    @ruselbasumatari391 6 หลายเดือนก่อน

    এঙ্কৰাৰ ব্যক্তিয়ে সাধাৰণতে সমন্নয়ন ভাবেই আলোচনাৰ পথত যোৱাটো ভাল।

  • @bokulkarmakar7784
    @bokulkarmakar7784 6 หลายเดือนก่อน +20

    Bjp go back....

  • @MunmiGayan-q5t
    @MunmiGayan-q5t 3 หลายเดือนก่อน

    Rupa baidew right kotha koise

  • @bijay7660
    @bijay7660 6 หลายเดือนก่อน +4

    কংগ্ৰেছৰ কিমান গুণ গাইছিল আগতে আমাৰ মামাই কিন্তু পিছত বেয়া দিন আহা কাৰণে পাৰ্টী সলাই দিলে এতিয়া বিজেপি বিজেপি কাইলৈ বিজেপিৰ বেয়া দিন আহিলে ওলোটা খৰ মাৰিব তেতিয়া মামু পাৰ্টিত যাব লাগিব 😂। বাগৰি ফুৰা মানুহক কী বিশ্বাস কৰিম । কাইলো অসম খন বিক্ৰী কৰি বেলেগ দেশত যে গুচি নাযাব কেনেকৈ বিশ্বাস কৰিম । আৰু বেছি দিন অসমত ৫০% মানুহ মোটামোটি বেলেগ অসমত যিমান কোম্পানী আছে তাৰে মেইন মেইন মাল কেইটা চব বিহাৰ নতুবা বাহিৰৰ হয়। খটম কৰি দিলে অসম খন বিজেপি যদি হাৰিব লগা হয় মামুক দেখাই নপাম অসমত। চব খতম কৰি বিন্দাছ মজা লব বাহিৰৰ দেশত। বিহাৰী এটা আহি অসমত ইলেকচন খেলিব সাহস কত পালে । তাক জিকিব দিয়া তাৰ পিছত বিহাৰীৰ দম চাব চব বিহাৰী কৰি দিব । চুৰু হৈ গল বিহৰিৰ ৰাজত্ব অসম খন লাহে শেষ।

  • @chayanikapathak9601
    @chayanikapathak9601 6 หลายเดือนก่อน

    Boriya koise moja lagil nirloj hotok

  • @pranitadas1765
    @pranitadas1765 5 หลายเดือนก่อน

    সচা কথা আমাৰ নিচিনা সাধাৰণ মানুহৰ তেজ খাই আছে

  • @Tulikaartacademy912
    @Tulikaartacademy912 3 หลายเดือนก่อน

    ইহঁতে চিয়ৰীলেও একে বাহৰ জাকে‌। যিজনে লঙ্কাত‌ যা‌য় সিয়ে ৰাৱণ হয়‌ ।কোনে এই বিলাক চাই

  • @binabina-kn8rh
    @binabina-kn8rh 5 หลายเดือนก่อน

    টকা দিব এইটো সঁচা। কিন্তু লাখ লাখ মহিলাক ৰেকৰ্ড নোচোৱাকৈ কোনেও টকা এৰি দিব নোৱাৰে। তেওঁ দিব পাৰিব নেকি?

  • @anjugogoi6536
    @anjugogoi6536 6 หลายเดือนก่อน +1

    নিলমনিশইকিয়া ' ৰাপা কলিতা ' সুন্দৰ মন্তব্য ' পৰিমিতায়ে কি বুজাব গৈইছে ? ? ? ? পৰিমিতায়ে নাজানে নি ' যে তেতিিয়া কি দি গেইছিল কংগ্ৰেছে ? টকা ভৰাল দিছিল নি ? এই গৰাকিয়ে মানে অসমৰ ৰাইজৰ বা দুখীয়া ৰাইজৰ লগত নাই । সঠীক তেও বি জে পি ৰ লগত আছে । ৰূপা কলিতায়ে ঠিক কৈইছ । ধন্যবাদ তোমাক 🙏🙏🙏 ।

  • @bhabanigogoi3278
    @bhabanigogoi3278 6 หลายเดือนก่อน +1

    Gaurab.gogoi.zindabad.

  • @gitanjalipathok8392
    @gitanjalipathok8392 5 หลายเดือนก่อน

    Real yes 👍👍👍

  • @monalishasaiki7842
    @monalishasaiki7842 6 หลายเดือนก่อน +6

    Montrie branded khabo

  • @upanandabora8905
    @upanandabora8905 6 หลายเดือนก่อน +3

    Saikia. apuna. Kotha. Asam. bashire. buji. Pale. bhal. hobo

  • @shyamolikabora2924
    @shyamolikabora2924 2 หลายเดือนก่อน

    Verry good nilomoni

  • @mikudutta1735
    @mikudutta1735 6 หลายเดือนก่อน +1

    Mojja dise

  • @monalishasaiki7842
    @monalishasaiki7842 6 หลายเดือนก่อน +4

    Krishok hoyta hii hii

  • @mainudavi9510
    @mainudavi9510 6 หลายเดือนก่อน +1

    আপোনালকে গাঁৱৰ বূরবক বিলাকক বুজাবলৈ ওলাই আহক মীৰা বাৰ দৰেই

  • @mukundadeka3213
    @mukundadeka3213 6 หลายเดือนก่อน +1

    কিবা ঘাপলা থকা সকলে নেগুৰ পেলাই শৰণাপন্ন হৈছে যেনেই লাগে।

  • @SushilNarah-pp5fc
    @SushilNarah-pp5fc 6 หลายเดือนก่อน

    Good বাইদেউ

  • @paramanandagogoi823
    @paramanandagogoi823 6 หลายเดือนก่อน

    Real kotha koise.... Good🌞

  • @BuddhaRabha-w1r
    @BuddhaRabha-w1r 6 หลายเดือนก่อน

    দেশখন কৈ বিক্ৰী কৰিলে,বিদেশৰটৰি টকালৈ বিদেশী আনিব আৰু কি লাগে ৰাইজক

  • @PoretushSarkar
    @PoretushSarkar 6 หลายเดือนก่อน

    Very. Nice. Vidio

  • @namitarabha1470
    @namitarabha1470 6 หลายเดือนก่อน

    Akey baray right koisa baidew thank you mam

  • @rupaliborthakur2491
    @rupaliborthakur2491 5 หลายเดือนก่อน

    শিল চিকুটি কোনেও ক্ষয় নিয়াব নোৱাৰে ৷

  • @shippulaskar6831
    @shippulaskar6831 6 หลายเดือนก่อน

    Congratulations the best best

  • @puspadhar6239
    @puspadhar6239 6 หลายเดือนก่อน +1

    100%right

  • @pankajkalita922
    @pankajkalita922 6 หลายเดือนก่อน +3

    Maja

  • @Bipualgogoi
    @Bipualgogoi 6 หลายเดือนก่อน

    বা,আপুনি,ভাল,কথা,কৈছে

  • @kasturikaborahblocks8047
    @kasturikaborahblocks8047 6 หลายเดือนก่อน +1

    কলেজত ১৪/ ১৫. বছৰ। বিনা পইচাত খাতি থকা মানুহবোৰক খেদি বিজ্ঞাপন ৰেদি কৰি হিমন্তয়।চিঞৰি ফুৰিছে চাকৰি দিম চাকৰি দিম বুলি । কিন্তু কলেজত খাতি থকা মানুহবোৰক হত্যা কৰিলে কিয়? কলৈযাব এই মানহবোৰ । কি কৰিম হাজিৰা । বৰ দুখেৰে জনাইছো আমাৰ মাহতৰ অৱস্থা একেবাৰে বেয়া ।