জ্যোতি সংগীত - মোৰে পথাৰৰে সোণোৱালী ধান (Lyrics) | Jyoti Sangeet - More Potharore Xunuwali (Lyrics)

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • জ্যোতি সংগীত - মোৰে পথাৰৰে সোণোৱালী ধান (Lyrics) | Jyoti Sangeet - More Potharore Xunuwali (Lyrics)
    মোৰে পথাৰৰে সোণোৱালী ধান
    মোৰে পথাৰৰে সোণোৱালী ধান
    সেউজীয়া বননিত
    শুনো কি নুশুনো
    বনৰীয়া গান
    মোৰে পথাৰৰে সোণোৱালী ধান
    মোৰে পথাৰৰে সোণোৱালী ধান ।
    আজি ৰ'দালিৰ
    জিকিমিকি পোহৰতে
    আজি ৰ'দালিৰ
    জিকিমিকি পোহৰতে
    নতুন জীৱনৰ ফুলিছে প্ৰাণ
    মোৰ গাঁৱলীয়া পেঁপাটোত
    নতুন সুৰ বাজিছে
    গাঁৱলীয়া পেঁপাটোত
    নতুন সুৰ বাজিছে
    নতুন দিঠকৰ জান
    মোৰে পথাৰৰে সোণোৱালী ধান
    মোৰে পথাৰৰে সোণোৱালী ধান ।
    আজি ৰ'দালিৰ
    জিকিমিকি পোহৰতে
    আজি ৰ'দালিৰ
    জিকিমিকি পোহৰতে
    নতুন জীৱনৰ ফুলিছে প্ৰাণ
    মোৰ গাঁৱলীয়া পেঁপাটোত
    নতুন সুৰ বাজিছে
    গাঁৱলীয়া পেঁপাটোত
    নতুন সুৰ বাজিছে
    নতুন দিঠকৰ জান
    মোৰে পথাৰৰে সোণোৱালী ধান
    মোৰে পথাৰৰে সোণোৱালী ধান
    সেউজীয়া বননিত
    শুনো কি নুশুনো
    বনৰীয়া গান
    মোৰে পথাৰৰে সোণোৱালী ধান
    মোৰে পথাৰৰে সোণোৱালী ধান
    মোৰে পথাৰৰে সোণোৱালী ধান
    মোৰে পথাৰৰে সোণোৱালী ধান
    #jyotisangeet #assamesesonglyrics #assamesesong
    জ্যোতি সংগীত playlist: • Jyoti Sangeet জ্যোতি স...
    ভূপেন হাজৰিকা playlist: • Bhupen Hazarika ভূপেন ...
    জয়ন্ত হাজৰিকা playlist: • জয়ন্ত হাজৰিকা
    অসমীয়া কথাছবিৰ গীত playlist: • Assamese Movie Songs
    বৰগীত playlist: • Borgeet বৰগীত
    Assamese Song Lyrics. অসমীয়া গীতৰ কথা।

ความคิดเห็น • 8

  • @NishaRani-zn5on
    @NishaRani-zn5on 7 หลายเดือนก่อน

    ❤❤❤❤

  • @mirabarman3544
    @mirabarman3544 7 หลายเดือนก่อน

    ৰূপকোঁৱৰ আগৰৱালা দেৱৰ সৃষ্টিৰ পৃথিৱী খন উন্মোচন কৰাৰ প্ৰচেষ্টাত ব্ৰতী সকললৈ আন্তৰিক কৃতজ্ঞতা, অভিনন্দন জনালো❤

  • @user-jr8zk9gr7j
    @user-jr8zk9gr7j 10 หลายเดือนก่อน +1

    Wow Nice song 💜💜💜

  • @pillowfuff2635
    @pillowfuff2635 หลายเดือนก่อน

    Aei gaantur karaoke dibo sun...

  • @JaydevBiswash-no7yq
    @JaydevBiswash-no7yq 10 หลายเดือนก่อน +1

    Very good .,🤗 Super

  • @Sangha._mitra
    @Sangha._mitra ปีที่แล้ว +1

    ❤ nice

  • @niputalukdar6784
    @niputalukdar6784 16 วันที่ผ่านมา

    কন্ঠ কোনে কৰিছে।

  • @dipakdasmusic3998
    @dipakdasmusic3998 2 หลายเดือนก่อน

    ei tune kar?