MUR SURAR SUMAT KUN SAR PAWO
ฝัง
- เผยแพร่เมื่อ 16 ก.ย. 2024
- MUR SURAR SUMAT KUN SAR PAWO
মোৰ সুৰৰ চুমাত কোন সাৰ পাৱ
LYRIC JYOTIPRASAD AGARWALLA
কথা জ্যোতিপ্রসাদ আগৰৱালা
TUNE RAMEN CHOUDHURY
সুৰ ৰমেন চৌধুৰী
SINGER Dr. SANGEETA KAKATI
কণ্ঠশিল্পী ড০ সঙ্গীতা কাকতি
MUSIC ARRANGEMENT ANUP SARMA
সঙ্গীত ব্যৱস্থাপনা অনুপ শর্মা
RECORDED BY BIJOY NATH
বাণীবন্ধন বিজয় নাথ
STUDIO JYOTI CHITRABAN
ষ্টুডিঅ' জ্যোতি চিত্রবন
PRODUCTION & DIRECTION RANJAN KUMAR BHATTACHARYYA
প্রযোজনা আৰু পৰিচালনা ৰঞ্জন কুমাৰ ভট্টাচার্য্য
One of my best ..so melodious...good wishes
Bahut dhunia hoise
Super Super mame from Arunachal pradesh 👌👌👌👌👌👌👌👌👌👌
Khub xundor hoise
What a sweet voice ......
Nice Song Baidow
Iman j xumadhur kanthare geet ti gaise Baideu. Bahut bhal lagille 🤗
val lagil 💓
❤❤❤
বৰ ভাল লাগিল 💖👌🙏💐
বহুত সুন্দৰ।
🙏🏻❤
Enjoyed. Like always....Our Best wishes! 👍👍
বৰ ভাল লাগিল গান তো শুনি
বৰ ধুনীয়া হৈছে 💖
বৰ ভাল লাগিল 🙏🏻👏👌
অতি সুন্দৰ
বৰ ভাল লাগিল
Sundar.....
অপূৰ্ব্ব সুন্দৰ গীতটি শুনি হিয়া শাঁত পৰি গ'ল। ৰূপকোঁৱৰৰ ইমান কোমল শব্দবোৰ আৰু সঙ্গীতাৰ মিঠা কণ্ঠ , সঁচাকৈ সোণত সুৱগা চৰা।
তোমাৰ সুৰৰ চুমাত সাৰ পাইয়েই থাকিবলৈ মন যায়।
কি যে সুন্দৰ!!
কথা-সুৰ-কন্ঠ ...অপূৰ্ব
ভাল লাগিল সংগীতা
সংগীতাৰ সুৰীয়া কন্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে, শুনি আপ্লুত হলো ....
খুবেই মিঠা কণ্ঠত এটি মোৰ প্ৰিয় গীত শুনিলোঁ । ভাল লাগিল। স্কুলত পঢ়ি থাকোঁতেই স্কুলৰ বাৰ্ষিক প্ৰতিযোগিতাত বৰকৈ এই গীতটো গাইছিলোঁ।
বৰ সুন্দৰ লাগিল শুনি ; শুভেচ্ছা ও অভিনন্দন জনালো 🤗