এনে কি বাস্তুদোষৰ বাবে এখন ঘৰত পঢ়া-শুনা কৰাৰ পাছতো চাকৰি পোৱাত বাধা তথা কৰ্ম জীৱনত অস্থিৰতা ...

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ส.ค. 2024
  • এনে কি বাস্তুদোষৰ বাবে এখন ঘৰত পঢ়া-শুনা কৰাৰ পাছতো চাকৰি পোৱাত বাধা তথা কৰ্ম জীৱনত অস্থিৰতা ৰ সন্মুখীন হ'ব লগা হয় ,
    সেই বিষয়ে সবিশেষ জানো আহঁক।। contact number-7099031507

ความคิดเห็น • 39

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 ปีที่แล้ว +5

    কথাখিনি জানি বহুত ভাল লাগিল আৰু নজনা কথা জানিলো

  • @rajivkachari9342
    @rajivkachari9342 2 ปีที่แล้ว +5

    ভাল লাগিল,সঠিকভাৱে ঘৰৰদিশ কিদৰে নিৰ্ণয় কৰিম জনাৱচোন

  • @julieddevi732
    @julieddevi732 2 หลายเดือนก่อน

  • @mathurarajbangshi9933
    @mathurarajbangshi9933 2 ปีที่แล้ว +1

    Very good Aditya. God bless u

  • @bibekkonch6343
    @bibekkonch6343 2 ปีที่แล้ว +1

    Bhal lagil sir

  • @rajumoniborah8556
    @rajumoniborah8556 ปีที่แล้ว

    Apunar poramorho bohut val lagil

  • @DEEPJYOTIBORUAH617
    @DEEPJYOTIBORUAH617 2 ปีที่แล้ว +1

    jnowa babe bhut bhut dhonoybad

  • @kushalchoudhury2553
    @kushalchoudhury2553 4 หลายเดือนก่อน

    Vl lagise

  • @Rubeya959
    @Rubeya959 3 หลายเดือนก่อน +1

    Dada amar Ghar tu north directiont bonaisu ....atiya kotha hol ami letrin bathroom gharor bahirot kun dikhe best hbo jonabo sun plz

  • @himakshidas2691
    @himakshidas2691 4 หลายเดือนก่อน

    ছাৰ আপোনাৰ কথাখিনি মোৰ লগত মিলিছে। মই সংস্কৃতত এম.এ কৰিলোঁ কিন্তু আজিলৈকে চৰকাৰী চাকৰি নাপালো।পৰীক্ষাটো ৰিজাল্টবোৰত অলপৰ বাবে ৰৈ যাও।আমাৰ ঘৰৰ উত্তৰ পূবত লেট্ৰিন আছিল।মোৰ পঢ়া জীৱনটো কষ্ট বহুত কৰিছো কিন্তু সেই মতে ফলাফল নাপাওঁ। আপোনাক ধন্যবাদ।

  • @dipalidevi8666
    @dipalidevi8666 2 ปีที่แล้ว +2

    Thankyou

  • @himangshudas5307
    @himangshudas5307 6 หลายเดือนก่อน

    Sir ata kotha buji nplu...north east jodi clear kory rakhibo lage tetya hole ami letrine bathroom south westot bonabo lgl..ru jodi bonaw tat water rakhibo lgl..kintu seito to Agni kon hoi water knke use hbo...nhole letrin ru water rokha side kunto best hoi seito kbo sun

  • @jintibora7303
    @jintibora7303 หลายเดือนก่อน

    Dada moi bisnat bhi a Pohu kintu tupni nahe ...

  • @karabiphukon9122
    @karabiphukon9122 2 ปีที่แล้ว +2

    ভাল লাগিল।

  • @mayuridas09
    @mayuridas09 2 ปีที่แล้ว +3

    👍

  • @lakshmidas8660
    @lakshmidas8660 2 ปีที่แล้ว

    বহুত ভাল লাগিল কথাখিনি।ধন্যবাদ আপোনাক।

  • @user-cc6nj8lz3z
    @user-cc6nj8lz3z 2 หลายเดือนก่อน

    Sir amar ghroloy adin ahibo matim dhemaji ghor amar

  • @mousumidevi8388
    @mousumidevi8388 2 ปีที่แล้ว +2

    Thank u 😊😊😊 nd cary on ur journey

  • @himadoleychungkrang7916
    @himadoleychungkrang7916 2 หลายเดือนก่อน

    পানীৰ কুৱা কোনটো দিশক খান্দিব লাগে?

  • @user-tr7ww2uu7g
    @user-tr7ww2uu7g 2 หลายเดือนก่อน

    ছাৰ আমাৰ ঘৰতো উত্তৰ দিশত কিন্তু মাটি দশিন আৰু পশ্চিম দিশত বেছিকে আছে কি কৰিব পৰা হব জনাব ছোন

  • @hiyashredeka8309
    @hiyashredeka8309 2 ปีที่แล้ว +2

    Thank you so much.... 🙏🙏

  • @kritishreesarma
    @kritishreesarma 5 หลายเดือนก่อน

    দাদা ভাটৌ চৰাইৰ ফটো এখন ৰাখিব লাগিব নেকি?

  • @nupurchoudhury3903
    @nupurchoudhury3903 2 ปีที่แล้ว +1

    Vai lgise pai. Kot j bia holu. Uttar t mati e nai. Lora suali hole ki j hbo

  • @dipagogoi8641
    @dipagogoi8641 ปีที่แล้ว

    ছাৰ,উত্তৰ দিশৰ ভিতৰৰ ৰুমবিলাকৰ বেৰত নীলা ৰঙেই দিব লাগিব নেকি??

  • @junalisaikia9163
    @junalisaikia9163 2 ปีที่แล้ว +1

    দক্ষিণ পশ্চিমৰ প্ৰতিকাৰ দিবচোন ।

  • @bhriguray3841
    @bhriguray3841 2 ปีที่แล้ว

    Plz help me মৰ ঘৰ ত পূব মূখি হয় মেইন গেদ খন পূব ফালে হয় পূব ফালেৰে হুমাও আচল কথাটো হল মোৰ Q মানে letrin bathroom ঘৰৰ দক্ষিণ পশ্চিম দিশে আছে এতিয়া ত ভাঙিব নোৱাৰিম পুতুক কৈ so কি কৰিম কিবা উপায় দিব নেকি plz এজন কৈছেলে নিমখ ৰাখিব নীমখ ৰখিলে হব নে কক সোণ

  • @DEEPJYOTIBORUAH617
    @DEEPJYOTIBORUAH617 2 ปีที่แล้ว +1

    Sir পূব মূখি ঘৰৰ কি ৰং টিং লগাব লাগে জনাব চোন Sir ঘৰতো Assam type হয় 🙏

  • @pabitraboro4387
    @pabitraboro4387 2 ปีที่แล้ว

    Sir aponak kt log powa jabo

  • @trishnabarovlogee2731
    @trishnabarovlogee2731 ปีที่แล้ว +1

  • @kiranmoyeekhaklari9626
    @kiranmoyeekhaklari9626 2 ปีที่แล้ว +1

    Ashoka pillar kot pua jaabo

  • @tattifpsgamingyt3758
    @tattifpsgamingyt3758 ปีที่แล้ว +1

    তোমাৰ ঘৰ ক'ত আৰু ফোন নং দিবাচোন